ৰাজস্থানৰ ঝালাৱাৰৰ বিদ্যালয়ত সংঘটিত দুৰ্ঘটনাত প্ৰধানমন্ত্ৰীৰ শোক প্ৰকাশ

July 25th, 11:17 am

প্ৰধানমন্ত্ৰী শ্ৰীযুত নৰেন্দ্ৰ মোদীয়ে ৰাজস্থানৰ ঝালাৱাৰৰ এখন বিদ্যালয়ত সংঘটিত দুৰ্ঘটনাত শোক প্ৰকাশ কৰিছে। শ্ৰী মোদীয়ে কয়, “এই জটিল সময়ত ক্ষতিগ্ৰস্ত ছাত্ৰ-ছাত্ৰী আৰু তেওঁলোকৰ পৰিয়াললৈ মোৰ সমবেদনা জ্ঞাপন কৰিছো।