৭ জুলাই ২০১৮ তাৰিখে প্ৰধানমন্ত্ৰীৰ ৰাজস্থান ভ্ৰমণ
July 06th, 04:05 pm
এখন বৃহৎ ৰাজহুৱা সভাত প্ৰধানমন্ত্ৰীগৰাকী ভাৰত চৰকাৰ তথা ৰাজস্থান চৰকাৰৰ বিভিন্ন আঁচনিৰ ১২ গৰাকী হিতাধিকাৰীৰ সৈতে তেওঁলোকৰ অভিজ্ঞতাৰ এক অডিঅ’-ভিজুৱেল উপস্থাপনৰ সাক্ষী হৈ ৰ’ব৷ উক্ত উপস্থাপন ৰাজস্থানৰ মুখ্যমন্ত্ৰী শ্ৰীমতী বসুন্ধৰা ৰাজেৰ দ্বাৰা পৰিচালিত হ’ব৷