Prime Minister greets everyone on the special occasion of Nav Samvatsar
March 19th, 08:03 am
On the auspicious occasion of Nav Samvatsar, PM Modi has extended his warmest greetings to the nation. He prayed that the coming new year strengthens the spirit of courage, self-confidence and service in everyone’s lives. He expressed hope that these values would add renewed momentum to the collective efforts towards nation-building.‘নৱ সম্বৎসৰ’, ‘উগাড়ি’, ‘চাজিবু চেইৰাওবা’, ‘গুড়ি পড়ৱা’, ‘চেতি চাঁদ’ আৰু ‘নৱৰেহ’ উপলক্ষে প্ৰধানমন্ত্ৰীয়ে শুভেচ্ছা জ্ঞাপন কৰে
March 30th, 11:40 am
‘নৱ সম্বৎসৰ’, ‘উগাড়ি’, ‘চাজিবু চেইৰাওবা’, ‘গুড়ি পড়ৱা’, ‘চেতি চাঁদ’ আৰু ‘নৱৰেহ’ উপলক্ষে প্ৰধানমন্ত্ৰী শ্ৰী নৰেন্দ্ৰ মোদীয়ে আজি ৰাইজলৈ শুভেচ্ছা জ্ঞাপন কৰে।আই টি ইউ এৰিয়া অফিচ এণ্ড ইনোভেচন চেণ্টাৰ মুকলি অনুষ্ঠানত প্ৰধানমন্ত্ৰীৰ ভাষণৰ লিখিত পাঠ
March 22nd, 03:34 pm
মোৰ কেন্দ্ৰীয় কেবিনেটৰ সহযোগী এছ জয়শংকৰ, অশ্বিনী বৈষ্ণৱ ডাঙৰীয়া, আই টি ইউৰ মহাসচিব দেবুসিং চৌহান ডাঙৰীয়া, অন্যান্য বিশিষ্ট ব্যক্তি, ভদ্ৰমহিলাসকল!আইটিইউৰ আঞ্চলিক কাৰ্যালয় আৰু উদ্ভাৱন কেন্দ্ৰ উদ্বোধন কৰিলে প্ৰধানমন্ত্ৰীয়ে
March 22nd, 12:30 pm
প্ৰধানমন্ত্ৰী শ্ৰী নৰেন্দ্ৰ মোদীয়ে আজি বিজ্ঞান ভৱনত ভাৰতত নতুন আন্তঃৰাষ্ট্ৰীয় দূৰসংযোগ সংঘৰ আঞ্চলিক কাৰ্যালয় আৰু উদ্ভাৱন কেন্দ্ৰ উদ্বোধন কৰে। প্ৰধানমন্ত্ৰীয়ে ভাৰত ৬জি ভিজন ডকুমেণ্ট উন্মোচন কৰাৰ লগতে ৬জি গৱেষণা আৰু উন্নয়ন টেষ্ট বেড মুকলি কৰে। ইয়াৰ উপৰিও তেওঁ ‘Call before u Dig’ এপ মুকলি কৰে। আইটিইউ হৈছে ৰাষ্ট্ৰসংঘৰ তথ্য আৰু যোগাযোগ প্ৰযুক্তি (আইচিটি)ৰ বিশেষ সংস্থা। ভাৰতে ২০২২ চনৰ মাৰ্চ মাহত আইটিইউৰ সৈতে আঞ্চলিক কাৰ্যালয় স্থাপনৰ বাবে আয়োজক দেশৰ চুক্তি স্বাক্ষৰ কৰে। এই কাৰ্যালয়টোৱে ভাৰত, নেপাল, ভূটান, বাংলাদেশ, শ্ৰীলংকা, মালদ্বীপ, আফগানিস্তান আৰু ইৰাণৰ বাবে সেৱা আগবঢ়াব, দেশসমূহৰ মাজত সমন্বয় বৃদ্ধি কৰিব আৰু অঞ্চলটোত পাৰস্পৰিকভাৱে লাভজনক অৰ্থনৈতিক সহযোগিতাৰ পোষকতা কৰিব।দেশবাসীক নৱ সম্বাৎসৰৰ শুভেচ্ছা প্ৰধানমন্ত্ৰীৰ
March 22nd, 11:01 am
প্ৰধানমন্ত্ৰী শ্ৰী নৰেন্দ্ৰ মোদীয়ে নৱ সম্বাৎসৰ উপলক্ষে দেশবাসীক শুভেচ্ছা জ্ঞাপন কৰে।‘নৱ সম্বত্সৰ’ উপলক্ষে জনসাধাৰণলৈ প্ৰধানমন্ত্ৰীৰ শুভকামনা
April 02nd, 08:39 am
‘নৱ সম্বত্সৰ’ উপলক্ষে জনসাধাৰণলৈ শুভকামনা জনাইছে প্ৰধানমন্ত্ৰী শ্ৰী নৰেন্দ্ৰ মোদীয়ে। তেওঁ প্ৰতিগৰাকী ব্যক্তিৰ জীৱনক ‘বিক্ৰম সম্বত ২০৭৯’য়ে নতুন উত্সাহ আৰু ন উদ্দীপণাৰে উজ্জীৱিত কৰি তুলিব বুলি আশা প্ৰকাশ কৰে।