পূব নগালেণ্ডৰ উন্নয়নৰ বাবে সম্পন্ন ঐতিহাসিক চুক্তিক প্ৰশংসা প্ৰধানমন্ত্ৰীৰ
February 06th, 11:52 am
পূব নগালেণ্ডৰ উন্নয়নৰ গতি ত্বৰান্বিত কৰিবলগীয়া ঐতিহাসিক চুক্তি স্বাক্ষৰক প্ৰধানমন্ত্ৰী শ্ৰী নৰেন্দ্ৰ মোদীয়ে আজি প্ৰশংসা কৰে।প্ৰধানমন্ত্ৰীয়ে নাগালেণ্ডৰ জনসাধাৰণক ৰাজ্য প্ৰতিষ্ঠা দিৱস উপলক্ষ্যে শুভেচ্ছা জ্ঞাপন কৰে
December 01st, 06:09 pm
প্ৰধানমন্ত্ৰী শ্ৰী নৰেন্দ্ৰ মোদীয়ে নাগালেণ্ডৰ জনসাধাৰণক ৰাজ্য প্ৰতিষ্ঠা দিৱস উপলক্ষ্যে শুভেচ্ছা জ্ঞাপন কৰে । শ্ৰী মোদীয়ে কয় যে সেৱা, সাহস আৰু মমতা শিপাই থকা গৌৰৱময় নগা সংস্কৃতি বহুলভাৱে প্ৰশংসিত।শ্ৰী ইমকং এল ইমচেনৰ মৃত্যুত প্ৰধানমন্ত্ৰীৰ শোক
November 12th, 07:04 pm
প্ৰধানমন্ত্ৰী শ্ৰী নৰেন্দ্ৰ মোদীয়ে নাগালেণ্ডৰ জ্যেষ্ঠ নেতা শ্ৰী ইমকং এল ইমচেনৰ বিয়োগত গভীৰ শোক প্ৰকাশ কৰিছে।নাগালেণ্ডৰ ৰাজ্যপাল থিৰু লা গণেশন জীৰ মৃত্যুত প্ৰধানমন্ত্ৰীৰ শোক প্ৰকাশ
August 15th, 08:28 pm
প্ৰধানমন্ত্ৰী শ্ৰী নৰেন্দ্ৰ মোদীয়ে আজি নাগালেণ্ডৰ ৰাজ্যপাল থিৰু লা গণেশন জীৰ মৃত্যুত শোক প্ৰকাশ কৰে। শ্ৰী মোদীয়ে তেওঁক এজন নিষ্ঠাবান জাতীয়তাবাদী বুলি প্ৰশংসা কৰে, যিয়ে নিজৰ জীৱন সেৱা আৰু দেশ -নিৰ্মাণৰ বাবে উৎসৰ্গা কৰিছিল।ভাৰতৰ "কনচাৰ্ট অৰ্থনীতি": ২০৩৬ চনৰ অলিম্পিকৰ পথত এক সম্ভাৱনাপূৰ্ণ মনোৰঞ্জনৰ পাৱাৰহাউচ
January 29th, 04:28 pm
বহু বছৰ ধৰি ভাৰতত বৃহৎ পৰিসৰৰ আন্তঃৰাষ্ট্ৰীয় কনচাৰ্ট আয়োজন কৰিবলৈ প্ৰয়োজনীয় আন্তঃগাঁথনিৰ অভাৱ আছিল। বলীউড সংগীতে ঘৰুৱাভাৱে জাতিস্কাৰ হৈ উঠিছিল যদিও অপৰ্যাপ্ত স্থান, আমোলাতন্ত্ৰিক প্ৰত্যাহ্বান আৰু লজিষ্টিক দিশত সন্মুখীন হোৱা বাধাৰ বাবে বিশ্ব সংগীত সংস্কৃতি ভাৰতৰ পৰা বহুলাংশে দূৰৈত আছিল। লণ্ডন, নিউয়ৰ্ক বা ছিংগাপুৰৰ দৰে চহৰৰ বিপৰীতে বিশ্বমানৰ ষ্টেডিয়ামৰ অভাৱ, ইভেণ্টৰ অনুমতি লাভ কৰাত অসুবিধা আৰু অসংগঠিত ইভেণ্ট মেনেজমেণ্টৰ বাবে ভাৰতে আন্তঃৰাষ্ট্ৰীয় শিল্পীক আকৰ্ষণ কৰিবলৈ যুঁজ দি আহিছে। আনকি যেতিয়া বিশ্বৰ তাৰকাসকলে অনুষ্ঠান পৰিৱেশন কৰিছিল, তেতিয়াও কনচাৰ্টসমূহে প্ৰায়ে সমাগম নিয়ন্ত্ৰণ, অনাময়ৰ সমস্যা আৰু কাৰিকৰী বিফলতাৰ সন্মুখীন হৈছিল, যাৰ ফলত শিল্পী আৰু দৰ্শক উভয়েই অসন্তুষ্ট হৈ পৰিছিল।হৰ্ণবিল মহোৎসৱৰ ২৫সংখ্যক বৰ্ষপূৰ্তি উপলক্ষে নাগালেণ্ডবাসীক অভিনন্দন প্ৰধানমন্ত্ৰীৰ
December 05th, 11:10 am
প্ৰধানমন্ত্ৰী শ্ৰী নৰেন্দ্ৰ মোদীয়ে হৰ্ণবিল মহোৎসৱৰ ২৫সংখ্যক বৰ্ষপূৰ্তি উপলক্ষে নাগালেণ্ডবাসীক অভিনন্দন জ্ঞাপন কৰিছে। তেওঁ আৱৰ্জনা ব্যৱস্থাপনা আৰু বহনক্ষমতাৰ ক্ষেত্ৰত মহোৎসৱৰ গুৰুত্বৰ ওপৰতো শুভেচ্ছা প্ৰকাশ কৰাৰ লগতে আনন্দ প্ৰকাশ কৰে। শ্ৰী মোদীয়ে কেইবছৰমান পূৰ্বে এই মহোৎসৱ দৰ্শন কৰা মোৰ ভাল লগা স্মৃতিবোৰ স্মৰণ কৰি আনকো এই উৎসৱ দৰ্শন কৰিবলৈ আৰু নগা সংস্কৃতিৰ সজীৱতা অনুভৱ কৰিবলৈ আহ্বান জনায়।‘ৰাজ্যৰ মৰ্যাদা দিৱস’ উপলক্ষে নাগালেণ্ডৰ জনসাধাৰণক প্ৰধানমন্ত্ৰীয়ে শুভেচ্ছা জ্ঞাপন কৰে
December 01st, 12:28 pm
প্ৰধানমন্ত্ৰী শ্ৰী নৰেন্দ্ৰ মোদীয়ে আজি নাগালেণ্ডবাসীক ‘ৰাজ্যৰ মৰ্যাদা দিৱস’ উপলক্ষে শুভেচ্ছা জ্ঞাপন কৰে। তেওঁ মন্তব্য কৰে যে নাগা সংস্কৃতি ইয়াৰ কৰ্তব্যনিষ্ঠা আৰু সহানুভূতিশীলতাৰ ভাৱনাৰ বাবে জনাজাত।প্ৰধানমন্ত্ৰী শ্ৰী নৰেন্দ্ৰ মোদীক সাক্ষাৎ নাগালেণ্ডৰ ৰাজ্যপালৰ
August 29th, 12:41 pm
আজি প্ৰধানমন্ত্ৰী শ্ৰী নৰেন্দ্ৰ মোদীক নাগালেণ্ডৰ ৰাজ্যপাল শ্ৰী লা গণেশনে সাক্ষাৎ কৰে।নাগালেণ্ডৰ মুখ্যমন্ত্ৰীক সাক্ষাৎ প্ৰধানমন্ত্ৰীৰ
August 09th, 02:23 pm
প্ৰধানমন্ত্ৰী শ্ৰী নৰেন্দ্ৰ মোদীয়ে আজি নতুন দিল্লীত নাগালেণ্ডৰ মুখ্যমন্ত্ৰী শ্ৰী নেফিউ ৰিঅ’ৰ সৈতে মিলিত হয়।The dreams of crores of women, poor and youth are Modi's resolve: PM Modi
February 18th, 01:00 pm
Addressing the BJP National Convention 2024 at Bharat Mandapam, Prime Minister Narendra Modi said, “Today is February 18th, and the youth who have reached the age of 18 in this era will vote in the country's 18th Lok Sabha election. In the next 100 days, you need to connect with every new voter, reach every beneficiary, every section, every community, and every person who believes in every religion. We need to gain the trust of everyone.PM Modi addresses BJP Karyakartas during BJP National Convention 2024
February 18th, 12:30 pm
Addressing the BJP National Convention 2024 at Bharat Mandapam, Prime Minister Narendra Modi said, “Today is February 18th, and the youth who have reached the age of 18 in this era will vote in the country's 18th Lok Sabha election. In the next 100 days, you need to connect with every new voter, reach every beneficiary, every section, every community, and every person who believes in every religion. We need to gain the trust of everyone.নাগালেণ্ডৰ মুখ্যমন্ত্ৰীৰ প্ৰধানমন্ত্ৰীক সাক্ষাত্
December 19th, 02:17 pm
নাগালেণ্ডৰ মুখ্যমন্ত্ৰী শ্ৰী নেইফিউ ৰিঅ'ই আজি প্ৰধানমন্ত্ৰী শ্ৰী নৰেন্দ্ৰ মোদীক সাক্ষাৎ কৰে।নাগালেণ্ডক ‘ৰাজ্যৰ মৰ্যাদা প্ৰদান দিৱস’ উপলক্ষে শুভেচ্ছা জ্ঞাপন কৰে প্ৰধানমন্ত্ৰীয়ে
December 01st, 10:15 am
‘ৰাজ্যৰ মৰ্যাদা প্ৰদান দিৱস’ উপলক্ষে নাগালেণ্ডৰ জনসাধাৰণক শুভেচ্ছা জ্ঞাপন কৰে প্ৰধানমন্ত্ৰী শ্ৰী নৰেন্দ্ৰ মোদীয়ে।21st century is about fulfilling every Indian's aspirations: PM Modi in Lok Sabha
August 10th, 04:30 pm
PM Modi replied to the Motion of No Confidence in Lok Sabha. PM Modi said that it would have been better if the opposition had participated with due seriousness since the beginning of the session. He mentioned that important legislations were passed in the past few days and they should have been discussed by the opposition who gave preference to politics over these key legislations.লোকসভাত অনাস্থা প্ৰস্তাৱৰ প্ৰত্যুত্তৰ প্ৰধানমন্ত্ৰীৰ
August 10th, 04:00 pm
সদনত ভাষণ দি প্ৰধানমন্ত্ৰীয়ে কয় যে চৰকাৰৰ প্ৰতি বাৰে বাৰে আস্থা প্ৰকাশ কৰাৰ বাবে ভাৰতৰ প্ৰতিজন নাগৰিকৰ প্ৰতি তেওঁ অপৰিসীম কৃতজ্ঞতা প্ৰকাশ কৰিবলৈ আহিছে। তেওঁ স্মৰণ কৰে যে এয়া চৰকাৰৰ বাবে নহয় বৰঞ্চ ২০১৮ চনত বিৰোধীয়ে অনাস্থা প্ৰস্তাৱ অনাৰ সময়ত সদনত প্ৰৱৰ্তন কৰাসকলৰ বাবেহে ফ্ল’ৰ টেষ্ট। ‘২০১৯ চনত আমি যেতিয়া নিৰ্বাচন খেলিছিলো তেতিয়া ৰাইজে তেওঁলোকৰ ওপৰত সৰ্বতোপ্ৰকাৰে অনাস্থা ঘোষণা কৰিছিল”, এন ডি এ আৰু বিজেপি দুয়োটা দলে অধিক আসন লাভ কৰা বুলি উল্লেখ কৰি এইদৰে কয় প্ৰধানমন্ত্ৰীয়ে। এক প্ৰকাৰে প্ৰধানমন্ত্ৰীয়ে কয় যে বিৰোধীয়ে উত্থাপন কৰা অনাস্থা প্ৰস্তাৱ চৰকাৰৰ বাবে ভাগ্যৰ কথা। লগতে এন ডি এ আৰু বিজেপিয়ে সকলো অভিলেখ ভংগ কৰি ৰাইজৰ আশীৰ্বাদত ২০২৪ চনতো বিজয়ী হৈ ওলাই আহিব বুলিও তেওঁ আস্থা প্ৰকাশ কৰে।ৰাজ্যসভাত নাগালেণ্ডৰ প্ৰথম গৰাকী মহিলা সাংসদ শ্ৰীযুতা এছ ফাংনন কন্যাকে সদনত সভাপতিত্ব কৰাত আনন্দ প্ৰকাশ প্ৰধানমন্ত্ৰীৰ
July 25th, 08:16 pm
প্ৰধানমন্ত্ৰী শ্ৰী নৰেন্দ্ৰ মোদীয়ে বিগত সপ্তাহত ৰাজ্যসভাৰ অধ্যক্ষ জগদীপ ধনখৰৰ দ্বাৰা উপাধ্যক্ষৰ পেনেললৈ মনোনীত হোৱাৰ পিছত ৰাজ্যসভাত নাগালেণ্ডৰ প্ৰথমগৰাকী মহিলা সাংসদ শ্ৰীযুতা এছ ফাংনন কন্যাকক লৈ আনন্দ প্ৰকাশ কৰিছে।নাগালেণ্ডৰ চহকী জৈৱিক উৎপাদিত সামগ্ৰী সঁচাকৈয়ে আনন্দৰ বিষয়ঃ প্ৰধানমন্ত্ৰী
June 12th, 06:42 pm
প্ৰধানমন্ত্ৰী শ্ৰী নৰেন্দ্ৰ মোদীয়ে কয় যে নাগালেণ্ডৰ চহকী জৈৱিক উৎপাদিত সামগ্ৰী প্ৰকৃতি আৰু সংস্কৃতিৰ মাজত সমন্বয়ৰ প্ৰমাণ।অসমৰ প্ৰথম বন্দে ভাৰত এক্সপ্ৰেছৰ যাত্ৰাৰম্ভ কৰি প্ৰধানমন্ত্ৰীয়ে প্ৰদান কৰা ভাষণৰ অসমীয়া অনুবাদ
May 29th, 12:22 pm
অসমৰ ৰাজ্যপাল শ্ৰী গুলাব চান্দ কাটাৰিয়াজী, মুখ্যমন্ত্ৰী ভাই হিমন্ত বিশ্ব শৰ্মাজী, কেন্দ্ৰীয় কেবিনেটৰ মোৰ সদস্য অশ্বিনী বৈষ্ণৱ জী, সৰ্বানন্দ সোণোৱালজী, ৰামেশ্বৰ তেলী জী, নিশিথ প্ৰমানিক জী, জন বৰলাজী, আন সকলো মন্ত্ৰী, সাংসদ, বিধায়ক আৰু মোৰ মৰমৰ ভাই-ভনীসকল।প্ৰধানমন্ত্ৰীয়ে গুৱাহাটীক নিউ জলপাইগুৰিৰ সৈতে সংযোগ কৰা অসমৰ প্ৰথম বন্দে ভাৰত এক্সপ্ৰেছৰ ফ্লেগ অফ কৰে
May 29th, 12:21 pm
প্ৰধানমন্ত্ৰী শ্ৰী নৰেন্দ্ৰ মোদীয়ে আজি ভিডিঅ’ কনফাৰেন্সিঙৰ জৰিয়তে অসমৰ প্ৰথমখন বন্দে ভাৰত এক্সপ্ৰেছৰ ফ্লেগ অফ কৰে। বন্দে ভাৰত এক্সপ্ৰেছে গুৱাহাটীক নিউ জলপাইগুৰিৰ সৈতে সংযুক্ত কৰিব আৰু এই যাত্ৰাত ৫ ঘন্টা ৩০ মিনিট সময় লাগিব। প্ৰধানমন্ত্ৰীয়ে ১৮২ ৰুট কিলোমিটাৰ নতুনকৈ বিদ্যুৎ সংযোগী অংশ উচৰ্গা কৰাৰ লগতে অসমৰ লামডিঙত নতুনকৈ নিৰ্মিত DEMU/MEMU চেড উদ্বোধন কৰে।প্ৰধানমন্ত্ৰীয়ে নাগালেণ্ডৰ টুয়েনচাঙত স্বচ্ছ ভাৰত অভিযানৰ অধীনত কৰা কামৰ প্ৰশংসা কৰে
April 17th, 10:06 am
প্ৰধানমন্ত্ৰী শ্ৰী নৰেন্দ্ৰ মোদীয়ে নাগালেণ্ডৰ টুয়েছাঙত স্বচ্ছ ভাৰত অভিযানৰ অধীনত কৰা কামৰ শলাগ লৈছে।