প্ৰধানমন্ত্ৰী শ্ৰী নৰেন্দ্ৰ মোদীক সাক্ষাৎ মুছলিম ৱৰ্ল্ড লীগৰ মহাসচিবৰ
April 23rd, 02:23 am
মুছলিম ৱৰ্ল্ড লীগৰ মহাসচিব শ্বেইখ ড° মহম্মদ বিন আব্দুলকাৰীম আল ইছাই আজি জেদ্দাত প্ৰধানমন্ত্ৰী শ্ৰী নৰেন্দ্ৰ মোদীক সাক্ষাৎ কৰে। জম্মু-কাশ্মীৰত সংঘটিত ভয়াবহ সন্ত্ৰাসবাদী আক্ৰমণক তীব্ৰ গৰিহণা দি এই ঘটনাত নিহত নিৰীহ লোকসকলৰ প্ৰতি গভীৰ শোক প্ৰকাশ কৰে।