Let’s take a pledge together — Bihar will stay away from Jungle Raj! Once again – NDA Government: PM Modi in Chhapra
October 30th, 11:15 am
In his public rally at Chhapra, Bihar, PM Modi launched a sharp attack on the INDI alliance, stating that the RJD-Congress bloc, driven by vote-bank appeasement and opposed to faith and development, can never respect the beliefs of the people. Highlighting women empowerment, he said NDA initiatives like Drone Didis, Bank Sakhis, Lakhpati Didis have strengthened women across Bihar and this support will be expanded when NDA returns to power.This election will bring RJD-Congress their biggest defeat ever, and NDA’s biggest victory: PM Modi in Muzaffarpur, Bihar
October 30th, 11:10 am
PM Modi addressed a massive public meeting in Muzaffarpur, Bihar and began by saying that this was his first public meeting after the Chhath Mahaparv. He said Chhath is the pride of Bihar and the nation, a festival celebrated across India and even around the world. PM Modi also launched a campaign to promote Chhath songs across the nation. He said, “The public will choose the best tracks, and their creators will be awarded - boosting the preservation of Chhath tradition.”PM Modi’s grand rallies electrify Muzaffarpur and Chhapra, Bihar
October 30th, 11:00 am
PM Modi addressed two massive public meetings in Muzaffarpur and Chhapra, Bihar. Beginning his first rally, he noted that this was his first public meeting after the Chhath Mahaparv. He said that Chhath is the pride of Bihar and of the entire nation—a festival celebrated not just across India, but around the world. PM Modi also announced a campaign to promote Chhath songs nationwide, stating, “The public will choose the best tracks, and their creators will be awarded - helping preserve and celebrate the tradition of Chhath.”প্ৰধানমন্ত্ৰীয়ে বিহাৰৰ মতিহাৰীত স্বামী শক্তি শাৰণানন্দ সৰস্বতী জী মহাৰাজক সাক্ষাৎ কৰে
July 18th, 09:40 pm
প্ৰধানমন্ত্ৰী শ্ৰী নৰেন্দ্ৰ মোদীয়ে আজি বিহাৰৰ মতিহাৰীত স্বামী শক্তি শাৰণানন্দ সৰস্বতী জী মহাৰাজক সাক্ষাৎ কৰে। শ্ৰী মোদীয়ে মহাৰাজ জীৰ আশীৰ্বাদ গ্ৰহণেৰে তেওঁৰ আগ্ৰহ, মৰম আৰু মাৰ্গ-দৰ্শনৰ বাবে কৃতজ্ঞতা প্ৰকাশ কৰে।বিহাৰৰ মোতিহাৰীত বিভিন্ন উন্নয়নমূলক প্ৰকল্পৰ শুভাৰম্ভ অনুষ্ঠানত প্ৰধানমন্ত্ৰীয়ে আগবঢ়োৱা ভাষণৰ মূল পাঠ
July 18th, 11:50 am
বিহাৰৰ ৰাজ্যপাল শ্ৰী আৰিফ মহম্মদ খান জী, ৰাজ্যখনৰ জনপ্ৰিয় মুখ্যমন্ত্ৰী নীতিশ কুমাৰ জী, কেন্দ্ৰীয় মন্ত্ৰীসভাত মোৰ সহকৰ্মী জীতন ৰাম মাঝি জী, গিৰিৰাজ সিং জী, ললন সিং জী, চিৰাগ পাছোৱান জী, ৰামনাথ ঠাকুৰ জী, নিত্যানন্দ ৰায় জী, সতীশ চন্দ্ৰ ডুবে জী, ৰাজভূষণ চৌধুৰী জী, বিহাৰৰ উপ- মুখ্যমন্ত্ৰী সম্ৰাট চৌধুৰী জী, বিজয় সিনহা জী, সংসদত মোৰ সহকৰ্মীসকল, বিহাৰৰ জ্যেষ্ঠ নেতা উপেন্দ্ৰ কুশৱাহা জী, বিহাৰ ভাৰতীয় জনতা পাৰ্টিৰ সভাপতি দিলীপ জয়ছোৱাল জী, উপস্থিত মন্ত্ৰীসকল, জন প্ৰতিনিধি আৰু বিহাৰৰ মোৰ ভাই-ভনীসকল!প্ৰধানমন্ত্ৰী শ্ৰী নৰেন্দ্ৰ মোদীয়ে বিহাৰৰ মোতিহাৰীত ৭,০০০ কোটি টকাৰো অধিক মূল্যৰ উন্নয়নমূলক কামৰ আধাৰশিলা স্থাপন আৰু উদ্বোধন কৰে
July 18th, 11:30 am
প্ৰধানমন্ত্ৰী শ্ৰী নৰেন্দ্ৰ মোদীয়ে আজি বিহাৰৰ মোতিহাৰীত ৭,০০০ কোটি টকাতকৈও অধিক মূল্যৰ ৰাষ্ট্ৰ উন্নয়ন প্ৰকল্পৰ আধাৰশিলা স্থাপন, উদ্বোধন আৰু উৎসৰ্গা কৰে। পবিত্ৰ শাওন মাহত বাবা সোমেশ্বৰনাথৰ ওচৰত সেৱা জনাই প্ৰধানমন্ত্ৰীয়ে আশীৰ্বাদ বিচাৰে আৰু বিহাৰৰ জনসাধাৰণৰ জীৱনত সুখ আৰু সমৃদ্ধিৰ কামনা কৰে। সমাৱেশত ভাষণ দি শ্ৰী মোদীয়ে কয় যে এইখন হৈছে চম্পাৰণৰ ভূমি, যিয়ে ইতিহাস গঢ় দিছে। স্বাধীনতা আন্দোলনৰ সময়ত এই ভূমিয়ে মহাত্মা গান্ধীক এক নতুন দিশ প্ৰদান কৰিছিল। তেওঁ গুৰুত্ব আৰোপ কৰি কয় যে এই ভূমিৰ পৰা পোৱা অনুপ্ৰেৰণাই এতিয়া বিহাৰৰ নতুন ভৱিষ্যতক গঢ় দিব। এই উন্নয়নমূলক পদক্ষেপৰ বাবে তেওঁ উপস্থিত সকলোকে আৰু বিহাৰৰ জনসাধাৰণক অভিনন্দন জ্ঞাপন কৰে।প্ৰধানমন্ত্ৰীয়ে ১৮ জুলাইত বিহাৰ আৰু পশ্চিম বংগ ভ্ৰমণ কৰিব
July 17th, 11:04 am
প্ৰধানমন্ত্ৰী শ্ৰী নৰেন্দ্ৰ মোদীয়ে অহা ১৮ জুলাইত বিহাৰ আৰু পশ্চিমবংগ ভ্ৰমণ কৰিব। তেখেতে দিনৰ প্ৰায় ১১:৩০ বজাত বিহাৰৰ মতিহাৰীত ৭,২০০ কোটি টকাৰো অধিক মূল্যৰ একাধিক উন্নয়নমূলক প্ৰকল্পৰ আধাৰশিলা স্থাপন, উদ্বোধন আৰু ৰাষ্ট্ৰলৈ উৎসৰ্গা কৰিব। ইয়াত তেখেতে এখনি জন সভাও সম্বোধন কৰিব।২০ - ২১ জুনত বিহাৰ, ওড়িশা আৰু অন্ধ্ৰ প্ৰদেশ ভ্ৰমণ কৰিব প্ৰধানমন্ত্ৰীয়ে
June 19th, 05:48 pm
প্ৰধানমন্ত্ৰী শ্ৰী নৰেন্দ্ৰ মোদীয়ে ২০ - ২১ জুনত বিহাৰ, ওড়িশা আৰু অন্ধ্ৰ প্ৰদেশ ভ্ৰমণ কৰিব। অহা ২০ জুনত তেওঁ বিহাৰৰ ছিৱান ভ্ৰমণ কৰি দুপৰীয়া প্ৰায় ১২ বজাত আধাৰশিলা স্থাপনৰ লগতে একাধিক উন্নয়নমূলক প্ৰকল্প উদ্বোধন কৰিব। লগতে এই উপলক্ষে সভাত ভাষণ দিব।বিহাৰৰ দীঘা আৰু সোণেপুৰ সংযোগী, গংগা নদীৰ ওপৰত ৪.৫৬ কিলোমিটাৰ দৈৰ্ঘ্যৰ, নতুন ৬-লেনযুক্ত সেতু নিৰ্মাণত কেবিনেটে অনুমোদন জনায়
December 27th, 08:29 pm
প্ৰধানমন্ত্ৰী শ্ৰী নৰেন্দ্ৰ মোদীৰ অধ্যক্ষতাত অৰ্থনৈতিক পৰিক্ৰমাৰ কেবিনেট কমিটিয়ে আজি গংগা নদীৰ ওপৰেৰে (বৰ্তমানৰ দীঘা-সোণেপুৰ ৰেল আৰু পথ সেতুৰ পশ্চিমফালে সমান্তৰালভাৱে) নতুন ৪৫৫৬ মিটাৰ দীঘল, ৬-লেন হাই লেভেল/এক্সট্ৰা ড’জড কেবল ষ্টেড দলং নিৰ্মাণ আৰু ইয়াৰ দুয়োপাৰে বিহাৰৰ পাটনা আৰু সাৰণ জিলাত (NH-139W) ইপিচি ম’ডত সংযোগী পথ নিৰ্মাণত অনুমতি জনায়।বিহাৰৰ মতিহাৰীত ইটাভটাত সংঘটিত দুৰ্ঘটনাত নিহতসকলৰ মৃত্যুত প্ৰধানমন্ত্ৰীৰ শোক
December 24th, 09:47 am
বিহাৰৰ মতিহাৰীত ইটাভটাত সংঘটিত দুৰ্ঘটনাত নিহতসকলৰ মৃত্যুত শোক প্ৰকাশ কৰিছে প্ৰধানমন্ত্ৰী শ্ৰী নৰেন্দ্ৰ মোদীয়ে।People of Bihar have decided that there will be no entry for Jungle Raj: PM Modi
November 01st, 04:01 pm
PM Narendra Modi while addressing the election rally in Bagaha, Bihar said, The trends in the first phase clearly indicate that people of Bihar have put up a no entry board for Jungle Raj in the state. He said that in the ongoing elections, the people have made up their minds to elect a stable NDA government under Nitish Ji's leadership.PM Modi campaigns in Chhapra, Samastipur, Motihari and Bagaha in Bihar
November 01st, 03:54 pm
Continuing his election campaigning spree, PM Modi addressed public meetings in Chhapra, Samastipur, Motihari and Bagaha today. He said, “It is clear after the first phase polls itself that Nitish Babu will head the next govt in Bihar. The opposition is totally rattled, but I would ask them not to vent their frustration on the people of Bihar.”On one side, NDA is committed to democracy, and on the other side is 'parivar tantra gathbandhan': PM
November 01st, 03:25 pm
At a poll rally in Samastipur, PM Narendra Modi said the Bharatiya Janata Party has decided to form 1000 Farmer Producer Organisations (FPOs) for farmers in Bihar. Central Govt has created a fund of Rs 1 lakh crores for agriculture infrastructure for our farmers, he said.Jungle Raj made sure all the industries and sugar mills which were the hallmark of Bihar were shut down: PM
November 01st, 02:55 pm
PM Modi, in his poll rally in Motihari, cautioned people against the jungle raj that would return if the Congress-RJD alliance came to power. He said Jungle Raj made sure all the industries and sugar mills which were the hallmark of Bihar were shut down.প্ৰধানমন্ত্ৰী আৰু নেপালৰ প্ৰধানমন্ত্ৰী শ্ৰী অলিয়ে মুকলি কৰিলে মতিহাৰী-আমলেখগঞ্জ (নেপাল)ৰ পাইপলাইন
September 10th, 12:10 pm
প্ৰধানমন্ত্ৰী মোদী আৰু নেপালৰ প্ৰধানমন্ত্ৰী শ্ৰী অলিয়ে আজি ভিডিঅ’ কনফাৰেন্সযোগে ক্ৰ’ছ-বৰ্ডাৰ পেট্ৰ’লিয়াম সামগ্ৰীৰ পাইপলাইন মুকলি কৰে৷নেপালৰ প্রধানমন্ত্রীৰ ভাৰত ভ্ৰমণকালত ভাৰত-নেপালৰ যুটীয়া বিবৃতি (৭ এপ্রিল, ২০১৮)
April 07th, 12:29 pm
ভাৰতৰ প্রধানমন্ত্রী শ্রী নৰেন্দ্র মোদীৰ আমন্ত্রণক্ৰমে নেপালৰ প্রধানমন্ত্রী শ্ৰীযুত কে. পি. শর্মা অ’লিয়ে ৬-৮ এপ্রিল, ২০১৮ত ভাৰত ভ্ৰমণ কৰে।Development Will Free Bihar from All It’s Problems: PM Modi
October 27th, 12:43 pm