Prime Minister holds a telephone conversation with the Prime Minister of New Zealand
December 22nd, 11:26 am
PM Modi held a telephone conversation with New Zealand PM Christopher Luxon today. They jointly announced the successful conclusion of the historic and mutually beneficial India–New Zealand Free Trade Agreement (FTA). Both leaders expressed confidence in doubling bilateral trade over the next 5 years and an investment of USD 20 billion in India from New Zealand over the next 15 years. They also welcomed the progress achieved in other areas of bilateral cooperation.এই সপ্তাহত ভাৰতৰ ওপৰত বিশ্বৰ দৃষ্টি
March 26th, 12:06 pm
ভাৰতে প্ৰতিৰক্ষা আৰু প্ৰযুক্তিবিদ্যাৰ পৰা আৰম্ভ কৰি বিশ্ব বাণিজ্য আৰু কূটনীতিলৈকে বিভিন্ন খণ্ডত নিজৰ নাম উজলাই তুলিছে। এই সপ্তাহত দেশখনে ইয়াৰ নৌসেনা শক্তি সবলীকৰণ, ভৱিষ্যতৰ পৰিবহণক আকোঁৱালি লোৱাৰ লগতে বিশ্ব অংশীদাৰৰ সৈতে অৰ্থনৈতিক সম্পৰ্ক গঢ়ি তুলিছে।Prime Minister attends Raisina Dialogue 2025
March 17th, 10:29 pm
PM Modi attended the 10th Raisina Dialogue 2025 in New Delhi on March 17, alongside New Zealand PM Christopher Luxon.প্ৰধানমন্ত্ৰী শ্ৰী নৰেন্দ্ৰ মোদী আৰু নিউজিলেণ্ডৰ প্ৰধানমন্ত্ৰী ক্ৰিষ্টোফাৰ লাক্সনে গুৰদ্বাৰা ৰাকব গঞ্জ চাহিব ভ্ৰমণ কৰে
March 17th, 10:26 pm
প্ৰধানমন্ত্ৰী শ্ৰী নৰেন্দ্ৰ মোদী আৰু নিউজিলেণ্ডৰ প্ৰধানমন্ত্ৰী ক্রিষ্টোফাৰ লাক্সনে নতুন দিল্লীৰ গুৰদ্বাৰা ৰাকব গঞ্জ চাহিব ভ্ৰমণ কৰে। এই ভ্ৰমণৰ বিষয়ে কিছু আভাস ভাগ-বতৰা কৰি শ্ৰী মোদীয়ে কয় যে শিখ সম্প্ৰদায়ৰ সেৱা আৰু মানৱতাৰ প্ৰতি অটল দায়বদ্ধতা সমগ্ৰ বিশ্বতে সঁচাকৈয়ে প্ৰশংসনীয়।ভাৰত-নিউজিলেণ্ডৰ যুটীয়া বিবৃতি
March 17th, 02:39 pm
ভাৰতৰ প্ৰধানমন্ত্ৰী শ্ৰী নৰেন্দ্ৰ মোদীৰ আমন্ত্ৰণমৰ্মে নিউজিলেণ্ডৰ প্ৰধানমন্ত্ৰী শ্ৰী ক্ৰিষ্টোফাৰ লাক্সন ২০২৫ চনৰ ১৬মাৰ্চৰ পৰা ২০ মাৰ্চলৈ চৰকাৰী ভ্ৰমণসূচী লৈ ভাৰতলৈ আহিছে। প্ৰধানমন্ত্ৰী হিচাপে প্ৰথমবাৰৰ বাবে ভাৰত ভ্ৰমণলৈ অহা প্ৰধানমন্ত্ৰী লাক্সনে নতুন দিল্লী আৰু মুম্বাই ভ্ৰমণ কৰিছে। তেওঁৰ লগত পৰ্যটন আৰু আতিথ্য মন্ত্ৰী লুইছ আপষ্টন, খিলঞ্জীয়া সম্প্ৰদায় আৰু ক্ৰীড়া আৰু বিনোদন মন্ত্ৰী মাৰ্ক মিচেল, বাণিজ্য আৰু বিনিয়োগ, কৃষি আৰু বন মন্ত্ৰী টড মেকক্লে আৰু কেবাগৰাকীও বিষয়াৰ এটা উচ্চ পৰ্যায়ৰ প্ৰতিনিধি দল তথা ব্যৱসায়, সম্প্ৰদায়, সংবাদ মাধ্যম আৰু সাংস্কৃতিক গোটৰ প্ৰতিনিধি দলেও এই ভ্ৰমণত অংশগ্ৰহণ কৰিছে।ফলাফলৰ সবিশেষঃ নিউজিলেণ্ডৰ প্ৰধানমন্ত্ৰী শ্ৰীযুত ক্ৰিষ্টোফাৰ লাক্সনৰ ভাৰত ভ্ৰমণ
March 17th, 02:27 pm
ভাৰত আৰু নিউজিলেণ্ডৰ মাজত মুক্ত বাণিজ্য চুক্তি (এফটিএ) সন্দৰ্ভত আলোচনা আৰম্ভ কৰাভাৰত-নিউজিলেণ্ডৰ যুটীয়া প্ৰেছ বিবৃতিৰ সময়ত প্ৰধানমন্ত্ৰীৰ প্ৰেছ বিবৃতিৰ অসমীয়া অনুবাদ
March 17th, 01:05 pm
মই প্ৰধানমন্ত্ৰী লাক্সন আৰু তেওঁৰ প্ৰতিনিধি দলটোক ভাৰতলৈ উষ্ম আদৰণি জনাইছোঁ। ভাৰতৰ সৈতে প্ৰধানমন্ত্ৰী লাক্সনৰ দীৰ্ঘদিনীয়া সম্পৰ্ক আছে। কেইদিনমান পূৰ্বে তেওঁ অকলেণ্ডত হোলীৰ আনন্দময় উৎসৱ পালন কৰা কাৰ্য্য আমি সকলোৱে প্ৰত্যক্ষ কৰিছিলোঁ। নিউজিলেণ্ডত বসবাস কৰা ভাৰতীয় মূলৰ জনসাধাৰণৰ প্ৰতি প্ৰধানমন্ত্ৰী লাক্সনৰ মৰমৰপৰাও এই কথা বুজিব পাৰি। তেওঁৰ লগত ভাৰতলৈ এটা বৃহৎ প্ৰতিনিধি দল আহিছে। তেওঁৰ দৰে এজন যুৱ, শক্তিশালী আৰু প্ৰতিভাশালী নেতাক এইবাৰ ৰাইচিনা ডায়লগৰ মুখ্য অতিথি হিচাপে লাভ কৰাটো আমাৰ বাবে অতিশয় আনন্দৰ বিষয়।‘আছিয়ান-ভাৰত শীৰ্ষ সন্মিলন’ৰ আহৰি পৰত নিউজিলেণ্ডৰ প্ৰধানমন্ত্ৰীৰ সৈতে প্ৰধানমন্ত্ৰীৰ বৈঠক
October 10th, 07:18 pm
প্ৰধানমন্ত্ৰী শ্ৰী নৰেন্দ্ৰ মোদী আৰু নিউজিলেণ্ডৰ মহামহিম প্ৰধানমন্ত্ৰী ক্ৰিষ্টোফাৰ লাক্সনে আজি লাও পিডিআৰৰ ভিয়েনটিয়ানত অনুষ্ঠিত আছিয়ান-ভাৰত শীৰ্ষ সন্মিলনৰ আহৰি পৰত এক বৈঠকত মিলিত হয়। দুয়োগৰাকী নেতাৰ মাজত এইখন প্ৰথম বৈঠক আছিল।প্ৰধানমন্ত্ৰী নৰেন্দ্ৰ মোদীয়ে নিউজিলেণ্ডৰ প্ৰধানমন্ত্ৰীৰ সৈতে বাৰ্তালাপ কৰে
July 20th, 02:37 am
প্ৰধানমন্ত্ৰী নৰেন্দ্ৰ মোদীয়ে নিউজিলেণ্ডৰ প্ৰধানমন্ত্ৰী মহামহিম ক্রিষ্টোফাৰ লাক্সনৰপৰা এটি টেলিফোন কল লাভ কৰে।আই চি চি ক্ৰিকেট বিশ্বকাপ ২০২৩ৰ ফাইনেলত প্ৰৱেশৰ বাবে ভাৰতীয় ক্ৰিকেট দলক প্ৰধানমন্ত্ৰীৰ অভিনন্দন
November 15th, 11:51 pm
প্ৰধানমন্ত্ৰী শ্ৰী নৰেন্দ্ৰ মোদীয়ে আই চি চি ক্ৰিকেট বিশ্বকাপ ২০২৩ৰ ছেমিফাইনেলত নিউজিলেণ্ডৰ বিৰুদ্ধে ভাৰতীয় ক্ৰিকেট দলৰ অনবদ্য বিজয়ৰ বাবে অভিনন্দন জ্ঞাপন কৰিছে।PM congratulates Indian Cricket Team on their victory against New Zealand in Men’s ODI Cricket World Cup 2023
October 22nd, 11:23 pm
The Prime Minister, Shri Narendra Modi has congratulated the Indian Cricket Team on their splendid victory against New Zealand in Men’s ODI Cricket World Cup 2023.নিউজিলেণ্ডৰ সাধাৰণ নিৰ্বাচনত বিজয়ৰ বাবে ক্ৰিষ্টোফাৰ লাক্সনক অভিনন্দন প্ৰধানমন্ত্ৰীৰ
October 16th, 09:05 am
প্ৰধানমন্ত্ৰী শ্ৰী নৰেন্দ্ৰ মোদীয়ে নিউজিলেণ্ডৰ সাধাৰণৰ নিৰ্বাচনত ক্ৰিষ্টোফাৰ লাক্সনৰ দলৰ বিজয়ৰ বাবে তেওঁক অভিনন্দন জ্ঞাপন কৰে৷Modernization of stations will create a new atmosphere for development in the country: PM Modi
August 06th, 11:30 am
In a historic move, PM Modi laid the foundation stone for the redevelopment of 508 Railway Stations across the country via video conferencing. Redeveloped at a cost of more than Rs 24,470 crores, these 508 stations are spread across 27 states and union territories. Addressing the gathering, the PM Modi remarked “There is new energy, new inspirations and new resolutions”, the Prime Minister said underlining that it is the beginning of a new chapter in the history of Indian Railway.সমগ্ৰ দেশৰ ৫০৮টা ৰে’লৱে ষ্টেচনৰ পুনৰ উন্নয়নৰ আধাৰশিলা স্থাপন প্ৰধানমন্ত্ৰীৰ
August 06th, 11:05 am
২৪,৪৭০ কোটিতকৈ অধিক টকা ব্যয়েৰে পুনৰ উন্নয়ন কৰা এই ৫০৮টা ষ্টেচন ২৭ খন ৰাজ্য আৰু কেন্দ্ৰীয় শাসিত অঞ্চলক সামৰি লৈছে, যাৰ ভিতৰত উত্তৰ প্ৰদেশ আৰু ৰাজস্থানত ৫৫ টাকৈ, বিহাৰত ৪৯টা, মহাৰাষ্ট্ৰত ৪৪, পশ্চিমবংগত ৩৭, মধ্য প্ৰদেশত ৩৪, অসমত ৩২টা ওড়িশাত ২৫ টা, পঞ্জাৱত ২২টা, গুজৰাট আৰু তেলেংগানাত ২১টাকৈ, ঝাৰখণ্ডত ২০টা, অন্ধ্ৰপ্ৰদেশ আৰু তামিলনাডুত ১৮টাকৈ, হাৰিয়ানাত ১৫টা, কৰ্ণাটকত ১৩ টা ষ্টেচন আছে৷‘মন কি বাত’ৰ প্ৰতি মানুহে যি মৰম দেখুৱাইছে সেয়া অভূতপূৰ্বঃ প্ৰধানমন্ত্ৰী মোডী
May 28th, 11:30 am
'মন কী বাত'লৈ আকৌ এবাৰ আপোনালোক সকলোকে এক উষ্ম আদৰণি জনাইছো। এইবাৰ 'মন কী বাত'ৰ এই খণ্ডটো ইয়াৰ দ্বিতীয়টো শতিকাৰ আৰম্ভণি খণ্ড। যোৱা মাহত আমি সকলোৱে ইয়াৰ বিশেষ শতিকা উদযাপন কৰিছো। আপোনালোকৰ অংশগ্ৰহণ হৈছে এই কাৰ্যসূচীৰ আটাইতকৈ ডাঙৰ শক্তি। শততম খণ্ডৰ সম্প্ৰচাৰৰ সময়ত, এক প্ৰকাৰে সমগ্ৰ দেশ যেন একেডাল সূতাৰে বান্ধ খাইছিল। অনাময় কৰ্মচাৰী ভাই-ভনী হওক বা বিভিন্ন খণ্ডৰ ব্যক্তিয়েই হওঁক, 'মন কী বাতে' সকলোকে একত্ৰিত কৰিবলৈ চেষ্টা কৰিছে। 'মন কী বাত'ৰ বাবে আপোনালোক সকলোৱে দেখুওৱা স্নেহ আৰু মৰম অভূতপূৰ্ব, ই মানুহক আৱেগিক কৰি তোলে। যেতিয়া 'মন কী বাত' সম্প্ৰচাৰ কৰা হৈছিল, পৃথিৱীৰ বিভিন্ন দেশত, বিভিন্ন সময় অঞ্চলত, কৰবাত সন্ধিয়া হৈছিল আৰু কৰবাত ৰাতি পলম হৈছিল... তথাপিও, বহু সংখ্যক লোকে শততম খণ্ডটো শুনিবলৈ সময় উলিয়াইছিল। মই হাজাৰ হাজাৰ মাইল দূৰত থকা নিউজিলেণ্ডৰ সেই ভিডিঅ'টোও দেখিছিলো, য'ত এগৰাকী ১০০ বছৰীয়া মহিলাই তেওঁৰ মাতৃসূলভ আশীৰ্বাদ দিছে। ভাৰত আৰু বিদেশৰ মানুহে 'মন কী বাত' সন্দৰ্ভত তেওঁলোকৰ মতামত প্ৰকাশ কৰিছে। বহুলোকে গঠনমূলক বিশ্লেষণো আগবঢ়াইছে। 'মন কী বাত'ত কেৱল দেশ আৰু দেশবাসীৰ সাফল্যৰ বিষয়ে আলোচনা কৰা হৈছে বুলি ৰাইজে প্ৰশংসা কৰিছে। এই আশীৰ্বাদৰ বাবে মই আপোনালোক সকলোকে সম্পূৰ্ণ সন্মান জনাইছো।নিউজিলেণ্ডৰ প্ৰধানমন্ত্ৰীৰ সৈতে প্ৰধানমন্ত্ৰীৰ বৈঠক
May 22nd, 02:51 pm
প্ৰধানমন্ত্ৰী শ্ৰী নৰেন্দ্ৰ মোদীয়ে ভাৰত-প্ৰশান্ত মহাসাগৰীয় দ্বীপপুঞ্জ সহযোগিতা মঞ্চৰ (এফআইপিআইচি) তৃতীয় শীৰ্ষ সন্মিলনৰ সময়ত ২০২৩ চনৰ ২২ মে'ত নিউজিলেণ্ডৰ প্ৰধানমন্ত্ৰী মহামহিম শ্ৰী ক্ৰিছ হিপকিন্সৰ সৈতে পোৰ্ট মৰেছবিত এক বৈঠকত মিলিত হয়। দুয়োগৰাকী প্ৰধানমন্ত্ৰীৰ মাজত এইয়া প্ৰথম বাৰ্তালাপ আছিল।Our policy-making is based on the pulse of the people: PM Modi
July 08th, 06:31 pm
PM Modi addressed the first ‘Arun Jaitley Memorial Lecture’ in New Delhi. In his remarks, PM Modi said, We adopted the way of growth through inclusivity and tried for everyone’s inclusion. The PM listed measures like providing gas connections to more than 9 crore women, more than 10 crore toilets for the poor, more than 45 crore Jan Dhan accounts, 3 crore pucca houses to the poor.PM Modi addresses the first "Arun Jaitley Memorial Lecture" in New Delhi
July 08th, 06:30 pm
PM Modi addressed the first ‘Arun Jaitley Memorial Lecture’ in New Delhi. In his remarks, PM Modi said, We adopted the way of growth through inclusivity and tried for everyone’s inclusion. The PM listed measures like providing gas connections to more than 9 crore women, more than 10 crore toilets for the poor, more than 45 crore Jan Dhan accounts, 3 crore pucca houses to the poor.ইণ্ডো-পেচিফিক ইকনমিক ফ্ৰেমৱৰ্ক ফৰ প্ৰচপাৰিটিৰ উদ্বোধনী কাৰ্য্যসূচীত অংশগ্ৰহণ প্ৰধানমন্ত্ৰীৰ
May 23rd, 02:19 pm
প্ৰধানমন্ত্ৰী শ্ৰী নৰেন্দ্ৰ মোদীয়ে আজি টকিঅ’ত ইণ্ডো-পেচিফিক ইকনমিক ফ্ৰেমৱৰ্ক ফৰ প্ৰচপাৰিটি (IPEF) ৰ উদ্বোধনী অনুষ্ঠানত অংশগ্ৰহণ কৰে। এই কাৰ্য্যসূচীত আমেৰিকা যুক্তৰাষ্ট্ৰৰ ৰাষ্ট্ৰপতি মহামহিম জোচেফ আৰ. বাইডেন আৰু জাপানৰ প্ৰধানমন্ত্ৰী মহামহিম কিশিদা ফুমিঅ’কে প্ৰমুখ্য কৰি অষ্ট্ৰেলিয়া, ব্ৰুনাই, ইণ্ডোনেছিয়া, কোৰিয়া গণৰাজ্য, মালয়েছিয়া, নিউজিলেণ্ড, ফিলিপাইনছ, ছিংগাপুৰ, থাইলেণ্ড আৰু ভিয়েটনাম আদি অংশীদাৰ দেশৰ নেতাসকলে ভাৰ্চুৱেলভাৱে অংশগ্ৰহণ কৰে।Influence of Guru Nanak Dev Ji is distinctly visible all over the world: PM Modi during Mann Ki Baat
November 29th, 11:00 am
During Mann Ki Baat, PM Modi spoke on a wide range of subjects. He mentioned how in the last few years, India has successfully brought back many stolen idols and artifacts from several nations. PM Modi remembered Guru Nanak Dev Ji and said His influence is distinctly visible across the globe. He paid rich tributes to Sri Aurobindo and spoke at length about his Swadeshi philosophy. PM Modi highlighted the recent agricultural reforms and added how they have helped open new doors of possibilities for farmers.