ভাৰত-থাইলেণ্ড ৰণনীতিগত বন্ধুত্ব প্ৰতিষ্ঠা সন্দৰ্ভত সংযুক্ত ঘোষণা

April 04th, 07:29 pm

ভাৰত গণৰাজ্যৰ প্ৰধানমন্ত্ৰী মহামহিম শ্ৰী নৰেন্দ্ৰ মোদীয়ে ২০২৫ চনৰ ০৩-০৪ এপ্ৰিলত থাইলেণ্ডৰ আনুষ্ঠানিক ভ্ৰমণ কৰে আৰু থাইলেণ্ড সাম্ৰাজ্যৰ প্ৰধানমন্ত্ৰী মহামহিম শ্ৰীমতী পেটোংটাৰ্ণ শ্বিনাৱাত্ৰাৰ আমন্ত্ৰণত বেংককত অনুষ্ঠিত হোৱা ষষ্ঠ বিমষ্টেক শীৰ্ষ সন্মিলনত অংশগ্ৰহণ কৰে। বেংককৰ চৰকাৰী ভৱনত প্ৰধানমন্ত্ৰী শ্বিনাৱাত্ৰাই প্ৰধানমন্ত্ৰী মোদীক আনুষ্ঠানিকভাৱে আদৰণি জনায়।

প্ৰধানমন্ত্ৰীক ৰাজসিক আতিথ্য প্ৰদান থাইলেণ্ডৰ ৰজা-ৰাণীৰ

April 04th, 07:27 pm

প্ৰধানমন্ত্ৰীয়ে আজি বেংককৰ ডুচিট পেলেচত থাইলেণ্ডৰ মহামহিম ৰজা মহা বাজিৰালংকৰ্ণ ফ্ৰা বাজিৰাক্লাওচাওয়ুহুয়া আৰু মহামহিম ৰাণী সুথিদা বজ্ৰসুধাবিমলালক্ষনাৰ ৰাজসিক আতিথ্য গ্ৰহণ কৰে।

বিমষ্টেক সন্মিলনৰ সমান্তৰালভাৱে নেপালৰ প্ৰধানমন্ত্ৰীক সাক্ষাৎ প্ৰধানমন্ত্ৰী মোদীৰ

April 04th, 04:17 pm

প্ৰধানমন্ত্ৰী শ্ৰী নৰেন্দ্ৰ মোদীয়ে আজি বেংককত ষষ্ঠ বিমষ্টেক সন্মিলনৰ সমান্তৰালভাৱে নেপালৰ প্ৰধানমমন্ত্ৰী শ্ৰীযুত কে. পি. শৰ্মা অলীক সাক্ষাৎ কৰে।

PM Modi meets Chief Adviser of Bangladesh on the sidelines of BIMSTEC Summit

April 04th, 03:49 pm

Prime Minister Shri Narendra Modi met today with Professor Muhammad Yunus, Chief Adviser of the interim government of Bangladesh, on the sidelines of the BIMSTEC Summit in Bangkok.

Prime Minister’s visit to Wat Pho

April 04th, 03:36 pm

PM Modi with Thai PM Paetongtarn Shinawatra, visited Wat Pho, paying homage to the Reclining Buddha. He offered ‘Sanghadana’ to senior monks and presented a replica of the Ashokan Lion Capital. He emphasized the deep-rooted civilizational ties between India and Thailand, strengthening cultural bonds.

পদক্ষেপৰ তালিকাঃ ষষ্ঠ বিমষ্টেক সন্মিলনত প্ৰধানমন্ত্ৰীৰ অংশগ্ৰহণ

April 04th, 02:32 pm

ডিজিটেল ৰাজহুৱা আন্তঃগাঁথনি (ডিপিআই)ৰ অভিজ্ঞতা ভাগ-বাটোৱাৰা কৰিবলৈ বিমষ্টেক দেশসমূহৰ প্ৰয়োজনীয়তা বুজাৰ বাবে পৰীক্ষামূলক অধ্যয়ন

ভূটানৰ প্ৰধানমন্ত্ৰীৰে মিলিত প্ৰধানমন্ত্ৰী

April 04th, 01:30 pm

প্ৰধানমন্ত্ৰী শ্ৰী নৰেন্দ্ৰ মোদী আজি থাইলেণ্ডৰ বেংককত অনুষ্ঠিত ৬ষ্ঠ বিমষ্টেক সন্মিলনৰ আঁৰত ভূটানৰ প্ৰধানমন্ত্ৰী মহামহিম শ্বেৰিং টবগেৰে মিলিত হয়।

ষষ্ঠ বিমষ্টেক সন্মিলনৰ সময়ত প্ৰধানমন্ত্ৰীৰ বক্তব্যৰ অসমীয়া অনুবাদ

April 04th, 12:59 pm

আৰম্ভণিতে এই সন্মিলনৰ উৎকৃষ্ট আয়োজনৰ বাবে প্ৰধানমন্ত্ৰী মহামহিম শ্বিনাৱাত্ৰা আৰু থাইলেণ্ড চৰকাৰলৈ আন্তৰিক কৃতজ্ঞতা জ্ঞাপন কৰিছো।

প্ৰধানমন্ত্ৰীয়ে থাইলেণ্ডত অনুষ্ঠিত ৬ষ্ঠ বিমষ্টেক সন্মিলনত অংশগ্ৰহণ কৰে

April 04th, 12:54 pm

প্ৰধানমন্ত্ৰী শ্ৰী নৰেন্দ্ৰ মোদীয়ে আজি বৰ্তমানৰ অধ্যক্ষ থাইলেণ্ডৰ উদ্যোগত আয়োজিত ৬ষ্ঠ বিমষ্টেক (BIMSTEC-বে’ অৱ বেংগল ইনিচিয়েটিভ ফৰ মাল্টি-ছেক্টৰেল টেকনিকেল এণ্ড ইকনমিক ক’অপাৰেচন) সন্মিলনত অংশগ্ৰহণ কৰে। এই সন্মিলনৰ বিষয়বস্তু হৈছে - বিমষ্টেকঃ সমৃদ্ধিশালী, স্থিতিস্থাপক আৰু মুকলি। এই বিষয়বস্তুৱে বিমষ্টেক অঞ্চলৰ নেতাসকলৰ অগ্ৰাধিকাৰ আৰু জনসাধাৰণৰ আকাংক্ষাৰাজিৰ লগতে বিশ্বজুৰি অনিশ্চয়তাৰ সময়তে সহভাজিত বিকাশ নিশ্চিতকৰণৰ ক্ষেত্ৰত বিমষ্টেকৰ প্ৰচেষ্টাক প্ৰতিফলিত কৰিছে।

প্ৰধানমন্ত্ৰীয়ে বিমষ্টেক ৰাষ্ট্ৰসমূহৰ মাজত সহযোগিতাৰ ভিন্ন দিশ সামৰি ২১-দফীয়া কাৰ্য্য পৰিকল্পনাৰ প্ৰস্তাৱ আগবঢ়ায়

April 04th, 12:53 pm

আজি থাইলেণ্ডৰ বেংককত অনুষ্ঠিত ৬ষ্ঠ বিমষ্টেক সন্মিলনত প্ৰধানমন্ত্ৰী শ্ৰী নৰেন্দ্ৰ মোদীয়ে বিমষ্টেক ৰাষ্ট্ৰসমূহৰ মাজত সহযোগিতাৰ ভিন্ন দিশ সামৰি এক ২১-দফীয়া কাৰ্য্য পৰিকল্পনাৰ প্ৰস্তাৱ আগবঢ়ায়। তেখেতে বিমষ্টেক দেশসমূহৰ ব্যৱসায় বৃদ্ধি আৰু আইটি খণ্ডৰ চহকী সম্ভাৱনাক ব্যৱহাৰৰ পোষকতা কৰে। শেহতীয়াকৈ ম্যানমাৰ আৰু থাইলেণ্ডক প্ৰভাৱিত কৰা ভূমিকম্পৰ পৰিপ্ৰেক্ষিতত দুৰ্য্যোগ ব্যৱস্থাপনাৰ ক্ষেত্ৰত একেলগে কাম কৰাৰ প্ৰয়োজনীয়তাৰ বাবেও তেখেতে আহ্বান জনায়। শ্ৰী মোদীয়ে মহাকাশ জগতত কাম কৰাৰ লগতে নিৰাপত্তা ব্যৱস্থাৰ সুদৃঢ়কৰণত গুৰুত্ব আৰোপ কৰে। বিমষ্টেকক সামূহিকভাৱে শক্তিশালী কৰিবলৈ আহ্বান জনাই আৰু নেতৃত্ব ল’ব পৰা যুৱক-যুৱতীসকলৰ ভূমিকাত আলোকপাতেৰে তেখেতে আশা প্ৰকাশ কৰে যে সাংস্কৃতিক সংযোগে বিমষ্টেক ৰাষ্ট্ৰসমূহক অধিক ওচৰ চপাই আনিব।

বিমষ্টেক সন্মিলনৰ আঁৰত ৰাষ্ট্ৰ প্ৰশাসন পৰিষদৰ অধ্যক্ষ ছিনিয়ৰ জেনেৰেল মিন আং হিলিঙৰ সৈতে প্ৰধানমন্ত্ৰীৰ বৈঠক

April 04th, 09:43 am

প্ৰধানমন্ত্ৰী শ্ৰী নৰেন্দ্ৰ মোদীয়ে আজি বেংককত অনুষ্ঠিত বিমষ্টেক সন্মিলনৰ আঁৰত ৰাষ্ট্ৰ প্ৰশাসন পৰিষদৰ অধ্যক্ষ ছিনিয়ৰ জেনেৰেল মিন আং হিলিঙৰ সৈতে বৈঠকত মিলিত হয়।

থাই চৰকাৰে মুকলি কৰা ৰামাকিয়েন মুৰেল অংকিত আইষ্টাম্প সন্দৰ্ভত আলোকপাত প্ৰধানমন্ত্ৰীৰ

April 03rd, 09:14 pm

প্ৰধানমন্ত্ৰী শ্ৰী নৰেন্দ্ৰ মোদীয়ে থাই চৰকাৰে মুকলি কৰা ৰামাকিয়েন মুৰেল অংকিত আই-ষ্টাম্পৰ বিষয়ে আলোকপাত কৰে।

থাইলেণ্ডৰ প্ৰাক্তন প্ৰধানমন্ত্ৰীক সাক্ষাৎ প্ৰধানমন্ত্ৰীৰ

April 03rd, 08:50 pm

প্ৰধানমন্ত্ৰী শ্ৰী নৰেন্দ্ৰ মোদীয়ে আজি বেংককত থাইলেণ্ডৰ প্ৰাক্তন প্ৰধানমন্ত্ৰী থাকচিন শিনাৱাত্ৰক সাক্ষাৎ কৰে। প্ৰতিৰক্ষা, বাণিজ্য, সংস্কৃতি আদি ক্ষেত্ৰত ভাৰত আৰু থাইলেণ্ডৰ মাজত সহযোগিতাৰ অপৰিসীম সম্ভাৱনাৰ ওপৰত দুয়োগৰাকী নেতাই আলোচনা কৰে।

থাইলেণ্ডৰ প্ৰধানমন্ত্ৰীৰ সৈতে মিলিত প্ৰধানমন্ত্ৰী

April 03rd, 08:42 pm

প্ৰধানমন্ত্ৰী শ্ৰী নৰেন্দ্ৰ মোদীয়ে থাইলেণ্ডৰ প্ৰধানমন্ত্ৰী মহামহিম পেটংটাৰ্ণ ছিনাৱাট্ৰাক আজি বেংককত থাইলেণ্ডলৈ চৰকাৰী ভ্ৰমণসূচীৰ পৰিপ্ৰেক্ষিতত সাক্ষাৎ কৰে। চৰকাৰী সদনত উপস্থিত হোৱাৰ পিছত প্ৰধানমন্ত্ৰীক প্ৰধানমন্ত্ৰী ছিনাৱাট্ৰাই আনুষ্ঠানিক আদৰণি জনায়। এয়া তেওঁলোকৰ দ্বিতীয় সাক্ষাৎ আছিল। ইয়াৰ পূৰ্বে, ২০২৪-ৰ অক্টোবৰত ভিয়েনটিয়েনত আছিয়ান সম্পৰ্কীয় সন্মিলনৰ সময়ত দুয়োগৰাকী নেতা মিলিত হৈছিল।

List of Outcomes: Visit of Prime Minister to Thailand

April 03rd, 08:36 pm

PM Modi and Prime Minister of Thailand Shinawatra made Joint Declaration on the Establishment of India-Thailand Strategic Partnership. They witnessed exchange of Memorandum of Understanding (MoUs) including MoU on Cooperation in the field of Digital Technologies, MoU for development of National Maritime Heritage Complex (NMHC) at Lothal, Gujarat.

পালি ভাষাত যুগুতোৱা ‘তিপিতকা’-ৰ এটি প্ৰতিলিপি দিয়াৰ বাবে থাইলেণ্ডৰ প্ৰধানমন্ত্ৰীক ধন্যবাদ জনায় প্ৰধানমন্ত্ৰীয়ে

April 03rd, 05:43 pm

থাইলেণ্ডৰ প্ৰধানমন্ত্ৰী মহামান্য শ্ৰীমতী পেটোংটাৰ্ণ চিনাৱাট্ৰাক পালি ভাষাত ‘তিপিতকা’ৰ এটি প্ৰতিলিপি দিয়াৰ বাবে প্ৰধানমন্ত্ৰী শ্ৰী নৰেন্দ্ৰ মোদীয়ে ধন্যবাদ জ্ঞাপন কৰে আৰু যিটো ভাষাই ভগৱান বুদ্ধৰ শিক্ষাৰ সাৰতত্ব বহন কৰে সেইটো ভাষাক এক সুন্দৰ ভাষা বুলি অভিহিত কৰে।

থাইলেণ্ডৰ প্ৰধানমন্ত্ৰীৰ সৈতে যুটীয়া প্ৰেছ বিবৃতিৰ সময়ত প্ৰধানমন্ত্ৰীৰ প্ৰেছ বিবৃতিৰ অসমীয়া অনুবাদ

April 03rd, 03:01 pm

২৮ মাৰ্চত অহা ভূমিকম্পত হোৱা প্ৰাণহানিৰ বাবে মই ভাৰতবাসীৰ হৈ গভীৰ সমবেদনা প্ৰকাশ কৰিছোঁ। আৰু, আমি আহতসকলৰ আশু আৰোগ্য কামনা কৰিছোঁ।

প্ৰধানমন্ত্ৰীৰ থাই ৰামায়ণ ৰামকিয়েনৰ এক মনোমোহা প্ৰদৰ্শন উপভোগ

April 03rd, 01:02 pm

ভাৰত আৰু থাইলেণ্ডৰ মাজৰ গভীৰ সাংস্কৃতিক আৰু সভ্যতাৰ সম্পৰ্কৰ প্ৰশংসা কৰি প্ৰধানমন্ত্ৰী শ্ৰী নৰেন্দ্ৰ মোদীয়ে আজি থাইলেণ্ডৰ বেংককত থাই ৰামায়ণ, ৰামাকিয়েনৰ এক সমৃদ্ধ প্ৰদৰ্শন উপভোগ কৰে।

থাইলেণ্ডৰ বেংককত উপস্থিত হৈছে প্ৰধানমন্ত্ৰী মোদী

April 03rd, 11:01 am

থাইলেণ্ডৰ বেংককত উপস্থিত হৈছে প্ৰধানমন্ত্ৰী নৰেন্দ্ৰ মোদী। তেওঁ বিমষ্টেক সন্মিলনত অংশগ্ৰহণ কৰিব। এই ভ্ৰমণৰ সময়ত প্ৰধানমন্ত্ৰী পেটংটাৰ্ণ শ্বিনাৱাত্ৰাৰ সৈতেও আলোচনাত মিলিত হ’ব।

০৩-০৬ৰ এপ্ৰিল, ২০২৫ৰ পৰা প্ৰধানমন্ত্ৰীৰ থাইলেণ্ড আৰু শ্ৰীলংকা ভ্ৰমণ

April 02nd, 02:00 pm

বেংকক(৩-৪ এপ্ৰিল, ২০২৫)ত অনুষ্ঠিত হ’বলগীয়া ষষ্ঠ বিমষ্টেক সন্মিলনত অংশগ্ৰহণৰ বাবে থাইলেণ্ড ভ্ৰমণ কৰিব প্ৰধানমন্ত্ৰী নৰেন্দ্ৰ মোদীয়ে । ইয়াৰ পিছত ৰাষ্ট্ৰপতি অনুৰা কুমাৰ দিছানায়কৰ আমন্ত্ৰণত তেওঁ শ্ৰীলংকালৈ (৪-৬ এপ্ৰিল, ২০২৫) ভ্ৰমণলৈ যাব।