প্ৰাক্তন কেন্দ্ৰীয় মন্ত্ৰী শ্ৰী মুকল ৰয়ৰ মৃত্যুত প্ৰধানমন্ত্ৰীৰ শোক প্ৰকাশ

February 23rd, 10:21 am

প্ৰধানমন্ত্ৰী শ্ৰী নৰেন্দ্ৰ মোদীয়ে প্ৰাক্তন কেন্দ্ৰীয় মন্ত্ৰী শ্ৰী মুকুল ৰয়ৰ মৃত্যুত গভীৰ শোক প্ৰকাশ কৰিছে। শ্ৰী মোদীয়ে কয় যে ৰাজনৈতিক অভিজ্ঞতা আৰু সমাজৰ প্ৰতি সেৱা আগবঢ়োৱাৰ প্ৰচেষ্টাৰ বাবে শ্ৰী মুকুল ৰায় চিৰস্মৰণীয় হৈ ৰ’ব।