‘চিডব্লিউজি ২০২২’ত মহিলাৰ ৪৮ কিলোগ্ৰাম শাখাৰ বক্সিং-ত সোণৰ পদক জয়ৰ বাবে নীতু ঘংঘছক প্ৰধানমন্ত্ৰীৰ অভিনন্দন

August 07th, 06:01 pm

‘কমনৱেল্থ ক্ৰীড়া সমাৰোহ ২০২২’ত মহিলাৰ ৪৮ কিলোগ্ৰম শাখাৰ বক্সিং-ত সোণৰ পদক জয় কৰাৰ বাবে নীতু ঘংঘছক প্ৰধানমন্ত্ৰী নৰেন্দ্ৰ মোদীয়ে অভিনন্দন জনাইছে।