
পুৰুষৰ ৫৭ কিলোগ্ৰাম ইভেণ্টত ব্ৰঞ্জৰ পদক বিজয়ী ভাৰতীয় বক্সাৰ মহম্মদ হুচামুদ্দিনক অভিনন্দন প্ৰধানমন্ত্ৰীৰ
August 07th, 08:28 am
বাৰ্মিংহামত অনুষ্ঠিত কমনৱেলথ গেমছত পুৰুষৰ ৫৭ কিলোগ্ৰাম ইভেণ্টত ব্ৰঞ্জৰ পদক অৰ্জন কৰাৰ বাবে ভাৰতীয় বক্সাৰ মহম্মদ হুচামুদ্দিনক প্ৰধানমন্ত্ৰী শ্ৰী নৰেন্দ্ৰ মোদীয়ে অভিনন্দন জ্ঞাপন কৰে।