নাগালেণ্ডৰ ৰাজ্যপালৰ প্ৰধানমন্ত্ৰীক সাক্ষাৎ

March 24th, 02:09 pm

নাগালেণ্ডৰ ৰাজ্যপাল শ্ৰী নন্দ কিশোৰ যাদৱে নতুন দিল্লীত প্ৰধানমন্ত্ৰী শ্ৰী নৰেন্দ্ৰ মোদীক সাক্ষাৎ কৰে।