ছৌদি আৰৱলৈ প্ৰধানমন্ত্ৰীৰ ৰাজ্যিক ভ্ৰমণৰ সামৰণিত যৌথ বিবৃতি

April 23rd, 12:44 pm

এক ঐতিহাসিক বন্ধুত্ব; প্ৰগতিৰ বাবে এক অংশীদাৰিত্ব।” ছৌদি আৰব ৰাজ্যৰ ক্ৰাউন প্ৰিন্স আৰু প্ৰধানমন্ত্ৰী, ভাৰত গণৰাজ্যৰ মাননীয় প্ৰধানমন্ত্ৰী শ্ৰীযুত নৰেন্দ্ৰ মোদীয়ে ২০২৫ চনৰ ২২ এপ্ৰিলত ছৌদি আৰৱ ৰাজ্যত ৰাজ্যিক ভ্ৰমণ কৰে। এয়া আছিল প্ৰধানমন্ত্ৰী শ্ৰী নৰেন্দ্ৰ মোদীৰ তৃতীয়টো ছৌদি আৰৱ ভ্ৰমণ। ২০২৩ চনৰ ছেপ্টেম্বৰ মাহত ছৌদি আৰৱৰ ক্ৰাউন প্ৰিন্স আৰু প্ৰধানমন্ত্ৰী প্ৰিন্স মহম্মদ বিন ছালমান বিন আব্দুলজিজ আল চৌদৰ ভাৰত ভ্ৰমণৰ পিছত জি-২০ শীৰ্ষ সন্মিলনত অংশগ্ৰহণ আৰু ভাৰত-ছৌদি আৰব কৌশলগত অংশীদাৰিত্ব পৰিষদৰ প্ৰথমখন বৈঠকৰ সহ-অধ্যক্ষতা।

ফলাফলৰ তালিকা: প্ৰধানমন্ত্ৰীৰ ছৌদি আৰৱ ভ্ৰমণ

April 23rd, 02:25 am

ভাৰত-চৌদি আৰব কৌশলগত অংশীদাৰিত্ব পৰিষদৰ দ্বিতীয়খন নেতৃবৰ্গৰ বৈঠক ভাৰতৰ মাননীয় প্ৰধানমন্ত্ৰী শ্ৰীযুত নৰেন্দ্ৰ মোদী আৰু ছৌদি আৰৱৰ ক্ৰাউন প্ৰিন্স আৰু প্ৰধানমন্ত্ৰী হিজ ৰয়েল হাইনেছ প্ৰিন্স মহম্মদ বিন ছালমানে ২০২৫ চনৰ ২২ এপ্ৰিলত জেদ্দাত অনুষ্ঠিত হয়। পৰিষদে এছপিচিৰ অধীনত ৰাজনৈতিক, প্ৰতিৰক্ষা, নিৰাপত্তা, বাণিজ্য, বিনিয়োগ, শক্তি, প্ৰযুক্তি, কৃষি, সংস্কৃতি আৰু দুয়োখন দেশৰ জনসাধাৰণৰ সম্পৰ্কক সামৰি লোৱা বিভিন্ন সমিতি, উপসমিতি আৰু কৰ্মগোটৰ কাম-কাজৰ পৰ্যালোচনা কৰে। আলোচনাৰ অন্তত দুয়োগৰাকী নেতাই কাৰ্য্যবিৱৰণীত স্বাক্ষৰ কৰে।

প্ৰধানমন্ত্ৰী শ্ৰী নৰেন্দ্ৰ মোদীক সাক্ষাৎ মুছলিম ৱৰ্ল্ড লীগৰ মহাসচিবৰ

April 23rd, 02:23 am

মুছলিম ৱৰ্ল্ড লীগৰ মহাসচিব শ্বেইখ ড° মহম্মদ বিন আব্দুলকাৰীম আল ইছাই আজি জেদ্দাত প্ৰধানমন্ত্ৰী শ্ৰী নৰেন্দ্ৰ মোদীক সাক্ষাৎ কৰে। জম্মু-কাশ্মীৰত সংঘটিত ভয়াবহ সন্ত্ৰাসবাদী আক্ৰমণক তীব্ৰ গৰিহণা দি এই ঘটনাত নিহত নিৰীহ লোকসকলৰ প্ৰতি গভীৰ শোক প্ৰকাশ কৰে।

ৰাজকুমাৰ তথা ছৌদি আৰৱৰ প্ৰধানমন্ত্ৰীক সাক্ষাৎ আৰু ভাৰত-চৌদি আৰব কৌশলগত অংশীদাৰিত্ব পৰিষদৰ সহ-অধ্যক্ষতা প্ৰধানমন্ত্ৰীৰ

April 23rd, 02:20 am

প্ৰধানমন্ত্ৰী শ্ৰী নৰেন্দ্ৰ মোদীয়ে ২২ এপ্ৰিল, ২০২৫ত চৌদি আৰৱ ভ্ৰমণ কৰে। জেদ্দাৰ ৰয়েল পেলেচত চৌদি আৰৱৰ ৰাজকুমাৰ আৰু প্ৰধানমন্ত্ৰী প্ৰিন্স মহম্মদ বিন ছলমানে প্ৰধানমন্ত্ৰীক আনুষ্ঠানিকভাৱে আদৰণি জনায়।

চৌদি আৰৱৰ জেদ্দাত উপস্থিত প্ৰধানমন্ত্ৰী মোদী

April 22nd, 04:29 pm

ৰাজকুমাৰ মহম্মদ বিন ছলমানৰ আমন্ত্ৰণত চৌদি আৰৱৰ জেদ্দাত উপস্থিত হয় প্ৰধানমন্ত্ৰী মোদী। বিশেষ সন্মানেৰে চৌদি বায়ুসেনাৰ জেট বিমানে প্ৰধানমন্ত্ৰী মোদীৰ বিমানখন ছৌদি আকাশমাৰ্গত প্ৰৱেশ কৰাৰ সময়ত সুৰক্ষা বেষ্টনীৰে জেদ্দালৈ লৈ যায়। জেদ্দাত প্ৰধানমন্ত্ৰী মোদীক ভব্য আদৰণি জনোৱা হয়। তেওঁ চৌদি আৰৱত বিভিন্ন কাৰ্যসূচীত অংশগ্ৰহণ কৰিব।

চৌদি আৰৱলৈ চৰকাৰী ভ্ৰমণসূচী লৈ যোৱাৰ প্ৰাকমুহূৰ্তত প্ৰধানমন্ত্ৰীয়ে প্ৰদান কৰা বিবৃতি

April 22nd, 08:30 am

আজি মহামহিম যুৱৰাজ তথা প্ৰধানমন্ত্ৰী মহম্মদ বিন ছলমানৰ আমন্ত্ৰণত মই চৌদিলৈ দুদিনীয়া চৰকাৰী ভ্ৰমণসূচী লৈ যাত্ৰা আৰম্ভ কৰিছোঁ।

২০২৫ চনৰ ২২-২৩ এপ্ৰিলত চৌদি আৰৱ ভ্ৰমণ কৰিব প্ৰধানমন্ত্ৰী মোদীয়ে

April 19th, 01:55 pm

ৰাজকুমাৰ মহম্মদ বিন ছলমানৰ আমন্ত্ৰণত চৌদি আৰৱ ভ্ৰমণ কৰিব প্ৰধানমন্ত্ৰী মোদীয়ে। ভাৰত আৰু চৌদি আৰৱৰ মাজত ঘনিষ্ঠ আৰু বন্ধুত্বপূৰ্ণ সম্পৰ্ক আছে। এই ভ্ৰমণে আমাৰ বহুমুখী অংশীদাৰিত্ব আৰু অধিক গভীৰ আৰু শক্তিশালী কৰাৰ লগতে পাৰস্পৰিক স্বাৰ্থৰ বিভিন্ন আঞ্চলিক আৰু আন্তঃৰাষ্ট্ৰীয় বিষয়ত মত বিনিময়ৰ সুযোগ প্ৰদান কৰিব।

প্ৰধানমন্ত্ৰীয়ে ৰিয়াধত ছৌদি আৰবৰ ৰাজকুমাৰক সাক্ষাৎ কৰে

October 29th, 08:05 pm

প্ৰধানমন্ত্ৰী নৰেন্দ্ৰ মোদীয়ে ছৌদি আৰবৰ ৰাজকুমাৰ সন্মানীয় মহম্মদ বিন ছালমান অল ছাউদৰ সৈতে মতবিনিময় কৰে৷ ভাৰত-ছৌদি আৰবৰ বন্ধুত্বক অধিক গতি প্ৰদান কৰিব পৰাকৈ তেওঁলোকে এই বৈঠকত বিভিন্ন শক্তি সম্পৰ্কীয় বিষয় আলোচনা কৰে৷ প্ৰধানমন্ত্ৰীয়ে কয় যে শক্তি খণ্ড আমাৰ সম্পৰ্কৰ এক গুৰুত্বপূৰ্ণ স্তম্ভ হৈ ৰ’ব৷

প্ৰধানমন্ত্ৰীয়ে ৰিয়াধত ছৌদি আৰৱৰ ৰজাক সাক্ষাৎ কৰে

October 29th, 08:00 pm

প্ৰধানমন্ত্ৰী নৰেন্দ্ৰ মোদীয়ে আজি ছৌদি আৰবৰ ৰজা মাননীয় ছলমান বিন আব্দুলাজিজ অল ছাউদক সাক্ষাৎ কৰে৷ তেওঁ হ’ল বিশ্বৰ এগৰাকী অন্যতম সন্মানীয় নেতা৷ প্ৰধানমন্ত্ৰীয়ে কয় যে তেওঁলোকে ছৌদি আৰবৰ সৈতে সহযোগিতা বৃদ্ধি কৰিবলৈ বিভিন্ন দিশত আলোচনা কৰে৷

PM highlights 5 Big Trends for Global Business at Future Investment Initiative Forum in Riyadh!

October 29th, 07:21 pm

PM Modi delivered the keynote address at the Future Investment Initiative Forum in Riyadh, Saudi Arabia. The PM highlighted five major trends as the keys to future prosperity: the impact of technology, the importance of infrastructure, the revolution in human resources, care for the environment and business-friendly governance.

অতি দৰিদ্ৰ লোকসকলৰ সবলীকৰণ আৰু তেওঁলোকৰ মর্যাদাপূৰ্ণ জীৱনযাপন সুনিশ্চিত কৰাই মোৰ লক্ষ্যঃ প্ৰধানমন্ত্রী

October 29th, 07:20 pm

প্ৰধানমন্ত্রী শ্রী নৰেন্দ্ৰ মোদীয়ে ছৌদি আৰৱ সাম্ৰাজ্যৰ ৰিয়াধত ফিউচাৰ ইনভেষ্টমেণ্ট ইনিচিয়েটিভ ফ’ৰাম(এফআইআই)ত মূল ভাষণ আগবঢ়ায়৷

ৰিয়াধত প্ৰধানমন্ত্রীৰ সৈতে জর্ডানৰ ৰজাৰ বৈঠক

October 29th, 02:18 pm

ছৌদি আৰৱৰ ৰিয়াধত আজি ফিউচাৰ ইনভেষ্টমেণ্ট ইনিচিয়েটিভ ফ’ৰাম(আফআইই)ৰ সমান্তৰালভাৱে প্ৰধানমন্ত্রী শ্রী নৰেন্দ্ৰ মোদী আৰু জর্ডানৰ হেশেমিটে সাম্ৰাজ্যৰ ৰজা দ্বিতীয় আব্দুল্লা বিন আল- হুছেইনৰ মাজত বৈঠক অনুষ্ঠিত হয়৷ দুয়োগৰাকী নেতাই দ্বিপাক্ষিক সম্পর্কক আৰু অধিক শক্তিশালী কৰাৰ পদ্ধতিসমূহৰ সন্দৰ্ভত আলোচনা কৰে৷ ২০১৮ৰ ২৭ ফেব্ৰূৱাৰীৰ পৰা ১ মার্চলৈকে জর্ডানৰ ৰজাৰ ভাৰত ভ্ৰমণৰ সময়ত স্বাক্ষৰিত বুজাবুজি চু্ক্তি তথা চুক্তিসমূহ কাৰ্যকৰী কৰাৰ অগ্ৰগতিক লৈও তেওঁলোকেৰ মাজত আলোচনা হয়। মধ্যপ্রাচ্যত শান্তি প্ৰক্রিয়া আৰু অন্যান্য আঞ্চলিক অগ্ৰগতিৰ বিষয়বোৰৰ সন্দৰ্ভতো দুয়োগৰাকী নেতাই আলোচনা কৰে৷ সন্ত্রাস দমনত সহযোগিতাৰ সন্দৰ্ভতো প্ৰধানমন্ত্ৰী আৰু জৰ্ডানৰ ৰজাই আলোচনা কৰে৷

Strategic Partnership Council Agreement with Saudi Arabia would further strengthen the robust bilateral relations, says Prime Minister Narendra Modi

October 29th, 11:08 am

The signing of the agreement on the Strategic Partnership Council by India and Saudi Arabia would strengthen the already robust relations between the two countries, Prime Minister Narendra Modi said.

PM Modi arrives in Riyadh, Saudi Arabia

October 29th, 09:36 am

PM Narendra Modi arrived at Riyadh, Saudi Arabia, where he will hold bilateral talks as well as attend several programmes.

ছৌদি আৰৱ ভ্ৰমণৰ প্ৰাকমুহুৰ্তত প্ৰধানমন্ত্ৰীৰ বিবৃতি

October 28th, 03:36 pm

২৯ অক্টোবৰ, ২০১৯ তাৰিখে এদিনীয়া আনুষ্ঠানিক ভ্ৰমণসূচী লৈ মই ছৌদি আৰৱলৈ যাবলৈ ওলাইছো। ৰিয়াধত অনুষ্ঠিতব্য তৃতীয় ফিউচাৰ ইনভেষ্টমেণ্ট ইনিছিয়েটিভ ফ’ৰামৰ প্ৰাৰম্ভিক পৰিকল্পনা বৈঠকত অংশগ্ৰহণৰ বাবে ছৌদি আৰৱৰ সন্মানীয় বাদশ্বাহ চলমান বিন আব্দুল আজিজ আল-ছাউদৰ নিমন্ত্ৰণ সাপেক্ষে এই ভ্ৰমণলৈ যাবলৈ ওলাইছো।

PM Modi conferred Saudi Arabia's highest civilian honour, the King Abdulaziz Sash

April 03rd, 10:26 pm



PM Modi meets HM King Salman bin Abdulaziz Al Saud

April 03rd, 10:00 pm



Prime Minister Modi meets business leaders in Saudi Arabia

April 03rd, 01:40 pm



Celebrating Nari Shakti: PM visits TCS centre in Riyadh

April 03rd, 11:56 am



PM Modi shares snacks with L&T workers in Riyadh

April 03rd, 12:35 am