নতুন দিল্লীত এনআইআইঅ’ৰ ‘স্বাৱলম্বনত’ শীৰ্ষক আলোচনা-চক্ৰত প্ৰধানমন্ত্ৰীৰ ভাষণৰ অসমীয়া অনুবাদ

নতুন দিল্লীত এনআইআইঅ’ৰ ‘স্বাৱলম্বনত’ শীৰ্ষক আলোচনা-চক্ৰত প্ৰধানমন্ত্ৰীৰ ভাষণৰ অসমীয়া অনুবাদ

July 18th, 04:31 pm

মন্ত্ৰী পৰিষদৰ মোৰ সহযোগী শ্ৰী ৰাজনাথ সিং জী, শ্ৰী অজয় ভট্ট জী, নৌসেনাৰ মুৰব্বী, নৌসেনাৰ উপ-মুৰব্বী, প্ৰতিৰক্ষা সচিব, এছআইডিএমৰ সভাপতি, উদ্যোগ আৰু শিক্ষানুষ্ঠানৰ সৈতে জড়িত সকলো সতীৰ্থ, অন্যান্য বিশিষ্ট ব্যক্তিসকল, ভাই-ভনীসকল!

প্ৰধানমন্ত্ৰীয়ে এনআইঅ' চেমিনাৰ 'স্বাৱলম্বন'ত ভাষণ প্ৰদান কৰে

প্ৰধানমন্ত্ৰীয়ে এনআইঅ' চেমিনাৰ 'স্বাৱলম্বন'ত ভাষণ প্ৰদান কৰে

July 18th, 04:30 pm

প্ৰধানমন্ত্ৰী শ্ৰী নৰেন্দ্ৰ মোদীয়ে আজি এনআইআইঅ'ৰ (নৌ উদ্ভাৱন আৰু স্বদেশীকৰণ সংস্থা) আলোচনাচক্ৰ 'স্বাৱলম্বন'ত ভাষণ প্ৰদান কৰে।

প্ৰধানমন্ত্ৰীয়ে ১৮ জুলাইত এনআইআইঅ’ আলোচনা চক্ৰ 'স্বাৱলম্বন' সম্বোধন কৰিব

প্ৰধানমন্ত্ৰীয়ে ১৮ জুলাইত এনআইআইঅ’ আলোচনা চক্ৰ 'স্বাৱলম্বন' সম্বোধন কৰিব

July 17th, 10:35 am

প্ৰধানমন্ত্ৰী শ্ৰী নৰেন্দ্ৰ মোদীয়ে নতুন দিল্লীৰ ডঃ আম্বেদকাৰ আন্তঃৰাষ্ট্ৰীয় কেন্দ্ৰত ১৮ জুলাই, ২০২২ ৰ বিয়লি ৪:৩০ বজাত এনআইআইঅ’ (নৌ উদ্ভাৱন আৰু স্বদেশীকৰণ সংগঠন) ৰ ‘স্বাৱলম্বন’ শীৰ্ষক আলোচনা চক্ৰখনি সম্বোধন কৰিব।