Joint Statement: Official visit of Shri Narendra Modi, Prime Minister of India to Kuwait (December 21-22, 2024)

Joint Statement: Official visit of Shri Narendra Modi, Prime Minister of India to Kuwait (December 21-22, 2024)

December 22nd, 07:46 pm

PM Modi paid an official visit to Kuwait, at the invitation of His Highness the Amir of the State of Kuwait, Sheikh Meshal Al-Ahmad Al-Jaber Al-Sabah. During his first visit to the country, PM Modi attended the opening ceremony of the 26th Arabian Gulf Cup as the 'Guest of Honour' and held comprehensive talks to deepen bilateral ties.

কুৱেইটৰ প্ৰধানমন্ত্ৰীৰে প্ৰধানমন্ত্ৰীৰ সাক্ষাৎ

কুৱেইটৰ প্ৰধানমন্ত্ৰীৰে প্ৰধানমন্ত্ৰীৰ সাক্ষাৎ

December 22nd, 06:38 pm

দুয়োগৰাকী নেতাই ৰাজনৈতিক, বাণিজ্য, বিনিয়োগ, শক্তি, প্ৰতিৰক্ষা, সুৰক্ষা, স্বাস্থ্য, শিক্ষা, প্ৰযুক্তি, সাংস্কৃতিক আৰু জনসাধাৰণৰ মাজত সম্পৰ্ককে ধৰি বিভিন্ন ক্ষেত্ৰত কৌশলগত অংশীদাৰিত্ব শক্তিশালী কৰাৰ বাবে এক পথ-মানচিত্ৰ যুগুতোৱা সন্দৰ্ভত আলোচনা কৰে। তেওঁলোকে দুয়োখন দেশৰ মাজত অৰ্থনৈতিক সহযোগিতা গভীৰ কৰাত গুৰুত্ব আৰোপ কৰে। প্ৰধানমন্ত্ৰীয়ে ‘কুৱেইট বিনিয়োগ প্ৰাধিকৰণ’ আৰু অন্যান্য অংশীদাৰসকলক লৈ গঠিত এক প্ৰতিনিধি দলক শক্তি, প্ৰতিৰক্ষা, চিকিৎসা সঁজুলি, ফাৰ্মা, খাদ্য উদ্যানৰ ক্ষেত্ৰত নতুন সুযোগ উদ্ভাৱনৰ বাবে ভাৰত ভ্ৰমণলৈ আমন্ত্ৰণ জনায়। নেতাদ্বয়ে পৰম্পৰাগত ঔষধ আৰু কৃষি গৱেষণাৰ ক্ষেত্ৰত সহযোগিতাৰ বিষয়েও আলোচনা কৰে। তেওঁলোকে শেহতীয়াকৈ ‘সহযোগিতা আয়োগ’ (জেচিচি)ৰ স্বাক্ষৰক আদৰণি জনায়, যাৰ অধীনত স্বাস্থ্য, জনশক্তি আৰু হাইড্ৰ'কাৰ্বনৰ সন্দৰ্ভত বিদ্যমান ‘জেডব্লিউজি’-ৰ উপৰিও বাণিজ্য, বিনিয়োগ, শিক্ষা, প্ৰযুক্তি, কৃষি, সুৰক্ষা আৰু সংস্কৃতিৰ ক্ষেত্ৰত নতুন যুটীয়া কাৰ্যকৰী গোট গঠন কৰা হৈছে।

List of Outcomes: Visit of Prime Minister to Kuwait (December 21-22, 2024)

List of Outcomes: Visit of Prime Minister to Kuwait (December 21-22, 2024)

December 22nd, 06:03 pm

During his visit to Kuwait, PM Modi oversaw significant outcomes to strengthen bilateral ties. A Defence Cooperation MoU was signed, a Cultural Exchange Programme (2025-2029) was established and additionally, a Sports Cooperation Programme (2025-2028) was launched. Notably, Kuwait joined the International Solar Alliance, paving the way for collaborative solar energy deployment and low-carbon growth initiatives.

কুৱেইটৰ আমীৰক সাক্ষাৎ প্ৰধানমন্ত্ৰীৰ

December 22nd, 05:08 pm

প্ৰধানমন্ত্ৰী শ্ৰী নৰেন্দ্ৰ মোদীয়ে আজি কুৱেইটৰ আমিৰ মহামহিম শ্বেখ মেছাল আল আহমদ আল জাবেৰ আল ছাবাহক সাক্ষাৎ কৰে। উল্লেখ্য যে এইখনেই আছিল দুয়োগৰাকী নেতাৰ প্ৰথমটো সাক্ষাৎ। প্ৰধানমন্ত্ৰী নৰেন্দ্ৰ মোদী বায়ান প্ৰাসাদত উপস্থিত হোৱাৰ লগে লগে তেওঁক আনুষ্ঠানিকভাৱে উষ্ম আদৰণি জনোৱা হয় আৰু কুৱেইটৰ প্ৰধানমন্ত্ৰী মহামহিম আহমদ আল আব্দুল্লাহ আল আহমদ আল ছাবাহে সাদৰ সম্ভাষনেৰে আদৰি আনে।

প্ৰধানমন্ত্ৰীক প্ৰদান কুৱেইটৰ সৰ্বোচ্চ ৰাষ্ট্ৰীয় বঁটা

December 22nd, 04:37 pm

কুৱেইটৰ আমিৰ মহামহিম শ্বেইখ মেছাল আল আহমদ আল-জাবেৰ আল-ছাবাহে প্ৰধানমন্ত্ৰী শ্ৰী নৰেন্দ্ৰ মোদীক কুৱেইটৰ সৰ্বোচ্চ ৰাষ্ট্ৰীয় বঁটা মুবাৰক আল-কাবীৰৰ অৰ্ডাৰ প্ৰদান কৰে। অনুষ্ঠানত কুৱেইটৰ প্ৰধানমন্ত্ৰী মহামহিম শ্বেইখ আহমেদ আল আব্দুল্লাহ আল আহমদ আল ছাবাহো উপস্থিত থাকে।

Prime Minister attends Arabian Gulf Cup as Guest of Honour of His Highness the Amir of Kuwait

December 21st, 10:24 pm

On the invitation of His Highness Sheikh Meshal Al-Ahmad Al-Jaber Al-Sabah, the Amir of Kuwait, Prime Minister Shri Narendra Modi attended the opening ceremony of the 26th Arabian Gulf Cup in Kuwait as his ‘Guest of Honour’.

PM compliments Abdullah Al-Baroun and Abdul Lateef Al-Nesef for Arabic translations of the Ramayan and Mahabharat

December 21st, 07:03 pm

Prime Minister Shri Narendra Modi compliments Abdullah Al-Baroun and Abdul Lateef Al-Nesef for their efforts in translating and publishing the Arabic translations of the Ramayan and Mahabharat.

Prime Minister visits Labour Camp in Kuwait

December 21st, 07:00 pm

As the first program of his visit to Kuwait, Prime Minister Shri Narendra Modi visited a labour camp in Mina Abdullah area of Kuwait with a workforce of around 1500 Indian nationals. Prime Minister interacted with a cross-section of Indian workers from different States of India and enquired about their well-being.

কুৱেইটত ভাৰতীয় সম্প্ৰদায়ৰ অনুষ্ঠান 'হালা মোদী'ত প্ৰধানমন্ত্ৰীয়ে প্ৰদান কৰা ভাষণৰ পাঠ

December 21st, 06:34 pm

মই মাত্ৰ আঢ়ৈ ঘণ্টা আগতে কুৱেইটত উপস্থিত হৈছোহি আৰু মই ইয়াত ভৰি দিয়াৰ পিছৰে পৰা মই চাৰিওফালে এক বেলেগ সম্পৰ্ক, এক পৃথক উষ্ণতা অনুভৱ কৰিছোঁ। আপোনালোক সকলো ভাৰতৰ বিভিন্ন ৰাজ্যৰ পৰা আহিছে। কিন্তু আপোনালোক সকলোকে দেখি এনে লাগিছে যেন মোৰ সন্মুখত এখন ক্ষুদ্ৰ ভাৰতহে গঢ়ি উঠিছে। ইয়াত, উত্তৰ, দক্ষিণ, পূব আৰু পশ্চিমৰ প্ৰতিটো অঞ্চলৰ পৰা বিভিন্ন ভাষা কোৱা লোকসকলক মোৰ সন্মুখত দেখিবলৈ পাইছোঁ। কিন্তু সকলোৰে হৃদয়ত একেই প্ৰতিধ্বনি অনুৰণিত হৈ আছে। সকলোৰে হৃদয়ত কেৱল এটাই প্ৰতিধ্বনি অনুৰণিত হৈ আছে— ভাৰত মাতা কী জয়, ভাৰত মাতা কী জয়।

Prime Minister Shri Narendra Modi addresses Indian Community at ‘Hala Modi’ event in Kuwait

December 21st, 06:30 pm

PM Modi addressed a large gathering of the Indian community in Kuwait. Indian nationals representing a cross-section of the community in Kuwait attended the event. The PM appreciated the hard work, achievement and contribution of the community to the development of Kuwait, which he said was widely recognised by the local government and society.

Prime Minister expresses happiness on a heartwarming welcome from the Indian diaspora in Kuwait

December 21st, 06:16 pm

Prime Minister Shri Narendra Modi has expressed his happiness on receiving a heartwarming welcome from the vibrant Indian diaspora in Kuwait. Prime Minister Shri Modi remarked that their energy, love and unwavering connection to India are truly inspiring.

কুৱেইটত উপস্থিত প্ৰধানমন্ত্ৰী মোদী

December 21st, 03:39 pm

কুৱেইটত উপস্থিত হোৱা প্ৰধানমন্ত্ৰী নৰেন্দ্ৰ মোদীক উষ্ম আদৰণি জনোৱা হয়। ৪৩ বছৰৰ পিছত ভাৰতীয় প্ৰধানমন্ত্ৰীৰ এয়া প্ৰথম ভ্ৰমণ। এই ভ্ৰমণৰ সময়ত প্ৰধানমন্ত্ৰী মোদীয়ে আমিৰ, ক্ৰাউন প্ৰিন্স আৰু কুৱেইটৰ প্ৰধানমন্ত্ৰীৰ সৈতে আলোচনাত মিলিত হ’ব। ভাৰতীয় সমাজৰ লগত মত বিনিময় কৰাৰ লগতে আৰব গালফ কাপৰ উদ্বোধনী অনুষ্ঠানতো অংশগ্ৰহণ কৰিব।

PM Modi's departure statement ahead of his visit to Kuwait

December 21st, 09:21 am

PM Modi will visit Kuwait on 21-22 December 2024, at the invitation of His Highness Sheikh Meshal Al-Ahmad Al-Jaber Al-Sabah, the Amir of the State of Kuwait. This will be the first visit of an Indian PM to Kuwait in 43 years. During the visit, PM Modi will hold discussions with the leadership of Kuwait. He will also interact with the Indian community in Kuwait.