নতুন দিল্লীত আয়োজিত আইনী সাহায্য প্ৰদান ব্যৱস্থাক সুদৃঢ়কৰণ বিষয়ক ৰাষ্ট্ৰীয় সন্মিলনত প্ৰধানমন্ত্ৰীৰ ভাষণৰ অসমীয়া অনুবাদ

November 08th, 05:33 pm

চিজেআই শ্ৰী বি.আৰ. গাৱাই জী, ন্যায়াধীশ সূৰ্য্য কান্ত জী, ন্যায়াধীশ বিক্ৰম নাথ জী, কেন্দ্ৰত মোৰ সতীৰ্থ অৰ্জুন ৰাম মেঘৱাল জী, উচ্চতম ন্যায়ালয়ৰ আন-আন সন্মানীয় ন্যায়াধীশ, উচ্চ ন্যায়ালয়ৰ মুখ্য ন্যায়াধীশ, ভদ্ৰলোক আৰু মহিলাসকল।

প্ৰধানমন্ত্ৰী শ্ৰী নৰেন্দ্ৰ মোদীয়ে “আইনী সাহায্য প্ৰদান ব্যৱস্থাক সুদৃঢ়কৰণ” শীৰ্ষক ৰাষ্ট্ৰীয় সন্মিলন সম্বোধন কৰে

November 08th, 05:00 pm

প্ৰধানমন্ত্ৰী শ্ৰী নৰেন্দ্ৰ মোদীয়ে আজি ভাৰতৰ উচ্চতম ন্যায়ালয়ত “আইনী সাহায্য প্ৰদান ব্যৱস্থাক সুদৃঢ়কৰণ” শীৰ্ষক ৰাষ্ট্ৰীয় সন্মিলন উদ্বোধন কৰে। এই উপলক্ষে সমবেতসকলক সম্বোধনেৰে শ্ৰী মোদীয়ে উল্লেখ কৰে যে এই গুৰুত্বপূৰ্ণ অনুষ্ঠানত উপস্থিত থকা সকলোৰে মাজত থাকিবলৈ পোৱাটো সঁচাকৈয়ে এক বিশেষ অভিজ্ঞতা। তেওঁ মন্তব্য কৰে যে আইনী সাহায্য প্ৰদান ব্যৱস্থা আৰু আইনী সেৱা দিৱসৰ সৈতে জড়িত কাৰ্য্যসূচীক শক্তিশালী কৰিলে ভাৰতৰ ন্যায়িক ব্যৱস্থাক নতুন শক্তি প্ৰদান কৰা হ’ব। প্ৰধানমন্ত্ৰীয়ে ২০ সংখ্যক ৰাষ্ট্ৰীয় সন্মিলনৰ বাবে সকলোলৈ শুভেচ্ছা জ্ঞাপন কৰে। লগতে উপস্থিত বিশিষ্ট ব্যক্তি, ন্যায়পালিকাৰ সদস্য, আইনী সেৱা কৰ্তৃপক্ষৰ প্ৰতিনিধিসকলকো সম্ভাষণ জনায়।

‘আইনী সাহায্য প্ৰদান ব্যৱস্থা সৱলীকৰণ’ শীৰ্ষক ৰাষ্ট্ৰীয় সন্মিলন ৮ নৱেম্বৰত উদ্বোধন কৰিব প্ৰধানমন্ত্ৰীয়ে

November 06th, 02:50 pm

প্ৰধানমন্ত্ৰী শ্ৰী নৰেন্দ্ৰ মোদীয়ে ভাৰতৰ উচ্চতম ন্যায়ালয়ত ২০২৫ চনৰ ৮ নৱেম্বৰত সন্ধিয়া প্ৰায় ৫ বজাত ‘আইনী সাহায্য প্ৰদান ব্যৱস্থা সৱলীকৰণ’ শীৰ্ষক ৰাষ্ট্ৰীয় সন্মিলন উদ্বোধন কৰিব। কাৰ্যসূচীৰ সময়ত প্ৰধানমন্ত্ৰীয়ে ৰাষ্ট্ৰীয় আইনী সেৱা প্ৰাধিকৰণ (এন এ এল এছ এ)ৰ দ্বাৰা প্ৰস্তুত কৰা সামূহিক মধ্যস্থতা প্ৰশিক্ষণ মডিউল মুকলি কৰিব। এই উপলক্ষে প্ৰধানমন্ত্ৰীয়ে উপস্থিতসকলক সম্বোধন কৰিব।

দিল্লীত প্ৰথম সৰ্বভাৰতীয় জিলা আইন সেৱা প্ৰাধিকৰণসমূহৰ সন্মিলনত উদ্বোধনী অনুষ্ঠানত প্ৰধানমন্ত্ৰীৰ ভাষণৰ অসমীয়া অনুবাদ

July 30th, 10:01 am

অনুষ্ঠানত উপস্থিত উচ্চতম ন্যায়ালয়ৰ মুখ্য ন্যায়াধীশ শ্ৰী এন. ভি. ৰমন্না জী, ন্যায়াধীশ ইউ. ইউ. ললিত জী, ন্যায়াধীশ ডি. ৱাই. চন্দ্ৰচুৰ জী, কেন্দ্ৰীয় চৰকাৰৰ মোৰ সহযোগী আইন মন্ত্ৰী শ্ৰী কিৰেণ ৰিজিজু জী, উচ্চতম ন্যায়ালয়ৰ মাননীয় ন্যায়াধীশসকল, মোৰ সতীৰ্থ ৰাজ্যিক মন্ত্ৰী শ্ৰী এছ. পি. ৱাঘেল জী, উচ্চ ন্যায়ালয়ৰ মাননীয় ন্যায়াধীশসকল, জিলা আইন সেৱা প্ৰাধিকৰণৰ অধ্যক্ষ আৰু সচিবসকল, সকলো সন্মানীয় অতিথিবৃন্দ, ভদ্ৰ পুৰুষ আৰু মহিলাসকল!

PM addresses inaugural session of First All India District Legal Services Authorities Meet

July 30th, 10:00 am

PM Modi addressed the inaugural session of the First All India District Legal Services Authorities Meet. The Prime Minister said, This is the time of Azadi Ka Amrit Kaal. This is the time for the resolutions that will take the country to new heights in the next 25 years. Like Ease of Doing Business and Ease of Living, Ease of Justice is equally important in this Amrit Yatra of the country.