ইউৰোপিয়ান ৰাউণ্ড টেবুল ফৰ ইণ্ডাষ্ট্ৰীত প্ৰধানমন্ত্ৰীৰ ভাষণ
May 18th, 05:00 am
মই আপোনালোকৰ কিছুসংখ্যকক আগতে লগ পাইছো। কিছু সংখ্যকক মই আজি প্ৰথমবাৰৰ বাবে লগ পাইছো। কিন্তু এটা কথা নিশ্চিত যে আপোনালোক সকলোৱে কিবা নহয় কিবা ধৰণে ভাৰতৰ সৈতে সম্পৰ্কিত হৈ আছে।ছুইডেনৰ প্ৰধানমন্ত্ৰীৰ সৈতে দ্বিপাক্ষিক আলোচনা প্ৰধানমন্ত্ৰীৰ
May 18th, 12:10 am
প্ৰধানমন্ত্ৰী শ্ৰী নৰেন্দ্ৰ মোদীয়ে ছুইডেনৰ গোথেনবাৰ্গত দেশখনৰ প্ৰধানমন্ত্ৰী উল্ফ ক্ৰিষ্টাৰছনৰ সৈতে দ্বিপাক্ষিক আলোচনাত মিলিত হয়। বৈঠকত ছুইডেনৰ ৰাজকুমাৰী ভিক্টোৰিয়াইও অংশগ্ৰহণ কৰে আৰু দেশখনৰ ৰজা কাৰ্ল ষষ্ঠদশ গুস্তাফ আৰু ৰাণী চিলভিয়াৰ শুভেচ্ছা জ্ঞাপন কৰে। প্ৰধানমন্ত্ৰী মোদীয়ে দেশখনৰ ৰজাৰ ৮০ সংখ্যক জন্মদিন উপলক্ষে তেওঁলৈ শুভেচ্ছা জ্ঞাপন কৰে।উদ্যোগৰ বাবে ইউৰোপীয় ৰাউণ্ড টেবুলত প্ৰধানমন্ত্ৰীৰ প্ৰেছ বিবৃতিৰ অসমীয়া অনুবাদ
May 17th, 11:43 pm
আজিৰ কাৰ্যসূচীত যোগদান কৰাৰ বাবে মই উৰছুলা জীৰ প্ৰতি বিশেষ কৃতজ্ঞতা জ্ঞাপন কৰিছো, যিয়ে ছুইডেন আৰু ইউৰোপৰ ঔদ্যোগিক কেন্দ্ৰস্থল গোথেনবাৰ্গ ভ্ৰমণক বিশেষ গুৰুত্ব প্ৰদান কৰিছে।ৰবীন্দ্ৰনাথ ঠাকুৰৰ উমৈহতীয়া সাংস্কৃতিক ঐতিহ্য উদযাপন কৰি বিশেষ উপহাৰ বিনিময় প্ৰধানমন্ত্ৰী আৰু ছুইডেনৰ প্ৰধানমন্ত্ৰীৰ
May 17th, 11:18 pm
ছুইডেনৰ প্ৰধানমন্ত্ৰী উল্ফ ক্ৰিষ্টাৰছন আৰু প্ৰধানমন্ত্ৰী শ্ৰী নৰেন্দ্ৰ মোদীয়ে নোবেল বঁটা বিজয়ী গুৰুদেৱ ৰবীন্দ্ৰনাথ ঠাকুৰৰ ঐতিহ্য উদযাপনৰ বাবে বিশেষ স্মাৰক উপহাৰ বিনিময় কৰে।ছুইডেনৰ নিৰ্বাচিত বাণিজ্যিক নেতৃত্বৰে মত বিনিময় প্ৰধানমন্ত্ৰীৰ
May 17th, 11:16 pm
প্ৰধানমন্ত্ৰী শ্ৰী নৰেন্দ্ৰ মোদীৰ লগতে ছুইডেনৰ ৰাজকুমাৰী ভিক্টোৰিয়া আৰু ছুইডেনৰ প্ৰধানমন্ত্ৰী উল্ফ ক্ৰিষ্টাৰছনে ১৭ মে’ ২০২৬ত ছুইডেনৰ নিৰ্বাচিত মুখ্য কাৰ্যবাহী বিষয়াসকলৰ সৈতে বাৰ্তালাপ কৰে।ছুইডেনত ৰয়েল অৰ্ডাৰ অৱ দ্য প'লাৰ ষ্টাৰ, ডিগ্ৰী কমাণ্ডাৰ গ্ৰেণ্ড ক্ৰছ গ্ৰহণ প্ৰধানমন্ত্ৰীৰ
May 17th, 11:13 pm
গোথেনবাৰ্গত আয়োজিত এক বিশেষ অনুষ্ঠানত ছুইডেনৰ ৰাজকুমাৰী ভিক্টোৰিয়াই প্ৰধানমন্ত্ৰী শ্ৰী নৰেন্দ্ৰ মোদীক অষ্টাদশ শতিকাত প্ৰতিষ্ঠা কৰা ছুইডেনৰ আটাইতকৈ প্ৰাচীন আৰু বিশিষ্ট সন্মানসমূহৰ ভিতৰত অন্যতম 'ৰয়েল অৰ্ডাৰ অৱ দ্য প'লাৰ ষ্টাৰ, ডিগ্ৰী কমাণ্ডাৰ গ্ৰেণ্ড ক্ৰছ' প্ৰদান কৰে। এই বঁটা হৈছে ছুইডেনৰ সৈতে সম্পৰ্ক শক্তিশালী কৰাৰ ক্ষেত্ৰত ব্যতিক্ৰমী ৰাজহুৱা সেৱা আৰু অৱদানৰ স্বীকৃতি স্বৰূপে বিদেশৰ চৰকাৰৰ মুৰব্বীসকলক প্ৰদান কৰা ছুইডেনৰ সৰ্বোচ্চ সন্মান।ছুইডেনত উপস্থিত প্ৰধানমন্ত্ৰী মোদী
May 17th, 06:09 pm
ছুইডেনৰ গোটেনবাৰ্গত উপস্থিত হোৱাত প্ৰধানমন্ত্ৰী মোদীয়ে পাঁচখন দেশৰ ভ্ৰমণৰ এটা গুৰুত্বপূৰ্ণ অংশ আৰম্ভ কৰাৰ সময়তে ছুইডেনৰ প্ৰধানমন্ত্ৰী উলফ ক্ৰীষ্টাৰছনে নিজেই উষ্ম আদৰণি জনায়। ছুইডেনেও প্ৰধানমন্ত্ৰী মোদীক এস্কৰ্ট কৰিবলৈ নিজৰ যুদ্ধ বিমান প্ৰেৰণ কৰে। এই ভ্ৰমণে ভাৰত-ছুইডেনৰ সম্পৰ্কৰ ক্ৰমবৰ্ধমান গভীৰতা আৰু মূল খণ্ডসমূহৰ মাজত সহযোগিতা শক্তিশালী কৰাৰ দিশত ভাগ-বতৰা কৰা প্ৰতিশ্ৰুতিৰ ওপৰত আলোকপাত কৰে।উদ্যোগৰ বাবে ইউৰোপিয়ান ৰাউণ্ড টেবুল ফৰ ইণ্ড্ৰাষ্টী (ই আৰ টি)ক সম্বোধন প্ৰধানমন্ত্ৰীৰ
May 17th, 12:12 am
প্ৰধানমন্ত্ৰী শ্ৰী নৰেন্দ্ৰ মোদীয়ে গোথেনবাৰ্গত ইউৰোপিয়ান ৰাউণ্ড টেবুল ফৰ ইণ্ড্ৰাষ্টী(ই আৰ টি)ক সম্বোধন কৰে। ছুইডেনৰ প্ৰধানমন্ত্ৰী উল্ফ ক্ৰিষ্টাৰছন, ইউৰোপীয় আয়োগৰ সভাপতি শ্ৰীমতী উৰছুলা ভন ডেৰ লেয়েন, ইউৰোপীয় উদ্যোগৰ জ্যেষ্ঠ নেতৃবৃন্দ তথা আগশাৰীৰ ইউৰোপীয় আৰু ভাৰতীয় কোম্পানীসমূহৰ প্ৰতিনিধিসকলে ভলভো গ্ৰুপে আয়োজন কৰা মত বিনিময় অনুষ্ঠানত অংশগ্ৰহণ কৰে।Prime Minister’s Departure Statement ahead of his visit to the UAE, Netherlands, Sweden, Norway, and Italy
May 15th, 07:56 am
PM Modi is embarking on a five-nation visit to the UAE, the Netherlands, Sweden, Norway and Italy from 15-20 May 2026. During the visit, he will meet various Heads of State and hold discussions to further strengthen partnerships across key sectors. Highlights of the visit include his participation in the European Round Table for Industry in Sweden and the 3rd India-Nordic Summit in Oslo.ইউ এ ই, নেদাৰলেণ্ড, ছুইডেন, নৰৱে, আৰু ইটালীলৈ প্ৰধানমন্ত্ৰীৰ ভ্ৰমণ (১৫ - ২০ মে', ২০২৬)
May 11th, 09:00 pm
২০২৬ চনৰ ১৫ মে’ৰ পৰা ২০ মে’লৈ ইউ এ ই, নেদাৰলেণ্ড, ছুইডেন, নৰৱে আৰু ইটালী ভ্ৰমণ কৰিব প্ৰধানমন্ত্ৰী মোদীয়ে। এই ভ্ৰমণৰ সময়ত তেওঁ ইউ এ ইৰ ৰাষ্ট্ৰপতি শ্বেইখ মহম্মদ বিন জায়েদ আল নাহিয়ানক সাক্ষাৎ কৰি বিভিন্ন বিষয়ত মত বিনিময় কৰিব। নেদাৰলেণ্ডত প্ৰধানমন্ত্ৰীগৰাকীয়ে ৰজা উইলেম-আলেকজেণ্ডাৰক সাক্ষাৎ কৰাৰ লগতে প্ৰধানমন্ত্ৰী ৰব জেটেনৰ সৈতে আলোচনাত মিলিত হ’ব। ছুইডেনত তেওঁ প্ৰধানমন্ত্ৰী ক্ৰীষ্টাৰছনৰ সৈতে আলোচনাত মিলিত হ’ব। নৰৱেত তেওঁ ৰজা পঞ্চম হাৰাল্ডক সাক্ষাৎ কৰাৰ লগতে প্ৰধানমন্ত্ৰী জ’নাছ গাহৰ ষ্ট’ৰৰ সৈতে দ্বিপাক্ষিক আলোচনাত মিলিত হ’ব। ইয়াৰ পিছত তেওঁ ইটালী ভ্ৰমণ কৰি প্ৰধানমন্ত্ৰী জৰ্জিয়া মেলনীৰ সৈতে আলোচনাত মিলিত হ’ব।Social Media Corner 18 April 2018
April 18th, 07:43 pm
Your daily dose of governance updates from Social Media. Your tweets on governance get featured here daily. Keep reading and sharing!World is looking at India with renewed confidence: PM Modi in Sweden
April 17th, 11:59 pm
Addressing the Indian Community in Sweden, PM Narendra Modi today thanked PM Stefan Löfven for the warm welcome. Shri Modi remarked that it was not his welcome but the welcome of 125 crore Indians.ষ্টকহমত ভাৰতীয় সমুদায়ক সম্বোধন প্রধানমন্ত্রীৰ
April 17th, 11:45 pm
প্রধানমন্ত্রী শ্রী নৰেন্দ্র মোদীয়ে আজি ষ্টকহমত বসবাস কৰা ভাৰতীয় সমুদায়কক উদ্দেশ্যি ভাষণ আগবঢ়ায়। এই উপলক্ষে প্ৰধানমন্ত্ৰী মোদীয়ে ছুইডেন চৰকাৰক, বিশেষকৈ ছুইডেনৰ সন্মানীয় ৰজাৰ লগতে প্রধানমন্ত্রী শ্ৰীযুত ষ্টিফেল লোফভেনক তেওঁক জনোৱা আদৰ-সম্ভাষণৰ বাবে অশেষ ধন্যবাদ জনায়। উল্লেখ্য যে অনুষ্ঠানত প্রধানমন্ত্রী শ্ৰীযুত ষ্টিফেন লোফভেনো উপস্থিত থাকে।Visit of Prime Minister of India to Sweden (16-17 April 2018)
April 17th, 11:12 pm
During PM Modi's visit, India and Sweden hosted an India-Nordic Summit, entitled ‘India-Nordic Summit : Shared Values, Mutual Prosperity’. Prime Ministers of Denmark, Finland, Iceland and Norway attended the Summit. India has substantial economic ties with Nordic countries. Annual India-Nordic trade is about $5.3 billion. The cumulative Nordic FDI into India has been $2.5 billion.Sweden India Joint Action Plan (April 17, 2018)
April 17th, 09:47 pm
India and Sweden reiterated their commitment to dialogue and cooperation on key international issues of mutual concern, including climate change, Agenda 2030, international peace and security, human rights, gender equality, humanitarian issues, international trade.The countries emphasized their commitment to the Paris Agreement. Both sides agreed to continue security policy dialogue at the level of National Security Advisors.প্ৰধানমন্ত্ৰী মোদীয়ে ডেনমাৰ্ক, আইচলেণ্ড, ফিনলেণ্ড আৰু ন’ৰৱেৰ প্ৰধানমন্ত্ৰীক সাক্ষাৎ কৰে
April 17th, 09:05 pm
ছুইডেন ভ্ৰমণৰ সময়ছোৱাত প্ৰধানমন্ত্ৰী নৰেন্দ্ৰ মোদীয়ে ডেনমাৰ্ক, আইচলেণ্ড, ফিনলেণ্ড আৰু ন’ৰৱেৰ প্ৰধানমন্ত্ৰীক সাক্ষাৎ কৰে৷ নেতাসকলৰ সৈতে প্ৰধানমন্ত্ৰী মোদীয়ে দ্বিপাক্ষিক চুক্তি সম্পৰ্কে আলোচনা কৰে আৰু পৰৱৰ্তী পৰ্যায়ত দেশসমূহৰ সৈতে ভাৰতৰ মৈত্ৰী বৃদ্ধিৰ বাবে আলোচনা কৰে৷Social Media Corner 17 April 2018
April 17th, 07:40 pm
Your daily dose of governance updates from Social Media. Your tweets on governance get featured here daily. Keep reading and sharing!ছুইডেনৰ মুখ্য কাৰ্যবাহী বিষয়াসকলৰ সৈতে প্ৰধানমন্ত্ৰী মোডীৰ সাক্ষাৎ, ভাৰতত বিনিয়োগৰ সুবিধাসমূহৰ গুৰুত্বতা প্ৰদান
April 17th, 05:52 pm
প্ৰধানমন্ত্ৰী নৰেন্দ্ৰ মোদীয়ে আজি ছুইডেনৰ মুখ্য কাৰ্যবাহী বিষয়াসকলক সাক্ষাৎ কৰে৷ তেওঁ দুয়োখন ৰাষ্ট্ৰৰ বাণিজ্যিক চুক্তিৰ বিষয়ে আলোচনা কৰে৷ ‘মেক ইন ইণ্ডিয়া’ পদক্ষেপৰ বাবে ছুইডেনক গুৰুত্বপূৰ্ণ সহযোগী হিচাপে অভিহিত কৰি প্ৰধানমন্ত্ৰী মোদীয়ে ভাৰতত বিনিয়োগৰ সুবিধাসমূহৰ গুৰুত্বতা সমূহ প্ৰদৰ্শন কৰে৷প্ৰধানমন্ত্ৰীৰ ষ্ট’কহম ভ্ৰমণৰ উপলক্ষে স্বাক্ষৰিত তথা বিনিময় কৰা বুজাবুজি চুক্তি আৰু চুক্তিৰ তালিকা ( ১৬-১৭ এপ্ৰিল, ২০১৮)
April 17th, 05:36 pm
যৌথ সংবাদমেলত ছুইডেনৰ প্ৰধানমন্ত্ৰীৰ সৈতে প্ৰধানমন্ত্ৰী মোদীৰ বক্তব্য প্ৰদান
April 17th, 04:50 pm
যৌথ সংবাদমেলত ছুইডেনৰ প্ৰধানমন্ত্ৰীৰ সৈতে প্ৰধানমন্ত্ৰী মোদীয়ে বক্তব্য প্ৰদান কৰি কয় যে ‘মেক ইন ইণ্ডিয়া’ পদক্ষেপৰ বাবে ছুইডেন এক গুৰুত্বপূৰ্ণ সহযোগী৷ দুয়োখন দেশৰ মাজত পুনৰ নৱীকৰণযোগ্য শক্তি, চহৰ অঞ্চলৰ পৰিবহণ আৰু বৰ্জ্য পদাৰ্থৰ ব্যৱস্থাপনা সন্দৰ্ভত সন্মিলিত চুক্তি হৈছে৷