২০০০ কোটি টকা ব্যয়ৰে কেন্দ্ৰীয় খণ্ডৰ আঁচনি “ৰাষ্ট্ৰীয় সমবায় উন্নয়ন নিগম (এনচিডিচি)লৈ সাহায্য অনুদান”ত অনুমোদন জনালে কেবিনেটে

July 31st, 03:00 pm

প্ৰধানমন্ত্ৰী শ্ৰী নৰেন্দ্ৰ মোদীৰ অধ্যক্ষতাত কেন্দ্ৰীয় কেবিনেটে আজি ২০২৫-২৬ৰ পৰা ২০২৮- ২৯ চনলৈ (২০২৫-২৬ বিত্তীয় বৰ্ষৰ পৰা প্ৰতি বছৰে ৫০০ কোটি টকা) চাৰি বছৰৰ বাবে ২০০০ কোটি টকা ব্যয়ৰে কেন্দ্ৰীয় খণ্ডৰ আঁচনি “ৰাষ্ট্ৰীয় সমবায় উন্নয়ন নিগমলৈ সাহায্য অনুদান”ত অনুমোদন জনায়।