ভাৰতৰ প্ৰধানমন্ত্ৰী শ্ৰী নৰেন্দ্ৰ মোদীৰ জৰ্ডানৰ হাশ্বেমাইত সাম্ৰাজ্য ভ্ৰমণ সন্দৰ্ভত যুটীয়া বিবৃতি
December 16th, 03:56 pm
জৰ্ডানৰ হাশ্বেমাইত সাম্ৰাজ্যৰ মহামহিম ৰজা দ্বিতীয় আব্দুল্লাহ ইবনে আল হুছেইনৰ আমন্ত্ৰণক্ৰমে ভাৰতৰ প্ৰধানমন্ত্ৰী শ্ৰী নৰেন্দ্ৰ মোদীয়ে ১৫-১৬ ডিচেম্বৰ, ২০২৫ত জৰ্ডানৰ হাশ্বেমাইত সাম্ৰাজ্য ভ্ৰমণ কৰে।২০ - ২১ জুনত বিহাৰ, ওড়িশা আৰু অন্ধ্ৰ প্ৰদেশ ভ্ৰমণ কৰিব প্ৰধানমন্ত্ৰীয়ে
June 19th, 05:48 pm
প্ৰধানমন্ত্ৰী শ্ৰী নৰেন্দ্ৰ মোদীয়ে ২০ - ২১ জুনত বিহাৰ, ওড়িশা আৰু অন্ধ্ৰ প্ৰদেশ ভ্ৰমণ কৰিব। অহা ২০ জুনত তেওঁ বিহাৰৰ ছিৱান ভ্ৰমণ কৰি দুপৰীয়া প্ৰায় ১২ বজাত আধাৰশিলা স্থাপনৰ লগতে একাধিক উন্নয়নমূলক প্ৰকল্প উদ্বোধন কৰিব। লগতে এই উপলক্ষে সভাত ভাষণ দিব।এই সপ্তাহত ভাৰতৰ ওপৰত বিশ্বৰ দৃষ্টি
April 22nd, 12:27 pm
কূটনৈতিক ফোন কলৰ পৰা আৰম্ভ কৰি যুগান্তকাৰী বৈজ্ঞানিক আৱিষ্কাৰলৈকে এই সপ্তাহত বিশ্বৰ মঞ্চত ভাৰতৰ উপস্থিতি সহযোগিতা, উদ্ভাৱন, আৰু সাংস্কৃতিক গৌৰৱৰ দ্বাৰা চিহ্নিত কৰা হৈছে।Success of Humanity lies in our collective strength, not in the battlefield: PM Modi at UN Summit
September 23rd, 09:32 pm
Prime Minister Narendra Modi addressed the 'Summit of the Future' at the United Nations in New York, advocating for a human-centric approach to global peace, development, and prosperity. He highlighted India's success in lifting 250 million people out of poverty, expressed solidarity with the Global South, and called for balanced tech regulations. He also emphasized the need for UN Security Council reforms to meet global ambitions.Prime Minister’s Address at the ‘Summit of the Future’
September 23rd, 09:12 pm
Prime Minister Narendra Modi addressed the 'Summit of the Future' at the United Nations in New York, advocating for a human-centric approach to global peace, development, and prosperity. He highlighted India's success in lifting 250 million people out of poverty, expressed solidarity with the Global South, and called for balanced tech regulations. He also emphasized the need for UN Security Council reforms to meet global ambitions.PM Modi meets President of Palestine
September 23rd, 06:32 am
PM Modi met the President of Palestine, H.E. Mahmoud Abbas in New York. The PM reaffirmed India's commitment to supporting the early restoration of peace and stability in the region and discussed ways to further strengthen the friendship with the people of Palestine.PM Modi meets Prime Minister of Nepal
September 23rd, 06:25 am
PM Modi met PM K.P. Sharma Oli of Nepal in New York. The two leaders reviewed the unique and close bilateral relationship between India and Nepal, and expressed satisfaction at the progress made in perse sectors including development partnership, hydropower cooperation, people-to-people ties, and enhancing connectivity – physical, digital and in the domain of energy.PM Modi attends the CEOs Roundtable
September 23rd, 06:20 am
PM Modi interacted with technology industry leaders in New York. The PM highlighted the economic transformation happening in India, particularly in electronics and information technology manufacturing, semiconductors, biotech and green development. The CEOs expressed their strong interest in investing and collaborating with India.মাৰ্কিন যুক্তৰাষ্ট্ৰৰ নিউয়ৰ্কত ভাৰতীয় সমূদায়ক উদ্দেশ্যি প্ৰধানমন্ত্ৰীৰ ভাষণৰ অসমীয়া অনুবাদ
September 22nd, 10:00 pm
নমস্কে ইউ. এছ! এতিয়া আনকি আমাৰ “নমস্তে”ও বহুজাতিক হৈ পৰিছে, স্থানীয়ৰ পৰা বিশ্বজুৰি পৰিৱৰ্তন হৈছে আৰু এই সকলোবোৰ আপোনালোকৰ বাবেই হৈছে। ভাৰতক হৃদয়ত ধৰি ৰখা প্ৰতিজন ভাৰতীয়ই এই কাম সম্ভৱ কৰি তুলিছে।নিউয়ৰ্কত ভাৰতীয় সম্প্ৰদায়ক প্ৰধানমন্ত্ৰীৰ সম্বোধন
September 22nd, 09:30 pm
প্ৰধানমন্ত্ৰী শ্ৰী নৰেন্দ্ৰ মোদীয়ে আজি নিউয়ৰ্কৰ লং আইলেণ্ডত অনুষ্ঠিত এক অনুষ্ঠানত ভাৰতীয় সম্প্ৰদায়ৰ এক বৃহৎ সমাৱেশক সম্বোধন কৰে। ১৫,০০০ৰো অধিক লোক অনুষ্ঠানটোত উপস্থিত থাকে।নিউয়ৰ্কত উপস্থিত প্ৰধানমন্ত্ৰী মোদী
September 22nd, 11:19 am
ডেলাৱেৰত কোৱাড লিডাৰ্ছৰ সফল সন্মিলনৰ সামৰণি পৰাৰ পিছত প্ৰধানমন্ত্ৰী নৰেন্দ্ৰ মোদীয়ে কিছুসময়ৰ পূৰ্বে নিউয়ৰ্কত উপস্থিত হয়। তেওঁ চহৰখনত এক সমুদায়ৰ অনুষ্ঠান আৰু ‘ভৱিষ্যতৰ সন্মিলন’কে ধৰি বিভিন্ন অনুষ্ঠানত অংশগ্ৰহণ কৰিব।আমেৰিকা যুক্তৰাষ্ট্ৰ ভ্ৰমণৰ পূৰ্বে প্ৰধানমন্ত্ৰীৰ প্ৰস্থান বিবৃতি
September 21st, 04:15 am
ৰাষ্ট্ৰপতি বাইডেনে তেওঁৰ গৃহচহৰ উইলমিংটনত আয়োজন কৰা ‘কোৱাড সন্মিলন’ত অংশগ্ৰহণ কৰিবলৈ আৰু নিউয়ৰ্কত ‘ৰাষ্ট্ৰসংঘৰ সাধাৰণ পৰিষদ’ৰ ‘ভৱিষ্য সন্মিলন’ত ভাষণ দিবলৈ বুলি মই আজি তিনিদিনীয়া আমেৰিকা ভ্ৰমণসূচী আৰম্ভ কৰিছোঁ।২১ৰপৰা ২৩ ছেপ্টেম্বৰলৈ মাৰ্কিন যুক্তৰাষ্ট্ৰ ভ্ৰমণ প্ৰধানমন্ত্ৰী মোদীৰ
September 19th, 03:07 pm
২০২৪ চনৰ ২১-২৩ ছেপ্টেম্বৰৰ ভিতৰত প্ৰধানমন্ত্ৰী মোদীয়ে আমেৰিকা ভ্ৰমণ কৰিব।এই ভ্ৰমণৰ সময়ত প্ৰধানমন্ত্ৰীয়ে ডেলাৱেৰৰ উইলমিংটনত অনুষ্ঠিত হ’বলগীয়া চতুৰ্থ কোৱাড লিডাৰ্ছ ছামিটত অংশগ্ৰহণ কৰিব। ২৩ ছেপ্টেম্বৰত নিউয়ৰ্কত অনুষ্ঠিত ৰাষ্ট্ৰসংঘৰ সাধাৰণ পৰিষদত ‘ভৱিষ্যতৰ সন্মিলন’ত প্ৰধানমন্ত্ৰীয়ে ভাষণ আগবঢ়াব।সংবিধান আৰু গণতান্ত্ৰিক ব্যৱস্থাৰ ওপৰত অটল বিশ্বাস পুনৰ দৃঢ় কৰাৰ বাবে দেশবাসীলৈ কৃতজ্ঞতা জ্ঞাপন কৰিলোঁ: মন কী বাlত প্ৰধানমন্ত্ৰী মোদী
June 30th, 11:00 am
ফেব্ৰুৱাৰী মাহৰ পৰা এতিয়ালৈকে, যেতিয়াই মাহটোৰ শেষৰ দেওবাৰটো আহিছিল, তেতিয়াই আপোনালোকৰ লগত এই বাৰ্তালাপৰ অভাৱ অনুভৱ কৰিছিলোঁ। কিন্তু মোৰ এইটো দেখি বহুত ভাল লাগিছিল যে এই মাহবোৰত আপোনালোকে মোলৈ লাখ লাখ মেছেজ পঠালে। 'মন কী বাত' ৰেডিঅ' অনুষ্ঠানটো কেইমাহমানৰ বাবে বন্ধ হৈ থাকিলেও কিন্তু 'মান কী বাত'ৰ উচাহ দেশত, সমাজত, প্ৰতিদিনে ভাল কাম, নিস্বাৰ্থ মনোভাৱেৰে কৰা কাম, সমাজৰ কামৰ ওপৰত ইতিবাচক প্ৰভাৱ-অবিৰতভাৱে চলি থাকিল। নিৰ্বাচনৰ খবৰৰ মাজতে নিশ্চয় মনটোক চুই যোৱা এইবোৰ খবৰ আপোনালোকে লক্ষ্য কৰিছে।চিঅ’পি-২৮ত লিডাৰশ্বিপ গ্ৰুপ ফৰ ইণ্ডাষ্ট্ৰী ট্ৰানজিচনৰ দ্বিতীয় পৰ্যায় সহযোগিতাৰে আয়োজন কৰে ভাৰত আৰু ছুইডেনে
December 01st, 08:29 pm
প্ৰধানমন্ত্ৰী শ্ৰী নৰেন্দ্ৰ মোদীৰ সৈতে ছুইডেনৰ প্ৰধানমন্ত্ৰী উলফ ক্ৰীষ্টাৰছনে ডুবাইৰ চিঅ’পি-২৮ত ২০২৪-২৬ চনৰ বাবে লিডাৰশ্বিপ গ্ৰুপ ফৰ ইণ্ডাষ্ট্ৰী ট্ৰানজিচন (লিডআইটি ২.০)ৰ দ্বিতীয় পৰ্যায়ৰ সহযোগিতাৰে আৰম্ভ কৰে।আমেৰিকান চিন্তন বিশেষজ্ঞৰ এটা গোটৰ সৈতে বৈঠকত মিলিত প্ৰধানমন্ত্ৰী
June 21st, 08:58 am
প্ৰধানমন্ত্ৰী শ্ৰী নৰেন্দ্ৰ মোদীয়ে আজি আমেৰিকা যুক্তৰাষ্ট্ৰৰ নিউয়ৰ্কত আমেৰিকান চিন্তন বিশেষজ্ঞৰ এটা গোটক সাক্ষাৎ কৰে।শিক্ষাবিদ তথা বিশিষ্ট বুদ্ধিজীৱী অধ্যাপক নিকোলাছ তালেবৰ সৈতে প্ৰধানমন্ত্ৰীৰ বৈঠক
June 21st, 08:24 am
প্ৰধানমন্ত্ৰী শ্ৰী নৰেন্দ্ৰ মোদীয়ে আজি আমেৰিকাৰ নিউয়ৰ্কত বিশিষ্ট মাৰ্কিন গাণিতজ্ঞ পৰিসংখ্যাবিদ, শিক্ষাবিদ, বিশিষ্ট বুদ্ধিজীৱী তথা লেখক, অধ্যাপক নিকোলাছ তালেবক সাক্ষাৎ কৰে।আমেৰিকা আৰু ইজিপ্ট ভ্ৰমণৰ প্রাক্কালত প্রধানমন্ত্রীৰ বিবৃতি
June 20th, 07:00 am
নিউইয়র্ক ভ্ৰমণেৰে মোৰ যাত্রা আৰম্ভ হ'ব। তাত ৰাষ্ট্রসংঘৰ সদৰ কার্যালয়ত ৰাষ্ট্রসংঘৰ নেতৃবৃন্দ আৰু বিভিন্ন দেশৰ সদস্যসকলৰ সৈতে মই ২১ জুনত আন্তর্জাতিক যোগ দিৱস উদযাপন কৰিম। এই বিশেষ উদযাপনৰ বাবে মই অপেক্ষা কৰি আছোঁ, য'ত ২০১৪ চনৰ ডিচেম্বৰত আন্তর্জাতিক যোগ দিৱস পালনৰ বাবে ভাৰতৰ প্রস্তাৱক সমর্থন জনোৱা হৈছিল।২৫ ছেপ্টেম্বৰত ‘গ্ল’বেল চিটিজেন লাইভ’ ত ভিডিঅ’ সম্বোধন কৰিব প্ৰধানমন্ত্ৰীয়ে
September 24th, 05:31 pm
প্ৰধানমন্ত্ৰী শ্ৰী নৰেন্দ্ৰ মোদীয়ে ২৫ ছেপ্টেম্বৰ, ২০২১ ৰ সন্ধিয়া ‘গ্ল’বেল চিটিজেন লাইভ’ কাৰ্য্যসূচীত ভিডিঅ’ সম্বোধন কৰিব।Prime Minister to address High-Level Segment of ECOSOC on 17 July, 2020
July 16th, 11:36 am
PM Modi will deliver a keynote address virtually at this year’s High-Level Segment of the UN Economic and Social Council session on 17th July. This will be first opportunity for PM to address the broader UN membership since India’s overwhelming election as a non-permanent member of the Security Council on 17th June.