দশম ভাইব্ৰেণ্ট গুজৰাট বিশ্ব সন্মিলনত প্ৰধানমন্ত্ৰীৰ দৃষ্টিভংগীৰ শলাগ ল’লে বিশ্ব ব্যৱসায়িক মুৰব্বীসকলে

দশম ভাইব্ৰেণ্ট গুজৰাট বিশ্ব সন্মিলনত প্ৰধানমন্ত্ৰীৰ দৃষ্টিভংগীৰ শলাগ ল’লে বিশ্ব ব্যৱসায়িক মুৰব্বীসকলে

January 10th, 12:28 pm

আজি গান্ধীনগৰ মহাত্মা মন্দিৰত প্ৰধানমন্ত্ৰী শ্ৰী নৰেন্দ্ৰ মোদীয়ে ভাইব্ৰেণ্ট গুজৰাট বিশ্ব সন্মিলন ২০২৪ৰ দশম সংস্কৰণ উদ্বোধন কৰে। এইবাৰৰ সন্মিলনৰ বিষয়বস্তু হৈছে ‘ভৱিষ্যতৰ দুৱাৰমুখ’ আৰু ইয়াত ৩৪খন অংশীদাৰ দেশ আৰু ১৬টা অংশীদাৰ সংস্থাই অংশগ্ৰহণ কৰিছে৷ উত্তৰ-পূৰ্বাঞ্চল উন্নয়ন মন্ত্ৰালয়েও এই সন্মিলনখনক মঞ্চ হিচাপে ব্যৱহাৰ কৰি উত্তৰ-পূৰ্বাঞ্চলত বিনিয়োগৰ সুযোগ প্ৰদৰ্শন কৰিছে।

‘ব্ৰিড্জীটেল নেশ্যন’ শীৰ্ষক গ্ৰন্থ উন্মোচন কৰি দিয়া প্ৰধানমন্ত্ৰীৰ ভাষণ

‘ব্ৰিড্জীটেল নেশ্যন’ শীৰ্ষক গ্ৰন্থ উন্মোচন কৰি দিয়া প্ৰধানমন্ত্ৰীৰ ভাষণ

October 20th, 07:45 pm

দেশৰ সামাজিক আৰু বাণিজ্যিক নেতৃত্বক উজ্জীৱিত কৰি অহা ৰতন টাটাজী, তেখেতৰ বিচাৰধাৰাক আগবঢ়াই নিয়া চন্দ্ৰশেখৰণজী, ৰূপাজী, উপস্থিত আইসকল আৰু সজ্জনসকল।

‘ব্রিজিটেল নেশ্যন” শীর্ষক গ্ৰন্থ উন্মোচন কৰিলে প্ৰধানমন্ত্ৰীয়ে

‘ব্রিজিটেল নেশ্যন” শীর্ষক গ্ৰন্থ উন্মোচন কৰিলে প্ৰধানমন্ত্ৰীয়ে

October 20th, 07:42 pm

প্রধানমন্ত্রী শ্রী নৰেন্দ্র মোদী আজি নতুন দিল্লীৰ ৭, কল্যাণ মার্গৰ এক অনুষ্ঠান ‘ব্ৰিজিটেল নেশ্যন’ শীর্ষক এখন গ্ৰন্থ উন্মোচন কৰে৷ গ্ৰন্থখনিৰ প্রথমটো কপি তেওঁ শ্রী ৰতন টাটাৰ হাতত তুলি দিয়ে৷ শ্রী এন চন্দ্রশেখৰন আৰু শ্রীমতী ৰূপা পুৰুষোত্তমে এই গ্ৰন্থখনি লিখিছে৷