শান্তি, কল্যাণ আৰু প্ৰকৃতিৰ সৈতে সমন্বয়ৰ বাবে প্ৰাৰ্থনাৰ ওপৰত আলোকপাত কৰি সংস্কৃত হিতোপদেশ শ্বেয়াৰ প্ৰধানমন্ত্ৰীৰ
September 07th, 09:43 am
প্ৰধানমন্ত্ৰী শ্ৰী নৰেন্দ্ৰ মোদীয়ে আজি শান্তি, কল্যাণ আৰু প্ৰকৃতিৰ সৈতে সমন্বয়ৰ বাবে প্ৰাৰ্থনাৰ ওপৰত আলোকপাত কৰি এটা সংস্কৃত হিতোপদেশ শ্বেয়াৰ কৰিছে।ৰাষ্ট্ৰীয় শিক্ষক বঁটা বিজয়ীসকলৰ সৈতে মত বিনিময় কৰিলে প্ৰধানমন্ত্ৰীয়ে
September 05th, 10:00 am
কালি প্ৰধানমন্ত্ৰী নৰেন্দ্ৰ মোদীয়ে লোক কল্যাণ মাৰ্গত থকা নিজৰ বাসগৃহত ৰাষ্ট্ৰীয় শিক্ষক বঁটা বিজয়ীসকলৰ সৈতে মত বিনিময় কৰে। এইবাৰ তিনিটা বিভাগৰ পৰা ৰাষ্ট্ৰীয় শিক্ষক বঁটাৰ বাবে নিৰ্বাচন কৰা হৈছে হৈছে ৮২ গৰাকী শিক্ষক আৰু শিক্ষাবিদ। ইয়াৰ ভিতৰত আছে বিদ্যালয় শিক্ষা আৰু সাক্ষৰতা বিভাগৰ ৪৮ গৰাকী শিক্ষক, উচ্চ শিক্ষানুষ্ঠান আৰু পলিটেকনিকৰ ২১ গৰাকী শিক্ষক/ফেকাল্টি সদস্য, দক্ষতা বিকাশ আৰু উদ্যোগীকৰণ মন্ত্ৰালয়ৰ ১৩ গৰাকী দক্ষতা প্ৰশিক্ষক।পৃথিৱীক সকলো জীৱৰ লালন-পালন কৰা মাতৃ আখ্যা দিয়া সংস্কৃত হিতোপদেশ শ্বেয়াৰ প্ৰধানমন্ত্ৰীৰ
August 06th, 11:07 am
প্ৰধানমন্ত্ৰী শ্ৰী নৰেন্দ্ৰ মোদীয়ে আজি সংস্কৃত হিতোপদেশ শ্বেয়াৰ কৰি মানৱতাই পৃথিৱীৰ সৈতে সম্প্রীতিৰে বাস কৰিব পাৰে বুলি উল্লেখ কৰাৰ লগতে কয় যে পৃথিৱী সকলো জীৱৰ লালন-পালন কৰা মাতৃ আৰু পৃথিৱীক বৰ্তাই ৰখা নৈতিক ব্যৱস্থাক সন্মান জনোৱা উচিত।Prime Minister shares Sanskrit Subhashitam highlighting respect for nature and environmental stewardship
July 30th, 10:26 am
PM Modi shares a Sanskrit Subhashitam highlighting that respect for nature, the environment and all creation lies at the core of our existence. He encourages everyone to serve nature with gratitude and work together towards building a healthy, prosperous and strong nation.প্ৰকৃতি সুৰক্ষাৰ গুৰুত্বৰ ওপৰত আলোকপাত কৰি সংস্কৃত হিতোপদেশ শ্বেয়াৰ প্ৰধানমন্ত্ৰীৰ
July 28th, 07:48 am
প্ৰধানমন্ত্ৰী শ্ৰী নৰেন্দ্ৰ মোদীয়ে কয় যে মানৱ জাতিৰ কল্যাণ প্ৰকৃতিৰ সুৰক্ষা আৰু ইয়াৰ প্ৰতি সন্মানৰ ওপৰত নিহিত। তেওঁ উল্লেখ কৰে যে ভাৰতৰ কালজয়ী পৰম্পৰাই আমাক এই সঠিক জীৱনশৈলী বৰ্তাই ৰাখিবলৈ আৰু প্ৰকৃতিৰ সৈতে সম্প্রীতিৰে জীয়াই থাকিবলৈ অনুপ্ৰাণিত কৰে।সকলো জীৱৰ কল্যাণ আৰু প্ৰকৃতিৰ সৈতে সমন্বয় সন্দৰ্ভত ওপৰত আলোকপাত কৰি প্ৰধানমন্ত্ৰীৰ এটা সংস্কৃত সুভাশিতম শ্বেয়াৰ
June 08th, 08:01 am
প্ৰধানমন্ত্ৰী শ্ৰী নৰেন্দ্ৰ মোদীয়ে আজি এটা সংস্কৃত সুভাশিতম শ্বেয়াৰ কৰি কয় যে প্ৰকৃতিৰ সৈতে ভাৰসাম্য বজাই ৰাখি সকলো জীৱৰ কল্যাণ সাধন কৰাটোৱেই হৈছে আমাৰ সংস্কৃতিৰ মূল চেতনা।গুজৰাটৰ চুৰাটত উন্নয়নমূলক প্ৰকল্পৰ উদ্বোধনী অনুষ্ঠানত প্ৰধানমন্ত্ৰীৰ ভাষণৰ মূলপাঠ
June 05th, 04:30 pm
গুজৰাটৰ জনপ্ৰিয় মুখ্যমন্ত্ৰী শ্ৰী ভূপেন্দ্ৰ ভাই পেটেল, কেন্দ্ৰীয় কেবিনেটত মোৰ সতীৰ্থ চি.আৰ. পাটিল, ৰাজ্যখনৰ উপ-মুখ্যমন্ত্ৰী ভাই হৰ্ষ সংঘভী, গুজৰাট বিজেপিৰ সভাপতি জগদীশ বিশ্বকৰ্মাজী, অন্যান্য মন্ত্ৰীসকল, জনপ্ৰতিনিধিসকল আৰু ইয়াত উপস্থিত থকা চুৰাটৰ মোৰ মৰমৰ ভাই-ভনীসকল।প্ৰধানমন্ত্ৰী শ্ৰী নৰেন্দ্ৰ মোদীয়ে গুজৰাটৰ চুৰাটত ১৮,৮০০ কোটি টকাৰো অধিক মূল্যৰ কেইবাটাও উন্নয়নমূলক প্ৰকল্পৰ উদ্বোধন, ৰাষ্ট্ৰৰ প্ৰতি উৎসৰ্গা আৰু আধাৰশিলা স্থাপন কৰে
June 05th, 04:16 pm
প্ৰধানমন্ত্ৰী শ্ৰী নৰেন্দ্ৰ মোদীয়ে আজি গুজৰাটৰ চুৰাটত কেইবাটাও উন্নয়নমূলক প্ৰকল্পৰ উদ্বোধন আৰু আধাৰশিলা স্থাপন কৰে। এক বৃহৎ সমাৱেশক সম্বোধন কৰি প্ৰধানমন্ত্ৰীগৰাকীয়ে গুজৰাটৰ জনসাধাৰণৰ অদম্য সমৰ্থনৰ বাবে কৃতজ্ঞতা জ্ঞাপন কৰে। শ্ৰী মোদীয়ে কয়, স্থানীয় সংস্থাৰ নিৰ্বাচনৰ পিছত এয়া মোৰ প্ৰথম চুৰাট ভ্ৰমণ। চুৰাটৰ পৰা সমগ্ৰ গুজৰাটৰ জনসাধাৰণক প্ৰণাম আৰু অভিনন্দন জনাইছো।বিশ্ব পৰিবেশ দিৱস উপলক্ষে প্ৰধানমন্ত্ৰীৰ শুভেচ্ছা জ্ঞাপন
June 05th, 09:53 am
যোৱা দশকত গ্ৰহণ কৰা সেউজ আৱৰণ সম্প্ৰসাৰণ কৰা তথা কেইবাটাও প্ৰাণীৰ প্ৰজাতিৰ সংখ্যা বৃদ্ধি কৰা কেইবাটাও চৰকাৰী পদক্ষেপৰ ওপৰত আলোকপাত কৰি প্ৰধানমন্ত্ৰীয়ে মন্তব্য কৰে যে এই দিৱসে পৰিবেশ সুৰক্ষিত কৰা আৰু বহনক্ষম বিকাশৰ প্ৰতি দায়বদ্ধতাক পুনৰ নিশ্চিত কৰে।প্ৰকৃত জ্ঞানৰ ৰূপান্তৰকাৰী শক্তিৰ ওপৰত আলোকপাত কৰি সংস্কৃত হিতোপদেশ শ্বেয়াৰ প্ৰধানমন্ত্ৰীৰ
May 26th, 09:20 am
প্ৰধানমন্ত্ৰী শ্ৰী নৰেন্দ্ৰ মোদীয়ে কয় যে প্ৰকৃত জ্ঞানে ৰাষ্ট্ৰ, সমাজ আৰু সমগ্ৰ মানৱতাৰ কল্যাণৰ পথ প্ৰশস্ত কৰে। তেওঁ উল্লেখ কৰে যে আমাৰ জ্ঞান আৰু কাৰ্য সমগ্ৰ মানৱ জাতিৰ বাবে অনুপ্ৰেৰণাৰ উৎস হোৱাটো গুৰুত্বপূৰ্ণ।সকলোৰে চিৰন্তন স্বাচ্ছন্দ্য, সুখ আৰু সমৃদ্ধিৰ হকে প্ৰাৰ্থনা কৰি এটা সংস্কৃত হিতোপদেশ শ্বেয়াৰ প্ৰধানমন্ত্ৰীৰ
May 25th, 09:18 am
প্ৰধানমন্ত্ৰী শ্ৰী নৰেন্দ্ৰ মোদীয়ে আজি এটা সংস্কৃত হিতোপদেশ শ্বেয়াৰ কৰি কয় যে প্ৰকৃতিৰ অসীম অনুগ্ৰহ, সূৰ্য দেৱৰ শক্তি আৰু বৰষুণৰ পবিত্ৰ আশীৰ্বাদে আমাৰ জীৱন সুখ আৰু সৌভাগ্যৰে সমৃদ্ধ কৰে। শ্ৰী মোদীয়ে পৃথিৱীখন চিৰদিনৰ বাবে প্ৰাণৱন্ত, সেউজীয়া আৰু সমৃদ্ধিশালী হৈ থকাৰ বাবে তেওঁৰ আন্তৰিক ইচ্ছা প্ৰকাশ কৰে।ফলাফলৰ তালিকাঃ প্ৰধানমন্ত্ৰীৰ নেদাৰলেণ্ডছ ভ্ৰমণ
May 17th, 02:47 am
ভাৰত-নেদাৰলেণ্ডছৰ কৌশলগত অংশীদাৰিত্বৰ ৰূপৰেখা [২০২৬-২০৩০]ভাৰত - কোৰিয়া গণৰাজ্যৰ বহনক্ষমতাৰ ক্ষেত্ৰত সহযোগিতাৰ বিষয়ত যুটীয়া বিবৃতি
April 20th, 10:55 pm
“দুয়ো পক্ষ” বুলি অভিহিত কৰি ভাৰত গণৰাজ্য আৰু কোৰিয়া গণৰাজ্যই জলবায়ু পৰিৱৰ্তন, সামুদ্ৰিক আৰু মেৰুৰ বিষয়ত ব্যৱহাৰিক সহযোগিতাৰ জৰিয়তে বিশ্ব বহনক্ষমতাৰ প্ৰত্যাহ্বানসমূহ মোকাবিলা কৰিবলৈ দ্বিপাক্ষিক সহযোগিতা শক্তিশালী কৰিবলৈ সন্মত হয়।কৰ্ণাটকৰ মাণ্ডিয়াত শ্ৰীগুৰু ভৈৰৱৈক্য মন্দিৰ উদ্বোধন কৰি দিয়া প্ৰধানমন্ত্ৰীৰ ভাষণৰ অসমীয়া অনুবাদ
April 15th, 11:10 am
পৰম পূজ্য জগদগুৰু শ্ৰী শ্ৰী শ্ৰী ডঃ নিৰ্মলানন্দনাথ মহাস্বামীজী, প্ৰাক্তন প্ৰধানমন্ত্ৰী মাননীয় এইচ. ডি. দেৱগৌড়া জী, ৰাজ্যখনৰ ৰাজ্যপাল শ্ৰী থাওৱাৰ চান্দ গেহলট জী, পৰম পূজ্য জগদগুৰু স্বামী পৰমাতমানন্দ সৰস্বতী জী, কেন্দ্ৰৰ মোৰ সহযোগী এইচ. ডি. কুমাৰস্বামী জী, শোভা কৰান্দলাজে জী, কৰ্ণাটকৰ বিৰোধী দলৰ নেতা আৰ. অশোক জী, ৰাজ্যিক মন্ত্ৰী এন. চেলুৱাৰায়স্বামী জী, সকলো সন্মানীয় সাধক, অন্যান্য বিশিষ্ট ব্যক্তিসকল আৰু ইয়াত বৃহৎ সংখ্যাত সমবেত হোৱা সকলো ভাই-ভনীসকল।কৰ্ণাটকৰ মাণ্ডিয়াৰ শ্ৰী ক্ষেত্ৰ আদিকুঞ্চনগিৰিস্থিত শ্ৰী গুৰু ভৈৰৱৈক্য মন্দিৰ উদ্বোধন প্ৰধানমন্ত্ৰী শ্ৰী নৰেন্দ্ৰ মোদীৰ
April 15th, 11:00 am
প্ৰধানমন্ত্ৰী শ্ৰী নৰেন্দ্ৰ মোদীয়ে আজি কৰ্ণাটকৰ মাণ্ডিয়াৰ শ্ৰী আদিকুঞ্চনগিৰিস্থিত শ্ৰী গুৰু ভৈৰৱৈক্য মন্দিৰ ক্ষেত্ৰ উদ্বোধন কৰে। এই অনুষ্ঠানৰ গভীৰ আধ্যাত্মিক প্ৰভাৱৰ কথা উল্লেখ কৰি প্ৰধানমন্ত্ৰীয়ে শ্ৰী গুৰু ভৈৰৱৈক্য মন্দিৰৰ উন্মোচন আৰু উচ্চ স্তৰৰ সাধুসকলৰ সৈতে মত-বিনিময়ৰ সুযোগ লাভ কৰাৰ বাবে গভীৰ কৃতজ্ঞতা প্ৰকাশ কৰে। ঐতিহাসিক জৱলা পীঠত সময় অতিবাহিত কৰা আৰু ভক্তসকলৰ বিশাল সমাগমক সম্বোধন কৰা কাৰ্যই তেওঁৰ মনত এনে এক শক্তিশালী আবেগ জগাই তোলে যি ভাষাৰে প্ৰকাশ কৰিব নোৱাৰি। প্ৰধানমন্ত্ৰী মোদীয়ে কয়, এই ঐশ্বৰিক অভিজ্ঞতা মোৰ স্মৃতিত চিৰদিনৰ বাবে সজীৱ হৈ থাকিব।দিল্লী-ডেৰাডুন অৰ্থনৈতিক কৰিডৰ উদ্বোধনৰ সময়ত প্ৰধানমন্ত্ৰীয়ে দিয়া ভাষণৰ পূৰ্ণপাঠ
April 14th, 01:25 pm
উত্তৰাখণ্ডৰ ৰাজ্যপাল শ্ৰী গুৰমীত সিং জী; এই ৰাজ্যৰ জনপ্ৰিয় আৰু কঠোৰ পৰিশ্ৰমী যুৱ মুখ্যমন্ত্ৰী শ্ৰী পুষ্কৰ সিং ধামী জী; কেন্দ্ৰীয় মন্ত্ৰীসভাত মোৰ সহকৰ্মী শ্ৰী নীতিন গাডকাৰী জী আৰু শ্ৰী অজয় তামতা জী; প্ৰযুক্তিৰ জৰিয়তে আমাৰ সৈতে যোগদান কৰা উত্তৰ প্ৰদেশৰ মুখ্যমন্ত্ৰী যোগী আদিত্যনাথ জী; ৰাজ্যপাল আনন্দিবেন; দিল্লীৰ মুখ্যমন্ত্ৰী শ্ৰীমতী ৰেখা গুপ্তাজী; মঞ্চত উপবিষ্ট—ৰাজ্যিক বিজেপিৰ সভাপতি শ্ৰী মহেন্দ্ৰ ভট্ট জী; প্ৰাক্তন ৰাজ্যপাল শ্ৰী ভগত সিং কেশৰী জী; প্ৰাক্তন মুখ্যমন্ত্ৰী—ভাই ৰমেশ পোখৰিয়াল, শ্ৰী বিজয় বহুগুণা, শ্ৰী তিৰথ সিং ৰাৱট, আৰু শ্ৰী ত্ৰিবেন্দ্ৰ সিং ৰাৱট; উত্তৰাখণ্ড চৰকাৰৰ সকলো মন্ত্ৰী; সংসদৰ সদস্য আৰু বিধানসভাৰ সদস্য; আৰু ইমান বিপুল সংখ্যাত ইয়াত গোট খোৱা মোৰ মৰমৰ ভাই-ভনীসকল।দিল্লী–ডেৰাডুন অৰ্থনৈতিক কৰিডৰ উদ্বোধন কৰিলে প্ৰধানমন্ত্ৰী শ্ৰী নৰেন্দ্ৰ মোদীয়ে
April 14th, 01:20 pm
প্ৰধানমন্ত্ৰী শ্ৰী নৰেন্দ্ৰ মোদীয়ে আজি উত্তৰাখণ্ড আৰু বিস্তৃত ৱঅঞ্চলৰ উন্নয়নৰ এক উল্লেখযোগ্য পদক্ষেপ হিচাপে দিল্লী-ডেৰাডুন অৰ্থনৈতিক কৰিডৰ উদ্বোধন কৰে। ডেৰাডুনত অনুষ্ঠিত অনুষ্ঠানত ভাষণ দি প্ৰধানমন্ত্ৰীয়ে বৈশাখী, ব’হাগ বিহু আৰু পুথাণ্ডু উপলক্ষ্যে দেশবাসীক শুভেচ্ছা জ্ঞাপন কৰি এই উদ্বোধনী অনুষ্ঠানটোৰ সৈতে সমগ্ৰ ভাৰতবৰ্ষত চলি থকা উৎসৱমুখৰ উদযাপনৰ মিল থকা বুলি উল্লেখ কৰে।LDF and UDF have deprived Keralam of its youth power: PM Modi in Ernakulam
March 11th, 03:00 pm
Amid a massive gathering in Ernakulam today, Prime Minister Narendra Modi said the enthusiasm and confidence of the people reflected a strong aspiration for Keralam’s development and a new political direction in the state. He emphasised that the aspirations of the people clearly indicate a desire for faster growth and new opportunities.PM Modi addresses a mega public meeting in Ernakulam, Keralam
March 11th, 02:20 pm
Amid a massive gathering in Ernakulam today, Prime Minister Narendra Modi said the enthusiasm and confidence of the people reflected a strong aspiration for Keralam’s development and a new political direction in the state. He emphasised that the aspirations of the people clearly indicate a desire for faster growth and new opportunities.Previous govts have for decades neglected the fishermen community. But now the NDA govt is progressing and boosting them to unlimited capabilities: PM
March 11th, 01:00 pm
Addressing the Golden Jubilee celebrations of the Akhila Kerala Dheevara Sabha, Prime Minister Narendra Modi said the occasion marked a historic milestone as the organisation completed 50 years of service to the fishermen community. Congratulating the members and fishermen across Keralam, the PM iterated, “For five decades, this organisation has worked continuously to protect the rights of fishermen. This journey reflects your hard work, dedication and spirit of service.”