এছিয়ান গেমছত পুৰুষৰ ৮০০ মিটাৰত ৰূপৰ পদক অৰ্জন কৰা খেলুৱৈ মহম্মদ আফছাল পুলিকলাকাথক প্ৰধানমন্ত্ৰীৰ অভিনন্দন
October 03rd, 11:27 pm
প্ৰধানমন্ত্ৰী শ্ৰী নৰেন্দ্ৰ মোদীয়ে আজি এছিয়ান গেমছত পুৰুষৰ ৮০০ মিটাৰ ইভেন্টত ৰূপৰ পদক লাভৰ বাবে ট্ৰেক আৰু ফিল্ড এথলীট মহম্মদ আফছাল পুলিকলাকাথক অভিনন্দন জ্ঞাপন কৰে।