শ্ৰী নৰসিংভাই পেটেলৰ বিয়োগত প্ৰধানমন্ত্ৰীৰ শোক

July 21st, 09:52 pm

প্ৰধানমন্ত্ৰী শ্ৰী নৰেন্দ্ৰ মোদীয়ে স্বাধীনতা সংগ্ৰামী শ্ৰী নৰসিংভাই পেটেলৰ বিয়োগত গভীৰ শোক প্ৰকাশ কৰাৰ লগতে স্বাধীনতা সংগ্ৰামত তেওঁ অৱদানৰ স্মৰণ কৰে৷