পশ্চিমবংগৰ মালদাত একাধিক ৰে'ল আৰু পথ প্ৰকল্পৰ শুভাৰম্ভণি অনুষ্ঠানত প্ৰধানমন্ত্ৰীৰ ভাষণৰ অসমীয়া অনুবাদ

January 17th, 02:00 pm

আজি মালদাৰ পৰা পশ্চিমবংগৰ প্ৰগতিৰ গতি বৃদ্ধিৰ অভিযান অধিক ত্বৰান্বিত হৈছে। অলপ আগতে পশ্চিমবংগৰ বিকাশৰ সৈতে জড়িত বহুতো প্ৰকল্পৰ আধাৰশিলা স্থাপন আৰু উদ্বোধন কৰা হৈছে। পশ্চিমবংগলৈ নতুন ৰে'লসেৱা আগবঢ়োৱা হৈছে। এই প্ৰকল্পসমূহে জনসাধাৰণৰ যাতায়াত আৰু ব্যৱসায়-বাণিজ্য সহজ কৰি তুলিব। ৰে'লগাড়ীৰ মেৰামতিৰ সৈতে জড়িত এই সুবিধাসমূহে বংগৰ যুৱক-যুৱতীসকলক নতুন সুযোগ প্ৰদান কৰিব।

পশ্চিমবংগৰ মালদাত ৩,২৫০ কোটি টকাৰ একাধিক ৰে'ল আৰু পথ আন্তঃগাঁথনি প্ৰকল্প উদ্বোধন আৰু আধাৰশিলা স্থাপন প্ৰধানমন্ত্ৰী শ্ৰী নৰেন্দ্ৰ মোদীৰ

January 17th, 01:45 pm

প্ৰধানমন্ত্ৰী শ্ৰী নৰেন্দ্ৰ মোদীয়ে পশ্চিমবংগৰ মালদাত ৩,২৫০ কোটি টকাৰ একাধিক ৰে'ল আৰু পথ আন্তঃগাঁথনি প্ৰকল্প উদ্বোধন কৰাৰ লগতে আধাৰশিলাও স্থাপন কৰে। ইয়াৰ লক্ষ্য হৈছে পশ্চিমবংগ আৰু উত্তৰ-পূৰ্বাঞ্চলৰ যোগাযোগ ব্যৱস্থা শক্তিশালী কৰাৰ লগতে উন্নয়নৰ গতি ত্বৰান্বিত কৰা। অনুষ্ঠানত ভাষণ প্ৰদান কৰি শ্ৰী মোদীয়ে কয় যে মালদাৰ পৰা পশ্চিমবংগৰ প্ৰগতিৰ গতি ত্বৰান্বিত কৰাৰ অভিযানত অধিক গতি লাভ কৰিছে। তেওঁ উল্লেখ কৰে যে পশ্চিমবংগৰ বিকাশৰ সৈতে জড়িত কেইবাটাও প্ৰকল্প উদ্বোধন আৰু ৰাষ্ট্ৰৰ নামত উৎসৰ্গা কৰা হৈছে। প্ৰধানমন্ত্ৰীয়ে কয় যে পশ্চিমবংগৰ বাবে নতুন ৰে'ল সেৱাৰ সূচনা কৰা হৈছে আৰু এই প্ৰকল্পসমূহে জনসাধাৰণৰ যাত্ৰা সহজ কৰাৰ লগতে বাণিজ্য আৰু ব্যৱসায়ো সুচল কৰি তুলিব। তেওঁ গুৰুত্ব আৰোপ কৰে যে ইয়াত স্থাপন কৰা নতুন ৰে'ল পৰিচালনা সুবিধাই বংগৰ যুৱক-যুৱতীসকলক নতুন সুযোগ প্ৰদান কৰিব।

১৭-১৮ জানুৱাৰীত পশ্চিমবংগ ভ্ৰমণ প্ৰধানমন্ত্ৰীৰ

January 16th, 01:55 pm

১৭ জানুৱাৰীত প্ৰায় ১২.৪৫ বজাত প্ৰধানমন্ত্ৰীয়ে মালদা ভ্ৰমণ কৰি মালদা টাউন ৰে’লৱে ষ্টেচনত হাওৰা আৰু গুৱাহাটী (কামাখ্যা)ৰ মাজত ভাৰতৰ প্ৰথমখন বন্দে ভাৰত শ্লিপাৰ ট্ৰেইনৰ শুভাৰম্ভ কৰিব। তাৰ পাছত বিয়লি প্ৰায় ১.৪৫ বজাত, প্ৰধানমন্ত্ৰীয়ে মালদাত এক ৰাজহুৱা অনুষ্ঠানত ৩,২৫০ কোটি টকাতকৈও অধিক ব্যয়সাপেক্ষ একাধিক ৰে’ল আৰু পথ আন্তঃগাঁথনি প্ৰকল্প ৰাষ্ট্ৰলৈ উৎসৰ্গা কৰিব আৰু কিছুসংখ্যক প্ৰকল্পৰ আধাৰশিলা স্থাপন কৰিব।

অসমৰ গুৱাহাটীত লোকপ্ৰিয় গোপীনাথ বৰদলৈ আন্তঃৰাষ্ট্ৰীয় বিমানবন্দৰৰ টাৰ্মিনেল ভৱন উদ্বোধনৰ সময়ত প্ৰধানমন্ত্ৰীয়ে আগবঢ়োৱা ভাষণৰ পূৰ্ণপাঠ

December 20th, 03:20 pm

মোৰ ভাষণ আৰম্ভ কৰাৰ আগতে আপোনালোক সকলোকে এটা অনুৰোধ জনাইছো যে আজি এই বিজয়ৰ দিনটো এক অৰ্থত উন্নয়নৰ উদযাপনৰ দিন, কেৱল অসমেই নহয়, সমগ্ৰ উত্তৰ-পূৰ্বাঞ্চলৰ বাবে । সেয়ে আপোনালোকক মোবাইল ফোন উলিয়াই, টৰ্চ জ্বলাই, উন্নয়নৰ এই উদযাপনত অংশগ্ৰহণ কৰিবলৈ আহ্বান জনাইছো। সকলোৰে মোবাইল ফোন জ্বলিব লাগে আৰু সমগ্ৰ দেশে গুঞ্জৰিত হাতচাপৰিৰ মাজেৰে দেখিব যে অসমে উন্নয়নৰ উদযাপন কৰিছে। উন্নয়নৰ পোহৰ যেতিয়া সকলোৰে কাষত উপনীত হয় তেতিয়া জীৱনৰ প্ৰতিটো পথেই নতুন উচ্চতাত উপনীত হ’বলৈ আৰম্ভ কৰে। সকলোকে বহুত বহুত ধন্যবাদ।

অসমৰ গুৱাহাটীত লোকপ্ৰিয় গোপীনাথ বৰদলৈ আন্তঃৰাষ্ট্ৰীয় বিমানবন্দৰৰ নতুন টাৰ্মিনেল ভৱন উদ্বোধন কৰিলে প্ৰধানমন্ত্ৰী শ্ৰী নৰেন্দ্ৰ মোদীয়ে

December 20th, 03:10 pm

অসমৰ সংযোগ, অৰ্থনৈতিক সম্প্ৰসাৰণ আৰু বিশ্বজোৰা সংযোগৰ ক্ষেত্ৰত এক পৰিৱৰ্তনশীল মাইলৰ খুঁটি হিচাবে চিহ্নিত কৰি প্ৰধানমন্ত্ৰী শ্ৰী নৰেন্দ্ৰ মোদীয়ে আজি গুৱাহাটীত লোকপ্ৰিয় গোপীনাথ বৰদলৈ আন্তঃৰাষ্ট্ৰীয় বিমানবন্দৰৰ নতুন টাৰ্মিনেল ভৱন উদ্বোধন কৰে।

মহাৰাষ্ট্ৰ, মধ্যপ্ৰদেশ, পশ্চিমবংগ, বিহাৰ, ওড়িশা আৰু ঝাৰখণ্ডৰ ১৩খন জিলা সামৰি কেবিনেটৰ অনুমোদন জনোৱা চাৰিটা মাল্টিট্ৰেকিং প্ৰকল্পই ভাৰতীয় ৰে’লৰ বৰ্তমানৰ নেটৱৰ্ক প্ৰায় ৫৭৪ কিলোমিটাৰ বৃদ্ধি কৰিব

July 31st, 03:13 pm

প্ৰধানমন্ত্ৰী শ্ৰী নৰেন্দ্ৰ মোদীৰ অধ্যক্ষতাত অনুষ্ঠিত অৰ্থনৈতিক পৰিক্ৰমা কেবিনেট কমিটীয়ে আজি মুঠ প্ৰায় ১১,১৬৯ কোটি টকা ব্যয় সাপেক্ষে ৰেল মন্ত্ৰালয়ৰ ৪ (চাৰি)টা প্ৰকল্পত অনুমোদন জনায়। । এই প্ৰকল্পসমূহৰ ভিতৰত আছে:

শিলিগুৰিত 'বিকশিত ভাৰত বিকশিত পশ্চিম বংগ' কাৰ্যসূচীত প্ৰধানমন্ত্ৰীৰ ভাষণৰ অসমীয়া অনুবাদ

March 09th, 04:10 pm

পশ্চিম বংগৰ ৰাজ্যপাল চি ভি আনন্দবোসজী, মন্ত্ৰীসভাৰ মোৰ সহকৰ্মী নিশিথ প্ৰামানিকজী, জন বাৰ্লাজী, বিৰোধী দলৰ নেতা শুভেন্দু অধিকাৰীজী, সংসদৰ মোৰ সহকৰ্মী সুকান্ত মজুমদাৰজী, কুমাৰী দেৱশ্ৰী চৌধুৰীজী, খগেন মুৰ্মুজী, ৰাজু বিস্তাজী, ডঃ জয়ন্ত কুমাৰ ৰয়জী, বিধায়কসকল, অন্যান্য গণ্যমান্য মহিলা আৰু গণ্যমান্য ভদ্ৰলোকসকল।

পশ্চিম বংগৰ শিলিগুৰিত 'বিকশিত ভাৰত বিকশিত পশ্চিম বংগ' কাৰ্যসূচী সম্বোধন কৰে প্ৰধানমন্ত্ৰীয়ে

March 09th, 03:45 pm

প্ৰধানমন্ত্ৰী শ্ৰী নৰেন্দ্ৰ মোদীয়ে আজি পশ্চিম বংগৰ শিলিগুৰিত 'বিকশিত ভাৰত বিকশিত পশ্চিম বংগ' কাৰ্যসূচী সম্বোধন কৰে। তেওঁ পশ্চিম বংগত ৪৫০০ কোটি টকাৰো অধিক মূল্যৰ ৰে'ল আৰু পথ খণ্ডৰ একাধিক প্ৰকল্প উদ্বোধন কৰাৰ লগতে দেশবাসীৰ প্ৰতি উৎসৰ্গা কৰে।

প্ৰধানমন্ত্ৰীয়ে ২৯ মে’ত অসমৰ প্ৰথম বন্দে ভাৰত এক্সপ্ৰেছ অসমৰ পৰা পতাকা দেখুৱাই ৰাওনা কৰাব

May 28th, 05:35 pm

প্ৰধানমন্ত্ৰী শ্ৰী নৰেন্দ্ৰ মোদীয়ে ২৯ মে'ৰ দুপৰীয়া ১২ বজাত অসমৰ প্ৰথম বন্দে ভাৰত এক্সপ্ৰেছ ট্ৰেইন ভিডিঅ'কনফাৰেন্সৰ জৰিয়তে পতাকা দেখুৱাই ৰাওনা কৰাব।

The people of Bengal possess the spirit of Nation First: PM Modi

December 30th, 11:50 am

PM Modi flagged off the Vande Bharat Express, connecting Howrah to New Jalpaiguri as well as inaugurated other metro and railway projects in West Bengal via video conferencing. The PM linked reforms and development of Indian Railways with the development of the country. He said that the central government was making record investments in the modern railway infrastructure.

PM flags off Vande Bharat Express connecting Howrah to New Jalpaiguri via video conferencing

December 30th, 11:25 am

PM Modi flagged off the Vande Bharat Express, connecting Howrah to New Jalpaiguri as well as inaugurated other metro and railway projects in West Bengal via video conferencing. The PM linked reforms and development of Indian Railways with the development of the country. He said that the central government was making record investments in the modern railway infrastructure.

PM to visit West Bengal on 30th December

December 29th, 12:35 pm

PM Modi will visit West Bengal on 30th December, 2022. He will flag off Vande Bharat Express connecting Howrah to New Jalpaiguri, inaugurate Joka-Taratala stretch of Purple Line of Kolkata Metro and lay the foundation stone and dedicate to the nation various railway projects. PM Modi will also chair the second meeting of the National Ganga Council during his visit.