PM Modi and President of France jointly visit ITER facility
February 12th, 05:32 pm
PM Modi and President Emmanuel Macron visited the ITER facility in Cadarache, the first such visit by any Head of State or Government. They praised ITER’s progress in fusion energy and India’s key contributions through scientists and industries like L&T, Inox India, and TCS, highlighting India's commitment to advancing global clean energy research.PM Modi and President of France jointly inaugurate the Consulate General of India in Marseille
February 12th, 05:29 pm
PM Modi and President Emmanuel Macron inaugurated the Consulate General of India in Marseille. The new Consulate will boost economic, cultural, and people-to-people connections across four French regions. PM Modi deeply appreciated President Macron’s special gesture, as both leaders received a warm welcome from the Indian diaspora.ফ্ৰান্সৰ প্ৰধানমন্ত্ৰী আৰু ৰাষ্ট্ৰপতি মাজাৰ্গেছৰ যুদ্ধ সমাধিক্ষেত্ৰ পৰিদৰ্শন
February 12th, 04:57 pm
প্ৰধানমন্ত্ৰী শ্ৰী নৰেন্দ্ৰ মোডী আৰু ৰাষ্ট্ৰপতি ইমানুৱেল মেক্ৰনে আজি পুৱা মাৰ্চেইলৰ মাজাৰগুৱেছ যুদ্ধ সমাধিক্ষেত্ৰ পৰিদৰ্শন কৰি প্ৰথম আৰু দ্বিতীয় বিশ্বযুদ্ধৰ সময়ত প্ৰাণ হেৰুৱা ভাৰতীয় জোৱানসকললৈ শ্ৰদ্ধাঞ্জলি জ্ঞাপন কৰে। দুয়োগৰাকী নেতাই শ্বহীদসকলৰ বলিদানক সন্মান জনাই মাল্যাৰ্পণ কৰে।প্ৰধানমন্ত্ৰীয়ে ফ্ৰান্সৰ ৰাষ্ট্ৰপতিৰ সৈতে দ্বিপাক্ষিক আলোচনা কৰে
February 12th, 03:24 pm
প্ৰধানমন্ত্ৰী শ্ৰী নৰেন্দ্ৰ মোদী আৰু ৰাষ্ট্ৰপতি ইমানুৱেল মেক্ৰনে কালি ফ্ৰান্সৰ ৰাষ্ট্ৰপতিৰ বিমানেৰে পেৰিছৰ পৰা মাৰ্চেইললৈ বিমান যাত্ৰা কৰে। এই বিমান যাত্ৰাই দুয়োজন নেতাৰ ব্যক্তিগত সম্পৰ্কক প্ৰতিফলিত কৰে। তেওঁলোকে দ্বিপাক্ষিক সম্পৰ্ক তথা মূল বিশ্বজনীন আৰু আঞ্চলিক বিষয়সমূহৰ ওপৰত সবিস্তাৰে আলোচনা কৰে। মাৰ্চেইল পোৱাৰ পিছত প্ৰতিনিধি পৰ্যায়ৰ আলোচনা অনুষ্ঠিত হয়। যোৱা ২৫ বছৰত বহুমুখী সম্পৰ্কলৈ ক্ৰমাগতভাৱে বিকশিত হোৱা ভাৰত-ফ্ৰান্সৰ কৌশলগত অংশীদাৰিত্বৰ প্ৰতি নেতাদ্বয়ে নিজৰ দৃঢ় প্ৰতিশ্ৰুতি পুনৰ দৃঢ় কৰে।প্ৰধানমন্ত্ৰী শ্ৰী নৰেন্দ্ৰ মোদীৰ ফ্ৰান্স ভ্ৰমণ সন্দৰ্ভত ভাৰত-ফ্ৰান্সৰ যুটীয়া বিবৃতি
February 12th, 03:22 pm
ফ্ৰান্সৰ ৰাষ্ট্ৰপতি মহামহিম ইমানুৱেল মেক্ৰ’ৰ আমন্ত্ৰণত ভাৰতৰ প্ৰধানমন্ত্ৰী শ্ৰী নৰেন্দ্ৰ মোদীয়ে ২০২৫ চনৰ ১০ ফেব্ৰুৱাৰীৰ পৰা ১২ ফেব্ৰুৱাৰীলৈ ফ্ৰান্স ভ্ৰমণ কৰে। ২০২৫ চনৰ ১০ আৰু ১১ ফেব্ৰুৱাৰীত ফ্ৰান্স আৰু ভাৰতে ব্লেচলি পাৰ্ক (২০২৩ চনৰ নৱেম্বৰ) আৰু ছিউল (২০২৪ চনৰ মে’) সন্মিলনৰ সময়ত লাভ কৰা গুৰুত্বপূৰ্ণ কৃতিত্বক গঢ়ি তুলিবলৈ কৃত্ৰিম বুদ্ধিমত্তা কাৰ্য সন্মিলনৰ সহ-অধ্যক্ষতা হিচাপে কাম কৰে। এই সন্মিলনত ৰাষ্ট্ৰ আৰু চৰকাৰৰ মুৰব্বী, আন্তঃৰাষ্ট্ৰীয় সংগঠনৰ নেতা, ক্ষুদ্ৰ আৰু বৃহৎ উদ্যোগৰ মুৰব্বী, শিক্ষাবিদ, বেচৰকাৰী সংস্থা, শিল্পী আৰু নাগৰিক সমাজৰ সদস্যসকল উপস্থিত থাকে। তেওঁলোকে বিশ্বজুৰি এআই খণ্ডই যাতে জনস্বাৰ্থত লাভজনক সামাজিক, অৰ্থনৈতিক আৰু পৰিৱেশগত ফলাফল লাভ কৰে তাৰ বাবে সুনিৰ্দিষ্ট ব্যৱস্থা গ্ৰহণৰ প্ৰতিশ্ৰুতিৰ ওপৰত আলোকপাত কৰে। প্ৰধানমন্ত্ৰী মোদীয়ে ফ্ৰান্সত অনুষ্ঠিত এআই কাৰ্য সন্মিলনৰ সফল আয়োজনৰ বাবে ৰাষ্ট্ৰপতি মেক্ৰ’ক অভিনন্দন জনায়। পৰৱৰ্তী এআই সন্মিলন আয়োজন কৰাৰ বাবে ফ্ৰান্সে ভাৰতক অভিনন্দন জনায়।ফলাফলৰ তালিকা: প্ৰধানমন্ত্ৰীৰ ফ্ৰান্স ভ্ৰমণ
February 12th, 03:20 pm
কৃত্ৰিম বুদ্ধিমত্তা(এআই)সন্দৰ্ভত ভাৰত ফ্ৰান্সৰ ঘোষণাIndia is making remarkable strides in AI, leveraging it for public good: PM Modi
February 12th, 02:02 pm
Emphasising that India is making remarkable strides in AI, leveraging it for public good, the Prime Minister Shri Narendra Modi urged the world to come and invest in India and bet on our Yuva Shakti.The foundation of India - France friendship is based on the spirit of deep trust, innovation, & public welfare: PM at India-France CEO Forum, Paris
February 12th, 12:45 am
Giving a boost to business ties between India and France, PM Modi and President Macron attended the CEO Forum in Paris. The PM highlighted India's rise as a global economic powerhouse fueled by stability, reforms and innovation.চতুৰ্দশ ভাৰত-ফ্ৰান্স মুখ্য কাৰ্যবাহী বিষয়াৰ মঞ্চত প্ৰধানমন্ত্ৰীৰ ভাষণ
February 12th, 12:25 am
প্ৰধানমন্ত্ৰী শ্ৰী নৰেন্দ্ৰ মোদী আৰু ফ্ৰান্সৰ ৰাষ্ট্ৰপতি শ্ৰীযুত ইমানুৱেল মেক্ৰ’ৱে আজি পেৰিছত অনুষ্ঠিত চতুৰ্দশ ভাৰত-ফ্ৰান্স মুখ্য কাৰ্যবাহী বিষয়াৰ মঞ্চত যুটীয়াভাৱে ভাষণ দিয়ে। এই মঞ্চই প্ৰতিৰক্ষা, এৰ’স্পেচ, গুৰুত্বপূৰ্ণ আৰু উদীয়মান প্ৰযুক্তি, আন্তঃগাঁথনি, উন্নত উৎপাদন, কৃত্ৰিম বুদ্ধিমত্তা, জীৱন-বিজ্ঞান, সুস্থতা আৰু জীৱনশৈলী আৰু খাদ্য তথা আতিথ্যৰ দৰে খণ্ডৰ ওপৰত গুৰুত্ব আৰোপ কৰি দুয়ো পক্ষৰে বিভিন্ন গোটৰ কোম্পানীৰ মুখ্য কাৰ্যবাহী বিষয়াসকলক একত্ৰিত কৰে।পেৰিছত আমেৰিকাৰ উপ-ৰাষ্ট্ৰপতি ভেন্সৰ সৈতে আলোচনাত মিলিত হৈছে প্ৰধানমন্ত্ৰী মোদী
February 12th, 12:19 am
পেৰিছত আমেৰিকাৰ উপ-ৰাষ্ট্ৰপতি জে ডি ভেন্স আৰু তেওঁৰ পৰিয়ালৰ সৈতে বৈঠকত মিলিত হৈছে প্ৰধানমন্ত্ৰী মোদী। বিভিন্ন বিষয়ত এক ফলপ্ৰসূ বাৰ্তালাপত মিলিত হয়।ইষ্টোনিয়াৰ ৰাষ্ট্ৰপতিক সাক্ষাৎ প্ৰধানমন্ত্ৰীৰ
February 11th, 06:19 pm
পেৰিছত অনুষ্ঠিত হোৱা এ আই একচন ছামিটৰ সৈতে সংগতি ৰাখি আজি প্ৰধানমন্ত্ৰী শ্ৰী নৰেন্দ্ৰ মোদীয়ে ইষ্টোনিয়া গণৰাজ্যৰ ৰাষ্ট্ৰপতি আলাৰ কাৰিছক সাক্ষাৎ কৰে। উল্লেখ্য যে এইখনেই আছিল দুয়োগৰাকী নেতাৰ প্ৰথম বৈঠক।পেৰিছৰ এ আই একচন ছামিটত প্ৰধানমন্ত্ৰী শ্ৰী নৰেন্দ্ৰ মোডীৰ সামৰণি ভাষণ
February 11th, 05:35 pm
আজিৰ আলোচনাত সকলো অংশীদাৰৰ মাজত এক সমন্বিত দৃষ্টিভংগী আৰু উদ্দেশ্যৰ ওপৰত আলোকপাত কৰা হৈছে।India is building its own Large Language Model considering our diversity: PM Modi at AI Action Summit
February 11th, 03:15 pm
In his address during the AI Action Summit in Paris, PM Modi highlighted AI’s potential and the need for global governance to ensure ethical, inclusive, and responsible use. He stressed reducing biases, AI-driven innovation in health, education, and sustainability, and the importance of skilling for future jobs. PM Modi also showcased India’s leadership in AI adoption, digital infrastructure, and its commitment to a people-centric AI future.প্ৰধানমন্ত্ৰী শ্ৰী নৰেন্দ্ৰ মোদীয়ে পেৰিছত অনুষ্ঠিত হোৱা এআই একচন শীৰ্ষ সন্মিলনৰ সহ-অধ্যক্ষতা কৰে
February 11th, 03:00 pm
প্ৰধানমন্ত্ৰী শ্ৰী নৰেন্দ্ৰ মোদীয়ে আজি পেৰিছত ফ্ৰান্সৰ ৰাষ্ট্ৰপতি মহামহিম ইমানুৱেল মেক্ৰনৰ সৈতে এআই একচন শীৰ্ষ সন্মিলনৰ সহ-অধ্যক্ষতা কৰে। সপ্তাহজোৰা এই শীৰ্ষ সন্মিলনখনৰ আৰম্ভ ৬-৭ ফেব্ৰুৱাৰীত বিজ্ঞান দিৱসৰ জৰিয়তে হয়, ইয়াৰ পিছত ৮-৯ ফেব্ৰুৱাৰীত সাংস্কৃতিক সপ্তাহান্ত অনুষ্ঠিত হয়। বিশ্বৰ ৰাজনীতিবিদ, নীতি নিৰ্ধাৰক আৰু উদ্যোগ বিশেষজ্ঞসকলে অংশগ্ৰহণ কৰা উচ্চ পৰ্যায়ৰ খণ্ডৰে সন্মিলনৰ সামৰণি পৰে।ফ্ৰান্সৰ পেৰিছত উপস্থিত প্ৰধানমন্ত্ৰী মোদী
February 10th, 10:30 pm
প্ৰধানমন্ত্ৰী নৰেন্দ্ৰ মোদী কিছু সময়ৰ পূৰ্বে পেৰিছত উপস্থিত হয়। তেওঁৰ আগমনৰ লগে লগে তেওঁক আনুষ্ঠানিকভাৱে আদৰণি জনোৱা হয়। এই ভ্ৰমণৰ সময়ত প্ৰধানমন্ত্ৰী মোদীয়ে ৰাষ্ট্ৰপতি ইমানুৱেল মেক্ৰ’ৰ সৈতে আলোচনাত মিলিত হোৱাৰ লগতে এআই কাৰ্য সন্মিলন আৰু আন কেইবাটাও কাৰ্যসূচীত অংশগ্ৰহণ কৰিব।প্ৰধানমন্ত্ৰীয়ে পেৰিছত চিইঅ’ ফ’ৰাম সম্বোধন কৰে
July 15th, 07:03 am
প্ৰধানমন্ত্ৰীয়ে ভাৰত আৰু ফ্ৰান্সৰ মাজত দ্বিপাক্ষিক সম্পৰ্ক শক্তিশালী কৰা আৰু অৰ্থনৈতিক সহযোগিতাক উৎসাহিত কৰাত উদ্যোগৰ নেতাসকলৰ ভূমিকাৰ প্ৰশংসা কৰে। তেওঁ নবীকৰণীয় ক্ষেত্ৰ, ষ্টাৰ্টআপ, ফাৰ্মা, আইটি, ডিজিটেল পৰিশোধ আৰু আন্তঃগাঁথনি তথা বাণিজ্যক উদগণি দিয়া বিভিন্ন পদক্ষেপত ভাৰতৰ প্ৰগতিৰ ওপৰত আলোকপাত কৰে।India & France have long-standing people-to-people contacts: PM Modi during press meet with President Macron
July 15th, 01:47 am
Prime Minister Narendra Modi at press meet with President Macron of France.ফ্ৰান্সৰ ৰাষ্ট্ৰপতিৰ সৈতে প্ৰধানমন্ত্ৰীৰ বৈঠক
July 15th, 01:42 am
প্ৰধানমন্ত্ৰী শ্ৰী নৰেন্দ্ৰ মোদীয়ে ২০২৩ চনৰ ১৪ জুলাইত ফ্ৰান্সৰ ৰাষ্ট্ৰপতি ইমানুৱেল মেক্ৰনৰ সৈতে এলিচি পেলেচত ব্যক্তিগত আলোচনাত মিলিত হয় আৰু প্ৰতিনিধি পৰ্যায়ৰ আলোচনাত অংশগ্ৰহণ কৰে।দুয়োগৰাকী নেতাই প্ৰতিৰক্ষা আৰু নিৰাপত্তা, নাগৰিক পাৰমাণৱিক, বিজ্ঞান আৰু প্ৰযুক্তি, শক্তি, বাণিজ্য আৰু বিনিয়োগ, মহাকাশ, জলবায়ু পৰিৱৰ্তন আৰু জনসাধাৰণৰ সম্পৰ্ককে ধৰি দ্বিপাক্ষিক সহযোগিতাৰ বিস্তৃত ক্ষেত্ৰসমূহৰ ওপৰত গভীৰ আলোচনাত মিলিত হয়।ভাৰত-ফ্ৰান্স ভাৰত-প্ৰশান্ত মহাসাগৰীয় পথ-মানচিত্ৰ
July 14th, 11:10 pm
ভাৰত আৰু ফ্ৰান্স হৈছে কৌশলগত ভাৱে অৱস্থিত শক্তিধৰ বাসিন্দা আৰু ভাৰত প্ৰশান্ত মহাসাগৰীয় অঞ্চলত গুৰুত্বপূৰ্ণ অংশীদাৰিত্ব থকা মুখ্য সহযোগী। ভাৰত মহাসাগৰত ভাৰত-ফৰাচী অংশীদাৰিত্ব আমাৰ দ্বিপাক্ষিক সম্পৰ্কৰ এক গুৰুত্বপূৰ্ণ কেন্দ্ৰবিন্দু হৈ উঠিছে। ২০১৮ চনত ভাৰত আৰু ফ্ৰান্সে 'ভাৰত মহাসাগৰীয় অঞ্চলত ভাৰত-ফ্ৰান্স সহযোগিতাৰ যুটীয়া কৌশলগত দৃষ্টিভংগী' সন্দৰ্ভত সহমত প্ৰকাশ কৰিছিল। আমি এতিয়া প্ৰশান্ত মহাসাগৰীয় অঞ্চললৈ আমাৰ যৌথ প্ৰচেষ্টা সম্প্ৰসাৰিত কৰিবলৈ সাজু হৈছো।Joint Commitment to Eliminate Single Use Plastic Products Pollution
July 14th, 11:00 pm
Single-use plastic products are defined by the UN Environment Programme (UNEP) as an umbrella term for different types of products that are typically used once before being thrown away or recycled” which include food packaging, bottles, straws and among others. This presents the commitment to eliminate single use plastic products pollution, including ban on single use plastic products which have low utility and high littering potential by France and India.