Prime Minister extends greetings on National Sports Day
August 29th, 10:34 am
On National Sports Day, PM Modi extended his greetings to all sports lovers and lauded the dedication, passion and determination of sportspersons. He also paid homage to Major Dhyan Chand Ji, whose brilliance and invaluable contribution to Indian hockey continue to inspire generations.Our government is fully committed to creating a modern sports ecosystem for the 21st century in India: PM Modi
August 27th, 11:15 am
PM Modi participated in the Khelo India Dialogue programme. Addressing the occasion, he highlighted the contribution of hockey legend Major Dhyan Chand ji to strengthening sporting ties between India and New Zealand. He also stressed the need to expand India’s participation across sporting disciplines ahead of the 2036 Olympics and underlined the role of sports in promoting fitness, building resilience and keeping young people away from drugs.PM Modi participates in Khelo India Dialogue
August 27th, 11:00 am
PM Modi participated in the Khelo India Dialogue programme. Addressing the occasion, he highlighted the contribution of hockey legend Major Dhyan Chand ji to strengthening sporting ties between India and New Zealand. He also stressed the need to expand India’s participation across sporting disciplines ahead of the 2036 Olympics and underlined the role of sports in promoting fitness, building resilience and keeping young people away from drugs.ৰাষ্ট্ৰীয় ক্ৰীড়া দিৱস উপলক্ষে প্ৰধানমন্ত্ৰীৰ শুভেচ্ছা, মেজৰ ধ্যানচান্দৰ প্ৰতি শ্ৰদ্ধাঞ্জলি অৰ্পণ
August 29th, 08:39 am
ভাৰতৰ প্ৰধানমন্ত্ৰী শ্ৰীনৰেন্দ্ৰ মোদীয়ে কিংবদন্তি হকী খেলুৱৈ মেজৰ ধ্যানচান্দৰ সন্মানাৰ্থে প্ৰতি বছৰে ২৯ আগষ্টত উদযাপিত ৰাষ্ট্ৰীয় ক্ৰীড়া দিৱস উপলক্ষে দেশবাসীক শুভেচ্ছা জ্ঞাপন কৰিছে। ভাৰতৰ বিকশিত ক্ৰীড়া প্ৰেক্ষাপটৰ ওপৰত আলোকপাত কৰি প্ৰধানমন্ত্ৰীয়ে ক্ৰীড়া আৰু সু-স্বাস্থ্যৰ সংস্কৃতি গঢ়ি তোলা, এথলীটসকলৰ বাবে প্ৰতিষ্ঠানিক সমৰ্থন শক্তিশালী কৰা আৰু সমগ্ৰ দেশতে আধুনিক প্ৰশিক্ষণ আৰু প্ৰতিযোগিতাৰ পৰিৱেশ সম্প্ৰসাৰিত কৰাৰ ক্ষেত্ৰত চৰকাৰৰ নিষ্ঠাৰ বিষয়ে দোহাৰে।ৰাষ্ট্ৰীয় ক্ৰীড়া দিৱসত প্ৰধানমন্ত্ৰী শ্ৰী নৰেন্দ্ৰ মোদীৰ মেজৰ ধ্যান চান্দলৈ শ্ৰদ্ধাঞ্জলি জ্ঞাপন
August 29th, 10:25 am
ৰাষ্ট্ৰীয় ক্ৰীড়া দিৱস উপলক্ষে নাগৰিকসকলক শুভেচ্ছা জনাই প্ৰধানমন্ত্ৰী শ্ৰী নৰেন্দ্ৰ মোদীয়ে কিংবদন্তি হকী খেলুৱৈ মেজৰ ধ্যান চান্দলৈ আন্তৰিক শ্ৰদ্ধাঞ্জলি জ্ঞাপন কৰে।Prime Minister greets all sportspersons on National Sports Day
August 29th, 08:54 am
The Prime Minister, Shri Narendra Modi has greeted all sportspersons on National Sports Day.উত্তৰপ্রদেশৰ মীৰাটত মেজৰ ধ্যানচাঁদ ক্রীড়া বিশ্ববিদ্যালয়ৰ আধাৰশিলা স্থাপন অনুষ্ঠানত প্রধানমন্ত্রীৰ ভাষণৰ অসমীয়া অনুবাদ
January 02nd, 01:01 pm
প্ৰধানমন্ত্ৰী শ্ৰী নৰেন্দ্ৰ মোদীয়ে উত্তৰ প্ৰদেশৰ মিৰাটত মেজৰ ধ্যান চান্দ ক্ৰীড়া বিশ্ববিদ্যালয়ৰ আধাৰশিলা স্থাপন কৰে। ক্ৰীড়া বিশ্ববিদ্যালয়খনি প্ৰায় ৭০০ কোটি টকা আনুমানিক ব্যয়সাপেক্ষে প্ৰতিষ্ঠা কৰা হ'ব আৰু ইয়াক চিনথেটিক হকী গ্ৰাউণ্ড, ফুটবল গ্ৰাউণ্ড, বাস্কেটবল/ ভলীবল/ হেণ্ডবল/ কাবাডী গ্ৰাউণ্ড, লন টেনিছ ক’ৰ্ট, জিমনেছিয়াম হল, চিনথেটিক ৰাণিং ষ্টেডিয়াম, চুইমিং পুল, মাল্টিপাৰ্পাছ হল আৰু চাইক্লিং ভেলোড্ৰমকে ধৰি আধুনিক আৰু অত্যাধুনিক ক্ৰীড়া আন্তঃগাঁথনিৰে সজ্জিত কৰা হ'ব। বিশ্ববিদ্যালয়খনত অন্যান্য সুবিধাসমূহৰ লগতে শ্বুটিং, স্কোৱাছ, জিমনাষ্টিকছ, ভাৰোত্তোলন, আৰ্চাৰী, কেনোয়িং আৰু কায়াকিঙৰ সুবিধাও থাকিব। বিশ্ববিদ্যালয়খনত ৫৪০ গৰাকী মহিলা আৰু ৫৪০ জন পুৰুষ খেলুৱৈকে ধৰি ১০৮০ জন খেলুৱৈক প্ৰশিক্ষণ প্ৰদান কৰিবপৰা হ’ব।উত্তৰ প্ৰদেশৰ মিৰাটত মেজৰ ধ্যান চান্দ ক্ৰীড়া বিশ্ববিদ্যালয়ৰ আধাৰশিলা স্থাপন প্ৰধানমন্ত্ৰীৰ
January 02nd, 01:00 pm
প্ৰধানমন্ত্ৰী শ্ৰী নৰেন্দ্ৰ মোদীয়ে উত্তৰ প্ৰদেশৰ মিৰাটত মেজৰ ধ্যান চান্দ ক্ৰীড়া বিশ্ববিদ্যালয়ৰ আধাৰশিলা স্থাপন কৰে। ক্ৰীড়া বিশ্ববিদ্যালয়খনি প্ৰায় ৭০০ কোটি টকা আনুমানিক ব্যয়সাপেক্ষে প্ৰতিষ্ঠা কৰা হ'ব আৰু ইয়াক চিনথেটিক হকী গ্ৰাউণ্ড, ফুটবল গ্ৰাউণ্ড, বাস্কেটবল/ ভলীবল/ হেণ্ডবল/ কাবাডী গ্ৰাউণ্ড, লন টেনিছ ক’ৰ্ট, জিমনেছিয়াম হল, চিনথেটিক ৰাণিং ষ্টেডিয়াম, চুইমিং পুল, মাল্টিপাৰ্পাছ হল আৰু চাইক্লিং ভেলোড্ৰমকে ধৰি আধুনিক আৰু অত্যাধুনিক ক্ৰীড়া আন্তঃগাঁথনিৰে সজ্জিত কৰা হ'ব। বিশ্ববিদ্যালয়খনত অন্যান্য সুবিধাসমূহৰ লগতে শ্বুটিং, স্কোৱাছ, জিমনাষ্টিকছ, ভাৰোত্তোলন, আৰ্চাৰী, কেনোয়িং আৰু কায়াকিঙৰ সুবিধাও থাকিব। বিশ্ববিদ্যালয়খনত ৫৪০ গৰাকী মহিলা আৰু ৫৪০ জন পুৰুষ খেলুৱৈকে ধৰি ১০৮০ জন খেলুৱৈক প্ৰশিক্ষণ প্ৰদান কৰিবপৰা হ’ব।ভাৰতীয় যুৱসমাজে কিবা নতুন আৰু বৃহৎ পৰিসৰত কৰিবলৈ বিচাৰে: মন কী বাতত প্ৰধানমন্ত্ৰী
August 29th, 11:30 am
মোৰ মৰমৰ যুৱবন্ধুসকল, আমি বিভিন্ন ধৰণৰ ক্ৰীড়া আয়ত্ত কৰাৰ এই সুযোগৰ সদ্ব্যৱহাৰ কৰা উচিত। গাঁৱে-গাঁৱে ক্ৰীড়া প্ৰতিযোগিতা অব্যাহত থাকিব লাগে। প্ৰতিযোগিতাৰ পৰাই খেলখন সম্প্ৰসাৰিত হয়, খেলৰ বিকাশ হয়, খেলুৱৈসকলেও ইয়াৰ পৰাই ওলাই ৷ আহক আমি সকলোৱে যিমান পাৰোঁ এই গতি গ্ৰহণ কৰোঁ, আৰু 'সবকা প্ৰয়াস'ৰ এই মন্ত্ৰেৰে ইয়াক উপলব্ধি কৰি ইয়াত অৱদান আগবঢ়াওঁ।PM congratulates Bhavina Patel on winning Silver medal in Table Tennis at Paralympics Games
August 29th, 09:06 am
The Prime Minister, Shri Narendra Modi has congratulated Bhavina Patel on winning Silver medal in Table Tennis at Paralympics Games in Tokyo.ৰাষ্ট্ৰীয় ক্ৰীড়া দিৱস উপলক্ষে ক্ৰীড়াবিদসকলক শুভেচ্ছা প্ৰধানমন্ত্ৰীৰ; মেজৰ ধ্যান চাঁদলৈ শ্ৰদ্ধাঞ্জলি
August 29th, 10:34 am
প্ৰধানমন্ত্ৰী শ্ৰী নৰেন্দ্ৰ মোদীয়ে ৰাষ্ট্ৰীয় ক্ৰীড়া দিৱস উপলক্ষে ক্ৰীড়াবিদসকলক শুভেচ্ছা জনাইছে৷ প্ৰধানমন্ত্ৰীয়ে লগতে কিংবদন্তী ভাৰতীয় হকী খেলুৱৈ মেজৰ ধ্যান চাঁদৰ প্ৰতিও শ্ৰদ্ধাঞ্জলি নিবেদন কৰে৷Fitness is not just a word but a pre-condition for healthy and fulfilling life: PM Modi
August 29th, 10:01 am
PM Narendra Modi launched the FIT India movement today. Speaking at the event, PM Modi said, A fit mind in a fit body is important. PM Modi further said lifestyle diseases are on the rise due to lifestyle disorders and we can ensure we don't get them by being fitness-conscious. The Prime Minister also urged people to make the FIT India movement a Jan Andolan.প্ৰধানমন্ত্ৰীয়ে মুকলি কৰিলে ‘ফিট ইণ্ডিয়া’ অভিযান
August 29th, 10:00 am
প্ৰধানমন্ত্ৰী শ্ৰী নৰেন্দ্ৰ মোদীয়ে আজি নতুন দিল্লীত অনুষ্ঠিত ৰাষ্ট্ৰীয় ক্ৰীড়া দিৱসৰ এক অনুষ্ঠানত ‘ফিট ইণ্ডিয়া অভিযান’ মুকলি কৰে। ‘ফিটনেছ’ক নিজক জীৱনশৈলী কৰি তোলাৰ বাবেও দেশবাসীক আহ্বান জনায় প্ৰধানমন্ত্ৰীয়ে।‘প্লাষ্টিকৰ ব্যৱহাৰ সম্পূৰ্ণৰূপে’ ৰোধ কৰাত সকলোৱে সহায়ৰ হাত আগবঢ়াওকঃ মন কী বাতৰ সময়ত প্ৰধানমন্ত্ৰী
August 25th, 11:30 am
মন কী বাতৰ শেহতীয়া খণ্ডত প্ৰধানমন্ত্ৰী নৰেন্দ্ৰ মোদীয়ে মহাত্মা গান্ধীৰ ১৫০তম জয়ন্তী, মেন ভাৰ্ছেছ ৱাইল্ডলাইফৰ বিশেষ খণ্ড, সম্পূৰ্ণৰূপে প্লাষ্টিকৰ ব্যৱহাৰ নকৰা আৰু অন্যান্য কেইবাটাও বিষয় উল্লেখ কৰে৷ প্ৰধানমন্ত্ৰীয়ে দেশজুৰি জন্মাষ্টমী উদযাপনৰ সন্দৰ্ভতো কয়৷ৰাষ্ট্ৰীয় ক্ৰীড়া দিৱস উপলক্ষে ক্ৰীড়াপ্ৰেমীক অভিনন্দন প্ৰধানমন্ত্ৰীৰ
August 29th, 09:42 am
প্ৰধানমন্ত্ৰী শ্ৰী নৰেন্দ্ৰ মোদীয়ে ৰাষ্ট্ৰীয় ক্ৰীড়া দিৱস উপলক্ষে দেশৰ ক্ৰীড়াপ্ৰেমীক অভিনন্দন জনাইছে৷PM congratulates all sportspersons and sports enthusiasts on National Sports Day; pays tributes to legendary Hockey player Major Dhyan Chand
August 29th, 11:06 am
”On National Sports Day, I congratulate all sportspersons and sports enthusiasts who pursue sports with great vigour and passion. I pay tributes to the exemplary Major Dhyan Chand, whose legendary sporting skills did wonders for Indian hockey... Sports is about physical fitness, mental alertness and personality enhancement. -PM Narendra Modi