Cabinet approves a multitracking project across Karnataka and Andhra Pradesh
July 24th, 04:05 pm
In line with PM Modi's New India vision, the Cabinet Committee on Economic Affairs has approved the 3rd and 4th lines of the Ballari-Guntakal section in Karnataka and Andhra Pradesh, worth around ₹1,264 crore. The project is planned under the PM Gati Shakti National Master Plan, with a focus on enhancing multimodal connectivity and logistics efficiency. It will provide seamless connectivity for the movement of people, goods, and services.পঞ্জাৱৰ জলন্ধৰৰ পৰা ৫,৪৭০ কোটি টকাৰো অধিক মূল্যৰ উন্নয়নমূলক প্ৰকল্পৰ শুভাৰম্ভ কৰে প্ৰধানমন্ত্ৰী মোদীয়ে
July 17th, 03:45 pm
পঞ্জাৱৰ জলন্ধৰত প্ৰধানমন্ত্ৰী নৰেন্দ্ৰ মোদীয়ে ৫,৪৭০ কোটি টকাৰো অধিক মূল্যৰ ৰে’ল আৰু পথ আন্তঃগাঁথনি প্ৰকল্প উদ্বোধন কৰাৰ লগতে কেবাটাও প্ৰকল্পৰ আধাৰশিলা স্থাপন কৰে, যাৰ লক্ষ্য হৈছে সংযোগ শক্তিশালী কৰা, যাত্ৰীৰ সুবিধা উন্নত কৰা আৰু অঞ্চলটোৰ অৰ্থনৈতিক উন্নয়নৰ গতি ত্বৰান্বিত কৰা।১৭ জুলাইত প্ৰধানমন্ত্ৰীৰ হাৰিয়ানা, চণ্ডীগড় আৰু পঞ্জাৱ ভ্ৰমণ
July 15th, 06:40 pm
প্ৰধানমন্ত্ৰী শ্ৰী নৰেন্দ্ৰ মোদীয়ে ১৭ জুলাইত হাৰিয়ানা, চণ্ডীগড় আৰু পঞ্জাৱ ভ্ৰমণ কৰিব। পুৱা প্ৰায় ১১ বজাত প্ৰধানমন্ত্ৰীয়ে জিন্দ ৰে’ল ষ্টেচনত জিন্দ আৰু সোণেপটৰ মাজত ভাৰতৰ প্ৰথমখন হাইড্ৰ’জেন ৰে’লৰ ফ্লেগ অফ কৰিব। প্ৰায় ১১:৩০ বজাত প্ৰধানমন্ত্ৰীয়ে জিন্দৰ একলব্য ষ্টেডিয়ামত প্ৰায় ১৪,৭০০ কোটি টকাৰ বিভিন্ন উন্নয়নমূলক প্ৰকল্পৰ আধাৰশিলা স্থাপন কৰাৰ লগতে দেশবাসীৰ উদ্দেশ্যে উৎসৰ্গা কৰিব। এই উপলক্ষে তেওঁ সমৱেত ৰাইজকো সম্বোধন কৰিব।উত্তৰপ্ৰদেশত হাইব্ৰীড এনুইটি মডেলৰ অধীনত ১৯নং ৰাষ্ট্ৰীয় ঘাইপথ আৰু বাৰাণসী ৰিং ৰোডৰ মাজত ৬ লেনযুক্ত গ্ৰীণফিল্ড এলিভেটেড কৰিডৰ, ৰেম্প/লুপ আৰু ফুট অভাৰ ব্ৰীজ নিৰ্মাণৰ বাবে ১৪,৪৪৭.৬৪ কোটি টকাৰ সৰ্বমুঠ মূলধনী ব্যয়ত কেবিনেটৰ অনুমোদন
July 15th, 04:53 pm
প্ৰধানমন্ত্ৰী শ্ৰী নৰেন্দ্ৰ মোদীৰ অধ্যক্ষতাত অনুষ্ঠিত অৰ্থনৈতিক পৰিক্ৰমাৰ কেবিনেট কমিটিয়ে আজি উত্তৰপ্ৰদেশৰ বাৰাণসী চহৰৰ যান-জঁট হ্ৰাস কৰাৰ উদ্দেশ্যে গংগা নদীৰ পাৰে পাৰে সংযোগ ব্যৱস্থাৰে সৈতে ১৯নং ৰাষ্ট্ৰীয় ঘাইপথ আৰু বাৰাণসী ৰিং ৰোডৰ মাজত এটা সংযোগকাৰী কৰিডৰ নিৰ্মাণৰ বাবে অনুমোদন জনাইছে। ৪৬.০৩৯ কিলোমিটাৰ দৈৰ্ঘ্যৰ এই প্ৰকল্পটোৰ অধীনত এটা ৬লেনযুক্ত এলিভেটেড মূল কেৰিজৱে, এটা আকৰ্ষণীয় কেবল-ষ্টেড দলং, এখন এক্সট্ৰাড’জড ফুট অভাৰ ব্ৰীজ-তথা-প্ৰধান দলং, লুপ, ৰেম্প, সংযোগকাৰী পথ আৰু চাৰ্ভিচ ৰোড নিৰ্মাণ কৰা হ’ব। এই প্ৰকল্পটো ৰাষ্ট্ৰীয় ঘাইপথৰ অধীনত ১৪,৪৪৭.৬৪ কোটি টকাৰ সৰ্বমুঠ মূলধনী ব্যয়ৰে হাইব্ৰীড এনুইটি মডেলৰ ভিত্তিত ৰূপায়ণ কৰা হ’ব, য’ত ৬,০৩৭.৮৫ কোটি টকাৰ অসামৰিক নিৰ্মাণ ব্যয় (ইউটিলিটি স্থানান্তৰণ সহ, জিএছটি অবিহনে) আৰু ৫৪১.১১ কোটি টকাৰ ভূমি অধিগ্ৰহণ ব্যয় অন্তৰ্ভুক্ত হৈ আছে।Cabinet approves two multitracking projects covering Four Districts across Odisha and Jharkhand, increasing the existing network of Indian Railways by about 145 Kms
July 15th, 04:35 pm
The Cabinet Committee on Economic Affairs, chaired by PM Modi, today approved two railway projects worth Rs. 3,907 crore, covering four districts across the states of Odisha and Jharkhand. The projects, in line with the PM's vision of a New India to make the people of the region Atmanirbhar, will provide seamless connectivity for the movement of people, goods and services. They will also improve rail connectivity to several prominent tourist destinations across the country.India-Indonesia Joint Statement on the State Visit by Prime Minister of India to Indonesia
July 07th, 05:15 pm
At the invitation of Indonesian President Prabowo Subianto, PM Modi is on a State Visit to Indonesia from 6-8 July 2026. PM Modi's visit reflects the shared commitment of the two leaders to achieve a substantial upward trajectory in the India-Indonesia Comprehensive Strategic Partnership. The two leaders held discussions at Istana Merdeka in Jakarta, covering the full spectrum of bilateral relations.ৰাজস্থানৰ বালোত্ৰাত উন্নয়নমূলক প্ৰকল্পসমূহৰ শুভাৰম্ভণি অনুষ্ঠানত প্ৰধানমন্ত্ৰীয়ে আগবঢ়োৱা ভাষণৰ অসমীয়া অনুবাদ
July 04th, 12:50 pm
ৰাজস্থানৰ ৰাজ্যপাল শ্ৰী হৰিভাউ বাগদে জী, জনপ্ৰিয় মুখ্যমন্ত্ৰী শ্ৰী ভজনলাল শৰ্মা, কেন্দ্ৰীয় মন্ত্ৰী হৰদীপ সিঙ পুৰী, উপ-মুখ্যমন্ত্ৰী দিয়া কুমাৰী জী, প্ৰেমচান্দ বৈৰৱা জী, ৰাজস্থান চৰকাৰৰ সকলো মন্ত্ৰী, সাংসদ তথা বিধায়কসকল আৰু মোৰ মৰমৰ ভাই-ভনীসকল,PMৰাজস্থানৰ বালোত্ৰাত প্ৰায় ১.০৬ লাখ কোটি টকাৰ উন্নয়নমূলক প্ৰকল্প দেশবাসীৰ নামত উৎসৰ্গা, উদ্বোধন আৰু আধাৰশিলা স্থাপন প্ৰধানমন্ত্ৰী শ্ৰী নৰেন্দ্ৰ মোদীৰ
July 04th, 12:30 pm
প্ৰধানমন্ত্ৰী শ্ৰী নৰেন্দ্ৰ মোদীয়ে আজি ৰাজস্থানৰ বালোত্ৰাত প্ৰায় ১.০৬ লাখ কোটি টকাৰ উন্নয়নমূলক প্ৰকল্প দেশবাসীৰ নামত উৎসৰ্গা, উদ্বোধন আৰু আধাৰশিলা স্থাপন কৰে। বিশাল জনসভাক সম্বোধন কৰি তেওঁ উন্নয়নমূলক পদক্ষেপসমূহৰ বাবে এক সহযোগিতাপূৰ্ণ বাৰ্তা প্ৰেৰণ কৰে। প্ৰচণ্ড গৰম নেওচি সভালৈ অহা জনসাধাৰণক গভীৰ কৃতজ্ঞতা প্ৰকাশ কৰি প্ৰধানমন্ত্ৰীগৰাকীয়ে এই বৃহৎ উপস্থিতিক বৰ্তমানৰ শাসন ব্যৱস্থাৰ প্ৰতি এক আশীৰ্বাদ স্বৰূপ বুলি অভিহিত কৰে। শ্ৰী মোদীয়ে কয়, মই ৰাজস্থানবাসীৰ ওচৰত চিৰকৃতজ্ঞ, এই অপাৰ সমৰ্থনে আমাৰ চৰকাৰৰ প্ৰচেষ্টাৰ প্ৰতি আপোনালোকৰ থকা গভীৰ বিশ্বাসকে প্ৰদৰ্শন কৰিছে।৪ জুলাইত প্ৰধানমন্ত্ৰীৰ ৰাজস্থান আৰু গুজৰাট ভ্ৰমণ
July 03rd, 11:25 am
প্ৰধানমন্ত্ৰী শ্ৰী নৰেন্দ্ৰ মোদীয়ে ২০২৬ চনৰ ৪ জুলাইত ৰাজস্থান আৰু গুজৰাট ভ্ৰমণ কৰিব। পুৱা প্ৰায় ১০.৪৫ বজাত প্ৰধানমন্ত্ৰীয়ে যোধপুৰ বিমানবন্দৰৰ টাৰ্মিনেল ভৱন উদ্বোধন কৰিব আৰু যোধপুৰত ত্বৰান্বিত উড়ান আঁচনিৰ শুভাৰম্ভ কৰিব। পৰৱৰ্তী সময়ত প্ৰায় ১২.১৫ বজাত তেওঁ প্ৰায় ১.০৬ লাখ কোটি টকাৰ উন্নয়নমূলক প্ৰকল্পৰ উৎসৰ্গা, উদ্বোধন আৰু আধাৰশিলা স্থাপনৰ বাবে বালোত্ৰালৈ যাত্ৰা কৰিব। এই উপলক্ষে তেওঁ এক ৰাজহুৱা সমাৱেশকো সম্বোধন কৰিব।পশ্চিমবংগৰ তাৰকেশ্বৰত পশ্চিমবংগ দিৱস উদযাপনৰ সময়ত প্ৰধানমন্ত্ৰীয়ে দিয়া ভাষণৰ অসমীয়া অনুবাদ
June 20th, 05:13 pm
এই মঞ্চত উপবিষ্ট ৰাজ্যপাল আৰ এন ৰবি জী, জনপ্ৰিয় আৰু শক্তিশালী মুখ্যমন্ত্ৰী শুভেন্দু অধিকাৰী জী, অন্যান্য বিশিষ্ট বিশিষ্ট ব্যক্তিসকল আৰু বংগৰ মোৰ ভাই-ভনী - বাবা তাৰকনাথৰ এই পবিত্ৰ ভূমি, ঐতিহাসিক পশ্চিম বংগ দিৱসত ইমান বৃহৎ সমাৱেশৰ উপস্থিতিত, নিৰ্বাচনৰ পিছত আৰু শপতগ্ৰহণ কৰাৰ পিছত প্ৰথমবাৰৰ বাবে আপোনালোকৰ মাজত থাকিবলৈ পাই মই সন্মানিত অনুভৱ কৰিছো । বংগৰ বতাহে এতিয়া এক নতুন সতেজতা কঢ়িয়াই লৈ ফুৰে, প্ৰতিটো কণাই যেন এক নতুন সুগন্ধি বিয়পাই দিয়ে। এনে লাগে যেন বংগ শিকলিৰ পৰা মুক্ত হৈছে, যেন বংগৰ গৌৰৱ ঘূৰি আহিবলৈ আৰম্ভ কৰিছে।পশ্চিমবংগৰ হুগলীত পশ্চিমবংগ দিৱস উদযাপনৰ কাৰ্যসূচীত অংশগ্ৰহণ কৰিলে প্ৰধানমন্ত্ৰী শ্ৰী নৰেন্দ্ৰ মোদীয়ে
June 20th, 05:00 pm
প্ৰধানমন্ত্ৰী শ্ৰীযুত নৰেন্দ্ৰ মোদীয়ে আজি পশ্চিমবংগ দিৱস উদযাপনৰ অনুষ্ঠানত অংশগ্ৰহণ কৰে। ড০ শ্যামা প্ৰসাদ মুখাৰ্জীৰ সৈতে জড়িত ঐতিহাসিক তাৎপৰ্যপূৰ্ণ স্থান হুগলীৰ তাৰকেশ্বৰত ৰাজ্যিক পৰ্যায়ৰ উদযাপন কাৰ্যসূচী অনুষ্ঠিত কৰা হয় । এইবাৰৰ পশ্চিমবংগ দিৱসৰ বিষয়বস্তু: “পশ্চিম বংগ: ঐতিহ্য, সমন্বয় আৰু উন্নয়ন,”-এ ৰাজ্যখনৰ সাংস্কৃতিক সমৃদ্ধি, সামাজিক সংহতি আৰু উন্নয়নমূলক আকাংক্ষাক প্ৰতিফলিত কৰিছে । এই কাৰ্যসূচীত প্ৰধানমন্ত্ৰীয়ে একাধিক উন্নয়নমূলক প্ৰকল্পৰ আধাৰশিলা স্থাপন কৰাৰ লগতে উদ্বোধন আৰু দেশৰ বাবে উৎসৰ্গা কৰে। ৰে’লৱে, কৃষি, গ্ৰাম্য উন্নয়ন, মীন আৰু পশুপালনৰ খণ্ডসমূহক সামৰি লোৱা এই পদক্ষেপসমূহে আন্তঃগাঁথনি শক্তিশালী কৰিব, জীৱিকাৰ উন্নতি সাধন কৰিব, কৃষকৰ কল্যাণ বৃদ্ধি কৰিব আৰু সমগ্ৰ ৰাজ্যতে আৰ্থ-সামাজিক উন্নয়ন ত্বৰান্বিত কৰিব।প্ৰধানমন্ত্ৰীয়ে পুনৰ নিশ্চিত কৰিছে বিকশিত ভাৰতৰ বাবে পৰৱৰ্তী প্ৰজন্মৰ আন্তঃগাঁথনি নিৰ্মাণৰ প্ৰতিশ্ৰুতি
June 16th, 12:50 pm
প্ৰধানমন্ত্ৰী শ্ৰী নৰেন্দ্ৰ মোদীয়ে কয় যে যোৱা দশকত আন্তঃগাঁথনিৰ অভিলেখ পৰিমাণৰ উন্নয়ন হৈছে। তেওঁ বিকশিত ভাৰতৰ দৃষ্টিভংগী বাস্তৱায়িত কৰাৰ উদ্দেশ্যে দেশৰ জনসাধাৰণৰ বাবে পৰৱৰ্তী প্ৰজন্মৰ আন্তঃগাঁথনি নিৰ্মাণৰ বাবে চৰকাৰৰ প্ৰতিশ্ৰুতিৰ কথা দোহাৰে।ভাৰত-শ্ল’ভাকিয়াৰ যৌথ বিবৃতি
June 15th, 05:32 pm
শ্ল’ভাক গণৰাজ্যৰ প্ৰধানমন্ত্ৰী ৰবাৰ্ট ফিৎচোৰ আমন্ত্ৰণ ক্ৰমে ভাৰতৰ প্ৰধানমন্ত্ৰী শ্ৰী নৰেন্দ্ৰ মোদীয়ে ২০২৬ চনৰ ১৫ জুনত শ্ল’ভাক গণৰাজ্য ভ্ৰমণ কৰে।The trust of 140 crore Indians is our greatest strength and responsibility: PM Modi at the NDA Leaders’ Conclave
June 10th, 06:33 pm
PM Modi addressed the NDA Leaders' Conclave in New Delhi, highlighting the government's commitment to fulfilling the aspirations of 140 crore Indians and accelerating India's journey towards a Viksit Bharat. Speaking at the NDA Conclave at Bharat Mandapam after becoming the longest continuously serving elected Prime Minister of India, he said, To have the opportunity to serve Maa Bharti for such a long time is possible only through God's blessings. For me, 'Janta Janardan' is God.PM Modi addresses NDA Leaders' Conclave, reaffirms commitment to Viksit Bharat
June 10th, 06:30 pm
PM Modi addressed the NDA Leaders' Conclave in New Delhi, highlighting the government's commitment to fulfilling the aspirations of 140 crore Indians and accelerating India's journey towards a Viksit Bharat. Speaking at the NDA Conclave at Bharat Mandapam after becoming the longest continuously serving elected Prime Minister of India, he said, To have the opportunity to serve Maa Bharti for such a long time is possible only through God's blessings. For me, 'Janta Janardan' is God.প্ৰধানমন্ত্ৰীয়ে দমনত উদ্বোধন কৰিলে নমো চিকিৎসালয়
June 05th, 10:25 pm
প্ৰধানমন্ত্ৰী শ্ৰী নৰেন্দ্ৰ মোদীয়ে আজি দমনত নমো চিকিৎসালয় উদ্বোধন কৰে। তেওঁ কয় যে এই পদক্ষেপৰ সৈতে জনসাধাৰণক গুণগত স্বাস্থ্য চিকিৎসা প্ৰদানৰ দিশত চলি থকা প্ৰচেষ্টাৰ মিল আছে। তেওঁ লগতে উল্লেখ কৰি যে চিকিৎসালয়খনত আধুনিক সকলো সুবিধা আছে আৰু কেন্দ্ৰীয় শাসিত অঞ্চল তথা ই ইয়াৰ আশে-পাশে থকা অঞ্চলৰ স্বাস্থ্যসেৱাৰ প্ৰয়োজনীয়তা পূৰণৰ ক্ষেত্ৰত বহুখিনি সহায় কৰিব।Prime Minister inaugurates modern terminal building at Daman’s Namo Airport
June 05th, 10:18 pm
To cater to the growing infrastructure needs of Daman, PM Modi inaugurated a modern terminal building at Daman’s Namo Airport. He stated that the terminal building is set to significantly boost both tourism and commercial activities in the region.ৰোজগাৰ মেলাত নিযুক্তি পত্ৰ বিতৰণৰ সময়ত প্ৰধানমন্ত্ৰীয়ে আগবঢ়োৱা ভাষণৰ পূৰ্ণপাঠ
May 23rd, 11:15 am
এই মাইলৰ খুঁটিত উপনীত হ’বলৈ আপোনালোকে নিশ্চয় বিস্তৃত প্ৰস্তুতি চলাইছিল আৰু কঠোৰ পৰিশ্ৰম কৰিছিল। এই সাফল্যৰ বাবে আপোনালোক আৰু আপোনালোকৰ পৰিয়াল উভয়কে আন্তৰিক অভিনন্দন জ্ঞাপন কৰিছোঁ। আপোনালোকক এই পৰ্যায়ত উপনীত কৰোৱাত আপোনালোকৰ পিতৃ-মাতৃ আৰু পৰিয়ালৰ অৱদান কোনো কাৰণতে তুচ্ছ নহয়। কিন্তু—আৰু এয়া এটা গুৰুত্বপূৰ্ণ কথা—পৰিয়ালে যেনেকৈ অৰিহণা যোগায়, সমাজেও আমাক আজি য’ত আছো তাত উপনীত হোৱাত সহায় কৰাত বিশেষ ভূমিকা পালন কৰে। আমি কেৱল নিজৰ প্ৰচেষ্টাৰ বাবেই সফল নহয়, কেৱল পৰিয়ালৰ বাবেও নহয়। এইক্ষেত্ৰত এই বিশাল দেশৰ ১৪ কোটি নাগৰিকৰ অৱদানৰ গুৰুত্বও অপৰিসীম। গতিকে আমি কেৱল নিজৰ লগতে পৰিয়ালৰ প্ৰতিয়েই , নহয় সমগ্ৰ সমাজৰ প্ৰতিও সমানে দায়িত্ব পালন কৰোঁ। এই সকলো দায়িত্ব পালনৰ বাবে আপোনালোকৰ সামৰ্থ্য বৃদ্ধি কৰি যাব বুলি মোৰ বিশ্বাস। আন্তৰিক শুভেচ্ছা জ্ঞাপন কৰিলো।ৰোজগাৰ মেলাৰ অধীনত চৰকাৰী বিভাগত নৱনিযুক্ত যুৱক-যুৱতীসকলক ৫১ হাজাৰৰো অধিক নিযুক্তি পত্ৰ বিতৰণ কৰিলে প্ৰধানমন্ত্ৰী শ্ৰী নৰেন্দ্ৰ মোদীয়ে
May 23rd, 11:00 am
প্ৰধানমন্ত্ৰী শ্ৰী নৰেন্দ্ৰ মোদীয়ে আজি পুৱা ১১ বজাত ১৯ সংখ্যক ৰোজগাৰ মেলা উপলক্ষ্যে ভিডিঅ' কনফাৰেন্সিঙৰ জৰিয়তে বিভিন্ন চৰকাৰী বিভাগ আৰু সংস্থাত নৱনিযুক্ত যুৱক-যুৱতীক ৫১ হাজাৰৰো অধিক নিযুক্তি পত্ৰ বিতৰণ কৰে। এই উপলক্ষ্যে ভাষণ দি তেওঁ এই এই দিনটোক সমগ্ৰ দেশৰ হাজাৰ হাজাৰ যুৱকৰ বাবে এক উল্লেখযোগ্য দিন বুলি অভিহিত কৰে। চৰকাৰী সেৱাত নতুনকৈ প্ৰৱেশ কৰাসকলক আদৰণি জনাই তেওঁ ৰে’লৱে, বেংকিং, প্ৰতিৰক্ষা, স্বাস্থ্য আৰু শিক্ষাকে ধৰি বিভিন্ন খণ্ডত ভাৰতৰ উন্নয়নত তেওঁলোকে আগবঢ়াবলগীয়া অৱদানৰ বিষয়ত গুৰুত্ব আৰোপ কৰে। শ্ৰী মোদীয়ে দৃঢ়তাৰে কয়, ‘আগন্তুক বছৰবোৰত আপোনালোক সকলোৱেই বিকশিত ভাৰতৰ দৃষ্টিভংগী বাস্তৱায়িত কৰাত গুৰুত্বপূৰ্ণ ভূমিকা পালন কৰিব।নৰৱে’-ভাৰত বাণিজ্য আৰু গৱেষণা সন্মিলনত প্ৰধানমন্ত্ৰীৰ ভাষণ
May 18th, 11:49 pm
আজি নৰৱে’ আৰু ভাৰতৰ বাণিজ্যিক আৰু গৱেষণা সম্প্ৰদায়ৰ মাজত থাকিবলৈ পোৱাটো মোৰ বাবে অতি আনন্দৰ বিষয়। মই একাংশ সহযোগীৰ কথা শুনিছো, ইয়ে মোক আত্মবিশ্বাস প্ৰদান কৰিছে যে আমাৰ অংশীদাৰিত্বৰ ভেটি অতি শক্তিশালী।