প্ৰধানমন্ত্ৰী মোদীৰ নাগাৰকইল ৰোডশ্ব’ত বিপুল জনসমাগমৰ হাৰ সমগ্ৰ তামিলনাডুত বিজেপি-এনডিএৰ সমৰ্থন বৃদ্ধি পোৱাৰ সংকেত

April 15th, 05:32 pm

তামিলনাডুৰ নাগাৰক’ইলত অনুষ্ঠিত প্ৰধানমন্ত্ৰী নৰেন্দ্ৰ মোদীৰ ৰোডশ্ব’ত সমাজৰ বিভিন্ন শ্ৰেণীৰ লোকে উৎসাহীভাৱে অংশগ্ৰহণ কৰে। এই বিপুল সঁহাৰিয়ে বিজেপি-এনডিএৰ সৰ্বাংগীন শাসন ব্যৱস্থাৰ ক্ৰমাৎ গ্ৰহণযোগ্যতাক প্ৰতিফলিত কৰে আৰু ৰাজ্যখনৰ ৰাজনৈতিক আমেজৰ পৰিৱৰ্তনৰ দিশটোলৈ আঙুলিয়াই দিয়ে।

২৩জানুৱাৰীত কেৰালা ভ্ৰমণ কৰিব প্ৰধানমন্ত্ৰীয়ে

January 22nd, 02:23 pm

প্ৰধানমন্ত্ৰী শ্ৰী নৰেন্দ্ৰ মোদীয়ে ২০২৬চনৰ ২৩জানুৱাৰীত কেৰালা ভ্ৰমণ কৰিব। প্ৰধানমন্ত্ৰীয়ে দিনৰ প্ৰায় ১০ বাজি ৪৫ মিনিটত থিৰুৱন্তপুৰমত বিভিন্ন উন্নয়নমূলক প্ৰকল্পৰ আধাৰশিলা স্থাপন, উদ্বোধন কৰাৰ লগতে কিছু সংখ্যক প্ৰকল্প পতাকা জোকাৰি মুকলি কৰিব। এই উপলক্ষে সমবেত লোকসকলকো তেওঁ সম্বোধন কৰিব।