ভাৰতৰ ৭৬ সংখ্যক ‘গণৰাজ্য দিৱস’ত শুভেচ্ছা জ্ঞাপন কৰাৰ বাবে ফ্ৰান্সৰ ৰাষ্ট্ৰপতি আৰু আয়াৰলেণ্ডৰ প্ৰধানমন্ত্ৰীক ধন্যবাদ জ্ঞাপন কৰে প্ৰধানমন্ত্ৰীয়ে
January 27th, 11:06 am
প্ৰধানমন্ত্ৰী শ্ৰী নৰেন্দ্ৰ মোদীয়ে আজি ফ্ৰান্সৰ ৰাষ্ট্ৰপতি ‘মহামহিম’ ইমানুৱেল মেক্ৰন আৰু আয়াৰলেণ্ডৰ প্ৰধানমন্ত্ৰী ‘মহামহিম’ মিচেল মাৰ্টিনক ভাৰতৰ ৭৬ সংখ্যক ‘গণৰাজ্য দিৱস’ত শুভেচ্ছা জ্ঞাপন কৰাৰ বাবে ধন্যবাদ জ্ঞাপন কৰে।আয়াৰলেণ্ডৰ প্ৰধানমন্ত্ৰী হিচাপে কাৰ্যভাৰ গ্ৰহণ কৰাৰ বাবে শ্ৰীযুত মিচেল মাৰ্টিনক অভিনন্দন প্ৰধানমন্ত্ৰী শ্ৰী নৰেন্দ্ৰ মোদীৰ
January 24th, 11:38 am
প্ৰধানমন্ত্ৰী শ্ৰী নৰেন্দ্ৰ মোদীয়ে আয়াৰলেণ্ডৰ প্ৰধানমন্ত্ৰী হিচাপে কাৰ্যভাৰ গ্ৰহণ কৰাৰ বাবে শ্ৰীযুত মিচেল মাৰ্টিনক অভিনন্দন জনাইছে।