প্রধানমন্ত্রীয়ে পুৰুষৰ ফ্ৰীষ্টাইল ৭৪ কিলোগ্ৰাম শাখাৰ ৰেষ্টলিঙত সোণৰ পদক জয় কৰাত নৱীন কুমাৰক অভিনন্দন জনায়

August 06th, 11:58 pm

ধানমন্ত্ৰী শ্ৰী নৰেন্দ্ৰ মোদীয়ে বাৰ্মিংহাম কমনৱেলথ গেমছ ২০২২ত পুৰুষৰ ফ্ৰীষ্টাইল ৭৪ কিলোগ্ৰাম শাখা ৰেষ্টলিঙত সোণৰ পদক জয় কৰাত নৱীন কুমাৰক অভিনন্দন জনাইছে।