ইজৰাইলৰ প্ৰধানমন্ত্ৰীৰ সৈতে প্ৰধানমন্ত্ৰীৰ টেলিফোনযোগে বাৰ্তালাপ
January 07th, 03:03 pm
প্ৰধানমন্ত্ৰী শ্ৰী নৰেন্দ্ৰ মোদীয়ে আজি ইজৰাইলৰ প্ৰধানমন্ত্ৰী মাননীয় বেঞ্জামিন নেতান্যাহুৰ সৈতে টেলিফোনযোগে বাৰ্তালাপ কৰে।দৃঢ়তা আৰু ইচ্ছাশক্তিত গুৰুত্ব আৰোপ কৰা সুভাশিতম্ শ্বেয়াৰ প্ৰধানমন্ত্ৰীৰ
January 02nd, 09:43 am
প্ৰধানমন্ত্ৰী শ্ৰী নৰেন্দ্ৰ মোদীয়ে নৱবৰ্ষ উপলক্ষে সকলোৰে প্ৰতি আন্তৰিক শুভেচ্ছা জ্ঞাপন কৰিছে আৰু লগতে আশা প্ৰকাশ কৰিছে যে অনাগত সময়ত প্ৰতিজন ব্যক্তিয়ে নিজৰ প্ৰচেষ্টাত সফলতা লাভ কৰিব।জীৱনৰ লক্ষ্য কিদৰে গুণেৰে সমৃদ্ধ, সেই বিষয়ে আলোকপাত কৰি সুভাষিতাম শ্বেয়াৰ কৰিলে প্ৰধানমন্ত্ৰীয়ে
January 01st, 11:24 am
প্ৰধানমন্ত্ৰী শ্ৰী নৰেন্দ্ৰ মোদীয়ে দেশবাসীক ২০২৬ বৰ্ষৰ আন্তৰিক শুভেচ্ছা জনাইছে।নতুন বছৰৰ শুভেচ্ছা প্ৰধানমন্ত্ৰীৰ
January 01st, 11:22 am
প্ৰধানমন্ত্ৰী শ্ৰী নৰেন্দ্ৰ মোদীয়ে সকলোকে ২০২৬ নববৰ্ষৰ শুভকামনা জনাইছে।আইএনএছভিৰ কৌণ্ডিন্য ক্ৰুলৈ নৱবৰ্ষৰ শুভেচ্ছা জনালে প্ৰধানমন্ত্ৰীয়ে
December 31st, 11:30 pm
প্ৰধানমন্ত্ৰী শ্ৰী নৰেন্দ্ৰ মোদীয়ে বৰ্তমান সাগৰত চলি থকা আইএনএছভি কৌণ্ডিন্যৰ এখন ছবি লাভ কৰি আনন্দ প্ৰকাশ কৰে। প্ৰধানমন্ত্ৰীয়ে ২০২৬ বৰ্ষক আদৰিবলৈ দেশ খনে প্ৰস্তুতি চলোৱাৰ সময়ত ক্ৰুৰ উৎসাহক প্ৰশংসা কৰে আৰু আন্তৰিক শুভেচ্ছা জনায়। এক্সৰ এটা পোষ্টত তেওঁ উল্লেখ কৰিছে যে- 'আইএনএছভি কৌণ্ডিন্যৰ দলৰ এই ছবিখন পাই আনন্দিত হৈছো!তেওঁলোকৰ উৎসাহ অতি হৃদয়স্পৰ্শী। আমি সকলোৱে ২০২৬ চনৰ আৰম্ভণি কৰিবলৈ সাজু হৈছো, সেয়েহে সাগৰত থকা আইএনএছভি কৌণ্ডিন্য দললৈ মোৰ বিশেষ শুভেচ্ছা জনাইছো।তেওঁলোকৰ বাকী যাত্ৰাও আনন্দ আৰু সফলতাৰে ভৰা হওক।এখন ‘বিকশিত ভাৰত’ৰ সংকল্প নিশ্চিতভাৱে পূৰণ হ’ব: ‘মন কী বাত’-ত প্ৰধানমন্ত্ৰী মোদী
December 28th, 11:30 am
‘মন কী বাত’-ৰ বছৰটোৰ অন্তিমটো খণ্ডত প্ৰধানমন্ত্ৰী মোদীয়ে কয় যে ২০২৫ চনত ভাৰতে ৰাষ্ট্ৰীয় নিৰাপত্তা, ক্ৰীড়া, বিজ্ঞান পৰীক্ষাগাৰ আৰু বিশ্ব মঞ্চসমূহত নিজৰ নাম উজলাই তুলিছিল। তেওঁ আশা প্ৰকাশ কৰে যে ২০২৬ চনত দেশখনে নতুন সংকল্পৰে আগবাঢ়ি যাবলৈ সাজু হৈছে। প্ৰধানমন্ত্ৰীয়ে ‘বিকশিত ভাৰত যুৱ নেতা আলাপ’, ‘কুইজ প্ৰতিযোগিতা’, ‘স্মাৰ্ট ইণ্ডিয়া হেকাথন ২০২৫’ আৰু ‘ফিট ইণ্ডিয়া মুভমেণ্ট’ আদিৰ দৰে যুৱকেন্দ্ৰিক পদক্ষেপসমূহৰ সন্দৰ্ভতো আলোকপাত কৰে।নভৰোজ উপলক্ষ্যে সকলোকে শুভেচ্ছা জ্ঞাপন কৰিলে প্ৰধানমন্ত্ৰীয়ে
August 16th, 01:03 pm
প্ৰধানমন্ত্ৰীয়ে নভৰোজত সকলোকে শুভেচ্ছা জ্ঞাপন কৰিছে।প্ৰধানমন্ত্ৰীয়ে পইলা বৈশাখ উপলক্ষে শুভেচ্ছা জ্ঞাপন কৰিছে
April 15th, 08:49 am
প্ৰধানমন্ত্ৰী শ্ৰী নৰেন্দ্ৰ মোদীয়ে আজি পইলা বৈশাখ উপলক্ষে শুভেচ্ছা জ্ঞাপন কৰিছে।৩০.০৩.২০২৫ত ‘মন কী বাত’ৰ ১২০সংখ্যক খণ্ডত প্ৰধানমন্ত্ৰীৰ ভাষণৰ অসমীয়া অনুবাদ
March 30th, 11:30 am
নমস্কাৰ। আজি এটা অতি পবিত্ৰ দিনত আপোনালোকৰ লগত মোৰ চিন্তাধাৰা ব্যক্ত কৰাৰ সুযোগ পালোঁ। আজি চ’ত মাহৰ শুক্ল পক্ষৰ প্ৰতিপদ তিথি। আজিৰ পৰা আৰম্ভ হৈছে চৈত্ৰ নৱৰাত্ৰি। আজি ভাৰতীয় নৱবৰ্ষৰো আৰম্ভণি। এইবাৰ বিক্ৰম সংম্বাত ২০৮২ আৰম্ভ হৈছে। এই সময়ত মোৰ সন্মুখত আপোনালোকে পঠোৱা বহু চিঠি আছে। কোনোবাখন বিহাৰৰ, কোনোবাখন বংগৰ, কোনোবাখন তামিলনাডুৰ, কোনোবাখন গুজৰাটৰ। এই চিঠিসমূহত মানুহে নিজৰ চিন্তাবোৰ অতি আনন্দদায়ক ৰূপত লিখিছে। কেইবাখনো চিঠিত শুভেচ্ছা আৰু অভিনন্দন বাৰ্তাও আছে। আজি আপোনালোকৰ সৈতে কিছু বাৰ্তা শ্বেয়াৰ কৰিব ওলাইছোঁ-প্ৰধানমন্ত্ৰীয়ে সকলোকে ২০২৫ চনৰ শুভেচ্ছা জনাইছে
January 01st, 10:42 am
প্ৰধানমন্ত্ৰী শ্ৰী নৰেন্দ্ৰ মোদীয়ে আজি সকলোকে ২০২৫ চনৰ শুভেচ্ছা জ্ঞাপন কৰে।প্ৰধানমন্ত্ৰী শ্ৰী নৰেন্দ্ৰ মোদীয়ে নৱৰোজ উপলক্ষে শুভেচ্ছা জ্ঞাপন কৰে
August 15th, 04:10 pm
প্ৰধানমন্ত্ৰী শ্ৰী নৰেন্দ্ৰ মোদীয়ে আজি পাৰ্চী নৱবৰ্ষ নৱৰোজ উপলক্ষে সকলোকে শুভেচ্ছা জ্ঞাপন কৰে।প্ৰধানমন্ত্ৰীয়ে সকলোকে মধুময় ২০২৪ বৰ্ষৰ শুভেচ্ছা জনাইছে
January 01st, 08:06 am
প্ৰধানমন্ত্ৰী শ্ৰী নৰেন্দ্ৰ মোদীয়ে সকলোকে মধুময় ২০২৪ বৰ্ষৰ শুভেচ্ছা জনাইছে।প্ৰধানমন্ত্ৰীয়ে যোৱা সন্ধিয়া আয়োজিত তামিল নৱবৰ্ষ উদযাপন কাৰ্যসূচীৰ কেইটামান স্মৰণীয় মুহূৰ্ত শ্বেয়াৰ কৰে
April 14th, 09:32 am
প্ৰধানমন্ত্ৰী শ্ৰী নৰেন্দ্ৰ মোদীয়ে যোৱা সন্ধিয়া নতুন দিল্লীত কেন্দ্ৰীয় ৰাজ্যিক মন্ত্ৰী ড০ এল মুৰুগানৰ বাসভৱনত আয়োজিত তামিল নৱবৰ্ষ উদযাপন কাৰ্যসূচীৰ কেইটামান স্মৰণীয় মুহূৰ্ত শ্বেয়াৰ কৰে। শ্ৰী মোদীয়ে তামিল নৱবৰ্ষ উদযাপন কাৰ্যসূচীৰ এটা ভিডিঅ' ক্লিপো শ্বেয়াৰ কৰিছে।দেশবাসীক নৱ সম্বাৎসৰৰ শুভেচ্ছা প্ৰধানমন্ত্ৰীৰ
March 22nd, 11:01 am
প্ৰধানমন্ত্ৰী শ্ৰী নৰেন্দ্ৰ মোদীয়ে নৱ সম্বাৎসৰ উপলক্ষে দেশবাসীক শুভেচ্ছা জ্ঞাপন কৰে।ইজিপ্তৰ ৰাষ্ট্ৰপতিৰ ভাৰত ভ্ৰমণৰ সময়ত প্ৰধানমন্ত্ৰী শ্ৰী নৰেন্দ্ৰ মোদীৰ প্ৰেছ বক্তব্য
January 25th, 05:22 pm
সৰ্বপ্ৰথমে মই ৰাষ্ট্ৰপতি ছিছি, আৰু তেওঁৰ ডেলিগেচনক ভাৰতলৈ আন্তৰিক আদৰণি জনাইছো। ৰাষ্ট্ৰপতি ছিছি কাইলৈ আমাৰ গণতন্ত্ৰ দিৱস সমাৰোহত মুখ্য অতিথি হিচাপে থাকিব। এয়া সমগ্ৰ ভাৰতৰ বাবে সন্মান আৰু আনন্দৰ বিষয়। মই এই কথাক লৈও আনন্দিত যে ইজিপ্তৰ এটা সৈন্য দলেও আমাৰ গণতন্ত্ৰ দিৱসত ভাগ লৈ পেৰেডৰ শোভা বৰ্ধন কৰিব।নৱবৰ্ষত দেশবাসীক শুভেচ্ছা প্ৰধানমন্ত্ৰীৰ
January 01st, 10:56 am
প্ৰধানমন্ত্ৰী শ্ৰী নৰেন্দ্ৰ মোদীয়ে দেশবাসীক নৱবৰ্ষৰ শুভেচ্ছা জনাইছে।নেপালৰ প্ৰধানমন্ত্ৰীৰ সৈতে যুটীয়া সংবাদ মেলত প্ৰধানমন্ত্ৰী শ্ৰী নৰেন্দ্ৰ মোদীৰ বক্তব্য
April 02nd, 01:39 pm
প্ৰধানমন্ত্ৰী দেউবাজীক ভাৰতলৈ আদৰণি জনাই মই খুবেই আনন্দিত। আজি ভাৰতীয় নৱবৰ্ষ আৰু নবৰাত্ৰিৰ পৱিত্ৰ উপলক্ষে দেউবাজীৰ শুভ আগমন হৈছে। মই তেওঁক আৰু ভাৰত তথা নেপালৰ সকলো নাগৰিকক নবৰাত্ৰিৰ বহুত বহুত শুভকামনা জনাইছো।নৱ বৰ্ষ উপলক্ষে ৰাষ্ট্ৰবাসীক শুভেচ্ছা জ্ঞাপন প্ৰধানমন্ত্ৰীৰ
January 01st, 12:47 pm
প্ৰধানমন্ত্ৰী শ্ৰী নৰেন্দ্ৰ মোদীয়ে ৰাষ্ট্ৰবাসীলৈ নৱ বৰ্ষৰ শুভেচ্ছা জ্ঞাপন কৰিছে৷গুজৰাটৰ ৰাজকোটত এইমছৰ আধাৰশিলা স্থাপন অনুষ্ঠানত প্ৰধানমন্ত্ৰীৰ ভাষণৰ অসমীয়া অনুবা
December 31st, 11:34 am
গুজৰাটৰ ৰাজ্যপাল আচাৰ্য দেৱব্ৰত জী, মুখ্যমন্ত্ৰী শ্ৰীমান বিজয় ৰূপানী জী, বিধানসভাৰ অধ্যক্ষ শ্ৰী ৰাজেন্দ্ৰ ত্ৰিবেদী জী, কেন্দ্ৰীয় স্বাস্থ্যমন্ত্ৰী ডা০ হৰ্ষবৰ্ধন জী, উপ–মুখ্যমন্ত্ৰী ভাই নীতিন পেটেল জী, মন্ত্ৰী পৰিষদৰ মোৰ সতীৰ্থ শ্ৰীমান অশ্বিনী চৌবে জী, মনুসুখ ভাই মাণ্ডাভিয়া জী, পুৰুষোত্তম ৰূপালা জী, গুজৰাট চৰকাৰৰ মন্ত্ৰী শ্ৰী ভূপেন্দ্ৰ চুড়াচমা জী, শ্ৰী কিশোৰ কনানী জী, অন্যান্য মন্ত্ৰী, সাংসদ আৰু বিশিষ্ট ব্যক্তি তথা ভাই–ভনীসকল,প্ৰধানমন্ত্ৰীয়ে ৰাজকোটত এইমছৰ আধাৰশিলা স্থাপন কৰ
December 31st, 11:33 am
প্ৰধানমন্ত্ৰী শ্ৰী নৰেন্দ্ৰ মোদীয়ে আজি এক ভিডিঅ’ কনফাৰেন্সৰ মাধ্যমেৰে এইমছ ৰাজকোটৰ আধাৰশিলা স্থাপন কৰে। কেন্দ্ৰীয় মন্ত্ৰী ড০ হৰ্ষ বৰ্ধন, গুজৰাটৰ ৰাজ্যপাল আচাৰ্য দেৱব্ৰত, গুজৰাটৰ মুখ্যমন্ত্ৰী শ্ৰী বিজয় ৰূপানীও অনুষ্ঠানত উপস্থিত থাকে।