এছিয়ান গেমছ ২০২২ত পুৰুষ বক্সিংজ ৯২ কেজিৰ উৰ্ধ্বৰ ইভেণ্টত নৰেন্দ্ৰ বেৰৱালৰ ব্ৰঞ্জৰ পদক; প্ৰধানমন্ত্ৰীৰ শুভেচ্ছা
October 03rd, 11:31 pm
হাংঝৌত অনুষ্ঠিত এছিয়ান গেমছ ২০২২ত পুৰুষ বক্সিংৰ ৯২ কেজিৰ উৰ্ধ্বৰ ইভেণ্টত ব্ৰঞ্জৰ পদক লাভ কৰাৰ বাবে প্ৰধানমন্ত্ৰী শ্ৰী নৰেন্দ্ৰ মোদীয়ে নৰেন্দ্ৰ বেৰৱালক অভিনন্দন জনাইছে।