
ভাৰত আৰু আমেৰিকাৰ মাজত এক বৃহৎ অংশীদাৰিত্ব গঢ়ি তুলিছে প্ৰধানমন্ত্ৰী মোদী আৰু ট্ৰাম্পে
February 14th, 06:46 pm
প্ৰধানমন্ত্ৰী নৰেন্দ্ৰ মোদীৰ শেহতীয়া আমেৰিকা ভ্ৰমণ এক গুৰুত্বপূৰ্ণ কাৰ্যসূচী আছিল, য’ত দুয়োখন দেশৰ মাজত গভীৰ হৈ অহা কৌশলগত, অৰ্থনৈতিক আৰু সাংস্কৃতিক সম্পৰ্কৰ প্ৰতিফলন ঘটে। তেওঁৰ ভ্ৰমণকালত প্ৰধানমন্ত্ৰী মোদীয়ে প্ৰতিৰক্ষা, বাণিজ্য, বিনিয়োগ, প্ৰযুক্তি আৰু কূটনীতিৰ দৰে গুৰুত্বপূৰ্ণ ক্ষেত্ৰসমূহ সামৰি আমেৰিকাৰ নেতা, অগ্ৰণী ব্যৱসায়ী আৰু প্ৰবাসী ভাৰতীয়সকলৰ সৈতে কেইবাখনো উচ্চ পৰ্যায়ৰ বৈঠক আৰু আলোচনাত অংশগ্ৰহণ কৰে। এই ভ্ৰমণে ভাৰত আৰু আমেৰিকাৰ মাজত শক্তিশালী সম্পৰ্কক পুনৰ দৃঢ় কৰি তুলিছে, দুয়োখন দেশক এক নতুন বিশ্বব্যৱস্থা গঢ় দিয়াৰ ক্ষেত্ৰত বৈশ্বিক অংশীদাৰ হিচাপে প্ৰতিষ্ঠা কৰিছে।
ভাৰতৰ প্ৰধানমন্ত্ৰীৰ আমেৰিকা ভ্ৰমণকালত ভাৰত-আমেৰিকা যুক্তৰাষ্ট্ৰৰ যুটীয়া বিবৃতি
February 14th, 09:07 am
আমেৰিকা যুক্তৰাষ্ট্ৰৰ ৰাষ্ট্ৰপতি ড’নাল্ড জে ট্ৰাম্পে ভাৰতৰ প্ৰধানমন্ত্ৰী শ্ৰী নৰেন্দ্ৰ মোদীক ২০২৫ চনৰ ১৩ ফেব্ৰুৱাৰীত ৱাশ্বিংটন ডিচিত এক আনুষ্ঠানিক ভ্ৰমণৰ বাবে আদৰণি জনায়।
When the United States and India work together, i.e. 'MAGA' plus 'MIGA', the 'MEGA' Partnership for prosperity is formed: PM Modi
February 14th, 04:57 am
During the joint press meet at the White House, PM Modi expressed his heartfelt gratitude to President Trump for his leadership in strengthening the India-US relationship. He highlighted their shared goals, including boosting trade, energy security, and defense cooperation. PM Modi emphasized the importance of collaboration in technology, space, and combating terrorism, while inviting Trump to visit India again.Head of US Department of Government Efficiency (DOGE) calls on PM Modi
February 13th, 11:51 pm
PM Modi met Elon Musk, CEO of Tesla and Head of the U.S. DOGE, to discuss collaboration in innovation, AI, space, sustainability, emerging tech, and governance.প্ৰধানমন্ত্ৰী শ্ৰী নৰেন্দ্ৰ মোদীক সাক্ষাৎ আমেৰিকাৰ ৰাষ্ট্ৰীয় নিৰাপত্তা উপদেষ্টা মাইকেল ৱাল্টজৰ
February 13th, 11:32 pm
আমেৰিকাৰ ৰাষ্ট্ৰীয় নিৰাপত্তা উপদেষ্টা মাইকেল ৱাল্টজে আজি প্ৰধানমন্ত্ৰী শ্ৰী নৰেন্দ্ৰ মোদীক সাক্ষাৎ কৰে।ৱাশ্বিংটন ডিচিত উপস্থিত প্ৰধানমন্ত্ৰী মোদী
February 13th, 11:59 am
প্ৰধানমন্ত্ৰী নৰেন্দ্ৰ মোদী আমেৰিকাৰ ৱাশ্বিংটন ডিচিত উপস্থিত হয়। এই ভ্ৰমণৰ সময়ত তেওঁ আমেৰিকাৰ ৰাষ্ট্ৰপতি ড’নাল্ড ট্ৰাম্প আৰু অন্যান্য নেতাসকলক সাক্ষাৎ কৰিব। তেওঁ লগতে আন কেতবোৰ কাৰ্যসূচীতো অংশগ্ৰহণ কৰিব।প্ৰধানমন্ত্ৰীক সাক্ষাৎ আমেৰিকাৰ ৰাষ্ট্ৰীয় চোৰাংচোৱা সঞ্চালকৰ
February 13th, 11:04 am
আমেৰিকাৰ ৰাষ্ট্ৰীয় চোৰাংচোৱা বিভাগৰ সঞ্চালক শ্ৰীমতী তুলসী গাব্বাৰ্ডে প্ৰধানমন্ত্ৰী শ্ৰী নৰেন্দ্ৰ মোডীক আজি সাক্ষাৎ কৰে।ইউক্ৰেইনৰ ৰাষ্ট্ৰপতিৰ সৈতে প্ৰধানমন্ত্ৰীৰ বৈঠক
September 24th, 03:57 am
প্ৰধানমন্ত্ৰী শ্ৰী নৰেন্দ্ৰ মোদীয়ে নিউয়ৰ্কত অনুষ্ঠিত ভৱিষ্যতৰ শীৰ্ষ সন্মিলনৰ মাজতে ২০২৪ চনৰ ২৩ ছেপ্টেম্বৰত ইউক্ৰেইনৰ ৰাষ্ট্ৰপতি এইচ. ই. শ্ৰী ভলোডিমিৰ জেলেনস্কিৰ সৈতে এখন দ্বিপাক্ষিক বৈঠকত মিলিত হয়।ভিয়েটনামৰ ৰাষ্ট্ৰপতি তথা দলৰ মহাসচিবৰ সৈতে প্ৰধানমন্ত্ৰীৰ বৈঠক
September 24th, 12:27 am
প্ৰধানমন্ত্ৰী শ্ৰী নৰেন্দ্ৰ মোদীয়ে ২০২৪ চনৰ ২৩ ছেপ্টেম্বৰত ইউএনজিএত অনুষ্ঠিত ভৱিষ্যতৰ শীৰ্ষ সন্মিলনৰ মাজতে নিউয়ৰ্কত ভিয়েটনামৰ কমিউনিষ্ট পাৰ্টিৰ মহাসচিব তথা ভিয়েটনাম সমাজবাদী গণৰাজ্যৰ ৰাষ্ট্ৰপতি এইচ. ই. শ্ৰী টু লামক সাক্ষাৎ কৰে।Success of Humanity lies in our collective strength, not in the battlefield: PM Modi at UN Summit
September 23rd, 09:32 pm
Prime Minister Narendra Modi addressed the 'Summit of the Future' at the United Nations in New York, advocating for a human-centric approach to global peace, development, and prosperity. He highlighted India's success in lifting 250 million people out of poverty, expressed solidarity with the Global South, and called for balanced tech regulations. He also emphasized the need for UN Security Council reforms to meet global ambitions.Prime Minister’s Address at the ‘Summit of the Future’
September 23rd, 09:12 pm
Prime Minister Narendra Modi addressed the 'Summit of the Future' at the United Nations in New York, advocating for a human-centric approach to global peace, development, and prosperity. He highlighted India's success in lifting 250 million people out of poverty, expressed solidarity with the Global South, and called for balanced tech regulations. He also emphasized the need for UN Security Council reforms to meet global ambitions.PM Modi meets President of Palestine
September 23rd, 06:32 am
PM Modi met the President of Palestine, H.E. Mahmoud Abbas in New York. The PM reaffirmed India's commitment to supporting the early restoration of peace and stability in the region and discussed ways to further strengthen the friendship with the people of Palestine.PM Modi meets with Crown Prince of Kuwait
September 23rd, 06:30 am
PM Modi met with His Highness Sheikh Sabah Khaled Al-Hamad Al-Mubarak Al-Sabah, Crown Prince of the State of Kuwait, in New York. Prime Minister conveyed that India attaches utmost importance to its bilateral relations with Kuwait. Both leaders recalled the strong historical ties and people-to-people linkages between the two countries.PM Modi meets Prime Minister of Nepal
September 23rd, 06:25 am
PM Modi met PM K.P. Sharma Oli of Nepal in New York. The two leaders reviewed the unique and close bilateral relationship between India and Nepal, and expressed satisfaction at the progress made in perse sectors including development partnership, hydropower cooperation, people-to-people ties, and enhancing connectivity – physical, digital and in the domain of energy.PM Modi attends the CEOs Roundtable
September 23rd, 06:20 am
PM Modi interacted with technology industry leaders in New York. The PM highlighted the economic transformation happening in India, particularly in electronics and information technology manufacturing, semiconductors, biotech and green development. The CEOs expressed their strong interest in investing and collaborating with India.মাৰ্কিন যুক্তৰাষ্ট্ৰৰ নিউয়ৰ্কত ভাৰতীয় সমূদায়ক উদ্দেশ্যি প্ৰধানমন্ত্ৰীৰ ভাষণৰ অসমীয়া অনুবাদ
September 22nd, 10:00 pm
নমস্কে ইউ. এছ! এতিয়া আনকি আমাৰ “নমস্তে”ও বহুজাতিক হৈ পৰিছে, স্থানীয়ৰ পৰা বিশ্বজুৰি পৰিৱৰ্তন হৈছে আৰু এই সকলোবোৰ আপোনালোকৰ বাবেই হৈছে। ভাৰতক হৃদয়ত ধৰি ৰখা প্ৰতিজন ভাৰতীয়ই এই কাম সম্ভৱ কৰি তুলিছে।নিউয়ৰ্কত ভাৰতীয় সম্প্ৰদায়ক প্ৰধানমন্ত্ৰীৰ সম্বোধন
September 22nd, 09:30 pm
প্ৰধানমন্ত্ৰী শ্ৰী নৰেন্দ্ৰ মোদীয়ে আজি নিউয়ৰ্কৰ লং আইলেণ্ডত অনুষ্ঠিত এক অনুষ্ঠানত ভাৰতীয় সম্প্ৰদায়ৰ এক বৃহৎ সমাৱেশক সম্বোধন কৰে। ১৫,০০০ৰো অধিক লোক অনুষ্ঠানটোত উপস্থিত থাকে।ভাৰতক ২৯৭টা প্ৰাচীন সামগ্ৰী ঘূৰাই দিলে আমেৰিকা যুক্তৰাষ্ট্ৰই
September 22nd, 12:11 pm
তেওঁলোকৰ ঘনিষ্ঠ দ্বিপাক্ষিক সম্পৰ্ক শক্তিশালী কৰাৰ বাবে আৰু সাংস্কৃতিক বুজাবুজিৰ প্ৰসাৰৰ বাবে আমেৰিকাৰ বিদেশ বিভাগৰ ব্যুৰো অৱ এডুকেচনেল এণ্ড কালচাৰেল এফেয়াৰ্ছ আৰু সংস্কৃতি মন্ত্ৰালয়ৰ অংশ ভাৰতীয় প্ৰত্নতাত্ত্বিক জৰীপে ২০২৪ চনৰ জুলাই মাহত সাংস্কৃতিক সম্পত্তিৰ চুক্তিত স্বাক্ষৰ কৰে।এই চুক্তিয়ে দিয়া প্ৰতিশ্ৰুতিসমূহ পূৰণ কৰে ৰাষ্ট্ৰপতি বাইডেন আৰু প্ৰধানমন্ত্ৰী মোদীয়ে সাংস্কৃতিক ঐতিহ্য ৰক্ষাৰ ক্ষেত্ৰত সহযোগিতা বৃদ্ধিৰ বাবে, যিটো ২০২৩ চনৰ জুন মাহৰ তেওঁলোকৰ বৈঠকৰ যুটীয়া বিবৃতিত বিতংভাৱে উল্লেখ কৰা হৈছে।ফেক্ট শ্বীট: ২০২৪ কোৱাড নেতাসকলৰ শীৰ্ষ সন্মিলন
September 22nd, 12:06 pm
২০২৪ চনৰ ২১ ছেপ্টেম্বৰত চতুৰ্থ কোৱাড লিডাৰ্ছ ছামিটৰ বাবে ডেলাৱেৰৰ উইলমিংটনত ৰাষ্ট্ৰপতি জোচেফ আৰ বাইডেন জুনিয়ৰে অষ্ট্ৰেলিয়াৰ প্ৰধানমন্ত্ৰী এণ্টনি আলবানিজ, জাপানৰ প্ৰধানমন্ত্ৰী কিছিদা ফুমিঅ’ আৰু ভাৰতৰ প্ৰধানমন্ত্ৰী নৰেন্দ্ৰ মোদীক আতিথ্য প্ৰদান কৰে।Fact Sheet: Quad Countries Launch Cancer Moonshot Initiative to Reduce the Burden of Cancer in the Indo-Pacific
September 22nd, 12:03 pm
The Quad countries—US, Australia, India, and Japan—launched the Quad Cancer Moonshot to combat cervical cancer in the Indo-Pacific. This initiative aims to strengthen cancer care by enhancing health infrastructure, promoting HPV vaccination, increasing screenings, and expanding treatment. During the Quad Leaders' Cancer Moonshot event, India commited to providing HPV sampling kits, detection tools and cervical cancer vaccines worth $7.5 million to the Indo-Pacific region.