ম্যানমাৰৰ ৰাষ্ট্ৰপতিৰ ভাৰত ভ্ৰমণৰ সময়ত প্ৰকাশ কৰা ভাৰত-ম্যানমাৰৰ যুটীয়া বিবৃতি
June 01st, 07:16 pm
প্ৰধানমন্ত্ৰীয়ে শান্তি, স্থিতিশীলতা, ৰাষ্ট্ৰীয় মিলন আৰু আৰ্থ-সামাজিক বিকাশৰ দিশত ম্যানমাৰ নেতৃত্বাধীন প্ৰচেষ্টাক সমৰ্থন আগবঢ়ায়। তেওঁ দুয়োখন দেশৰ মাজত পাৰস্পৰিক সন্মান আৰু বন্ধুত্বপূৰ্ণ সম্পৰ্কৰ বিষয়ত নিৰন্তৰ সহায় তথা সহযোগিতা আগবঢ়াই যোৱাৰ কথা প্ৰকাশ কৰে। এইক্ষেত্ৰত ভাৰতৰ সহযোগিতাৰো শলাগ লয় ৰাষ্ট্ৰপতিগৰাকীয়ে।উত্তৰ প্ৰদেশৰ বাৰাণসীত একাধিক উন্নয়নমূলক প্ৰকল্প উদ্বোধন কৰাৰ সময়ত প্ৰধানমন্ত্ৰীয়ে দিয়া ভাষণৰ অসমীয়া অনুবাদ
April 28th, 05:30 pm
উত্তৰ প্ৰদেশৰ ৰাজ্যপাল আনন্দীবেন পেটেল, ইয়াৰ জনপ্ৰিয় মুখ্যমন্ত্ৰী যোগী আদিত্যনাথ জী, সংসদত মোৰ সহযোগী আৰু বিজেপিৰ ৰাষ্ট্ৰীয় সভাপতি শ্ৰীযুত নীতিন নবীন জী, উত্তৰ প্ৰদেশৰ সংসদ সদস্য আৰু উত্তৰ প্ৰদেশ বিজেপিৰ সভাপতি শ্ৰীযুত পংকজ চৌধুৰী জী, জিলা পঞ্চায়তৰ অধ্যক্ষ ভগ্নী পুনম মৌৰ্য জী, কাশীৰ মহিলা কাউন্সিলাৰ আৰু গাওঁবুঢ়া সকলে আজিৰ মঞ্চত উপবিষ্ট অন্যান্য জনপ্ৰতিনিধিসকল আৰু ইয়ালৈ বৃহৎ সংখ্যাত অহা মোৰ মা, ভনী আৰু কন্যাসকল । আপোনালোক সকলোলৈ নমস্কাৰ।প্ৰধানমন্ত্ৰী শ্ৰী নৰেন্দ্ৰ মোদীয়ে বাৰাণসীত অনুষ্ঠিত মহিলা সন্মিলনত অংশগ্ৰহণ কৰাৰ লগতে প্ৰায় ৬,৩৫০ কোটি টকাৰ বিভিন্ন উন্নয়নমূলক প্ৰকল্পৰ উদ্বোধন আৰু আধাৰশিলা স্থাপন কৰে
April 28th, 05:00 pm
প্ৰধানমন্ত্ৰী শ্ৰী নৰেন্দ্ৰ মোদীয়ে আজি বাৰাণসীত অনুষ্ঠিত এক সন্মিলনত মহিলাৰ ব্যাপক সমাৱেশক উদ্দেশ্যি ভাষণ দিয়ে। লগতে তেওঁ হাজাৰ হাজাৰ কোটি টকাৰ উন্নয়নমূলক প্ৰকল্প উদ্বোধন আৰু আধাৰশিলাও স্থাপন কৰে।২৮-২৯ এপ্ৰিলত উত্তৰপ্ৰদেশ ভ্ৰমণ কৰিব প্ৰধানমন্ত্ৰীয়ে
April 26th, 03:46 pm
২৮-২৯ এপ্ৰিলত উত্তৰ প্ৰদেশ ভ্ৰমণ কৰিব প্ৰধানমন্ত্ৰী শ্ৰী নৰেন্দ্ৰ মোদীয়ে। ২৮ এপ্ৰিলৰ সন্ধিয়া প্ৰায় ৫ বজাত প্ৰধানমন্ত্ৰীগৰাকীয়ে মহিলা সন্মিলনত অংশগ্ৰহণ কৰিব, য’ত তেওঁ বাৰাণসীত প্ৰায় ৬,৩৫০ কোটি টকাৰ বিভিন্ন উন্নয়নমূলক প্ৰকল্পৰ উদ্বোধন আৰু আধাৰশিলা স্থাপন কৰিব। এই উপলক্ষে তেওঁ ৰাজহুৱা সমাৱেশতো ভাষণ দিব।উত্তৰ প্ৰদেশৰ নয়ডা আন্তঃৰাষ্ট্ৰীয় বিমানবন্দৰৰ প্ৰথম পৰ্যায়ৰ উদ্বোধনী অনুষ্ঠানত প্ৰধানমন্ত্ৰীয়ে দিয়া ভাষণৰ পূৰ্ণপাঠ
March 28th, 12:15 pm
উদ্বোধন হৈ গ'ল নেকি? উদ্বোধন হৈ গ'ল নেকি? নাই, এতিয়ালৈকে আধা কামহে কৰা হৈছে। মই কেৱল পৰ্দাখন উন্মোচন কৰিছো; কিন্তু মই বিচাৰিছো যে ইয়াত উপস্থিত থকা প্ৰতিজন ব্যক্তিয়ে এই বিমানবন্দৰটো উদ্বোধন কৰক। গতিকে প্ৰত্যেকই মোবাইল ফোন উলিয়াই, টৰ্চ অন কৰক আৰু আপোনালোকেই উদ্বোধন কৰক। আপোনালোকৰ মোবাইল ফোনৰ লাইট জ্বলাৰ লগে লগেই —আজি ইয়াত উপস্থিত প্ৰতিজন ব্যক্তিয়ে এই বিমানবন্দৰটো উদ্বোধন কৰিলে। এয়া আপোনালোকৰ সম্পদ; এয়া আপোনালোকৰ ভৱিষ্যত; এয়া আপোনালোকৰ কঠোৰ পৰিশ্ৰম আৰু উদ্যোগৰ ফল। ঠিক সেইবাবেই ইয়াৰ উদ্বোধনী আপোনালোকৰ হাতেৰেই কৰা হৈছে। হাত দুখন ওপৰলৈ তুলি কওক, ভাৰত মাতা কী জয় । আপোনালোকৰ টৰ্চবোৰ সকলোকে দেখাকৈ উজ্জ্বলভাৱে জিলিকিবলৈ দিয়ক! ভাৰত মাতা কী জয় !ভাৰত মাতা কী জয় ! ভাৰত মাতা কী জয় ! আপোনালোকক অশেষ ধন্যবাদ। এতিয়া—উদ্বোধন সম্পূর্ণ হ'ল!প্ৰধানমন্ত্ৰী শ্ৰী নৰেন্দ্ৰ মোদীয়ে প্ৰায় ১১,২০০ কোটি টকা বিনিয়োগেৰে নিৰ্মাণ কৰা নয়ডা আন্তঃৰাষ্ট্ৰীয় বিমানবন্দৰৰ প্ৰথম পৰ্যায়ৰ শুভাৰম্ভ কৰে
March 28th, 12:00 pm
প্ৰধানমন্ত্ৰী শ্ৰী নৰেন্দ্ৰ মোদীয়ে আজি উত্তৰ প্ৰদেশৰ জেৱাৰত নয়ডা আন্তঃৰাষ্ট্ৰীয় বিমানবন্দৰ উদ্বোধন কৰে। এই উপলক্ষ্যে গৌৰৱ আৰু আনন্দ প্ৰকাশ কৰি প্ৰধানমন্ত্ৰীয়ে কয় যে আজি বিকশিত উত্তৰ প্ৰদেশৰ এক নতুন অধ্যায় আৰম্ভ হৈছে, বিকশিত ভাৰতৰ অভিযানতো এয়া এক নতুন অধ্যায়। তেওঁ উল্লেখ কৰে যে ভাৰতৰ সৰ্ববৃহৎ ৰাজ্যখন এতিয়া সৰ্বাধিক আন্তঃৰাষ্ট্ৰীয় বিমানবন্দৰ থকা ৰাজ্যসমূহৰ ভিতৰত অন্যতম হৈ পৰিছে। প্ৰধানমন্ত্ৰী মোদীয়ে শ্বেয়াৰ লগতে কয় যে তেওঁ দুটা কথাত অধিক গৌৰৱ অনুভৱ কৰিছে , প্ৰথমতে, এই বিমানবন্দৰৰ আধাৰশিলা স্থাপন কৰাৰ বাবে আৰু এতিয়া ইয়াৰ উদ্বোধন কৰাৰ সুবিধা পোৱাৰ বাবে আৰু দ্বিতীয়তে, এই সুন্দৰ বিমানবন্দৰটিৰ নাম উত্তৰ প্ৰদেশৰ সৈতে জড়িত। শ্ৰী মোদীয়ে মন্তব্য কৰে যে এইখনেই ৰাজ্য যিয়ে মোক নিজৰ প্ৰতিনিধি হিচাপে বাছি লৈ মোক সংসদৰ সদস্য কৰিছিল আৰু ইয়াৰ পৰিচয় এতিয়া এই সুন্দৰ বিমানবন্দৰৰ সৈতে জড়িত।Cabinet approves 4 lane construction from Barabanki to Bahraich in Uttar Pradesh worth Rs.6969.04 crore
March 18th, 04:10 pm
The Cabinet Committee on Economic Affairs, chaired by PM Narendra Modi has approved construction of 4-Lane Access-Controlled National Highway-927 from Barabanki to Bahraich in Uttar Pradesh worth Rs.6969.04 crore. The project will bypass major habitations, increase average travel speeds, reduce travel time to about one hour, and improve overall road safety, fuel efficiency, and vehicle operating costs.Cabinet approves two multitracking projects covering 5 Districts of West Bengal and Jharkhand, increasing the existing network of Indian Railways by about 192 Kms
March 10th, 04:19 pm
The Cabinet Committee on Economic Affairs, chaired by PM Modi, has approved two railway projects worth ₹4,474 crore, covering five districts across West Bengal and Jharkhand. Planned under the PM-Gati Shakti National Master Plan, these projects are in line with the PM's New India vision to make the people of the region “Atmanirbhar”."বহনক্ষম আৰু শক্তিশালী অৰ্থনৈতিক বিকাশ" বিষয়ক বাজেট-উত্তৰ ৱেবিনাৰত প্ৰধানমন্ত্ৰীৰ ভাষণৰ মূল পাঠ
March 03rd, 11:30 am
যোৱা সপ্তাহত বাজেট ৱেবিনাৰ ছিৰিজৰ প্ৰথমখন ৱেবিনাৰ অনুষ্ঠিত হয়। মোক কোৱা হৈছিল যে ই এক বৃহৎ সফলতা, বাজেটৰ বিধানসমূহ কাৰ্যকৰী কৰাৰ সন্দৰ্ভত সকলোৱে উৎকৃষ্ট পৰামৰ্শ আগবঢ়াইছিল। সকলোৰে সক্ৰিয় অংশগ্ৰহণক আদৰণি জনাইছোঁ। আজি এই ছিৰিজৰ দ্বিতীয়খন ৱেবিনাৰ অনুষ্ঠিত হৈছে। মোক কোৱা হৈছে যে বিস্তৃত বিষয়ত হাজাৰ হাজাৰ লোকে নিজৰ পৰামৰ্শ আগবঢ়াব। বিষয় বিশেষজ্ঞসকলেও আমাৰ সৈতে অংশগ্ৰহণ কৰিব। ইমান বৃহৎসংখ্যক বাজেটৰ বিষয়ে আলোচনা কৰাটো নিজৰ বাবেই এক অতি সফল পৰীক্ষা। এই ৱেবিনাৰত যোগদান কৰিবলৈ সময় দিয়াৰ বাবে আপোনালোক সকলোকে অভিনন্দন আৰু আদৰণি জনাইছোঁ। এই ৱেবিনাৰৰ বিষয়বস্তু হৈছে দেশৰ অৰ্থনৈতিক বিকাশক অবিৰতভাৱে শক্তিশালী কৰা। আজি যেতিয়া ভাৰতৰ শক্তিশালী অৰ্থনীতি সমগ্ৰ বিশ্বৰ বাবে আশাৰ উৎস হৈ পৰিছে, আৰু যেতিয়া বিশ্বৰ যোগান শৃংখলে নতুন ৰূপ লৈছে, তেতিয়াই দ্ৰুত অৰ্থনৈতিক অগ্ৰগতি হৈছে। এখন বিকশিত ভাৰতৰ বাবে ই এক প্ৰধান ভেটি। আমাৰ দিশ স্পষ্ট, আমাৰ সংকল্প স্পষ্ট : অধিক নিৰ্মাণ কৰক, অধিক উৎপাদন কৰক, অধিক সংযোগ কৰক আৰু এতিয়া প্ৰয়োজন হৈছে অধিক ৰপ্তানিৰ। আৰু নিশ্চিতভাৱে, আজি আপোনালোকৰ মাজত যি মানসিক চিন্তাৰ উদয় হৈছে, এই চিন্তাৰ পৰা ওলোৱা পৰামৰ্শবোৰে ইয়াত মুখ্য ভূমিকা পালন কৰিব।'বহনক্ষম আৰু শক্তিশালী অৰ্থনৈতিক বিকাশ ' শীৰ্ষক বাজেটোত্তৰ ৱেবিনাৰত ভাষণ প্ৰধানমন্ত্ৰী শ্ৰী নৰেন্দ্ৰ মোদীৰ
March 03rd, 11:15 am
প্ৰধানমন্ত্ৰী শ্ৰী নৰেন্দ্ৰ মোদীয়ে আজি বহনক্ষম আৰু শক্তিশালী অৰ্থনৈতিক বিকাশশীৰ্ষক বাজেটোত্তৰ ৱেবিনাৰ শৃংখলাৰ দ্বিতীয় সত্ৰত ভাষণ প্ৰদান কৰে। প্ৰধানমন্ত্ৰীয়ে বিগত সপ্তাহৰ অগ্ৰগতিৰ বিষয়ে উল্লেখ কৰি কয় যে প্ৰথমখন ৱেবিনাৰ অত্যন্ত সফল হয় আৰু বাজেটৰ প্ৰস্তাৱসমূহ ৰূপায়ণৰ ক্ষেত্ৰত উৎকৃষ্ট পৰামৰ্শ লাভ কৰা হৈছিল।পশ্চিমবংগৰ ছিংগুৰত একাধিক উন্নয়নমূলক প্ৰকল্প মুকলি কৰাৰ সময়ত প্ৰধানমন্ত্ৰীয়ে দিয়া ভাষণৰ অসমীয়া অনুবাদ
January 18th, 03:30 pm
কালি মই মালদাত আছিলো আৰু আজি ইয়াত হুগলীত আপোনালোক সকলোৰে মাজলৈ অহাৰ সৌভাগ্য লাভ কৰিছো। উন্নত ভাৰতৰ বাবে পূব ভাৰতৰ উন্নয়ন অপৰিহাৰ্য—কেন্দ্ৰীয় চৰকাৰে এই লক্ষ্যৰে অবিৰতভাৱে কাম কৰি আছে। কালি আৰু আজিৰ কাৰ্যসূচীয়ে এই সংকল্পক আৰু অধিক শক্তিশালী কৰিবলৈ গৈ আছে। এই সময়ছোৱাত মই শ শ কোটি টকাৰে ৰূপায়ণ কৰা পশ্চিম বংগৰ সৈতে জড়িত উন্নয়নমূলক প্ৰকল্পসমূহৰ আধাৰশিলা স্থাপন আৰু উৎসৰ্গা কৰাৰ সুযোগ পাইছো। কালি পশ্চিমবংগৰ পৰা দেশৰ প্ৰথমখন বন্দে ভাৰত শ্লীপাৰ ৰে’ল আৰম্ভ কৰা হয়। বংগই লাভ কৰিছে প্ৰায় ডেৰ ডজন নতুন অমৃত ভাৰত এক্সপ্ৰেছ ৰে’ল। আজি আৰু তিনিখন অমৃত ভাৰত এক্সপ্ৰেছ ৰে’ল আৰম্ভ হৈছে। ইয়াৰে এখন ৰে’লে মোৰ সংসদীয় সমষ্টি কাশী বাৰানসীৰ সৈতে বংগৰ সংযোগক আৰু অধিক শক্তিশালী কৰিব৷ ইয়াৰ উপৰি দিল্লী আৰু তামিলনাডুলৈও অমৃত ভাৰত এক্সপ্ৰেছ ৰে’ল আৰম্ভ হৈছে। অৰ্থাৎ পশ্চিমবংগৰ ৰে’ল সংযোগৰ ক্ষেত্ৰত যোৱা ২৪ ঘন্টা অভূতপূৰ্ব হৈ পৰিছে। হয়তো যোৱা ১০০ বছৰৰ ভিতৰত ২৪ ঘন্টাত ইমান কাম হোৱা নাছিল।প্ৰধানমন্ত্ৰী শ্ৰী নৰেন্দ্ৰ মোদীয়ে পশ্চিম বংগৰ ছিংগুৰত ৮৩০ কোটি টকাতকৈও অধিক মূল্যৰ বিভিন্ন উন্নয়নমূলক প্ৰকল্প উদ্বোধন, আধাৰশিলা স্থাপন কৰাৰ লগতে শুভাৰম্ভ কৰে
January 18th, 03:00 pm
আজি পশ্চিমবংগৰ হুগলী জিলাৰ ছিংগুৰত প্ৰধানমন্ত্ৰী শ্ৰী নৰেন্দ্ৰ মোদীয়ে ৮৩০ কোটি টকাতকৈও অধিক মূল্যৰ বিভিন্ন উন্নয়নমূলক প্ৰকল্প উদ্বোধন আধাৰশিলা স্থাপন আৰু শুভাৰম্ভ কৰে। এই উপলক্ষে আয়োজিত সভাত ভাষণ আগবঢ়াই শ্ৰী মোদীয়ে মন্তব্য কৰে যে কালি তেওঁ মালদাত আছিল আৰু আজি তেওঁ হুগলীত জনসাধাৰণৰ মাজত থকাৰ সৌভাগ্য লভিছে। তেওঁ কয় যে এখন উন্নত ভাৰতৰ বাবে পূব ভাৰতৰ উন্নয়ন অতি প্ৰয়োজনীয় আৰু এই লক্ষ্যৰেই কেন্দ্ৰীয় চৰকাৰে অহৰহ কাম কৰি আছে। তেওঁ উল্লেখ কৰে যে কালি আৰু আজিৰ কাৰ্যসূচীয়ে এই সংকল্পক অধিক শক্তিশালী কৰিছে। প্ৰধানমন্ত্ৰীয়ে উল্লেখ কৰে যে এই সময়ছোৱাত তেওঁ পশ্চিমবংগৰ উন্নয়নৰ সৈতে জড়িত শ শ কোটি টকাৰ প্ৰকল্পৰ আধাৰশিলা স্থাপন আৰু উদ্বোধন কৰাৰ সুযোগ পাইছে।অন্ধ্ৰ প্ৰদেশৰ কুৰ্ণুলত বিভিন্ন উন্নয়নমূলক প্ৰকল্পৰ শুভাৰম্ভণি অনুষ্ঠানত প্ৰধানমন্ত্ৰীয়ে দিয়া ভাষণৰ অসমীয়া অনুবাদ
October 16th, 03:00 pm
অন্ধ্ৰ প্ৰদেশৰ মাননীয় ৰাজ্যপাল এছ আব্দুল নাজীৰ জী; জনপ্ৰিয় আৰু কঠোৰ পৰিশ্ৰমী মুখ্যমন্ত্ৰী শ্ৰী চন্দ্ৰবাবু নাইডু জী; কেন্দ্ৰীয় মন্ত্ৰী কে ৰামমোহন নাইডু জী; চন্দ্ৰ শেখৰ পেম্মাছানি জী; ভূপতিৰাজু শ্ৰীনিবাস বাৰ্মা জী; উপ-মুখ্যমন্ত্ৰী পৱন কল্যাণ জী; ৰাজ্য চৰকাৰৰ মন্ত্ৰী নাৰা লোকেশ জী; আন সকলো মন্ত্ৰী; বিজেপিৰ ৰাজ্যিক সভাপতি পি.ভি.এন. মাধৱ জী; সকলো সংসদ সদস্য, বিধায়ক আৰু মোৰ মৰমৰ ভাই-ভনীসকল, যিসকলে ইয়াত ইমান বৃহৎ সংখ্যাত আমাক আশীৰ্বাদ দিবলৈ গোট খাইছে!প্ৰধানমন্ত্ৰী শ্ৰী নৰেন্দ্ৰ মোদীয়ে অন্ধ্ৰ প্ৰদেশৰ কুৰ্ণুলত ১৩,৪৩০ কোটি টকাৰ ৰাষ্ট্ৰ উন্নয়ন প্ৰকল্পৰ আধাৰশিলা স্থাপন, উদ্বোধন তথা উৎসৰ্গা কৰে
October 16th, 02:30 pm
দ্বাদশ জ্যোতিৰ্লিংগ স্তোত্ৰমৰ এটা শ্লোক—“সৌৰাষ্ট্ৰ সোমনাথম চ শ্ৰীশৈলা মল্লিকাৰ্জুনম” আবৃত্তি কৰি শ্ৰী মোদীয়ে আলোকপাত কৰে যে বাৰটা জ্যোতিৰ্লিংগৰ ভিতৰত আৰম্ভণিতে ভগৱান সোমনাথ আৰু ভগৱান মল্লিকাৰ্জুনৰ নাম একেলগে থকা দেখা যায়। “গুজৰাটৰ পবিত্ৰ সোমনাথ ভূমিত জন্ম লোৱা, কাশীত বাবা বিশ্বনাথৰ ভূমিত সেৱা কৰাৰ সুযোগ পোৱা, আৰু এতিয়া শ্ৰীছাইলামৰ আশীৰ্বাদ লাভ কৰাটো মোৰ সৌভাগ্য”, শ্ৰী মোদীয়ে কয়। শ্ৰীছাইলাম ভ্ৰমণৰ অন্তত প্ৰধানমন্ত্ৰীয়ে শিৱাজী স্পুৰতি কেন্দ্ৰত শ্ৰদ্ধাঞ্জলি জ্ঞাপন কৰাৰ লগতে মঞ্চৰ পৰা ছত্ৰপতি মহাৰাজক শ্ৰদ্ধাঞ্জলি জনায়। তেওঁ আল্লামা প্ৰভু আৰু আক্কামাদেৱী আদি পূজনীয় শৈৱী সন্তসকলক প্ৰণাম জনায়। লগতে শ্ৰী উয়ালাৱাদা নৰসিংহ ৰেড্ডী গাৰু আৰু শ্ৰী হৰি সৰ্বোত্তম ৰাওকে ধৰি মহান স্বাধীনতা সংগ্ৰামীসকলকো শ্ৰদ্ধাঞ্জলি জ্ঞাপন কৰে।Cabinet approves four Rail projects across Maharashtra, Madhya Pradesh, Gujarat, and Chhattisgarh
October 07th, 03:11 pm
The Cabinet Committee on Economic Affairs, chaired by PM Modi, has approved four railway projects worth Rs. 24,634 crore. These projects, covering Maharashtra, Madhya Pradesh, Gujarat, and Chhattisgarh, are in line with the PM's Atmanirbhar vision, enhancing employment opportunities for the people of these regions. They will also provide rail connectivity to prominent destinations, boosting tourism.Cabinet approves a railway project connecting Bihar, Jharkhand and West Bengal worth Rs. 3,169 Crore
September 10th, 03:05 pm
The Cabinet Committee on Economic Affairs, chaired by PM Modi, has approved doubling the 177 km Bhagalpur–Dumka–Rampurhat railway line across Bihar, Jharkhand, and West Bengal at a cost of ₹3,169 crore. This multi-tracking will ease congestion, improve connectivity for people and goods, boost tourism, and support PM Modi’s vision of an Atmanirbhar Bharat by creating more employment and self-employment opportunities in the region.পশ্চিম বংগৰ কলকাতাত মূল আন্তঃগাঁথনি প্ৰকল্প মুকলি অনুষ্ঠানত প্ৰধানমন্ত্ৰীয়ে আগবঢ়োৱা ভাষণ
August 22nd, 05:15 pm
আজি আকৌ এবাৰ পশ্চিম বংগৰ উন্নয়ন ত্বৰান্বিত কৰাৰ সুযোগ পাইছো। নয়াপাৰাৰ পৰা জয় হিন্দ বিমান বন্দৰলৈ কলকাতা মেট্ৰ’ উপভোগ কৰি এইমাত্ৰ উভতি আহিছো। এই সময়ছোৱাত বহু সহকৰ্মীৰ লগত কথা পতাৰ সুযোগো পাইছিলোঁ। সকলোৱে সুখী যে কলকাতাৰ ৰাজহুৱা পৰিবহণ সচাকৈয়ে এতিয়া আধুনিক হৈ পৰিছে। আজি ইয়াত ছয় লেনযুক্ত উচ্চ কোনা এক্সপ্ৰেছৱেৰ আধাৰশিলাও স্থাপন কৰা হৈছে। হাজাৰ কোটি টকাৰ এই সকলোবোৰ প্ৰকল্পৰ বাবে কলকাতাবাসী আৰু সমগ্ৰ পশ্চিমবংগবাসীলৈ অশেষ অভিনন্দন।পশ্চিমবংগৰ কলকাতাত ৫২০০ কোটিৰো অধিক মূল্যৰ কেইবাটাও উন্নয়নমূলক প্ৰকল্পৰ আধাৰশিলা স্থাপন আৰু উদ্বোধন প্ৰধানমন্ত্ৰী শ্ৰী নৰেন্দ্ৰ মোদীৰ
August 22nd, 05:00 pm
প্ৰধানমন্ত্ৰী শ্ৰী নৰেন্দ্ৰ মোদীয়ে আজি পশ্চিমবংগৰ কলকাতাত ৫২০০ কোটিৰো অধিক মূল্যৰ উন্নয়নমূলক প্ৰকল্পৰ আধাৰশিলা স্থাপন আৰু উদ্বোধন কৰে। সভাত ভাষণ দি তেওঁ কয় যে পুনৰবাৰ ৰাজ্যৰ উন্নয়নত অৰিহণা যোগোৱাৰ সুযোগ পাইছো। প্ৰধানমন্ত্ৰীয়ে নয়াপাৰাৰ পৰা জয় হিন্দ বিমানবন্দৰলৈ কলকাতা মেট্ৰ’ত যাত্ৰা কৰাৰ অভিজ্ঞতাৰ কথা দোহাৰে, য’ত তেওঁ সহযাত্ৰীসকলৰ সৈতে মত বিনিময় কৰে আৰু চহৰখনৰ ৰাজহুৱা পৰিবহণ ব্যৱস্থাৰ আধুনিকীকৰণক লৈ তেওঁৰ সন্তুষ্টিৰ কথা উল্লেখ কৰে। ছয় লেনযুক্ত উচ্চ ক’না এক্সপ্ৰেছৱে’ৰ আধাৰশিলাও স্থাপন কৰে প্ৰধানমন্ত্ৰীগৰাকীয়ে। উপস্থিত সকলোকে শুভেচ্ছা জ্ঞাপন কৰি শ্ৰী মোদীয়ে এই পৰিৱৰ্তনশীল প্ৰকল্পসমূহৰ বাবে কলকাতা আৰু পশ্চিম বংগৰ জনসাধাৰণক অভিনন্দন জ্ঞাপন কৰে।মহাৰাষ্ট্ৰ, মধ্যপ্ৰদেশ, পশ্চিমবংগ, বিহাৰ, ওড়িশা আৰু ঝাৰখণ্ডৰ ১৩খন জিলা সামৰি কেবিনেটৰ অনুমোদন জনোৱা চাৰিটা মাল্টিট্ৰেকিং প্ৰকল্পই ভাৰতীয় ৰে’লৰ বৰ্তমানৰ নেটৱৰ্ক প্ৰায় ৫৭৪ কিলোমিটাৰ বৃদ্ধি কৰিব
July 31st, 03:13 pm
প্ৰধানমন্ত্ৰী শ্ৰী নৰেন্দ্ৰ মোদীৰ অধ্যক্ষতাত অনুষ্ঠিত অৰ্থনৈতিক পৰিক্ৰমা কেবিনেট কমিটীয়ে আজি মুঠ প্ৰায় ১১,১৬৯ কোটি টকা ব্যয় সাপেক্ষে ৰেল মন্ত্ৰালয়ৰ ৪ (চাৰি)টা প্ৰকল্পত অনুমোদন জনায়। । এই প্ৰকল্পসমূহৰ ভিতৰত আছে: