প্ৰধানমন্ত্ৰীয়ে কমনৱেলথ গেমছৰ লন বলত সোণৰ পদক লাভ কৰাৰ বাবে লাভলী চৌবে, পিংকি সিং, নয়নমনি শইকীয়া আৰু ৰূপা ৰাণী তিৰ্কীক প্ৰশংসা কৰে

August 02nd, 08:16 pm

প্ৰধানমন্ত্ৰী শ্ৰী নৰেন্দ্ৰ মোদীয়ে বাৰ্মিংহামত অনুষ্ঠিত কমনৱেলথ গেমছৰ লন বলত সোণৰ পদক লাভ কৰাৰ বাবে লাভলী চৌবে, পিংকি সিং, নয়নমনি শইকীয়া আৰু ৰূপা ৰাণী তিৰ্কীক প্ৰশংসা কৰিছে।