ভাৰতৰ প্ৰধানমন্ত্ৰী শ্ৰী নৰেন্দ্ৰ মোদীৰ জৰ্ডানৰ হাশ্বেমাইত সাম্ৰাজ্য ভ্ৰমণ সন্দৰ্ভত যুটীয়া বিবৃতি
December 16th, 03:56 pm
জৰ্ডানৰ হাশ্বেমাইত সাম্ৰাজ্যৰ মহামহিম ৰজা দ্বিতীয় আব্দুল্লাহ ইবনে আল হুছেইনৰ আমন্ত্ৰণক্ৰমে ভাৰতৰ প্ৰধানমন্ত্ৰী শ্ৰী নৰেন্দ্ৰ মোদীয়ে ১৫-১৬ ডিচেম্বৰ, ২০২৫ত জৰ্ডানৰ হাশ্বেমাইত সাম্ৰাজ্য ভ্ৰমণ কৰে।Today, new doors of opportunity are opening for every Jordanian business and investor in India: PM Modi during the India-Jordan Business Forum
December 16th, 12:24 pm
PM Modi and HM King Abdullah II addressed the India-Jordan Business Forum in Amman, calling upon industry leaders from both countries to convert potential and opportunities into growth and prosperity. Highlighting India’s 8% economic growth, the PM proposed doubling bilateral trade with Jordan to US $5 billion over the next five years.প্ৰধানমন্ত্ৰী আৰু মহামহিম ৰজা দ্বিতীয় আব্দুল্লাৰ ভাৰত-জৰ্ডান ব্যৱসায়িক মঞ্চক সম্বোধন
December 16th, 12:23 pm
প্ৰধানমন্ত্ৰী শ্ৰী নৰেন্দ্ৰ মোদী আৰু মহামহিম ৰজা দ্বিতীয় আব্দুল্লাই আজি আম্মানত ভাৰত-জৰ্ডান ব্যৱসায়িক মঞ্চক সম্বোধন কৰে। এই অনুষ্ঠানত মহামহিম ৰাজকুমাৰ হুচেইন আৰু জৰ্ডানৰ বাণিজ্য তথা উদ্যোগ মন্ত্ৰী আৰু বিনিয়োগ মন্ত্ৰীয়েও অংশগ্ৰহণ কৰে। মহামহিম ৰজা আৰু প্ৰধানমন্ত্ৰীগৰাকীয়ে দুয়োখন দেশৰ মাজত ব্যৱসায়-বাণিজ্যৰ সম্পৰ্ক বৃদ্ধিৰ গুৰুত্ব স্বীকাৰ কৰাৰ লগতে উভয় পক্ষৰ উদ্যোগ খণ্ডৰ কৰ্ণধাৰসকলক সম্ভাৱনা আৰু সুযোগসমূহক বিকাশ তথা সমৃদ্ধিলৈ ৰূপান্তৰিত কৰিবলৈ আহ্বান জনায়। মহামহিম ৰজাই উল্লেখ কৰে যে জৰ্ডানৰ মুক্ত বাণিজ্য চুক্তি আৰু ভাৰতৰ অৰ্থনৈতিক শক্তিক একত্ৰিত কৰি দক্ষিণ এছিয়া তথা পশ্চিম এছিয়া আৰু ইয়াৰ বহিৰাঞ্চলৰ মাজত এক অৰ্থনৈতিক কৰিডৰ সৃষ্টি কৰিব পাৰি।List of Outcomes Visit of Prime Minister to Jordan
December 15th, 11:52 pm
During the meeting between PM Modi and HM King Abdullah II of Jordan, several MoUs were signed. These include agreements on New and Renewable Energy, Water Resources Management & Development, Cultural Exchange and Digital Technology.জৰ্ডানৰ মহামহিম ৰজা দ্বিতীয় আব্দুল্লাৰ সৈতে বৈঠকত প্ৰধানমন্ত্ৰীৰ বক্তব্যৰ অসমীয়া অনুবাদ
December 15th, 11:00 pm
১৪০ কোটি ভাৰতীয়ৰ হৈ মোক আৰু মোৰ প্ৰতিনিধি দলটোক উষ্ম আদৰণি জনোৱাৰ বাবে আপোনাক আন্তৰিকতাৰে ধন্যবাদ জনাইছো। ভাৰত আৰু জৰ্ডানৰ সম্পৰ্কক এক নতুন পৰ্য্যায়লৈ লৈ যোৱাৰ ক্ষেত্ৰত আপুনি অতিশয় ইতিবাচক ধাৰণা আগবঢ়াইছে। আপোনাৰ বন্ধুত্ব আৰু ভাৰতৰ প্ৰতি থকা গভীৰ দায়বদ্ধতাৰ বাবে আপোনালৈ আন্তৰিক কৃতজ্ঞতা জ্ঞাপন কৰিছো।জৰ্ডানৰ মহামহিম ৰজা দ্বিতীয় আব্দুল্লাৰ সৈতে মিলিত প্ৰধানমন্ত্ৰী
December 15th, 10:58 pm
প্ৰধানমন্ত্ৰী শ্ৰী নৰেন্দ্ৰ মোদী আজি জৰ্ডানৰ মহামহিম ৰজা দ্বিতীয় আব্দুল্লাৰ সৈতে মিলিত হয়। আল হুছেইনিয়া পেলেছত উপস্থিত হোৱাৰ লগে-লগে তেওঁক মহামহিম ৰজা দ্বিতীয় আব্দুল্লাই উষ্ম আদৰণি জনায়।জৰ্ডানৰ আম্মানত উপস্থিত প্ৰধানমন্ত্ৰীক উষ্ম আদৰণি
December 15th, 04:48 pm
প্ৰধানমন্ত্ৰী শ্ৰী নৰেন্দ্ৰ মোদী আজি আম্মানত উপস্থিত হয়। দুয়োখন দেশৰ ঘনিষ্ঠ সম্পৰ্কৰ প্ৰতিফলন ঘটাই আম্মান বিমানবন্দৰত উপস্থিত হোৱাৰ লগে-লগে প্ৰধানমন্ত্ৰীক জৰ্ডানৰ প্ৰধানমন্ত্ৰী মহামহিম ডঃ জাফৰ হাছানে আনুষ্ঠানিক আদৰণি জনায়।জৰ্ডান, ইথিঅ’পিয়া আৰু ওমানলৈ যাত্ৰাৰ পূৰ্বে প্ৰধানমন্ত্ৰীৰ বিবৃতি
December 15th, 08:15 am
আজি মই জৰ্ডান, ইথিঅ’পিয়া গণৰাজ্য আৰু ওমান এই তিনিখন দেশ ভ্ৰমণ আৰম্ভ কৰিছো, এই দেশবোৰৰ সৈতে ভাৰতৰ যুগ যুগৰ পুৰণি সভ্যতাৰ সম্পৰ্কৰ লগতে ব্যাপক সমসাময়িক দ্বিপাক্ষিক সম্পৰ্ক আছে।