মালদ্বীপৰ স্বাধীনতাৰ ৬০ বছৰীয়া জয়ন্তী উদযাপন অনুষ্ঠানত সন্মানীয় অতিথি হিচাপে অংশগ্ৰহণ প্ৰধানমন্ত্ৰীৰ
July 26th, 06:47 pm
মালে ভ্ৰমণৰ সময়তে প্ৰধানমন্ত্ৰী শ্ৰী নৰেন্দ্ৰ মোদীয়ে আজি মালদ্বীপৰ স্বাধীনতাৰ ৬০ বছৰীয়া জয়ন্তী উদযাপনত ‘সন্মানীয় অতিথি’ হিচাপে অংশগ্ৰহণ কৰে। মালদ্বীপৰ স্বাধীনতা দিৱস উদযাপন অনুষ্ঠানত প্ৰথমবাৰলৈ ভাৰতৰ প্ৰধানমন্ত্ৰীয়ে অংশগ্ৰহণ কৰিছে। ৰাষ্ট্ৰপতি মুইজ্জুৱে আতিথ্য প্ৰদান কৰা ৰাষ্ট্ৰপতি বা চৰকাৰৰ মুৰব্বী পৰ্যায়ৰ প্ৰথমজন বিদেশী নেতা হিচাপেও পৰিগণিত হয় প্ৰধানমন্ত্ৰী মোদী।ফলাফলৰ তালিকাঃ প্ৰধানমন্ত্ৰীৰ মালদ্বীপ ভ্ৰমণ
July 26th, 07:19 am
মালদ্বীপলৈ ৪,৮৫০ কোটি টকাৰ লাইন অৱ ক্ৰেডিট (এল অ’ চি) সম্প্ৰসাৰণভাৰত-মালদ্বীপৰ কূটনৈতিক সম্পৰ্ক স্থাপনৰ ৬০ বছৰীয়া জয়ন্তী উপলক্ষে স্মাৰক ডাকটিকট মুকলি
July 25th, 09:08 pm
ভাৰত-মালদ্বীপৰ কূটনৈতিক সম্পৰ্ক স্থাপনৰ ৬০ বছৰীয়া জয়ন্তী উপলক্ষে প্ৰধানমন্ত্ৰী শ্ৰী নৰেন্দ্ৰ মোদী আৰু মালদ্বীপ গণৰাজ্যৰ মহামহিম ৰাষ্ট্ৰপতি ড° মহম্মদ মুইজ্জুৱে স্মাৰক ডাকটিকট মুকলি কৰে।মালদ্বীপৰ ৰাষ্ট্ৰপতিৰে প্ৰধানমন্ত্ৰীৰ বৈঠক
July 25th, 08:48 pm
প্ৰধানমন্ত্ৰী শ্ৰী নৰেন্দ্ৰ মোদী আজি মালেস্থিত ৰাষ্ট্ৰপতি কাৰ্য্যালয়ত মালদ্বীপ গণৰাজ্যৰ ৰাষ্ট্ৰপতি মহামহিম ডঃ মুহম্মদ মুইজ্জুৰ সৈতে এখনি বৈঠকত মিলিত হয়। বৈঠকৰ পূৰ্বে ৰিপাব্লিক স্কোৱাৰত প্ৰধানমন্ত্ৰীক ৰাষ্ট্ৰপতি মুইজ্জুৱে সম্ভাষণ আৰু আনুষ্ঠানিকভাৱে আদৰণি জনায়। উক্ত বৈঠকত দুয়োখন ৰাষ্ট্ৰৰ মাজৰ বদ্ধমূল সম্পৰ্ক আৰু বন্ধুত্বৰ কথা দোহৰা হয়।প্ৰধানমন্ত্ৰী আৰু মালদ্বীপৰ ৰাষ্ট্ৰপতিয়ে যৌথভাৱে উদ্বোধন কৰিলে মালদ্বীপৰ প্ৰতিৰক্ষা মন্ত্ৰালয়ৰ ভৱন
July 25th, 08:43 pm
প্ৰধানমন্ত্ৰী শ্ৰী নৰেন্দ্ৰ মোদী আৰু মালদ্বীপৰ মহামহিম ৰাষ্ট্ৰপতি ড° মহম্মদ মুইজ্জুৱে যৌথভাৱে আজি মালেত মালদ্বীপৰ অত্যাধুনিক প্ৰতিৰক্ষা মন্ত্ৰালয়ৰ ভৱন উদ্বোধন কৰে।মালদ্বীপৰ ৰাষ্ট্ৰপতিৰ সৈতে যুটীয়া সংবাদমেলৰ সময়ত প্ৰধানমন্ত্ৰীৰ প্ৰেছ বিবৃতি
July 25th, 06:00 pm
প্ৰথমে সকলো ভাৰতীয়ৰ হৈ ৰাষ্ট্ৰপতি তথা মালদ্বীপৰ জনসাধাৰণলৈ স্বাধীনতাৰ ৬০ বছৰীয়া ঐতিহাসিক বৰ্ষপূৰ্তিত মোৰ উষ্ম শুভেচ্ছা জ্ঞাপন কৰিছোঁ।মালদ্বীপৰ মালেত উপস্থিত হৈছে প্ৰধানমন্ত্ৰী মোদী
July 25th, 10:28 am
কিছু সময়ৰ পূৰ্বে মালদ্বীপত উপস্থিত হয় প্ৰধানমন্ত্ৰী নৰেন্দ্ৰ মোদী। বিমানবন্দৰত তেওঁক ব্যক্তিগতভাৱে আদৰণি জনায় ৰাষ্ট্ৰপতি মহম্মদ মুইজুৱে। মালদ্বীপৰ ৬০সংখ্যক স্বাধীনতা দিৱস উদযাপন অনুষ্ঠানত সন্মানীয় অতিথি হিচাপে অংশগ্ৰহণ কৰিব প্ৰধানমন্ত্ৰীয়ে।ব্ৰিটেইন আৰু মালদ্বীপ ভ্ৰমণৰ পূৰ্বে প্ৰধানমন্ত্ৰীৰ বিবৃতি
July 23rd, 01:05 pm
ভাৰত আৰু ব্ৰিটেইনে এক ব্যাপক কৌশলগত অংশীদাৰীত্ব কৰিছে, যিয়ে শেহতীয়া বছৰবোৰত উল্লেখযোগ্য অগ্ৰগতি লাভ কৰিবলৈ সক্ষম হৈছে। আমাৰ সহযোগিতা বাণিজ্য, বিনিয়োগ, প্ৰযুক্তি, উদ্ভাৱন, প্ৰতিৰক্ষা, শিক্ষা, গৱেষণা, বহনক্ষমতা, স্বাস্থ্য আৰু জনসাধাৰণৰ মাজৰ সম্পৰ্ককে ধৰি বিভিন্ন ক্ষেত্ৰত বিস্তাৰিত। মাননীয় প্ৰধানমন্ত্ৰী চাৰ কেইৰ ষ্টাৰমাৰৰ সৈতে হ’বলগীয়া বৈঠকত আমি দুয়োখন দেশত সমৃদ্ধি, বিকাশ আৰু কৰ্মসংস্থাপন সৃষ্টিৰ লক্ষ্যৰে পৰস্পৰৰ অৰ্থনৈতিক অংশীদাৰিত্ব অধিক বৃদ্ধি কৰাৰ সুযোগ পাম। এই ভ্ৰমণকালত মই মহামান্য ৰজা তৃতীয় চাৰ্লছক সাক্ষাৎ কৰিবলৈও আগ্ৰহী।মালদ্বীপ ভ্ৰমণৰ সময়ত প্ৰধানমন্ত্ৰীৰ প্ৰেছ বিবৃতি
June 08th, 08:14 pm
এই সুযোগ দিয়াৰ বাবে আৰু আপোনালোকৰ অসাধাৰণ অতিথি পৰায়ণতাৰ বাবে মোৰ লগতে ভ্ৰমণকাৰী দলৰ হৈ আপোনাক আৰু মালদ্বীপ চৰকাৰক আন্তৰিক ধন্যবাদ জনাইছো৷List of Agreements/MoUs signed during the State Visit of Prime Minister to Maldives
June 08th, 07:38 pm
PM Modi conferred with Maldives' highest honour, Order of Nishanizzuddeen
June 08th, 07:11 pm
PM Narendra Modi today was honoured with Malpes' highest honour, Order of Nishanizzuddeen. It is the highest honour given to foreign nationals.মালদ্বীপৰ সংসদ মাজলিছত প্ৰধানমন্ত্ৰীয়ে প্ৰদান কৰা ভাষণৰ অসমীয়া অনুবাদ
June 08th, 07:11 pm
আপোনালোক সকলোকে মই মোৰ তৰফৰ পৰা তথা ১৩০ কোটি ভাৰতীয়ৰ তৰফৰ পৰা শুভকামনা প্ৰদান কৰিছো৷ ঈদ-উল-ফিটৰৰ আনন্দ আৰু উৎসাহ এতিয়াও আমাৰ মাজত আছে৷ আপোনালোক সকলোকে আৰু মালদ্বীপৰ সকলো লোকক এই উপলক্ষে অশেষ শুভকামনা জনাইছো৷মালদ্বীপ আৰু শ্ৰীলংকা ভ্ৰমণৰ পূৰ্বে প্ৰধানমন্ত্ৰী মোদীৰ প্ৰেছ বিবৃত্তি
June 07th, 04:20 pm
ৰাষ্ট্ৰপতি ইব্ৰাহিম মহম্মদ ছলীহ আৰু ৰাষ্ট্ৰপতি মৈত্ৰীপালা ছিৰিসেনাৰ নিমন্ত্ৰণ ক্ৰমে মই ৮-৯ জুন, ২০১৯ত মালদ্বীপ আৰু শ্ৰীলংকা ভ্ৰমণ কৰিম৷ পুনৰ নিৰ্বাচিত হোৱাৰ পাছত এয়া মোৰ প্ৰথম বিদেশ ভ্ৰমণ৷