অন্ধ্ৰ প্ৰদেশত উন্নয়নমূলক প্ৰকল্পৰ শুভাৰম্ভণি অনুষ্ঠানত প্ৰধানমন্ত্ৰীয়ে দিয়া ভাষণৰ পূৰ্ণপাঠ
August 01st, 11:45 am
প্ৰধানমন্ত্ৰী মোদীয়ে অন্ধ্ৰ প্ৰদেশত প্ৰায় ১৮,০০০ কোটি টকাৰ উন্নয়নমূলক প্ৰকল্পৰ শুভাৰম্ভ আৰু ৰাষ্ট্ৰৰ নামত উৎসৰ্গা কৰি ‘বিকশিত ভাৰত’ৰ বিকাশ-ইঞ্জিনৰ ৰূপত হোৱা ৰাজ্যখনৰ উত্থানত আলোকপাত কৰে। বিশ্বমানৰ সংযোগ আৰু লজিষ্টিকছ-ৰ পৰা আৰম্ভ কৰি অৰ্ধপৰিবাহী, এআই, সেউজ শক্তি আৰু নিৰ্মাণলৈকে, প্ৰধানমন্ত্ৰী মোদীয়ে চাকৰিৰ সুযোগ সৃষ্টি, বিনিয়োগ আকৰ্ষণ আৰু অন্ধ্ৰপ্ৰদেশৰ উন্নয়ন ত্বৰান্বিতকৰণ দৃষ্টিভংগীৰ ৰূপৰেখা দাঙি ধৰে।অন্ধ্ৰ প্ৰদেশৰ ভোগাপুৰমত ১৭,৯০০ কোটি টকাৰো অধিক মূল্যৰ এলানি উন্নয়নমূলক প্ৰকল্পৰ শুভাৰম্ভ কৰে প্ৰধানমন্ত্ৰী মোদীয়ে
August 01st, 11:30 am
প্ৰধানমন্ত্ৰী মোদীয়ে অন্ধ্ৰ প্ৰদেশত প্ৰায় ১৮,০০০ কোটি টকাৰ উন্নয়নমূলক প্ৰকল্পৰ শুভাৰম্ভ আৰু ৰাষ্ট্ৰৰ নামত উৎসৰ্গা কৰি ‘বিকশিত ভাৰত’ৰ বিকাশ-ইঞ্জিনৰ ৰূপত হোৱা ৰাজ্যখনৰ উত্থানত আলোকপাত কৰে। বিশ্বমানৰ সংযোগ আৰু লজিষ্টিকছ-ৰ পৰা আৰম্ভ কৰি অৰ্ধপৰিবাহী, এআই, সেউজ শক্তি আৰু নিৰ্মাণলৈকে, প্ৰধানমন্ত্ৰী মোদীয়ে চাকৰিৰ সুযোগ সৃষ্টি, বিনিয়োগ আকৰ্ষণ আৰু অন্ধ্ৰপ্ৰদেশৰ উন্নয়ন ত্বৰান্বিতকৰণ দৃষ্টিভংগীৰ ৰূপৰেখা দাঙি ধৰে।The party governing Punjab today has neither clean intentions nor honesty: PM Modi in Jalandhar
July 17th, 04:31 pm
PM Modi addressed a massive public rally in Jalandhar, Punjab, where he highlighted the transformation of India's railway infrastructure, outlined the BJP's vision for a Viksit Punjab and called for a double-engine government to unlock the state's full potential. He also spoke about the growing opportunities for Punjab's youth through India's emerging sports economy.PM addresses an energy-packed public rally in Jalandhar, Punjab
July 17th, 04:30 pm
PM Modi addressed a massive public rally in Jalandhar, Punjab, where he highlighted the transformation of India's railway infrastructure, outlined the BJP's vision for a Viksit Punjab and called for a double-engine government to unlock the state's full potential. He also spoke about the growing opportunities for Punjab's youth through India's emerging sports economy.চণ্ডীগড়ত একাধিক উন্নয়নমূলক প্ৰকল্পৰ শুভাৰম্ভ অনুষ্ঠানত প্ৰধানমন্ত্ৰীয়ে আগবঢ়োৱা ভাষণৰ অসমীয়া অনুবাদ
July 17th, 02:08 pm
চণ্ডীগড় কেৱল এখন চহৰ নহয়-ই ভাৰতৰ বাবে উন্নয়নৰ এক আদৰ্শ হৈ আহিছে। চণ্ডীগড় পৰিকল্পিত বিকাশৰ বাবে, উন্নত জীৱনশৈলী আৰু জীৱন ধাৰণৰ সূচলতাৰ চহৰ হিচাপে ইয়াৰ পৰিচয়ৰ বাবে জনাজাত। ই উন্নত চিকিৎসা সুবিধাৰ বাবে স্বীকৃত আৰু সৰ্বোপৰি, মা চণ্ডীৰ আশীৰ্বাদৰ বাবে। সেয়েহে এন ডি এ চৰকাৰৰ বাবে চণ্ডীগড়ৰ উন্নয়ন সদায় অগ্ৰাধিকাৰৰ বিষয় হৈ আহিছে। আপোনালোকৰ মনত থাকিব পাৰে, প্ৰায় ডেৰ বছৰ পূৰ্বে দেশে ইয়াৰ ন্যায় ব্যৱস্থাত এক গুৰুত্বপূৰ্ণ সংস্কাৰ সাধন কৰিছিল। আমি দণ্ডবিধিৰ ঠাইত শাস্তি-ভিত্তিক আইনৰ পৰিৱৰ্তে ভাৰতীয় ন্যায় সংহিতা-এক ন্যায়-ভিত্তিক আইনী পৰিকাঠামো স্থাপন কৰিছিলো আৰু ভাৰতীয় ন্যায় সংহিতাৰ ৰূপায়ণ ইয়াতেই চণ্ডীগড়ত আৰম্ভ হৈছিল।প্ৰধানমন্ত্ৰী শ্ৰী নৰেন্দ্ৰ মোদীয়ে চণ্ডীগড়ত ৪,৭০০ কোটি টকাৰো অধিক মূল্যৰ কেইবাটাও উন্নয়নমূলক প্ৰকল্পৰ আধাৰশিলা স্থাপন কৰাৰ লগতে বিভিন্ন প্ৰকল্প ৰাষ্ট্ৰৰ বাবে উৎসৰ্গা কৰে, যিবোৰে স্বাস্থ্যসেৱা, শিক্ষা আৰু পথ আন্তঃগাঁথনিক সামৰি লয়
July 17th, 01:45 pm
প্ৰধানমন্ত্ৰী শ্ৰী নৰেন্দ্ৰ মোদীয়ে চণ্ডীগড়ত ৪,৭০০ কোটি টকাৰো অধিক মূল্যৰ কেইবাটাও উন্নয়নমূলক প্ৰকল্পৰ আধাৰশিলা স্থাপন কৰাৰ লগতে বিভিন্ন প্ৰকল্প ৰাষ্ট্ৰৰ বাবে উৎসৰ্গা কৰে, যিবোৰে স্বাস্থ্যসেৱা, শিক্ষা আৰু পথ আন্তঃগাঁথনিক সামৰি লয়। এই প্ৰকল্পবোৰে শৃংখলাবদ্ধ ৰাষ্ট্ৰীয় প্ৰগতিৰ আৰ্হি হিচাপে চহৰখনৰ অনন্য মাত্ৰাক আলোকপাত কৰি তেওঁ উন্নত জীৱনশৈলী আৰু জীৱন-যাপনৰ সহজতা নিশ্চিত কৰাৰ বাবে ইয়াৰ পৰিনামৰ ওপৰত গুৰুত্ব আৰোপ কৰে। মা চণ্ডীৰ পৰা আশীৰ্বাদ বিচাৰি তেওঁ ইয়াৰ ধাৰাবাহিক আৰু পদ্ধতিগত উন্নয়নৰ প্ৰতি প্ৰশাসনৰ অটল দায়বদ্ধতাক পুনৰবাৰ উল্লেখ কৰে। শ্ৰী মোদীয়ে কয় যে চণ্ডীগড়ৰ উন্নয়ন বৰ্তমানৰ চৰকাৰৰ বাবে সদায় শীৰ্ষ অগ্ৰাধিকাৰ হৈ আহিছে।হাৰিয়ানাৰ জিন্দত কেইবাটাও উন্নয়নমূলক প্ৰকল্পৰ উদ্বোধনী অনুষ্ঠানত প্ৰধানমন্ত্ৰীৰ ভাষণৰ মূল পাঠ
July 17th, 12:00 pm
এইবোৰ ইয়ালৈ অনা কিছুমান ফটো- অনুগ্ৰহ কৰি সংগ্ৰহ কৰক, নহ’লে পিছফালে বহি থকাসকলে চাব নোৱাৰিব৷ এছ পি জিৰ কৰ্মীসকল, অনুগ্ৰহ কৰি সংগ্ৰহ কৰক। ধন্যবাদ ভাই, ইমান ধুনীয়া ছবিবোৰৰ বাবে। তাত সৰু ছোৱালী এজনীয়েও কিবা এটা আনিছে- অনুগ্ৰহ কৰি সেয়াও সংগ্ৰহ কৰক। ইয়াতো দুজন ভদ্ৰলোক দেখা গৈছে। আৰু এতিয়া, সকলোৱে অনুগ্ৰহ কৰি আৰামত বহিব। আপোনালোকৰ মৰমৰ বাবে, এই কলাত্মক সাধনাৰ বাবে সকলোকে ধন্যবাদ জনাইছো।প্ৰধানমন্ত্ৰী শ্ৰী নৰেন্দ্ৰ মোদীয়ে হাৰিয়ানাৰ জিন্দত প্ৰায় ১৪,৭০০ কোটি টকা মূল্যৰ বিভিন্ন উন্নয়নমূলক প্ৰকল্পৰ আধাৰশিলা স্থাপন আৰু ৰাষ্ট্ৰলৈ উৎসৰ্গা কৰে
July 17th, 11:30 am
প্ৰধানমন্ত্ৰী শ্ৰী নৰেন্দ্ৰ মোদীয়ে আজি হাৰিয়ানাৰ জিন্দত প্ৰায় ১৪,৭০০ কোটি টকা মূল্যৰ বিভিন্ন উন্নয়নমূলক প্ৰকল্পৰ আধাৰশিলা স্থাপন কৰে আৰু ৰাষ্ট্ৰলৈ উৎসৰ্গা কৰে। এই স্থানত উপস্থিত হৈ গভীৰ আনন্দ প্ৰকাশ কৰি প্ৰধানমন্ত্ৰীয়ে শক্তি পীঠ মাতা জয়ন্তীৰ দ্বাৰা অনন্যভাৱে আশীৰ্বাদপুষ্ট অঞ্চলটোৰ সমৃদ্ধ ঐতিহাসিক, সামৰিক আৰু আধ্যাত্মিক ঐতিহ্যৰ ওপৰত আলোকপাত কৰে। কেইবা দশক পূৰ্বে সাংগঠনিক কৰ্তব্যৰ বাবে চহৰখনত তেওঁৰ প্ৰাৰম্ভিক ভ্ৰমণৰ কথা স্মৰণ কৰি তেওঁ লাভ কৰা অবিস্মৰণীয় মৰমৰ কথা স্মৰণ কৰে, যি অন্তৰ্নিহিতভাৱে মুৰা ম’হৰ দুগ্ধজাত সামগ্ৰী, দেশী বুৰা আৰু ঘেৱৰৰ দৰে স্থানীয় ৰন্ধন সামগ্ৰীৰ সৈতে জড়িত। ‘এয়া কোনো সাধাৰণ ঠাই নহয়; ইয়াৰ ইতিহাস, সাহসিকতা, ধৰ্ম আৰু অপৰিসীম গৌৰৱেৰে গভীৰ।’ শ্ৰী মোদীয়ে কয়।নতুন দিল্লীত অনুষ্ঠিত হোৱা ৰিপাব্লিক ছামিট ২০২৬ত প্ৰধানমন্ত্ৰীৰ ভাষণৰ ইংৰাজী তৰ্জমা
June 22nd, 10:24 pm
প্ৰধানমন্ত্ৰী শ্ৰী নৰেন্দ্ৰ মোদীয়ে আজি ৰিপাব্লিক ছামিটত ভাষণ প্ৰদান কৰে। সন্মিলনৰ অংশগ্ৰহণকাৰীসকলক শুভেচ্ছা জনাই প্ৰধানমন্ত্ৰীগৰাকীয়ে বিশ্বজুৰি দ্ৰুত তথা গুৰুত্বপূৰ্ণ পৰিৱৰ্তন ঘটি থকাৰ এই সময়ছোৱাত মহান শক্তি ভাৰত: ৰাষ্ট্ৰ প্ৰথম বিষয়বস্তুৰ ওপৰত আলোচনাৰ আয়োজন কৰাৰ বাবে উদ্যোক্তাসকলক অভিনন্দন জনায়।ৰিপাব্লিক চামিট ২০২৬ত ভাষণ প্ৰধানমন্ত্ৰী শ্ৰী নৰেন্দ্ৰ মোদীৰ
June 22nd, 08:00 pm
প্ৰধানমন্ত্ৰী শ্ৰী নৰেন্দ্ৰ মোদীয়ে আজি ৰিপাব্লিক ছামিটত ভাষণ প্ৰদান কৰে। সন্মিলনৰ অংশগ্ৰহণকাৰীসকলক শুভেচ্ছা জনাই প্ৰধানমন্ত্ৰীগৰাকীয়ে বিশ্বজুৰি দ্ৰুত তথা গুৰুত্বপূৰ্ণ পৰিৱৰ্তন ঘটি থকাৰ এই সময়ছোৱাত মহান শক্তি ভাৰত: ৰাষ্ট্ৰ প্ৰথম বিষয়বস্তুৰ ওপৰত আলোচনাৰ আয়োজন কৰাৰ বাবে উদ্যোক্তাসকলক অভিনন্দন জনায়।১১ বছৰ সম্পূৰ্ণ হোৱা জন সুৰক্ষা আঁচনিৰ প্ৰভাৱৰ বিষয়ে আলোকপাত কৰিলে প্ৰধানমন্ত্ৰীয়ে
May 09th, 06:10 pm
প্ৰধানমন্ত্ৰী শ্ৰী নৰেন্দ্ৰ মোদীয়ে আজি ১১ বছৰ পূৰ্বে এন ডি এ চৰকাৰে আৰম্ভ কৰা গুৰুত্বপূৰ্ণ সামাজিক সুৰক্ষা আৰু পেঞ্চন আঁচনিসমূহৰ প্ৰভাৱৰ ওপৰত আলোকপাত কৰি কয় যে এই পদক্ষেপসমূহে ভাৰতৰ জনসাধাৰণৰ মৰ্যাদা, আশ্বাস আৰু আৰ্থিক সুৰক্ষা নিশ্চিত কৰাৰ বাবে চৰকাৰৰ দায়বদ্ধতাক প্ৰতিফলিত কৰে।তামিলনাডুত জনকল্যাণৰ প্ৰতি বিজেপি-এনডিএৰ প্ৰতিশ্ৰুতি পুনৰ দৃঢ় কৰিলে প্ৰধানমন্ত্ৰী নৰেন্দ্ৰ মোদীয়ে
May 04th, 07:02 pm
বিধানসভা নিৰ্বাচনত বিজেপি-এনডিএক সমৰ্থন আগবঢ়োৱা তামিলনাডুৰ ভোটাৰসকলৰ প্ৰতি প্ৰধানমন্ত্ৰী নৰেন্দ্ৰ মোদীয়ে আন্তৰিক কৃতজ্ঞতা প্ৰকাশ কৰি এই কথা দৃঢ়ভাৱে উল্লেখ কৰে যে মিত্ৰজোঁটে জনসাধাৰণৰ সমস্যা সমাধান, কল্যাণ সুনিশ্চিতকৰণ আৰু জীৱনৰ মান উন্নয়নৰ ক্ষেত্ৰত সদায় অগ্ৰণী ভূমিকা পালন কৰি যাব।কেৰালামৰ প্ৰতি আন্তৰিক কৃতজ্ঞতা: প্ৰগতিৰ দিশত বিজেপি-এনডিএৰ দায়বদ্ধতা অটল আৰু দৃঢ় হৈ আছে
May 04th, 06:56 pm
প্ৰধানমন্ত্ৰী নৰেন্দ্ৰ মোদীয়ে কেৰালাম বিধানসভা নিৰ্বাচনত বিজেপি-এনডিএক সমৰ্থন আগবঢ়োৱা সকলো ভোটাৰৰ প্ৰতি আন্তৰিক কৃতজ্ঞতা জ্ঞাপন কৰি এই কথা দৃঢ়ভাৱে প্ৰকাশ কৰে যে মিত্ৰজোঁটে ৰাজ্যখনৰ সামগ্ৰিক বিকাশৰ বাবে অতি প্ৰয়োজনীয় বিষয়সমূহ আগলৈও গুৰুত্বসহকাৰে উত্থাপন কৰি যাব আৰু বিকশিত কেৰালামৰ লক্ষ্য পূৰণৰ দিশত অবিৰতভাৱে আৰু অধ্যৱসায়ী ৰূপে কাম কৰি যাব।Puducherry has been massively transformed under the BJP-NDA’s double-engine government: PM Modi
March 30th, 05:49 pm
PM Modi interacted with BJP karyakartas across Puducherry under the “Mera Booth Sabse Mazboot” initiative, energising grassroots members and reinforcing the central role of booth-level strength in ensuring electoral success. He recalled his vision of “BEST” - Business, Education, Spirituality, and Tourism as the guiding mantra for the Union Territory’s development.A special interaction with BJP Karyakartas of Puducherry under “Mera Booth Sabse Mazboot” campaign
March 30th, 05:00 pm
PM Modi interacted with BJP karyakartas across Puducherry under the “Mera Booth Sabse Mazboot” initiative, energising grassroots members and reinforcing the central role of booth-level strength in ensuring electoral success. He recalled his vision of “BEST” - Business, Education, Spirituality, and Tourism as the guiding mantra for the Union Territory’s development.১৪০ কোটি ভাৰতীয়ৰ আশীৰ্বাদ আৰু সামূহিক অংশগ্ৰহণৰ জৰিয়তে সুশাসন আৰু ৰূপান্তৰৰ ওপৰত বিশেষ গুৰুত্ব আৰোপ কৰি দেশৰ বিভিন্ন খণ্ডত দ্ৰুত পৰিৱৰ্তন : প্ৰধানমন্ত্ৰী
June 09th, 09:40 am
১৪০ কোটি ভাৰতীয়ৰ সামূহিক অংশগ্ৰহণৰ জৰিয়তে সুশাসন আৰু পৰিৱৰ্তনক বিশেষ অগ্ৰাধিকাৰ দিয়াৰ ফলত দেশৰ বিভিন্ন খণ্ডত দ্ৰুত প্ৰগতি হোৱা বুলি শ্ৰী মোদীয়ে গুৰুত্ব আৰোপ কৰি কয়।হিন্দুহ্ৰুদয়সম্ৰাট বালাছাহেব থাকৰে মহাৰাষ্ট্ৰ সমৰুদ্ধি মহামাৰ্গৰ উদ্বোধনী অনুষ্ঠান উপলক্ষ্যে মহাৰাষ্ট্ৰৰ এন ডি এ চৰকাৰক প্ৰশংসা প্ৰধানমন্ত্ৰীৰ
June 05th, 06:18 pm
প্ৰধানমন্ত্ৰী শ্ৰী নৰেন্দ্ৰ মোদীয়ে মহাৰাষ্ট্ৰৰ এন ডি এ চৰকাৰক আন্তঃগাঁথনি নেতৃত্বাধীন বিকাশৰ প্ৰতি অটল দায়বদ্ধতাৰ বাবে প্ৰশংসা কৰিছে। হিন্দুহ্ৰুদয়সম্ৰাট বালাছাহেব ঠাকৰে মহাৰাষ্ট্ৰ সমৰুদ্ধি মহামাৰ্গৰ উদ্বোধনৰ সৈতে সংগতি ৰাখি প্ৰধানমন্ত্ৰীয়ে মহাৰাষ্ট্ৰৰ এন ডি এ চৰকাৰক প্ৰশংসা কৰে।অন্ধ্ৰপ্ৰদেশৰ অমৰাৱতীত বিভিন্ন উন্নয়নমূলক প্ৰকল্প আৰম্ভ কৰাৰ সময়ত প্ৰধানমন্ত্ৰীৰ ভাষণৰ লিখিত পাঠ
May 02nd, 03:45 pm
অন্ধ্ৰ প্ৰদেশৰ ৰাজ্যপাল চৈয়দ আব্দুল নাজিৰ জী, মুখ্যমন্ত্ৰী, মোৰ বন্ধু শ্ৰী চন্দ্ৰবাবু নাইডু জী, কেন্দ্ৰীয় কেবিনেটৰ মোৰ সতীৰ্থ মন্ত্ৰীসকল, উপ-মুখ্যমন্ত্ৰী পৱন কল্যাণ জী, ৰাজ্য চৰকাৰৰ মন্ত্ৰীসকল, সকলো সাংসদ আৰু বিধায়ক, আৰু অন্ধ্ৰপ্ৰদেশৰ মোৰ মৰমৰ ভাই-ভনীসকল!আজি এই পবিত্ৰ অমৰাৱতী ভূমিত থিয় দিওঁতে মই কেৱল এখন নগৰ দেখা নাই, এটা সপোন বাস্তৱায়িত হোৱা দেখিছোঁ। এখন নতুন অমৰাৱতী, নতুন অন্ধ্ৰ। অমৰাৱতী সেই ভূমি য'ত পৰম্পৰা আৰু প্ৰগতি একেলগে আগবাঢ়ে, য'ত আছে বৌদ্ধ ঐতিহ্যৰ শান্তি আৰু লগতে উন্নত ভাৰত গঢ়াৰ শক্তি। আজি ইয়াত প্ৰায় ৬০ হাজাৰ কোটি টকাৰ প্ৰকল্পৰ আধাৰশিলা স্থাপন আৰু উদ্বোধন কৰা হৈছে। এই প্ৰকল্পসমূহ কেৱল কংক্ৰিট নিৰ্মাণ নহয়, অন্ধ্ৰ প্ৰদেশৰ আকাংক্ষা আৰু উন্নত ভাৰতৰ আশাৰ মজবুত ভেটিও। ভগৱান বীৰভদ্ৰ, ভগৱান অমৰলিংগেশ্বৰ আৰু তিৰুপতী বালাজীৰ চৰণত প্ৰণাম কৰি অন্ধ্ৰ প্ৰদেশৰ সন্মানীয় জনসাধাৰণলৈ মোৰ আন্তৰিক শুভেচ্ছা জ্ঞাপন কৰিছোঁ।লগতে মুখ্যমন্ত্ৰী চন্দ্ৰবাবু নাইডু আৰু পৱন কল্যাণ জীলৈও শুভেচ্ছা জ্ঞাপন কৰিছো।PM Modi lays foundation stone, inaugurates development works worth over Rs 58,000 crore in Amaravati, Andhra Pradesh
May 02nd, 03:30 pm
PM Modi launched multiple development projects in Amaravati, Andhra Pradesh. He remarked that the Central Government is fully supporting the State Government to rapidly develop Amaravati. Underlining the state's pivotal role in establishing India as a space power, the PM emphasized that the Navdurga Testing Range in Nagayalanka will serve as a force multiplier for India's defense capabilities.বিহাৰৰ জামুইত জনজাতীয় গৌৰৱ দিৱসৰ অনুষ্ঠানত প্ৰধানমন্ত্ৰীৰ ভাষণৰ অসমীয়া অনুবাদ
November 15th, 11:20 am
বিহাৰৰ ৰাজ্যপাল ৰাজেন্দ্ৰ আৰ্লেকাৰ জী, বিহাৰৰ জনপ্ৰিয় মুখ্যমন্ত্ৰী নীতিশ কুমাৰ জী, কেন্দ্ৰীয় কেবিনেটত মোৰ সহযোগী জুৱেল ওৰাম জী, জিতন ৰাম মাঞ্জি জী, গিৰিৰাজ সিং জী, চিৰাগ পাছৱান জী, দুৰ্গাদাস উইকে জী, মোৰ সৌভাগ্য যে আজি বীৰছা মুণ্ডা জীৰ পৰিয়ালৰ বংশধৰসকল আমাৰ মাজত আছে। আজি ইয়াত এটা ডাঙৰ পূজা অনুষ্ঠিত কৰা হৈছে। পৰিয়ালৰ বাকী সকলো সদস্যই পূজাৰ কামত ব্যস্ত, তথাপিও বুদ্ধৰাম মুণ্ডা জী আমাৰ মাজত উপস্থিত আছে। আমি সৌভাগ্যৱান যে সিদ্ধু কানহু জীৰ বংশধৰ মণ্ডল মুৰ্মু জীও আমাৰ লগত আছে। আৰু মোৰ বাবে সুখৰ কথা যে আজি যদি মই আমাৰ ভাৰতীয় জনতা পাৰ্টি পৰিয়ালৰ জ্যেষ্ঠ নেতা আমাৰ শ্ৰদ্ধাৰ কৰিয়া মুণ্ডা জীও আমাৰ মাজত আছে। এসময়ত তেওঁ লোকসভাৰ উপাধ্যক্ষ আছিল। পদ্ম বিভূষণেৰে সন্মানীত মুণ্ডাজীয়ে এতিয়াও সকৱোকে মাৰ্গদৰ্শন কৰে। আৰু যেনেকৈ আমাৰ জুৱেল ওৰাম জীয়ে কৈছিল যে তেওঁ মোৰ বাবে এজন পিতৃৰ দৰে। এনে জ্যেষ্ঠ কাৰিয়া মুণ্ডা জী আজি ইয়ালৈ আহিছে বিশেষকৈ ঝাৰখণ্ডৰ পৰা। বিহাৰৰ উপ-মুখ্যমন্ত্ৰী, মোৰ বন্ধু ভাই বিজয় কুমাৰ সিনহা জী, ভাই সম্ৰাট চৌধুৰী জী, বিহাৰ চৰকাৰৰ মন্ত্ৰী, সাংসদ, বিধায়ক, অন্যান্য জনপ্ৰতিনিধি, দেশৰ চুক-কোণৰ পৰা অহা সকলো গণ্যমান্য ব্যক্তি আৰু জামুইৰ মোৰ মৰমৰ ভাই-ভনীসকল।