Chief Minister of Chhattisgarh meets Prime Minister
July 31st, 01:06 pm
Chief Minister of Chhattisgarh, Shri Vishnu Deo Sai met Prime Minister, Shri Narendra Modi in New Delhi today.Prime Minister interacts with Pawan Chandana and Naga Bharath Daka of Skyroot Aerospace
July 27th, 10:22 pm
PM Modi interacted with Pawan Chandana and Naga Bharath Daka of Skyroot Aerospace about the success of Vikram-1 and many other interesting subjects. He said their energy, ambition and positivity reflect the vibrant spirit of India's private space ecosystem and conveyed his best wishes to the entire Skyroot team.প্ৰধানমন্ত্ৰীক সাক্ষাৎ অন্ধ্ৰ প্ৰদেশৰ মুখ্যমন্ত্ৰীৰ
July 22nd, 03:24 pm
অন্ধ্ৰ প্ৰদেশৰ মুখ্যমন্ত্ৰী শ্ৰী এন চন্দ্ৰবাবু নাইডুৱে আজি প্ৰধানমন্ত্ৰী শ্ৰী নৰেন্দ্ৰ মোদীক সাক্ষাৎ কৰে।প্ৰধানমন্ত্ৰীক সাক্ষাৎ বিশিষ্ট উদ্যোগপতি শ্ৰী ৰবি কান্তৰ
July 18th, 10:25 pm
বিশিষ্ট উদ্যোগপতি শ্ৰী ৰবি কান্তে আজি প্ৰধানমন্ত্ৰী শ্ৰী নৰেন্দ্ৰ মোদীক সাক্ষাৎ কৰি তেওঁৰ ‘লিডিং ফ্ৰম দ্য বেক- টু এচিভ দ্য ইম্প’চিবল’ নামৰ গ্ৰন্থখন প্ৰদান কৰে।কৃত্ৰিম বুদ্ধিমত্তাৰ ক্ষেত্ৰত সহযোগিতা সম্পৰ্কে ভাৰত-জাপানৰ যুটীয়া বিবৃতি
July 02nd, 10:14 pm
ভাৰতৰ প্ৰধানমন্ত্ৰী আৰু জাপানৰ প্ৰধানমন্ত্ৰীয়ে স্বীকাৰ কৰে যে কৃত্ৰিম বুদ্ধিমত্তা (AI) হৈছে এক যুগৰ প্ৰয়োজনীয় প্ৰযুক্তি, যিয়ে অৰ্থনীতি, সমাজ, বিজ্ঞান আৰু প্ৰযুক্তি, উদ্যোগ আৰু ব্যৱসায়, শাসন, আৰু নিৰাপত্তাৰ পৰিৱৰ্তন ঘটাইছে। তেওঁলোকে স্বীকাৰ কৰে যে আজি এআইৰ ডিজাইন, বিকাশ, নিয়োগ আৰু শাসনৰ ক্ষেত্ৰত কৰা পছন্দসমূহে উদ্ভাৱন, সমাজ কল্যাণ, অৰ্থনৈতিক সুৰক্ষা আৰু আন্তঃৰাষ্ট্ৰীয় ব্যৱস্থাৰ ক্ষেত্ৰত দীৰ্ঘম্যাদী প্ৰভাৱ পেলাব। এই বুজাবুজিৰ ভিত্তিত তেওঁলোকে এআইৰ ক্ষেত্ৰত দুয়োখন দেশৰ স্থিতিস্থাপকতা আৰু প্ৰতিযোগিতামূলক ক্ষমতা পাৰস্পৰিকভাৱে বৃদ্ধি কৰাৰ লগতে দুয়োখন দেশতে উদ্ভাৱন তথা বিকাশৰ ক্ষেত্ৰত সহযোগিতা আগবঢ়াই নিবলৈ সহমত প্ৰকাশ কৰে, যাতে এক নিৰাপদ, সুৰক্ষিত, বিশ্বাসযোগ্য, সৰ্বাংগীন, মানৱকেন্দ্ৰিক, বহনক্ষম, জবাবদিহি, আৰু উদ্ভাৱনমুখী এআই পৰিৱেশ তন্ত্ৰ গঢ়ি তোলাটো সম্ভৱ হয়।Cabinet approves a Road Tunnel Construction project in Delhi worth Rs. 6969.67 crore
July 01st, 03:06 pm
The Cabinet Committee on Economic Affairs, chaired by PM Modi, has approved the construction of a Road Tunnel Construction project in Delhi worth Rs. 6,969.67 crore. The total project length is 8.1 km, including 3.14 km of tunnel, 0.98 km of tunnel approach ramp, 0.554 km of approach with RE Wall, 2.556 km of elevated portion and 0.87 km of at-grade road. It will provide faster connectivity and employment opportunities.এণ্ডি জেছিৰ প্ৰধানমন্ত্ৰীক সাক্ষাৎ
June 25th, 02:30 pm
নতুন দিল্লীত আজি এমাজনৰ মুখ্য কাৰ্যবাহী বিষয়া এণ্ডি জেচিয়ে প্ৰধানমন্ত্ৰী শ্ৰী নৰেন্দ্ৰ মোদীক সাক্ষাৎ কৰে। শ্ৰী মোদীয়ে কয় যে ভাৰতত আমাজনৰ ৪৮ বিলিয়ন ডলাৰৰ অভিলেখ বিনিয়োগে ভাৰতত বিনিয়োগৰ বাবে সমগ্ৰ বিশ্বৰ বৰ্ধিত আগ্ৰহক প্ৰতিফলিত কৰে।সহকাৰী সচিব হিচাপে নিযুক্তি দিয়া ২০২৪ বৰ্ষৰ প্ৰশিক্ষাৰ্থী আই এ এছ বিষয়াসকলৰ সৈতে প্ৰধানমন্ত্ৰীৰ মত বিনিময়
June 23rd, 02:13 pm
প্ৰধানমন্ত্ৰী শ্ৰী নৰেন্দ্ৰ মোদীয়ে নতুন দিল্লীত আজি সেৱা তীৰ্থত বিভিন্ন মন্ত্ৰালয় আৰু বিভাগত সহকাৰী সচিব হিচাপে সংযুক্ত হৈ থকা ২০২৪ বৰ্ষৰ ১৮৩ গৰাকী প্ৰশিক্ষাৰ্থী আই এ এছ বিষয়াৰ সৈতে মত বিনিময় কৰে।নতুন দিল্লীত অনুষ্ঠিত হোৱা ৰিপাব্লিক ছামিট ২০২৬ত প্ৰধানমন্ত্ৰীৰ ভাষণৰ ইংৰাজী তৰ্জমা
June 22nd, 10:24 pm
স্বৰ সাধনা, মনোকামনা, আৰাধনা - ইমান মাংগলিক আৰম্ভণিৰ পিছত আপোনালোকৰ অনুষ্ঠান অব্যাহত থাকিলে বৰ ভাল লাগিলহেঁতেন। আপোনালোক সকলোকে শুভেচ্ছা জনাইছো।ৰিপাব্লিক চামিট ২০২৬ত ভাষণ প্ৰধানমন্ত্ৰী শ্ৰী নৰেন্দ্ৰ মোদীৰ
June 22nd, 08:00 pm
প্ৰধানমন্ত্ৰী শ্ৰী নৰেন্দ্ৰ মোদীয়ে আজি ৰিপাব্লিক ছামিটত ভাষণ প্ৰদান কৰে। সন্মিলনৰ অংশগ্ৰহণকাৰীসকলক শুভেচ্ছা জনাই প্ৰধানমন্ত্ৰীগৰাকীয়ে বিশ্বজুৰি দ্ৰুত তথা গুৰুত্বপূৰ্ণ পৰিৱৰ্তন ঘটি থকাৰ এই সময়ছোৱাত মহান শক্তি ভাৰত: ৰাষ্ট্ৰ প্ৰথম বিষয়বস্তুৰ ওপৰত আলোচনাৰ আয়োজন কৰাৰ বাবে উদ্যোক্তাসকলক অভিনন্দন জনায়।প্ৰধানমন্ত্ৰীয়ে ১৯ জুনত প্ৰধানমন্ত্ৰী বিত্ত ভাৰত ৰোজগাৰ যোজনাৰ অধীনত প্ৰায় ২,৪০০কোটি টকাৰ ইনচেণ্টিভ বিতৰণ কৰিব
June 17th, 03:14 pm
প্ৰধানমন্ত্ৰী শ্ৰী নৰেন্দ্ৰ মোদীয়ে নতুন দিল্লীৰ বিজ্ঞান ভৱনত ১৯ জুন ২০২৬ ৰ সন্ধিয়া ৫ বজাত অনুষ্ঠিত হ’বলগীয়া এটা বিশেষ অনুষ্ঠানত প্ৰধানমন্ত্ৰী বিত্ত ভাৰত ৰোজগাৰ যোজনা (পিএম-ভিবিআৰৱাই) ৰ অধীনত প্ৰায় ২,৪০০ কোটি টকাৰ ইনচেণ্টিভ বিতৰণ কৰিব।PM chairs 11th Governing Council Meeting of NITI Aayog
June 11th, 08:09 pm
While addressing the 11th Governing Council Meeting of NITI Aayog, PM Modi called for collective efforts by States and the Centre to achieve Viksit Bharat@2047. He also highlighted the importance of youth empowerment, women-led development, AI-driven growth, MSMEs, defence manufacturing and inclusive human development across the country.উত্তৰ প্ৰদেশৰ মুখ্যমন্ত্ৰীৰ প্ৰধানমন্ত্ৰীক সাক্ষাৎ
June 11th, 06:15 pm
উত্তৰ প্ৰদেশৰ মুখ্যমন্ত্ৰী শ্ৰী যোগী আদিত্যনাথে আজি নতুন দিল্লীত প্ৰধানমন্ত্ৰী শ্ৰী নৰেন্দ্ৰ মোদীক সাক্ষাৎ কৰে।তামিলনাডুৰ মুখ্যমন্ত্ৰীৰ প্ৰধানমন্ত্ৰীক সাক্ষাৎ
June 11th, 06:12 pm
তামিলনাডুৰ মুখ্যমন্ত্ৰী থিৰু চি যোচেফ বিজয়ে আজি নতুন দিল্লীত প্ৰধানমন্ত্ৰী শ্ৰী নৰেন্দ্ৰ মোদীক সাক্ষাৎ কৰে।তেলেংগানাৰ মুখ্যমন্ত্ৰীৰ প্ৰধানমন্ত্ৰীক সাক্ষাৎ
June 11th, 06:10 pm
তেলেংগানাৰ মুখ্যমন্ত্ৰী শ্ৰী ৰেৱন্থ ৰেড্ডীয়ে আজি নতুন দিল্লীত প্ৰধানমন্ত্ৰী শ্ৰী নৰেন্দ্ৰ মোদীক সাক্ষাৎ কৰে।জম্মু-কাশ্মীৰৰ মুখ্যমন্ত্ৰীৰ প্ৰধানমন্ত্ৰীক সাক্ষাৎ
June 11th, 06:08 pm
জম্মু-কাশ্মীৰৰ মুখ্যমন্ত্ৰী শ্ৰী ওমৰ আব্দুল্লাই আজি নতুন দিল্লীত প্ৰধানমন্ত্ৰী শ্ৰী নৰেন্দ্ৰ মোদীক সাক্ষাৎ কৰে।কৰ্ণাটকৰ মুখ্যমন্ত্ৰীৰ প্ৰধানমন্ত্ৰীক সাক্ষাৎ
June 11th, 06:06 pm
কৰ্ণাটকৰ মুখ্যমন্ত্ৰী শ্ৰী ডি কে শিৱকুমাৰে আজি নতুন দিল্লীত প্ৰধানমন্ত্ৰী শ্ৰী নৰেন্দ্ৰ মোদীক সাক্ষাৎ কৰে।UK Foreign Secretary meets Prime Minister
June 04th, 09:56 pm
PM Modi met UK Foreign Secretary Yvette Cooper and appreciated the deepening India-UK partnership, highlighting the unprecedented growth opportunities emerging for both nations. He reaffirmed that the India-UK Vision 2035 will continue to guide bilateral cooperation and strengthen joint efforts for global good.দিল্লীৰ মালৱীয় নগৰত সংঘটিত অগ্নিকাণ্ডৰ ফলত প্ৰাণহানি হোৱা ঘটনাত প্ৰধানমন্ত্ৰীৰ শোক প্ৰকাশ
June 03rd, 01:04 pm
প্ৰধানমন্ত্ৰী শ্ৰী নৰেন্দ্ৰ মোদীয়ে আজি দিল্লীৰ মালৱীয় নগৰত সংঘটিত এটা অগ্নিকাণ্ডৰ ঘটনাত হোৱা প্ৰাণহানিক দুখজনক বুলি অভিহিত কৰে। তেওঁ প্ৰিয়জনক হেৰুওৱাসকলৰ প্ৰতি গভীৰ সমবেদনা জ্ঞাপন কৰে আৰু আহতসকলৰ দ্ৰুত আৰোগ্য কামনা কৰে। তেওঁ উল্লেখ কৰে যে এই ঘটনাত প্ৰভাৱিত লোকসকলক কৰ্তৃপক্ষই সকলো সম্ভৱপৰ সহায় আগবঢ়াই আছে।প্ৰধানমন্ত্ৰীক সাক্ষাৎ কৰিলে ৰাজস্থানৰ মুখ্যমন্ত্ৰীয়ে
June 01st, 06:52 pm
ৰাজস্থানৰ মুখ্যমন্ত্ৰী শ্ৰী ভজনলাল শৰ্মাই আজি নতুন দিল্লীত প্ৰধানমন্ত্ৰী শ্ৰী নৰেন্দ্ৰ মোদীক সাক্ষাৎ কৰে।