মালয়েছিয়াত ব্যৱসায়িক নেতাৰ সৈতে প্ৰধানমন্ত্ৰীৰ বৈঠক
February 08th, 02:50 pm
প্ৰধানমন্ত্ৰী শ্ৰী নৰেন্দ্ৰ মোদীয়ে আজি মালয়েছিয়াৰ চাৰিজন আগশাৰীৰ উদ্যোগপতিৰ সৈতে মত-বিনিময় কৰে। তেওঁ পেট্ৰ’নাছৰ অধ্যক্ষ তথা গ্ৰুপ চিইঅ’ টান শ্ৰী টেংকু মহম্মদ তৌফিক, বেৰ্জায়া কৰ্প'ৰেশ্যন বেৰহাদৰ প্ৰতিষ্ঠাপক টান শ্ৰী দাটো' চেৰী ভিনচেণ্ট টান চী ইয়ন, খাজানা নেচনেল বেৰহাদৰ পৰিচালন সঞ্চালক দাটো’ আমিৰুল ফৈচাল ৱান জাহিৰ আৰু ফিছোন ইলেক্ট্ৰনিক্সৰ প্ৰতিষ্ঠাপক ডাটো’ পুৱা খেইন চেঙক সাক্ষাত কৰে।প্ৰবাসী ভাৰতীয়ৰ বিশিষ্ট সদস্যেৰ মত বিনিময় প্ৰধানমন্ত্ৰীৰ
February 08th, 02:48 pm
প্ৰধানমন্ত্ৰীয়ে আজি মালয়েছিয়াত প্ৰৱাসী ভাৰতীয়সকলৰ নিৰ্বাচিত নেতৃত্বৰে মত বিনিময় কৰে। এই গণ্য-মান্য ব্যক্তিসকলৰ ভিতৰত আছিল মন্ত্ৰী, চিনেটৰ, সংসদৰ সদস্য আৰু আজাদ হিন্দ ফৌজ (ভাৰতীয় ৰাষ্ট্ৰীয় সেনা- আই এন এ)ৰ প্ৰবীণ সৈনিক। এই উপলক্ষে উপস্থিত থকা বিশিষ্ট ব্যক্তিসকলৰ ভিতৰত আছিল ডিজিটেল মন্ত্ৰী টুয়ান গোবিন্দ সিং দেও, মানৱ সম্পদ মন্ত্ৰী দাতো’ শ্ৰী ৰমন ৰামকৃষ্ণন, প্ৰধানমন্ত্ৰী বিভাগৰ উপমন্ত্ৰী টুয়ান এম কুলাছেগৰণ, ৰাষ্ট্ৰীয় ঐক্যৰ উপ-মন্ত্ৰী টুয়ান আৰ ইউনেশ্বৰন আদি।মালয়েছিয়াৰ প্ৰধানমন্ত্ৰীৰ সৈতে প্ৰধানমন্ত্ৰীৰ আনুষ্ঠানিক বাৰ্তালাপ
February 08th, 11:19 am
প্ৰধানমন্ত্ৰী শ্ৰী নৰেন্দ্ৰ মোদীয়ে আজি মালয়েছিয়াৰ প্ৰধানমন্ত্ৰী মহামহিম দাতো' ছেৰী আনৱাৰ ইব্ৰাহিমৰ পৰা পেৰদানা পুত্ৰ কমপ্লেক্সত উষ্ম আদৰণিৰ লগতে আনুষ্ঠানিকভাৱে গাৰ্ড অব্ অনাৰ লাভ কৰে। ইয়াৰ পিছতে দুয়োগৰাকী নেতাই প্ৰধানমন্ত্ৰী আনৱাৰ ইব্ৰাহিমৰ চৰকাৰী বাসগৃহ চেৰী পেৰদানাত ৰুদ্ধদ্বাৰ প্ৰতিনিধি পৰ্যায়ৰ বৈঠকত মিলিত হয়।প্ৰধানমন্ত্ৰীয়ে মালয়েছিয়াত ভাৰতীয় সমাজক সম্বোধন কৰে
February 07th, 03:59 pm
সৰ্বপ্ৰথমে মোৰ প্ৰিয় বন্ধু, প্ৰধানমন্ত্ৰী আনোৱাৰ ইব্ৰাহিমক এই সামূহিক উদযাপনত যোগদান কৰাৰ বাবে ধন্যবাদ জনাইছো। ভাৰত – মালয়েছিয়াৰ বন্ধুত্বৰ পৰিসৰ আৰু ভৱিষ্যতৰ সম্ভাৱনা সন্দৰ্ভত তেওঁৰ অতিশয় সাৱলীল বক্তব্যৰ বাবেও তেওঁক ধন্যবাদ জনাইছো।প্ৰধানমন্ত্ৰী শ্ৰী নৰেন্দ্ৰ মোদীয়ে মালয়েছিয়াৰ কুৱালালামপুৰত এক সামূহিক কাৰ্য্যসূচী সম্বোধন কৰে
February 07th, 03:15 pm
প্ৰধানমন্ত্ৰী শ্ৰী নৰেন্দ্ৰ মোদীয়ে আজি মালয়েছিয়াৰ কুৱালালামপুৰত এক সামূহিক কাৰ্য্যসূচী সম্বোধন কৰে। ইয়াত প্ৰধানমন্ত্ৰীয়ে কয় যে শুভেচ্ছাৰ উষ্মতাই উমৈহতীয়া সংস্কৃতিৰ সুন্দৰ বৈচিত্ৰ্যক প্ৰতিফলিত কৰিছে। তেওঁ তেওঁৰ প্ৰিয় বন্ধু, প্ৰধানমন্ত্ৰী আনোৱাৰ ইব্ৰাহিমক এই সামূহিক উদযাপনত যোগদান কৰাৰ বাবে ধন্যবাদ জনায়। তেওঁ উল্লেখ কৰে যে প্ৰধানমন্ত্ৰী আনোৱাৰ ইব্ৰাহিমে তেওঁক আদৰিবলৈ বিমানবন্দৰলৈ গৈছিল আৰু নিজৰ গাড়ীৰে এই কাৰ্য্যসূচীলৈ আনিছে। “এই বিশেষ ইংগিতে ভাৰতৰ প্ৰতি আৰু আপোনালোক সকলোৰে প্ৰতি তেওঁৰ মৰম আৰু শ্ৰদ্ধাৰ মনোভাৱকে প্ৰতিফলিত কৰে”, শ্ৰী মোদীয়ে লগতে কয়।কুৱালালামপুৰত উপস্থিত হোৱা প্ৰধানমন্ত্ৰীক মালয়েছিয়াৰ প্ৰধানমন্ত্ৰীয়ে আদৰণি জনায়
February 07th, 02:30 pm
প্ৰধানমন্ত্ৰী শ্ৰী নৰেন্দ্ৰ মোদীয়ে মালয়েছিয়াৰ প্ৰধানমন্ত্ৰী মহামহিম দাতো’ ছেৰী আনোৱাৰ ইব্ৰাহিমৰ আমন্ত্ৰণমৰ্মে ২০২৬-ৰ ৭-৮ ফেব্ৰুৱাৰীত মালয়েছিয়া ভ্ৰমণ কৰিছে। ২০১৫-ৰ পৰা প্ৰধানমন্ত্ৰীৰ এয়া তৃতীয় মালয়েছিয়া ভ্ৰমণ।প্ৰধানমন্ত্ৰীৰ মালয়েছিয়া ভ্ৰমণৰ পূৰ্বে প্ৰস্থান বিবৃতি
February 07th, 08:45 am
মই আজি মালয়েছিয়াৰ প্ৰধানমন্ত্ৰী আৰু মোৰ বন্ধু আনোৱাৰা ইব্ৰাহিমৰ আমন্ত্ৰণমৰ্মে দেশখনলৈ চৰকাৰী ভ্ৰমণ আৰম্ভ কৰিছো।মাননীয় প্ৰধানমন্ত্ৰী শ্ৰী নৰেন্দ্ৰ মোদীৰ মালয়েছিয়াৰ কুৱালালামপুৰলৈ আনুষ্ঠানিক ভ্ৰমণ
February 04th, 04:17 pm
মালয়েছিয়াৰ প্ৰধানমন্ত্ৰী আনোৱাৰ ইব্ৰাহিমৰ আমন্ত্ৰণমৰ্মে প্ৰধানমন্ত্ৰী মোদীয়ে ৭–৮ ফেব্ৰুৱাৰী, ২০২৬লৈ মালয়েছিয়া ভ্ৰমণ কৰিব। এই ভ্ৰমণৰ সময়ত প্ৰধানমন্ত্ৰীয়ে মালয়েছিয়াৰ প্ৰধানমন্ত্ৰীৰ সৈতে দ্বিপাক্ষিক আলোচনাত মিলিত হ’ব আৰু দ্বিপাক্ষিক সহযোগিতাৰ সমগ্ৰ পৰিসৰ পৰ্যালোচনা কৰিব। ভাৰতীয় সম্প্ৰদায়ৰ সদস্যসকলৰ লগতে উদ্যোগ আৰু ব্যৱসায়িক প্ৰতিনিধিৰ সৈতেও তেওঁ মত বিনিময় কৰিব আৰু ১০ম ভাৰত–মালয়েছিয়া চিইঅ’ ফ’ৰামত অংশগ্ৰহণ কৰিব।Prime Minister Modi meets PM Mahathir Mohamad of Malaysia
May 31st, 09:51 am
Prime Minister Narendra Modi held productive talks with PM Mahathir Mohamad of Malaysia. The leaders deliberated on various aspects of India-Malaysia ties.PM Modi arrives at Kuala Lumpur, Malaysia
May 31st, 09:42 am
PM Modi arrived at Kuala Lumpur in Malaysia. He would be meeting PM Mahathir Mohamad and discussing aspects relating to India-Malaysia cooperation.PM's Statement prior to his departure to Indonesia, Malaysia and Singapore
May 28th, 10:05 pm
Following is the text of the Prime Minister Shri Narendra Modi's departure statement prior to his visit to Indonesia, Malaysia and Singapore.PM Modi inaugurates Torana Gate, holds bilateral meeting with PM Razak of Malaysia
November 23rd, 05:40 pm
Joint Statement on enhanced Malaysia-India Strategic Partnership (November 23, 2015)
November 23rd, 05:33 pm
PM Narendra Modi inaugurates the Torana Gate with PM Najib Razak in Malaysia
November 23rd, 11:49 am
PM Modi receives ceremonial welcome at Putrajaya, Malaysia
November 23rd, 09:00 am
India is not just united, but draws strength from its diversity: PM Narendra Modi in Malaysia
November 22nd, 05:11 pm
Vivekananda is not just a name. He personifies the thousands year old Indian culture & civilization: PM Narendra Modi in Malaysia
November 22nd, 05:08 pm
Day 1: PM Modi attends ASEAN Summit, holds bilateral talks with Chinese & Japanese counterparts in Malaysia
November 21st, 08:15 pm
Our prosperity rests on foundation of security & stability in our region, oceans, outer space & cyber world: PM at ASEAN-India Summit
November 21st, 01:36 pm
PM Modi Meets Japanese Prime Minister Shinzo Abe at Kuala Lumpur
November 21st, 12:45 pm