অন্ধ্ৰ প্ৰদেশৰ মুখ্যমন্ত্ৰীয়ে প্ৰধানমন্ত্ৰীক সাক্ষাৎ কৰে

October 13th, 06:29 pm

অন্ধ্ৰ প্ৰদেশৰ মুখ্যমন্ত্ৰী শ্ৰী এন চন্দ্ৰবাবু নাইডুৱে আজি নতুন দিল্লীত প্ৰধানমন্ত্ৰী শ্ৰী নৰেন্দ্ৰ মোদীক সাক্ষাৎ কৰে।

মুখ্যমন্ত্ৰী হিচাপে ১৫ বছৰ সম্পূৰ্ণ কৰা শ্ৰী এন চন্দ্ৰবাবু নাইডুক প্ৰধানমন্ত্ৰীৰ অভিনন্দন

October 11th, 10:15 pm

প্ৰধানমন্ত্ৰীয়ে শ্ৰী নাইডুৰ ভৱিষ্যতদৰ্শী দৃষ্টিভংগী আৰু সুশাসনৰ প্ৰতি প্ৰতিশ্ৰুতিৰ প্ৰশংসা কৰে, যি তেওঁৰ সমগ্ৰ ৰাজনৈতিক কেৰিয়াৰত নিৰৱচ্ছিন্ন হৈ আছে। শ্ৰী মোদীয়ে ২০০০ৰ দশকৰ আৰম্ভণিৰ পৰা শ্ৰী নাইডুৰ সৈতে তেওঁৰ দীৰ্ঘদিনীয়া সম্পৰ্কৰ কথা স্মৰণ কৰে, যেতিয়া দুয়োগৰাকীয়ে মুখ্যমন্ত্ৰী হিচাপে কাৰ্যনিৰ্বাহ কৰিছিল আৰু ৰাজহুৱা সেৱাৰ প্ৰতি তেওঁৰ নিষ্ঠাক প্ৰশংসা কৰে।

অন্ধ্ৰ প্ৰদেশৰ যোগান্ধ্ৰ ২০২৫ৰ পদক্ষেপক প্ৰশংসা কৰিলে প্ৰধানমন্ত্ৰীয়ে

June 03rd, 08:28 pm

প্ৰধানমন্ত্ৰী শ্ৰী নৰেন্দ্ৰ মোদীয়ে আজি অন্ধ্ৰ প্ৰদেশৰ চিটোৰৰ সমীপত অনুষ্ঠিত যোগান্ধ্ৰ ২০২৫ অনুষ্ঠানত যোগ অনুৰাগীসকলৰ সক্ৰিয় অংশগ্ৰহণৰ শলাগ লয়। নিৰ্মল বায়ুৰে পৰিপূৰ্ণ অন্ধ্ৰ প্ৰদেশৰ পুলিগুণ্ডুৰ দুখন পাহাৰৰ মাজত আয়োজিত এই অনুষ্ঠানত ২,০০০ ৰো যোগপ্ৰেমী একত্ৰিত হৈ আন্তৰাষ্ট্ৰীয় যোগ দিৱস (আইডি ৱাই) ২০২৫ক স্বাগতম জনায়।

Chief Minister of Andhra Pradesh meets Prime Minister

August 17th, 07:40 pm

The Chief Minister of Andhra Pradesh, Shri N Chandrababu Naidu met with Prime Minister, Shri Narendra Modi today in New Delhi.

অন্ধ্ৰপ্ৰদেশৰ মুখ্যমন্ত্ৰীয়ে প্ৰধানমন্ত্ৰীক সাক্ষাৎ কৰে

July 04th, 02:42 pm

অন্ধ্ৰপ্ৰদেশৰ মুখ্যমন্ত্ৰী শ্ৰী এন চন্দ্ৰবাবু নাইডুৱে আজি নতুন দিল্লীত প্ৰধানমন্ত্ৰী শ্ৰী নৰেন্দ্ৰ মোদীক সাক্ষাৎ কৰে।

PM reviews drought and water scarcity situation at high level meeting with Andhra Pradesh CM

May 17th, 06:30 pm