অষ্ট্ৰেলিয়াৰ গৱৰ্ণৰ জেনেৰেলক সাক্ষাৎ প্ৰধানমন্ত্ৰীৰ
July 09th, 01:55 pm
প্ৰধানমন্ত্ৰী নৰেন্দ্ৰ মোদীয়ে আজি মেলবৰ্ণত অষ্ট্ৰেলিয়াৰ গৱৰ্ণৰ জেনেৰেল চেম মোস্টিনক সাক্ষাৎ কৰে।ইউনেস্কোৰ বিশ্ব ঐতিহ্য প্ৰম্বনন মন্দিৰ চৌহদ পৰিদৰ্শন প্ৰধানমন্ত্ৰীৰ
July 08th, 01:46 pm
প্ৰধানমন্ত্ৰী শ্ৰী নৰেন্দ্ৰ মোদীয়ে আজি যোগ্যকাৰ্টাৰ ইউনেস্কো বিশ্ব ঐতিহ্য ক্ষেত্ৰ প্ৰম্বনন মন্দিৰ চৌহদ পৰিদৰ্শন কৰে। বিশেষ অভিব্যক্তি হিচাপে ইণ্ডোনেছিয়াৰ ৰাষ্ট্ৰপতি প্ৰাবোৱো ছুবিয়ান্তোৱেও প্ৰধানমন্ত্ৰীৰ সৈতে মন্দিৰ পৰিদৰ্শন কৰে। দুয়োগৰাকী নেতাই মন্দিৰ চৌহদত ভাৰতীয় পুৰাতাত্ত্বিক জৰীপ (এএছআই)ৰ সংৰক্ষণ আৰু পুনৰুদ্ধাৰ প্ৰকল্পৰ শুভাৰম্ভৰ সৈতে সংগতি ৰাখি এখন ফলক উন্মোচন কৰে।ইণ্ডোনেছিয়াত অনুষ্ঠিত ভাৰতীয় সমাজৰ অনুষ্ঠানত প্ৰধানমন্ত্ৰী মোদীয়ে আগবঢ়োৱা ভাষণৰ অসমীয়া অনুবাদ
July 07th, 11:47 pm
ইণ্ডোনেছিয়াৰ এই তিনিওটা অনুষ্ঠানতে ‘মেন অৱ দ্য মেচ’ একেই আছে - ইণ্ডোনেছিয়াত বাস কৰা আপোনালোক সকলোৱে। আপোনালোকৰ প্ৰত্যেকেই প্ৰকৃত 'মেন অৱ দ্য মেচ'!জাৰ্কাৰ্টাত প্ৰবাসী ভাৰতীয়সকলক সম্বোধন প্ৰধানমন্ত্ৰীৰ
July 07th, 05:30 pm
সমাৱেশত সম্বোধন কৰি প্ৰধানমন্ত্ৰীয়ে এই উষ্ম আদৰণিৰ বাবে সকলোকে ধন্যবাদ জ্ঞাপন কৰে। ৰাষ্ট্ৰপতি প্ৰাবোৱোৰ উপস্থিতিৰ বাবে কৃতজ্ঞতা প্ৰকাশ কৰি প্ৰধানমন্ত্ৰীয়ে তেওঁক এজন মহান নেতা আৰু ভাৰতৰ প্ৰকৃত বন্ধু বুলি অভিহিত কৰে। তেওঁ ইণ্ডোনেছিয়াৰ প্ৰগতি আৰু সমৃদ্ধিৰ ক্ষেত্ৰত ইয়াৰ অৱদানৰ বাবে আৰু দুয়োখন দেশৰ মাজত বন্ধুত্বৰ এক জীৱন্ত সেতু হিচাপে সেৱা আগবঢ়োৱাৰ বাবে প্ৰবাসী ভাৰতীয়সকলক প্ৰশংসা কৰে। তেওঁ পাৰস্পৰিক বিশ্বাস, অংশীদাৰী ঐতিহ্য আৰু সামুদ্ৰিক সম্পৰ্কৰ ভিত্তিত ইণ্ডোনেছিয়াৰ সৈতে দ্বিপাক্ষিক সম্পৰ্ক অধিক গভীৰ কৰাৰ বাবে ভাৰতৰ অটল প্ৰতিশ্ৰুতিৰ কথা দোহাৰে। দুয়োখন দেশৰ মাজত প্ৰাচীন সভ্যতাৰ সম্পৰ্কৰ ওপৰত আলোকপাত কৰি তেওঁ উল্লেখ কৰে যে বালি যাত্ৰা, ভেছাক তীৰ্থযাত্ৰা আৰু নালন্দা বিশ্ববিদ্যালয়ৰ জৰিয়তে আধুনিক যুগৰ সংযোগৰ দৰে পৰম্পৰাই জনসাধাৰণৰ মাজত বৈচিত্ৰ্যময় আৰু স্পন্দনশীল সম্পৰ্ক গঢ়ি তুলিছে।India-Indonesia Joint Statement on the State Visit by Prime Minister of India to Indonesia
July 07th, 05:15 pm
At the invitation of Indonesian President Prabowo Subianto, PM Modi is on a State Visit to Indonesia from 6-8 July 2026. PM Modi's visit reflects the shared commitment of the two leaders to achieve a substantial upward trajectory in the India-Indonesia Comprehensive Strategic Partnership. The two leaders held discussions at Istana Merdeka in Jakarta, covering the full spectrum of bilateral relations.প্ৰধানমন্ত্ৰীক ইণ্ডোনেছিয়াৰ ৰাষ্ট্ৰপতিৰ দ্বাৰা দেশখনৰ সৰ্বোচ্চ অসামৰিক সন্মান 'বিনতাং আদিপূৰ্ণা অৱ দা ৰিপাব্লিক অৱ ইণ্ডোনেছিয়া' প্ৰদান
July 07th, 03:27 pm
প্ৰধানমন্ত্ৰীক আজি ইণ্ডোনেছিয়াৰ ৰাষ্ট্ৰপতি প্ৰাবোৱো চুবিআন্টোৱে 'বিনতাং আদিপূৰ্ণা অৱ দা ৰিপাব্লিক অৱ ইণ্ডোনেছিয়া' পদক প্ৰদান কৰে। ই হৈছে ইণ্ডোনেছিয়া গণৰাজ্যৰ সৰ্বোচ্চ অসামৰিক সন্মান। ভাৰত-ইণ্ডোনেছিয়াৰ সম্পৰ্ক শক্তিশালী কৰাৰ ক্ষেত্ৰত তেওঁৰ নেতৃত্ব আৰু ব্যতিক্ৰমী অৱদানৰ বাবে প্ৰধানমন্ত্ৰীক এই সন্মান প্ৰদান কৰা হয়। প্ৰধানমন্ত্ৰীয়ে এই সন্মান ভাৰত আৰু ইণ্ডোনেছিয়াৰ জনসাধাৰণৰ প্ৰতি আৰু দুয়োখন দেশৰ মাজত স্থায়ী সভ্যতাৰ সম্পৰ্কৰ প্ৰতি উৎসৰ্গা কৰে।ইণ্ডোনেছিয়াৰ সংসদত প্ৰধানমন্ত্ৰীৰ ভাষণৰ ইংৰাজী অনুবাদ
July 07th, 03:15 pm
আজি আপোনালোকৰ মাজত উপস্থিত থকাটো মোৰ বাবে এক ডাঙৰ সন্মান আৰু সৌভাগ্য। ১.৪ বিলিয়ন ভাৰতীয়ৰ প্ৰতিনিধি হিচাপে আৰু গণতন্ত্ৰৰ মাতৃৰ এগৰাকী গৌৰৱান্বিত নাগৰিক হিচাপে মই আপোনালোকক ভাৰতৰ সকলো জনসাধাৰণৰ হৈ উষ্ম শুভেচ্ছা জনাইছো।ইণ্ডোনেছিয়াৰ সংসদত প্ৰধানমন্ত্ৰীৰ ভাষণ প্ৰদান
July 07th, 03:00 pm
প্ৰধানমন্ত্ৰী শ্ৰী নৰেন্দ্ৰ মোদীয়ে আজি জাৰ্কাৰ্টাত ইণ্ডোনেছিয়াৰ সংসদত ভাষণ দিয়ে। তেওঁ হৈছে ইণ্ডোনেছিয়াৰ সংসদত ভাষণ দিয়া প্ৰথমগৰাকী ভাৰতীয় প্ৰধানমন্ত্ৰী।ইণ্ডোনেছিয়াৰ ৰাষ্ট্ৰপতিৰ সৈতে প্ৰধানমন্ত্ৰীৰ আনুষ্ঠানিক আলোচনা
July 07th, 02:51 pm
চৰকাৰী ভ্ৰমণসূচীৰে ইণ্ডোনেছিয়ালৈ যোৱা প্ৰধানমন্ত্ৰী নৰেন্দ্ৰ মোদীক আজি ইণ্ডোনেছিয়া গণৰাজ্যৰ ৰাষ্ট্ৰপতি প্ৰাবোৱো সুবিয়ান্টোৱে ইস্তানা মাৰডেকা (ৰাষ্ট্ৰপতি ভৱন)ত উষ্ম আদৰণি জনায়। ২০২৫ চনৰ জানুৱাৰীত ভাৰতৰ ৭৬সংখ্যক গণৰাজ্য দিৱস উদযাপনৰ মুখ্য অতিথি হিচাপে অহা ৰাষ্ট্ৰপতি প্ৰাবোৱোৰ ভাৰত ভ্ৰমণৰ পিছত এয়া আছিল দুয়োজন নেতাৰ মাজত প্ৰথমখন বৈঠক।ফলাফলৰ তালিকাঃ প্ৰধানমন্ত্ৰীৰ ইণ্ডোনেছিয়া ভ্ৰমণ
July 07th, 01:03 pm
অন্বেষণত সহযোগিতা আৰু শান্তিপূৰ্ণ উদ্দেশ্যৰ বাবে বহিঃমহাকাশৰ ব্যৱহাৰৰ সম্পৰ্কত ফ্ৰেমৱৰ্ক চুক্তিৰ সম্প্ৰসাৰণইণ্ডোনেছিয়াৰ ৰাষ্ট্ৰপতিৰ সৈতে যুটীয়া সংবাদ বিবৃতিৰ সময়ত প্ৰধানমন্ত্ৰীৰ প্ৰেছ বিবৃতিৰ ইংৰাজী অনুবাদ
July 07th, 11:21 am
আজি পুৱা মই অতি আন্তৰিকতা আৰু সন্মানৰ সৈতে ইণ্ডোনেছিয়াৰ সৰ্বোচ্চ বঁটা লাভ কৰি গভীৰভাৱে সন্মানিত হৈছিলো। এই সন্মান কোটি কোটি ভাৰতীয়ৰ। ই ইণ্ডোনেছিয়াৰ জনসাধাৰণৰ সদিচ্ছাক প্ৰতিফলিত কৰে আৰু ভাৰত আৰু ইণ্ডোনেছিয়াৰ মাজত ঐতিহাসিক আৰু স্থায়ী বন্ধুত্বৰ বান্ধোনৰ প্ৰতি শ্ৰদ্ধাঞ্জলি হিচাপে পৰিগণিত হৈছে। এই বিশিষ্ট সন্মানৰ বাবে মই ৰাষ্ট্ৰপতি প্ৰাবোৱো, ইণ্ডোনেছিয়া চৰকাৰ আৰু ইণ্ডোনেছিয়াৰ জনসাধাৰণক আন্তৰিক কৃতজ্ঞতা জ্ঞাপন কৰিছো।জাকাৰ্টাত উপস্থিত হৈছেহি প্ৰধানমন্ত্ৰী মোদী
July 06th, 05:03 pm
ইণ্ডোনেছিয়াৰ জাকাৰ্টাত উপস্থিত হয়হি প্ৰধানমন্ত্ৰী মোদী। ৰাষ্ট্ৰপতি প্ৰবো ছুবিয়ানটোৱে বিমানবন্দৰত প্ৰধানমন্ত্ৰী মোদীক উষ্ম আদৰণি জনায়।ইণ্ডোনেছিয়া, অষ্ট্ৰেলিয়া আৰু নিউজিলেণ্ড ভ্ৰমণৰ পূৰ্বে প্ৰধানমন্ত্ৰীৰ বিবৃতি
July 06th, 09:00 am
মই ৬-১১ জুলাই, ২০২৬লৈ ইণ্ডোনেছিয়া, অষ্ট্ৰেলিয়া আৰু নিউজিলেণ্ড ভ্ৰমণ কাৰ্যসূচী গ্ৰহণ কৰিছো।অষ্টাদশ পূব এছিয়া সন্মিলনত প্ৰধানমন্ত্ৰীৰ বক্তব্যৰ অসমীয়া অনুবাদ
September 07th, 01:28 pm
“ইষ্ট এছিয়া সন্মিলন”ত পুনৰবাৰ অংশগ্ৰহণ কৰাটো মোৰ বাবে আনন্দৰ বিষয়। ৰাষ্ট্ৰপতি উইডোডোৰ অভূতপূৰ্ব আচৰণৰ বাবে মই আন্তৰিক অভিনন্দন জনাইছো। তদুপৰি, এই বৈঠকত পৰ্যবেক্ষক হিচাপে উপস্থিত থকা মই টিমৰ লেষ্টেৰ প্ৰধানমন্ত্ৰী মহামহিম চেনানা গুজমাওক আদৰণি জনাইছো।২৩সংখ্যক আছিয়ান- ভাৰত সন্মিলন আৰু অষ্টাদশ পূব এছিয়া সন্মিলনত প্ৰধানমন্ত্ৰীৰ অংশগ্ৰহণ
September 07th, 11:47 am
আছিয়ান-ভাৰত সন্মিলনত প্ৰধানমন্ত্ৰীয়ে আছিয়ান-ভাৰত সৰ্বাংগীন কৌশলগত অংশীদাৰিত্ব শক্তিশালী কৰাৰ লগতে ইয়াৰ ভৱিষ্যতৰ পথ নিৰ্ধাৰণৰ ক্ষেত্ৰত আছিয়ান নেতাসকলৰ সৈতে আলোচনাত মিলিত হয়। তেওঁ ভাৰত-প্ৰশান্ত মহাসাগৰীয় অঞ্চলত আছিয়ানৰ মূল স্থিতিৰ ওপৰত গুৰুত্ব আৰোপ কৰে। ভাৰত-প্ৰশান্ত মহাসাগৰীয় অঞ্চলত ভাৰতৰ পদক্ষেপ আৰু অঞ্চলটোত আছিয়ানৰ দৃষ্টিভংগীৰ অভিসৰণৰ ওপৰত আলোকপাত কৰে। তেওঁ আছিয়ান-ভাৰত মুক্ত বাণিজ্য চুক্তিৰ পৰ্যালোচনা নিৰ্দিষ্ট সময়ৰ ভিতৰত সম্পূৰ্ণ কৰাৰ প্ৰয়োজনীয়তাৰ ওপৰত গুৰুত্ব আৰোপ কৰে।বিংশতম আছিয়ান-ভাৰত সন্মিলনত প্ৰধানমন্ত্ৰীৰ উদ্বোধনী বক্তব্যৰ অসমীয়া অনুবাদ
September 07th, 10:39 am
ইয়াক প্ৰেক্ষাপটত ভাৰত-আছিয়ান সন্মিলনৰ যুটীয়া অধ্যক্ষ হিচাপে কাৰ্যনিৰ্বাহ কৰাটো মোৰ বাবে এক বৃহৎ আনন্দৰ কথা।ইণ্ডোনেছিয়াৰ জাকাৰ্টাত উপস্থিত প্ৰধানমন্ত্ৰী মোদী
September 07th, 06:58 am
ইণ্ডোনেছিয়াৰ জাকাৰ্টাত উপস্থিত হৈছে প্ৰধানমন্ত্ৰী নৰেন্দ্ৰ মোদী। তেওঁ আছিয়ান-ভাৰত সন্মিলনৰ লগতে ইষ্ট এছিয়া সন্মিলনত অংশগ্ৰহণ কৰিব। তেওঁৰ আগমনৰ লগে লগে জাকাৰ্টাত ভাৰতীয় সমাজে প্ৰধানমন্ত্ৰীক উষ্ম আদৰণি জনায়Prime Minister's meeting with the Prime Minister of the United Kingdom on the sidelines of G-20 Summit in Bali
November 16th, 03:54 pm
Prime Minister Narendra Modi met Rt. Hon. Rishi Sunak, Prime Minister of the United Kingdom on the sidelines of the G-20 Summit in Bali. The two leaders expressed satisfaction at the state of the wide-ranging India-UK Comprehensive Strategic Partnership and progress on the Roadmap 2030 for Future Relations.Prime Minister’s meeting with President of USA and President of Indonesia on the sidelines of G-20 Summit in Bali
November 15th, 10:12 pm
Prime Minister Shri Narendra Modi met President of USA H.E. Mr. Joseph R. Biden and President of Indonesia H.E. Mr. Joko Widodo on the margins of G-20 Leaders’ Summit in Bali today.PM Modi arrives in Bali, Indonesia
November 14th, 08:17 pm
Prime Minister Narendra Modi arrived in Bali, Indonesia. He will take part in the G20 Summit. During his visit, the PM will meet several world leaders as well as interact with the Indian community in Bali.