সংসদৰ নতুন ভৱনে আমাৰ সকলোকে গৌৰৱ আৰু আশাৰে পৰিপূৰ্ণ কৰি তুলিবঃ প্ৰধানমন্ত্ৰী

May 28th, 12:02 pm

প্ৰধানমন্ত্ৰী শ্ৰী নৰেন্দ্ৰ মোদীয়ে কয় যে সংসদৰ নতুন ভৱনে আমাৰ সকলোকে গৌৰৱ আৰু আশাৰে পৰিপূৰ্ণ কৰি তুলিব৷ শ্ৰী প্ৰধানমন্ত্ৰীয়ে কায়িকভাৱে এখন নামফলক উন্মোচন কৰি নতুন সংসদ ভৱন ৰাষ্ট্ৰৰ নামত উচৰ্গা কৰে৷ এই উপলক্ষে প্ৰধানমন্ত্ৰীয়ে টুইটযোগে কয়;

মোদী চৰকাৰৰ নৱম বৰ্ষপূৰ্তি উপলক্ষে নাগৰিকসকলৰ টুইট শ্বেয়াৰ কৰিছে প্ৰধানমন্ত্ৰীয়ে

May 27th, 01:14 pm

মোদী চৰকাৰৰ নৱম বৰ্ষপূৰ্তি উপলক্ষে ২০১৪ চনৰ পৰা চৰকাৰৰ বিষয়ে নাগৰিকসকলে কৰা প্ৰশংসাৰ ওপৰত আলোকপাত কৰি নাগৰিকসকলে কৰা টুইটসমূহ শ্বেয়াৰ কৰিছে প্ৰধানমন্ত্ৰী শ্ৰী নৰেন্দ্ৰ মোদীয়ে ।

নতুন সংসদ ভৱনে প্ৰতিজন ভাৰতীয়ক গৌৰৱান্বিত কৰিবঃ প্ৰধানমন্ত্ৰী

May 26th, 06:51 pm

প্ৰধানমন্ত্ৰী শ্ৰী নৰেন্দ্ৰ মোদীয়ে নতুন সংসদ ভৱনৰ কেইটামান দৃশ্য শ্বেয়াৰ কৰিছে।শ্ৰী মোদীয়ে নাগৰিকক এই ভিডিঅ’ত তেওঁলোকৰ অনুভৱ শব্দৰে ৰেকৰ্ডৰ আহ্বান জনাইছে।