The best days of India–Namibia relations are ahead of us: PM Modi in the parliament of Namibia
July 09th, 08:14 pm
PM Modi addressed the Parliament of Namibia and expressed gratitude to the people of Namibia for conferring upon him their highest national honour. Recalling the historic ties and shared struggle for freedom between the two nations, he paid tribute to Dr. Sam Nujoma, the founding father of Namibia. He also called for enhanced people-to-people exchanges between the two countries.Prime Minister addresses the Namibian Parliament
July 09th, 08:00 pm
PM Modi addressed the Parliament of Namibia and expressed gratitude to the people of Namibia for conferring upon him their highest national honour. Recalling the historic ties and shared struggle for freedom between the two nations, he paid tribute to Dr. Sam Nujoma, the founding father of Namibia. He also called for enhanced people-to-people exchanges between the two countries.প্ৰধানমন্ত্ৰী মোদীয়ে সাক্ষাৎ কৰিলে নামিবিয়াৰ ৰাষ্ট্ৰপতিক
July 09th, 07:55 pm
নামিবিয়ালৈ কৰা চৰকাৰী ভ্ৰমণৰ সময়তে প্ৰধানমন্ত্ৰী শ্ৰী নৰেন্দ্ৰ মোদীয়ে আজি উইণ্ডহ’কৰ ষ্টেট হাউছত নামিবিয়াৰ ৰাষ্ট্ৰপতি মহামহিম ড০ নেটুম্বো নন্দি-নদৈতৱাহক সাক্ষাৎ কৰে। ষ্টেট হাউছত উপস্থিত হোৱাৰ লগে লগে প্ৰধানমন্ত্ৰী মোদীক ৰাষ্ট্ৰপতি নন্দি-দৈত্ৱাহে উষ্ম আদৰণি জনোৱাৰ লগতে আনুষ্ঠানিকভাৱে সম্বৰ্ধনা জনায়। ২৭ বছৰৰ পাছত ভাৰতৰ প্ৰধানমন্ত্ৰীয়ে নামিবিয়া ভ্ৰমণ কৰিছে। চলিত বৰ্ষৰ মাৰ্চ মাহত কাৰ্যভাৰ গ্ৰহণ কৰাৰ পিছত ৰাষ্ট্ৰপতি নন্দি-দৈত্ৱাহে এইবাৰেই প্ৰথম ভাৰতৰ প্ৰধানমন্ত্ৰীৰ সৈতে মিলিত হৈছে।নামিবিয়াৰ সৰ্বোচ্চ অসামৰিক বঁটা-দা অৰ্ডাৰ অব দা মোষ্ট এনচিয়েণ্ট ৱেলৱিটচিয়া মিৰাবিলিছ প্ৰদানৰ সময়ত প্ৰধানমন্ত্ৰীয়ে দিয়া ভাষণৰ ইংৰাজী অনুবাদ
July 09th, 07:46 pm
ৰাষ্ট্ৰপতিৰ পৰা নামিবিয়াৰ সৰ্বোচ্চ অসামৰিক বঁটা-দা অৰ্ডাৰ অৱ দা মোষ্ট এনচিয়েণ্ট ৱেলৱিটচিয়া মিৰাবিলিছ লাভ কৰাটো মোৰ বাবে অপৰিসীম গৌৰৱ আৰু সন্মানৰ বিষয়।প্ৰধানমন্ত্ৰী মোদীক নামিবিয়াৰ সৰ্বোচ্চ অসামৰিক সন্মান প্ৰদান
July 09th, 07:45 pm
চৰকাৰী ভ্ৰমণসূচীলৈ নামিবিয়ালৈ গৈছে ভাৰতৰ প্ৰধানমন্ত্ৰী শ্ৰী নৰেন্দ্ৰ মোদী। এই উপলক্ষে নামিবিয়াৰ ৰাষ্ট্ৰপতি মহামহিম নেটুম্বো নন্দি-দৈত্ৱাহে প্ৰধানমন্ত্ৰী মোদীক নামিবিয়াৰ সৰ্বোচ্চ অসামৰিক সন্মান - অৰ্ডাৰ অৱ দ্য মষ্ট এন্সিয়েণ্ট ৱেলৱিটচিয়া মিৰাবিলিছ প্ৰদান কৰে। মোদীয়েই হৈছে এই সন্মান লাভ কৰা প্ৰথমগৰাকী ভাৰতীয় নেতা।PM Modi arrives in Windhoek, Namibia
July 09th, 12:15 pm
Prime Minister Narendra Modi arrived in Namibia a short while ago. In Namibia, PM Modi will hold discussions with President Netumbo Nandi-Ndaitwah and also address the Joint Session of Namibian Parliament.ঘানা, ত্ৰিনিদাদ আৰু টোবাগো, আৰ্জেন্টিনা, ব্ৰাজিল আৰু নামিবিয়া ভ্ৰমণৰ প্ৰাকক্ষণত প্ৰধানমন্ত্ৰীৰ প্ৰস্থান বিবৃতি
July 02nd, 07:34 am
মই ৰাষ্ট্ৰপতি মহামহিম জন ড্ৰামানী মহামাৰ নিমন্ত্ৰণমৰ্মে ২-৩ জুলাইত ঘানা ভ্ৰমণ কৰিম। ঘানা হৈছে গ্ল’বেল চাউথৰ এক গুৰুত্বপূৰ্ণ অংশীদাৰ আৰু দেশখনে আফ্ৰিকান ইউনিয়ন আৰু পশ্চিম আফ্ৰিকাৰ দেশসমূহৰ অৰ্থনৈতিক সমাজত এটি গুৰুত্বপূৰ্ণ ভূমিকা পালন কৰি আহিছে। আমাৰ ঐতিহাসিক সম্পৰ্কক অধিক গভীৰ কৰি তোলা আৰু বিনিয়োগ, শক্তি, স্বাস্থ্য, নিৰাপত্তা, সামৰ্থ্য গঠন তথা উন্নয়ন অংশীদাৰিত্বকে প্ৰমুখ্য কৰি সহযোগিতাৰ নতুন পথ মুকলিৰ লক্ষ্যৰে আলোচনাৰ বাবে মই আগ্ৰহী হৈ উঠিছোঁ। ঘানাৰ সংসদত ভাষণ প্ৰদান কাৰ্য্য সন্মানৰ কথা হ’ব।প্ৰধানমন্ত্ৰীৰ ঘানা, ট্ৰিনিদাদ আৰু ট'বাগো, আৰ্জেণ্টিনা, ব্ৰাজিল তথা নামিবিয়া ভ্ৰমণ (২ৰ পৰা ৯জুলাইলৈ)
June 27th, 10:03 pm
প্ৰধানমন্ত্ৰী শ্ৰী নৰেন্দ্ৰ মোদীয়ে ২০২৫ চনৰ ০২-০৩ জুলাইত ঘানা ভ্ৰমণ কৰিব।এয়া হ’ব প্ৰধানমন্ত্ৰীৰ প্ৰথম ঘানা ভ্ৰমণ। তিনি দশকৰ অন্তত ভাৰতৰ প্ৰধানমন্ত্ৰীয়ে ঘানালৈ ভ্ৰমণ কৰিব । এই ভ্ৰমণৰ সময়ত প্ৰধানমন্ত্ৰীয়ে ঘানাৰ ৰাষ্ট্ৰপতিৰ সৈতে বৈঠকত মিলিত হ'ব আৰু দুয়ো খন দেশৰ মাজত শক্তিশালী দ্বিপাক্ষিক অংশীদাৰিত্বৰ বিষয়ে পৰ্যালোচনা কৰিব । বৈঠকত অৰ্থনৈতিক, শক্তি, আৰু প্ৰতিৰক্ষা সহযোগিতা, আৰু উন্নয়ন সহযোগিতা অংশীদাৰিত্বৰ জৰিয়তে দুয়ো খন দেশৰ সম্পৰ্কক অধিক উল্লত কৰাৰ বিষয়ে আলোচনা কৰা হ'ব। এই ভ্ৰমণে দ্বিপাক্ষিক সম্পৰ্ক গভীৰ কৰাৰ লগতে ইকোৱাছ [পশ্চিম আফ্ৰিকান ৰাষ্ট্ৰৰ অৰ্থনৈতিক সম্প্ৰদায়] আৰু আফ্ৰিকান ইউনিয়নৰ সৈতে ভাৰতৰ সংযোগ শক্তিশালী কৰাৰ প্ৰতিশ্ৰুতিক পুনৰ সুদৃঢ় কৰিব।