দিল্লীত মুখ্য সচিবসকলৰ পঞ্চম ৰাষ্ট্ৰীয় সন্মিলনত সভাপতিত্ব কৰে প্ৰধানমন্ত্ৰীয়ে

December 28th, 09:32 pm

প্ৰধানমন্ত্ৰী নৰেন্দ্ৰ মোদীয়ে দিল্লীত অনুষ্ঠিত পঞ্চম ৰাষ্ট্ৰীয় মুখ্য সচিব সন্মিলনত ভাষণ প্ৰদান কৰে। ২০২৫ চনৰ ২৬ ডিচেম্বৰৰ পৰা ২৮ ডিচেম্বৰলৈ দিল্লীৰ পুছাত তিনিদিনীয়া সন্মিলনখন অনুষ্ঠিত হয়।প্ৰধানমন্ত্ৰীয়ে পৰ্যবেক্ষণ কৰে যে এই সন্মিলনে সমবায় ফেডাৰেলিজমৰ মনোভাৱ শক্তিশালী কৰাৰ লগতে বিকশিত ভাৰতৰ দৃষ্টিভংগী সাধনৰ বাবে কেন্দ্ৰ-ৰাজ্যৰ অংশীদাৰিত্ব গভীৰ কৰাৰ ক্ষেত্ৰত আন এক নিৰ্ণায়ক পদক্ষেপ হিচাপে চিহ্নিত কৰিছে।

মুখ্য সচিবসকলৰ ৰাষ্ট্ৰীয় সন্মিলনৰ অধ্যক্ষতা প্ৰধানমন্ত্ৰীৰ

December 27th, 10:30 pm

প্ৰধানমন্ত্ৰী শ্ৰী নৰেন্দ্ৰ মোদীয়ে আজি নতুন দিল্লীত মুখ্য সচিবসকলৰ ৰাষ্ট্ৰীয় সন্মিলনত অংশগ্ৰহণ কৰে। দিল্লীত অনুষ্ঠিত মুখ্য সচিবসকলৰ ৰাষ্ট্ৰীয় সন্মিলনৰ সময়ত শাসন আৰু সংস্কাৰৰ সৈতে জড়িত বিভিন্ন বিষয়ৰ ওপৰত অন্তৰ্দৃষ্টিসম্পন্ন আলোচনা হয়।, শ্ৰী মোদীয়ে কয়।

প্ৰধানমন্ত্ৰীয়ে ২৭ আৰু ২৮ ডিচেম্বৰত দিল্লীত মুখ্য সচিবসকলৰ পঞ্চম ৰাষ্ট্ৰীয় সন্মিলনত সভাপতিত্ব কৰিব

December 26th, 11:06 am

প্ৰধানমন্ত্ৰী শ্ৰী নৰেন্দ্ৰ মোদীয়ে ২০২৫ চনৰ ২৭ আৰু ২৮ ডিচেম্বৰত দিল্লীত মুখ্য সচিবসকলৰ পঞ্চম ৰাষ্ট্ৰীয় সন্মিলনত সভাপতিত্ব কৰিব। এই সন্মিলনখনে ৰাষ্ট্ৰীয় উন্নয়নৰ অগ্ৰাধিকাৰৰ ওপৰত গঠনমূলক আৰু বহনক্ষম আলোচনাৰ জৰিয়তে কেন্দ্ৰ-ৰাজ্যৰ অংশীদাৰিত্ব শক্তিশালী কৰাৰ ক্ষেত্ৰত আন এক গুৰুত্বপূৰ্ণ মাইলৰ খুঁটি হিচাপে চিহ্নিত কৰিছে।

Prime Minister Narendra Modi to chair fourth National Conference of Chief Secretaries in Delhi

December 13th, 12:53 pm

PM Modi will chair the 4th National Conference of Chief Secretaries in Delhi, focusing on entrepreneurship, employment, and skilling to leverage India's demographic pidend. Key themes include manufacturing, renewable energy, and circular economy, with special sessions on economic growth, investment, and capacity building.

প্ৰধানমন্ত্ৰীয়ে মুখ্য সচিবসকলৰ সন্মিলনত অংশগ্ৰহণ কৰে

December 29th, 11:53 pm

প্ৰধানমন্ত্ৰী শ্ৰী নৰেন্দ্ৰ মোদীয়ে যোৱা দুদিন ধৰি মুখ্য সচিবসকলৰ সন্মিলনত অংশগ্ৰহণ কৰে।

২৮ আৰু ২৯ ডিচেম্বৰত দিল্লীত মুখ্য সচিবসকলৰ তৃতীয় ৰাষ্ট্ৰীয় সন্মিলনৰ অধ্যক্ষতা কৰিব প্ৰধানমন্ত্ৰীয়ে

December 26th, 10:58 pm

প্ৰধানমন্ত্ৰী শ্ৰী নৰেন্দ্ৰ মোদীয়ে ২০২৩ চনৰ ২৮ আৰু ২৯ ডিচেম্বৰত দিল্লীত মুখ্য সচিবসকলৰ তৃতীয় ৰাষ্ট্ৰীয় সন্মিলনৰ সভাপতিত্ব কৰিব। এয়া তৃতীয়খন এনে সন্মিলন, প্ৰথমখন ২০২২ চনৰ জুন মাহত ধৰ্মশালাত আৰু দ্বিতীয়খন ২০২৩ চনৰ জানুৱাৰী মাহত দিল্লীত অনুষ্ঠিত হৈছিল।

প্ৰধানমন্ত্ৰীয়ে ১৬ আৰু ১৭ জুনত ধৰ্মশালাত মুখ্য সচিবৰ প্ৰথমখন ৰাষ্ট্ৰীয় সন্মিলনৰ অধ্যক্ষতা কৰিব

June 14th, 08:56 am

প্ৰধানমন্ত্ৰী শ্ৰী নৰেন্দ্ৰ মোদীয়ে ২০২২ চনৰ ১৬ আৰু ১৭ জুনত হিমাচল প্ৰদেশৰ ধৰ্মশালাৰ এইচপিচিএ ষ্টেডিয়ামত মুখ্য সচিবসকলৰ প্ৰথম ৰাষ্ট্ৰীয় সন্মিলনত সভাপতিত্ব কৰিব। কেন্দ্ৰ আৰু ৰাজ্য চৰকাৰৰ মাজত অংশীদাৰীত্ব অধিক শক্তিশালী কৰাৰ দিশত ই এক গুৰুত্বপূৰ্ণ পদক্ষেপ হ'ব।