‘চিডব্লিউজি ২০২২’ত ১২৫কিলোগ্ৰাম শাখাৰ মল্লযুদ্ধত ব্ৰঞ্জৰ পদক অৰ্জন কৰা মোহিত গ্ৰেৱালক প্ৰধানমন্ত্ৰীৰ অভিনন্দন

August 06th, 11:16 am

‘কমনৱেলথ্ ক্ৰীড়া সমাৰোহ ২০২২’ত ১২৫কিলোগ্ৰাম শাখাৰ মল্লযুদ্ধত ব্ৰঞ্জৰ পদক অৰ্জন কৰা মোহিত গ্ৰেৱালক প্ৰধানমন্ত্ৰী শ্ৰী নৰেন্দ্ৰ মোদীয়ে অভিনন্দন জনাইছে।