ফলাফলৰ তালিকা : প্ৰধানমন্ত্ৰীৰ নামিবিয়া ভ্ৰমণ

July 09th, 08:17 pm

নামিবিয়াত উদ্যোগীকৰণ উন্নয়ন কেন্দ্ৰ স্থাপনৰ বুজাবুজি চুক্তি

The best days of India–Namibia relations are ahead of us: PM Modi in the parliament of Namibia

July 09th, 08:14 pm

PM Modi addressed the Parliament of Namibia and expressed gratitude to the people of Namibia for conferring upon him their highest national honour. Recalling the historic ties and shared struggle for freedom between the two nations, he paid tribute to Dr. Sam Nujoma, the founding father of Namibia. He also called for enhanced people-to-people exchanges between the two countries.

Prime Minister addresses the Namibian Parliament

July 09th, 08:00 pm

PM Modi addressed the Parliament of Namibia and expressed gratitude to the people of Namibia for conferring upon him their highest national honour. Recalling the historic ties and shared struggle for freedom between the two nations, he paid tribute to Dr. Sam Nujoma, the founding father of Namibia. He also called for enhanced people-to-people exchanges between the two countries.

প্ৰধানমন্ত্ৰী মোদীয়ে সাক্ষাৎ কৰিলে নামিবিয়াৰ ৰাষ্ট্ৰপতিক

July 09th, 07:55 pm

নামিবিয়ালৈ কৰা চৰকাৰী ভ্ৰমণৰ সময়তে প্ৰধানমন্ত্ৰী শ্ৰী নৰেন্দ্ৰ মোদীয়ে আজি উইণ্ডহ’কৰ ষ্টেট হাউছত নামিবিয়াৰ ৰাষ্ট্ৰপতি মহামহিম ড০ নেটুম্বো নন্দি-নদৈতৱাহক সাক্ষাৎ কৰে। ষ্টেট হাউছত উপস্থিত হোৱাৰ লগে লগে প্ৰধানমন্ত্ৰী মোদীক ৰাষ্ট্ৰপতি নন্দি-দৈত্ৱাহে উষ্ম আদৰণি জনোৱাৰ লগতে আনুষ্ঠানিকভাৱে সম্বৰ্ধনা জনায়। ২৭ বছৰৰ পাছত ভাৰতৰ প্ৰধানমন্ত্ৰীয়ে নামিবিয়া ভ্ৰমণ কৰিছে। চলিত বৰ্ষৰ মাৰ্চ মাহত কাৰ্যভাৰ গ্ৰহণ কৰাৰ পিছত ৰাষ্ট্ৰপতি নন্দি-দৈত্ৱাহে এইবাৰেই প্ৰথম ভাৰতৰ প্ৰধানমন্ত্ৰীৰ সৈতে মিলিত হৈছে।

নামিবিয়াৰ সৰ্বোচ্চ অসামৰিক বঁটা-দা অৰ্ডাৰ অব দা মোষ্ট এনচিয়েণ্ট ৱেলৱিটচিয়া মিৰাবিলিছ প্ৰদানৰ সময়ত প্ৰধানমন্ত্ৰীয়ে দিয়া ভাষণৰ ইংৰাজী অনুবাদ

July 09th, 07:46 pm

ৰাষ্ট্ৰপতিৰ পৰা নামিবিয়াৰ সৰ্বোচ্চ অসামৰিক বঁটা-দা অৰ্ডাৰ অৱ দা মোষ্ট এনচিয়েণ্ট ৱেলৱিটচিয়া মিৰাবিলিছ লাভ কৰাটো মোৰ বাবে অপৰিসীম গৌৰৱ আৰু সন্মানৰ বিষয়।

প্ৰধানমন্ত্ৰী মোদীক নামিবিয়াৰ সৰ্বোচ্চ অসামৰিক সন্মান প্ৰদান

July 09th, 07:45 pm

চৰকাৰী ভ্ৰমণসূচীলৈ নামিবিয়ালৈ গৈছে ভাৰতৰ প্ৰধানমন্ত্ৰী শ্ৰী নৰেন্দ্ৰ মোদী। এই উপলক্ষে নামিবিয়াৰ ৰাষ্ট্ৰপতি মহামহিম নেটুম্বো নন্দি-দৈত্ৱাহে প্ৰধানমন্ত্ৰী মোদীক নামিবিয়াৰ সৰ্বোচ্চ অসামৰিক সন্মান - অৰ্ডাৰ অৱ দ্য মষ্ট এন্সিয়েণ্ট ৱেলৱিটচিয়া মিৰাবিলিছ প্ৰদান কৰে। মোদীয়েই হৈছে এই সন্মান লাভ কৰা প্ৰথমগৰাকী ভাৰতীয় নেতা।

PM Modi pays homage to the Founding Father and First President of Namibia, Dr. Sam Nujoma, at Heroes Acre memorial

July 09th, 07:42 pm

PM Modi paid homage to the Founding Father and the First President of Namibia, Dr. Sam Nujoma at the Heroes Acre memorial. The PM remembered Dr. Sam Nujoma as a visionary leader who devoted his life to the struggle for Namibia’s independence. Dr. Nujoma was a great friend of India.

PM Modi arrives in Windhoek, Namibia

July 09th, 12:15 pm

Prime Minister Narendra Modi arrived in Namibia a short while ago. In Namibia, PM Modi will hold discussions with President Netumbo Nandi-Ndaitwah and also address the Joint Session of Namibian Parliament.