অন্ধ্ৰ প্ৰদেশৰ কুৰ্ণুলত বিভিন্ন উন্নয়নমূলক প্ৰকল্পৰ শুভাৰম্ভণি অনুষ্ঠানত প্ৰধানমন্ত্ৰীয়ে দিয়া ভাষণৰ অসমীয়া অনুবাদ

October 16th, 03:00 pm

অন্ধ্ৰ প্ৰদেশৰ মাননীয় ৰাজ্যপাল এছ আব্দুল নাজীৰ জী; জনপ্ৰিয় আৰু কঠোৰ পৰিশ্ৰমী মুখ্যমন্ত্ৰী শ্ৰী চন্দ্ৰবাবু নাইডু জী; কেন্দ্ৰীয় মন্ত্ৰী কে ৰামমোহন নাইডু জী; চন্দ্ৰ শেখৰ পেম্মাছানি জী; ভূপতিৰাজু শ্ৰীনিবাস বাৰ্মা জী; উপ-মুখ্যমন্ত্ৰী পৱন কল্যাণ জী; ৰাজ্য চৰকাৰৰ মন্ত্ৰী নাৰা লোকেশ জী; আন সকলো মন্ত্ৰী; বিজেপিৰ ৰাজ্যিক সভাপতি পি.ভি.এন. মাধৱ জী; সকলো সংসদ সদস্য, বিধায়ক আৰু মোৰ মৰমৰ ভাই-ভনীসকল, যিসকলে ইয়াত ইমান বৃহৎ সংখ্যাত আমাক আশীৰ্বাদ দিবলৈ গোট খাইছে!

প্ৰধানমন্ত্ৰী শ্ৰী নৰেন্দ্ৰ মোদীয়ে অন্ধ্ৰ প্ৰদেশৰ কুৰ্ণুলত ১৩,৪৩০ কোটি টকাৰ ৰাষ্ট্ৰ উন্নয়ন প্ৰকল্পৰ আধাৰশিলা স্থাপন, উদ্বোধন তথা উৎসৰ্গা কৰে

October 16th, 02:30 pm

দ্বাদশ জ্যোতিৰ্লিংগ স্তোত্ৰমৰ এটা শ্লোক—“সৌৰাষ্ট্ৰ সোমনাথম চ শ্ৰীশৈলা মল্লিকাৰ্জুনম” আবৃত্তি কৰি শ্ৰী মোদীয়ে আলোকপাত কৰে যে বাৰটা জ্যোতিৰ্লিংগৰ ভিতৰত আৰম্ভণিতে ভগৱান সোমনাথ আৰু ভগৱান মল্লিকাৰ্জুনৰ নাম একেলগে থকা দেখা যায়। “গুজৰাটৰ পবিত্ৰ সোমনাথ ভূমিত জন্ম লোৱা, কাশীত বাবা বিশ্বনাথৰ ভূমিত সেৱা কৰাৰ সুযোগ পোৱা, আৰু এতিয়া শ্ৰীছাইলামৰ আশীৰ্বাদ লাভ কৰাটো মোৰ সৌভাগ্য”, শ্ৰী মোদীয়ে কয়। শ্ৰীছাইলাম ভ্ৰমণৰ অন্তত প্ৰধানমন্ত্ৰীয়ে শিৱাজী স্পুৰতি কেন্দ্ৰত শ্ৰদ্ধাঞ্জলি জ্ঞাপন কৰাৰ লগতে মঞ্চৰ পৰা ছত্ৰপতি মহাৰাজক শ্ৰদ্ধাঞ্জলি জনায়। তেওঁ আল্লামা প্ৰভু আৰু আক্কামাদেৱী আদি পূজনীয় শৈৱী সন্তসকলক প্ৰণাম জনায়। লগতে শ্ৰী উয়ালাৱাদা নৰসিংহ ৰেড্ডী গাৰু আৰু শ্ৰী হৰি সৰ্বোত্তম ৰাওকে ধৰি মহান স্বাধীনতা সংগ্ৰামীসকলকো শ্ৰদ্ধাঞ্জলি জ্ঞাপন কৰে।

৬ আগষ্টত প্ৰধানমন্ত্ৰীয়ে উদ্বোধন কৰিব কৰ্তব্য ভৱন

August 04th, 05:44 pm

প্ৰধানমন্ত্ৰী শ্ৰী নৰেন্দ্ৰ মোদীয়ে ৬ আগষ্টৰ দিনা দিনৰ ১২:১৫ বজাত দিল্লীৰ কৰ্তব্য পথত কৰ্তব্য ভৱন পৰিদৰ্শন কৰিব আৰু ভৱনটো আনুষ্ঠানিকভাবে উদ্বোধন কৰিব। ইয়াৰ পিছত প্ৰধানমন্ত্ৰীয়ে সন্ধিয়া প্ৰায় ৬:৩০ বজাত কৰ্তব্য পথৰ ৰাজহুৱা কাৰ্যসূচীত ভাষণ আগবঢ়াব।

গুৱাহাটীত এডভান্টেজ আছাম ২.০ বিনিয়োগ আৰু আন্তঃগাঁথনি সন্মিলন, ২০২৫ উদ্বোধন কৰি প্ৰধানমন্ত্ৰীৰ ভাষণৰ পূৰ্ণপাঠ

February 25th, 11:10 am

পূব ভাৰত আৰু উত্তৰ-পূৰ্বাঞ্চলত আজিৰেপৰা এক নতুন ভৱিষ্যতৰ আৰম্ভ হ’ব। এডভান্টেজ আছাম হৈছে সমগ্ৰ বিশ্বক অসমৰ সম্ভাৱনা আৰু প্ৰগতিৰ সৈতে সংযোগ কৰাৰ এক বৃহৎ অভিযান। ইতিহাস সাক্ষী যে ইয়াৰ পূৰ্বেও ভাৰতৰ সমৃদ্ধিৰ ক্ষেত্ৰত পূব ভাৰতে এটি মুখ্য ভূমিকা পালন কৰিছিল। আজি ভাৰত উন্নয়নৰ দিশে ধাৱমান হোৱাৰ সময়তে আকৌ এবাৰ পূব ভাৰত, আমাৰ উত্তৰ-পূৰ্বাঞ্চলে নিজৰ শক্তি প্ৰদৰ্শন কৰিবলৈ আগবাঢ়িছে। মই এডভান্টেজ অসমক এই মনোভাৱৰ প্ৰতিফলন হিচাপে প্ৰত্যক্ষ কৰিছোঁ। এই বিশাল অনুষ্ঠান আয়োজনৰ বাবে অসম চৰকাৰ আৰু হিমন্ত ডাঙৰীয়াৰ সমগ্ৰ টীমটোক অভিনন্দন জনাইছোঁ। মোৰ আজি মনত পৰিছে, ২০১৩ত মই নিৰ্বাচনী প্ৰচাৰৰ বাবে অসম ভ্ৰমণ কৰোঁতে, এখন সভাত মোৰ মনৰপৰা মাত্ৰ এটা শব্দ ওলাই আহিছিল। মই তেতিয়া কৈছিলোঁ, জনসাধাৰণে বৰ্ণমালা পঢ়োঁতে “এ ফৰ আছাম” বুলি ক’বলৈ বেছি দিন নাই।

এডভাণ্টেজ আছাম ২.০ বিনিয়োগ আৰু আন্তঃগাঁথনি সন্মিলন ২০২৫ উদ্বোধন প্ৰধানমন্ত্ৰী শ্ৰী নৰেন্দ্ৰ মোদীৰ

February 25th, 10:45 am

প্ৰধানমন্ত্ৰী শ্ৰী নৰেন্দ্ৰ মোদীয়ে আজি অসমৰ গুৱাহাটীত এডভাণ্টেজ আছাম ২.০ বিনিয়োগ আৰু আন্তঃগাঁথনি সন্মিলন-২০২৫ উদ্বোধন কৰে। অনুষ্ঠানত উপস্থিত সকলো গণ্যমান্য ব্যক্তিক আদৰণি জনাই শ্ৰী মোদীয়ে কয়, “পূব ভাৰত আৰু উত্তৰ-পূব ভাৰতে আজি ভৱিষ্যতৰ এক নতুন যাত্ৰাত অগ্ৰসৰ হৈছে আৰু এডভাণ্টেজ আছাম হৈছে অসমৰ অবিশ্বাস্য সম্ভাৱনা আৰু প্ৰগতি বিশ্বৰ সৈতে সংযোগ কৰাৰ এক বৃহৎ পদক্ষেপ।” তেওঁ লগতে কয় যে ভাৰতৰ সমৃদ্ধিৰ ক্ষেত্ৰত পূব ভাৰতৰ মূল ভূমিকা সম্পৰ্কে ইতিহাস সাক্ষী। প্ৰধানমন্ত্ৰীয়ে আশা প্ৰকাশ কৰে, “আজি আমি উন্নত ভাৰতৰ দিশে আগবাঢ়ি যোৱাৰ লগে লগে পূব ভাৰত আৰু উত্তৰ-পূবৰ দেশসমূহে নিজৰ প্ৰকৃত সম্ভাৱনা প্ৰদৰ্শন কৰিব।” এডভাণ্টেজ আছামে একে মনোভাৱক প্ৰতিনিধিত্ব কৰে বুলি উল্লেখ কৰি এই বৃহৎ অনুষ্ঠান আয়োজন কৰাৰ বাবে ­অসম চৰকাৰ আৰু মুখ্যমন্ত্ৰীক অভিনন্দন জ্ঞাপন কৰে। তেওঁ ২০১৩ চনৰ বক্তব্য স্মৰণ কৰে, যেতিয়া তেওঁ কৈছিল যে ‘এ ফৰ আছাম’-এ মান্যতাৰ পোৱাৰ সেই দিন বেছি দূৰত নহয়৷

India is driving not only its own growth but also the world's growth: PM Modi at India Energy Week

February 11th, 11:37 am

At India Energy Week, PM Modi highlighted India's energy ambitions based on resources, innovation, economic strength, strategic geography and sustainability. He emphasised India's rapid progress in renewables, biofuels and green energy, policy reforms and investment opportunities, reaffirming the country's commitment to driving global growth and energy transformation.

‘ভাৰত শক্তি সপ্তাহ ২০২৫’ ত প্ৰধানমন্ত্ৰী শ্ৰী নৰেন্দ্ৰ মোদীৰ মন্তব্য

February 11th, 09:55 am

প্ৰধানমন্ত্ৰী শ্ৰী নৰেন্দ্ৰ মোদীয়ে আজি ‘ভিডিঅ' বাৰ্তা’ৰ জৰিয়তে ‘ভাৰত শক্তি সপ্তাহ ‘ নিজৰ মন্তব্য আগবঢ়ায়। ‘যশোভূমী’ত অনুষ্ঠান সম্বোধন কৰি তেওঁ গুৰুত্ব আৰোপ কৰে যে কেৱল অনুষ্ঠানত উপস্থিত থকাসকলেই শক্তি সপ্তাহৰ অংশ নহয়, বৰং ভাৰতৰ শক্তি উচ্চাকাংক্ষাও হৈছে ইয়াৰ অবিচ্ছেদ্য অংশ। তেওঁ এই অনুষ্ঠানত তেওঁলোকৰ গুৰুত্বপূৰ্ণ ভূমিকা থকাৰ কথা উল্লেখ কৰি বিদেশৰ বিশিষ্ট অতিথিসকলকে ধৰি সকলো অংশগ্ৰহণকাৰীকে উষ্ম আদৰণি জনায়।

List of Outcomes : State Visit of Prime Minister to Guyana (November 19-21, 2024)

November 20th, 09:55 pm

During PM Modi's state visit to Guyana, several key MoUs were signed. These included cooperation in hydrocarbons, agriculture, and affordable medicine supplies under PMBJP. Cultural ties were strengthened with a 2024-27 exchange program, while digital transformation efforts will bring India’s UPI and other tech solutions to Guyana. Agreements on medical product regulation and pharma standards aim to boost healthcare collaboration. Defence and broadcasting partnerships were also established, focusing on training, research, and cultural exchanges

১৩ নৱেম্বৰত বিহাৰ ভ্ৰমণ কৰিব প্ৰধানমন্ত্ৰীয়ে

November 12th, 08:26 pm

প্ৰধানমন্ত্ৰী শ্ৰী নৰেন্দ্ৰ মোদীয়ে ১৩ নৱেম্বৰত বিহাৰ ভ্ৰমণ কৰিব। তেওঁ দাৰভাংগালৈ যাত্ৰা কৰিব আৰু প্ৰায় ১০:৪৫ বজাত তেওঁ বিহাৰত প্ৰায় ১২,১০০ কোটি টকাৰ একাধিক উন্নয়নমূলক প্ৰকল্প উদ্বোধন, আধাৰশিলা স্থাপন আৰু ৰাষ্ট্ৰৰ নামত উৎসৰ্গা কৰিব।

The priority of RJD and Congress is not you, the people, but their own vote bank: PM Modi in Hajipur

May 13th, 11:21 pm

Hajipur, Bihar welcomed Prime Minister Narendra Modi with great enthusiasm. Addressing the gathering, PM Modi emphasized BJP’s unwavering dedication to building a Viksit Bharat and Viksit Bihar. He assured equal participation in decision-making for all.

PM Modi energizes crowds in Hajipur, Muzaffarpur and Saran, Bihar, with his powerful words

May 13th, 10:30 am

Hajipur, Muzaffarpur and Saran welcomed Prime Minister Narendra Modi with great enthusiasm, today. Addressing the massive gathering in Bihar, PM Modi emphasized BJP’s unwavering dedication to building a Viksit Bharat and Viksit Bihar. He assured equal participation in decision-making for all.

Telangana is the land of the brave Ramji Gond & Komaram Bheem: PM Modi

March 04th, 12:45 pm

On his visit to Telangana, PM Modi addressed a massive rally in Adilabad. He said, The huge turnout by the people of Telangana in Adilabad is a testimony to the growing strength of B.J.P. & N.D.A. He added that the launch of various projects ensures the holistic development of the people of Telangana

Telangana's massive turnout during a public rally by PM Modi in Adilabad

March 04th, 12:24 pm

On his visit to Telangana, PM Modi addressed a massive rally in Adilabad. He said, The huge turnout by the people of Telangana in Adilabad is a testimony to the growing strength of B.J.P. & N.D.A. He added that the launch of various projects ensures the holistic development of the people of Telangana

৪-৬ মাৰ্চত তেলেংগানা, তামিলনাডু, উৰিষ্যা, পশ্চিম বংগ আৰু বিহাৰ ভ্ৰমণ কৰিব প্ৰধানমন্ত্ৰীয়ে

March 03rd, 11:58 am

৪ মাৰ্চত পুৱা প্ৰায় ১০:৩০ বজাত প্ৰধানমন্ত্ৰীয়ে তেলেংগানাৰ আদিলাবাদত ৫৬,০০০ কোটি টকাৰো অধিক মূল্যৰ একাধিক উন্নয়নমূলক প্ৰকল্প উদ্বোধন, উচৰ্গা আৰু আধাৰশিলা স্থাপন কৰিব। তাৰ পিছতে আবেলি প্ৰায় ৩:৩০ বজাত প্ৰধানমন্ত্ৰীয়ে তামিলনাডুৰ কালপক্কমত ‘ভৱিনী’ ভ্ৰমণ কৰিব।

প্ৰধানমন্ত্ৰী শ্ৰী নৰেন্দ্ৰ মোদীয়ে ২৪ আৰু ২৫ ফেব্ৰুৱাৰীত গুজৰাট ভ্ৰমণ কৰিব

February 24th, 10:45 am

প্ৰধানমন্ত্ৰী শ্ৰী নৰেন্দ্ৰ মোদীয়ে ২৪ আৰু ২৫ ফেব্ৰুৱাৰী, ২০২৪ত গুজৰাট ভ্ৰমণ কৰিব। অহা ২৫ ফেব্ৰুৱাৰীৰ পুৱা ৭:৪৫ বজাত বেয়াত দ্বাৰকা মন্দিৰত পূজা আৰু দৰ্শন কৰিব। পূজাৰ পিছত, পুৱা ৮:২৫ বজাত সুদৰ্শন সেতু ভ্ৰমণ কৰিব। ইয়াৰ পিছত তেওঁ ৰাতিপুৱা ৯.৩০ বজাত দ্বাৰকাধীশ মন্দিৰলৈ যাব।

‘কৃষ্ণা-গোদাৱৰী অৱবাহিকা’ৰ গভীৰ পানীৰ খাদৰ পৰা তেলৰ উৎপাদন আৰম্ভ হোৱাত প্ৰশংসা কৰিছে প্ৰধানমন্ত্ৰীয়ে

January 08th, 10:06 am

প্ৰধানমন্ত্ৰী শ্ৰী নৰেন্দ্ৰ মোদীয়ে বংগোপসাগৰৰ উপকূলত অৱস্থিত জটিল আৰু কঠিন গভীৰ পানীৰ ‘কৃষ্ণা-গোদাৱৰী অৱবাহিকা’ (কেজি-ডিডব্লিউএন-৯৮/২ খণ্ড)ৰ পৰা আৰম্ভ হোৱা প্ৰথম খেপ তেল উৎপাদনক প্ৰশংসা কৰে।

৫ অক্টোবৰত ৰাজস্থান আৰু মধ্যপ্ৰদেশ ভ্ৰমণ কৰিব প্ৰধানমন্ত্ৰীয়ে

October 04th, 09:14 am

প্ৰায় ১১:১৫ বজাত ৰাজস্থানৰ যোধপুৰত প্ৰধানমন্ত্ৰীয়ে পথ, ৰে’ল, বিমান পৰিবহণ, স্বাস্থ্য আৰু উচ্চ শিক্ষাৰ দৰে খণ্ডত প্ৰায় ৫,০০০ কোটি টকাৰ একাধিক উন্নয়নমূলক প্ৰকল্পৰ আধাৰশিলা স্থাপন কৰাৰ লগতে দেশবাসীৰ নামত উচৰ্গা কৰিব। বিয়লি প্ৰায় ৩:৩০ বজাত প্ৰধানমন্ত্ৰীয়ে মধ্যপ্ৰদেশৰ জবলপুৰত উপস্থিত হ’ব, য’ত তেওঁ পথ, ৰে’ল, গেছ পাইপলাইন, গৃহ নিৰ্মাণ আৰু বিশুদ্ধ খোৱাপানীৰ সৈতে জড়িত ১২,৬০০ কোটিতকৈ অধিক মূল্যৰ উন্নয়নমূলক প্ৰকল্প উদ্বোধন, আধাৰশিলা স্থাপন আৰু দেশবাসীৰ নামত উচৰ্গা কৰিব৷

৪২ সংখ্যক প্ৰগতি বৈঠকত অধ্যক্ষতা প্ৰধানমন্ত্ৰীৰ

June 28th, 07:49 pm

আজি প্ৰধানমন্ত্ৰী শ্ৰী নৰেন্দ্ৰ মোদীৰ অধ্যক্ষতাত কেন্দ্ৰ আৰু ৰাজ্য চৰকাৰসমূহৰ সমন্বিত প্ৰ’-এক্টিভ গভৰ্নেন্স আৰু সময়মতে ৰূপায়ণৰ বাবে আইচিটি ভিত্তিক মাল্টি-মডেল প্লেটফৰ্ম প্ৰগতিৰ ৪২ সংখ্যক সংস্কৰণৰ বৈঠক অনুষ্ঠিত হয়।

ব্ৰহ্মপুত্ৰৰ নদীৰ তলেৰে এইচডিডি পদ্ধতিৰে ২৪ ইঞ্চি ব্যাসাৰ্ধৰ প্ৰাকৃতিক গেছ পাইপলাইন নিৰ্মাণ কৰি বৃহৎ মাইলৰ খুঁটি স্থাপন কৰাৰ বাবে নৰ্থইষ্ট গেছ গ্ৰিডৰ প্ৰশংসা প্ৰধানমন্ত্ৰীৰ

April 26th, 02:53 pm

নদী অতিক্ৰমি এছিয়াৰ দীৰ্ঘতম আৰু বিশ্বৰ দ্বিতীয় দীৰ্ঘতম হাইড্ৰকাৰ্বন কাৰ্বন পাইপলাইনেৰে অভিলেখ ৰচনা কৰা বুলি পেট্ৰ’লিয়াম আৰু প্ৰাকৃতিক গেছ মন্ত্ৰালয়ে কৰা এটা টুইট শ্বেয়াৰ কৰি প্ৰধানমন্ত্ৰীয়ে টুইটত কয়;

প্ৰধানমন্ত্ৰীয়ে ভাৰতীয় নৌসেনাৰ ব্যতিক্ৰমী দক্ষতা আৰু দৃঢ়তাক প্ৰশংসা কৰে

April 13th, 10:55 am

প্ৰধানমন্ত্ৰী শ্ৰী নৰেন্দ্ৰ মোদীয়ে অ’এনজিচিৰ জটিল ইন্ধন নিষ্কাশন সঁজুলি ঠিক কৰাৰ ক্ষেত্ৰত ভাৰতীয় নৌসেনাৰ ব্যতিক্ৰমী দক্ষতা আৰু দৃঢ়তাৰ শলাগ লৈছে, যাৰ ফলত পানীৰ তলত অতিৰিক্ত ইন্ধন লাইন নিৰৱচ্ছিন্নভাৱে স্থাপন কৰিব পৰা গৈছে।