ভাৰতৰ প্ৰধানমন্ত্ৰীৰ ভূটান ভ্ৰমণ সন্দৰ্ভত যুটীয়া বিবৃতি
November 12th, 10:00 am
এই ভ্ৰমণৰ সময়ত, প্ৰধানমন্ত্ৰী মোদীয়ে ২০২৫ চনৰ ১১ নৱেম্বৰত চাংলিমিথাঙত মহামান্য চতুৰ্থ ড্ৰুক গ্যালপোৰ ৭০ সংখ্যক জন্মদিন উপলক্ষে ভূটানৰ জনসাধাৰণৰ সৈতে সন্মানীয় অতিথি হিচাপে অংশগ্ৰহণ কৰে। প্ৰধানমন্ত্ৰী মোদীয়ে থিম্ফুত চলি থকা বিশ্ব শান্তি প্ৰাৰ্থনা উৎসৱতো অংশগ্ৰহণ কৰে। ভূটানৰ মহামান্য ৰজাই এই উৎসৱৰ সময়ত ৰাজহুৱা পূজাৰ বাবে থিম্ফুলৈ ভাৰতৰ পৰা অহা ভগৱান বুদ্ধৰ পবিত্ৰ পিপৰাহৱা অৱশিষ্টসমূহৰ প্ৰশংসা কৰে।ভূটানৰ চতুৰ্থ ৰজাৰ সৈতে প্ৰধানমন্ত্ৰীৰ জনতাক আদৰণি আৰু বিশ্ব শান্তি প্ৰাৰ্থনা উৎসৱত অংশগ্ৰহণ
November 12th, 09:54 am
প্ৰধানমন্ত্ৰী শ্ৰী নৰেন্দ্ৰ মোদীয়ে আজি থিম্ফুত ভূটানৰ চতুৰ্থ ৰজা মহামান্য জিগমে সিংগিয়ে ৱাংচুকৰ সৈতে জনতাক আদৰণি জনায়।প্ৰধানমন্ত্ৰীয়ে ভূটানৰ ৰজাৰ সৈতে দৰ্শকক সম্ভাষণ জনায়
November 11th, 06:14 pm
প্ৰধানমন্ত্ৰী শ্ৰী নৰেন্দ্ৰ মোদীয়ে আজি থিম্ফুত ভূটানৰ মহামহিম ৰজা জিগমে খেচাৰ নামগৱেল ৱাংচুকৰ সৈতে দৰ্শক ৰাইজক সম্ভাষণ জনায়। দুয়োগৰাকী নেতাই দ্বিপাক্ষিক সম্পৰ্কৰ অধিক বৰ্ধন আৰু সুদৃঢ়কৰণৰ উপায় সম্পৰ্কে মত-বিনিময় কৰে। তেওঁলোকে পাৰস্পৰিক স্বাৰ্থজনিত আঞ্চলিক আৰু বিশ্বব্যাপী বিষয়সমূহতো আলোচনাত মিলিত হয়। মহামহিমে দিল্লীত সংঘটিত শোকাৱহ ঘটনাত প্ৰাণহানি হোৱা লোকসকলৰ আত্মাৰ সদগতি কামনা কৰে।ফলাফলৰ তালিকাঃ প্ৰধানমন্ত্ৰীৰ ভূটান ভ্ৰমণ
November 11th, 06:10 pm
বুজাবুজিৰ চুক্তিখনে নবীকৰণযোগ্য শক্তিৰ ক্ষেত্ৰত দ্বিপাক্ষিক যোগাযোগসমূহক প্ৰতিষ্ঠানিক ৰূপ প্ৰদান কৰিব বিচাৰিছে আৰু সৌৰশক্তি, বায়ু শক্তি, বাঅ’মাছ, শক্তি সংৰক্ষণ, সেউজ হাইড্ৰজেন তথা সামৰ্থ্য বিকাশৰ দৰে ক্ষেত্ৰসমূহত একেলগে কাম কৰাৰ লক্ষ্য নিৰ্ধাৰণ কৰিছে।দিল্লীৰ ঘটনাৰ পাছত ভূটানৰ সহমৰ্মিতাৰ বাবে প্ৰধানমন্ত্ৰীৰ কৃতজ্ঞতা
November 11th, 03:01 pm
প্ৰধানমন্ত্ৰী শ্ৰী নৰেন্দ্ৰ মোদীয়ে ভূটানৰ চতুৰ্থ ৰজাৰ ৭০ সংখ্যক জন্মদিন উদযাপন অনুষ্ঠানত ভাৰতৰ সৈতে সংহতি প্ৰকাশ কৰাৰ বাবে ভূটানৰ জনসাধাৰণৰ প্ৰতি আন্তৰিক কৃতজ্ঞতা প্ৰকাশ কৰে। দিল্লীত সংঘটিত শোকাৱহ ঘটনাটোৰ পাছত ভূটানৰ জনসাধাৰণে ভুক্তভোগী আৰু তেওঁলোকৰ পৰিয়ালৰ বাবে বিশেষভাৱে প্ৰাৰ্থনা জনাইছিল। প্ৰধানমন্ত্ৰীয়ে সহানুভূতি আৰু ঐক্যৰ এই গভীৰ দৃষ্টিভংগীক স্বীকাৰ কৰি কয়, মই এই ভাব-প্ৰকাশক কেতিয়াও পাহৰিব নোৱাৰিম।ভূটানৰ ৰজাৰ জন্মদিন উদযাপন কাৰ্য্যসূচীত প্ৰধানমন্ত্ৰীয়ে প্ৰদান কৰা ভাষণৰ অসমীয়া অনুবাদ
November 11th, 12:00 pm
কিন্তু আজি মই এটা গধুৰ মনেৰে ইয়ালৈ আহিছোঁ। কালি সন্ধিয়া দিল্লীত সংঘটিত হোৱা ভয়ানক ঘটনাই আমাক সকলোকে গভীৰভাৱে বিচলিত কৰিছে। ইয়াত প্ৰাণহানি হোৱা লোকসকলৰ পৰিয়ালবৰ্গৰ মৰ্মবেদনা উপলব্ধি কৰিছোঁ। সমগ্ৰ ৰাষ্ট্ৰ আজি তেওঁলোকৰ শোকৰ সমভাগী হৈছে।ভূটানৰ চতুৰ্থ ৰজাৰ ৭০ সংখ্যক জন্মদিন উপলক্ষে আয়োজিত অনুষ্ঠানত প্ৰধানমন্ত্ৰী শ্ৰী নৰেন্দ্ৰ মোদীৰ ভাষণ
November 11th, 11:39 am
প্ৰধানমন্ত্ৰী শ্ৰী নৰেন্দ্ৰ মোদীয়ে আজি ভূটানৰ থিম্পুৰ চাংলিমেথাং উদযাপন খেলপথাৰত ভূটানৰ চতুৰ্থ ৰজাৰ ৭০ সংখ্যক জন্মদিন উপলক্ষে আয়োজিত অনুষ্ঠানত ভাষণ প্ৰদান কৰে। প্ৰধানমন্ত্ৰীয়ে ভূটানৰ ৰজা জিগমে খেছাৰ নামগিয়েল ৱাংচুক আৰু চতুৰ্থ ৰজা জিগমে সিংগিয়ে ৱাংচুকলৈ উষ্ম শুভেচ্ছা জ্ঞাপন কৰে। তেওঁ ৰাজপৰিয়ালৰ সন্মানীয় সদস্যসকল, ভূটানৰ প্ৰধানমন্ত্ৰী শ্ৰীযুত শ্বেৰিং ট'বগে আৰু উপস্থিত অন্যান্য বিশিষ্ট ব্যক্তিসকলকো সন্মান জনায়।PM Modi arrives in Bhutan for a two-day state visit
November 11th, 10:42 am
PM Modi arrived in Bhutan a short while ago. His two-day visit seeks to strengthen the special ties of friendship and cooperation between the two countries. The PM was given a warm welcome by Prime Minister of Bhutan Mr. Tshering Tobgay at the airport.PM Modi inaugurates Gyaltsuen Jetsun Pema Wangchuck Mother & Child Hospital
March 23rd, 08:58 am
PM Modi and Tshering Tobgay, PM of Bhutan, inaugurated the Gyaltsuen Jetsun Pema Wangchuck Mother and Child Hospital, a state-of-the-art hospital, built with the assistance of the Government of India in Thimphu. The Gyaltsuen Jetsun Pema Wangchuck Mother and Child Hospital stands as a shining example of India-Bhutan partnership in health-care.Joint Statement on the State Visit of Prime Minister of India to Bhutan
March 22nd, 07:18 pm
Over centuries, Bharat and Bhutan have enjoyed close bonds of friendship and cooperation anchored in mutual trust, goodwill and understanding. PM Modi said that our development partnership is a confluence of India’s approach of ‘Sabka Saath, Sabka Vikas, Sabka Vishwas’ and the philosophy of Gross National Happiness in Bhutan.ভূটানৰ ৰজাক সাক্ষাৎ প্ৰধানমন্ত্ৰীৰ
March 22nd, 06:32 pm
প্ৰধানমন্ত্ৰী শ্ৰী নৰেন্দ্ৰ মোদীয়ে আজি থিম্ফুত ভূটানৰ মহামহিম ৰজা জিগমে খেছাৰ নামগিয়েল ৱাংচুকক সাক্ষাৎ কৰে। পাৰোৰ পৰা থিম্ফুলৈ যাত্ৰাৰ সময়ত ভূটানৰ জনতাই প্ৰধানমন্ত্ৰীগৰাকীক জনোৱা উষ্ম আদৰণিৰ বাবে ভূটানৰ মহামহিম ৰজাক প্ৰধানমন্ত্ৰীয়ে ধন্যবাদ জ্ঞাপন কৰে।Bilateral meeting of Prime Minister with Prime Minister of Bhutan and Exchange of MoUs
March 22nd, 06:30 pm
Prime Minister Narendra Modi met H.E. Tshering Tobgay, Prime Minister of Bhutan in Thimphu over a working lunch hosted in his honour. The Prime Minister thanked Prime Minister Tobgay for the exceptional public welcome accorded to him, with people greeting him all along the journey from Paro to Thimphu. The two leaders held discussions on various aspects of the multi- faceted bilateral relations and forged an understanding to further enhance cooperation in sectors such as renewable energy, agriculture, youth exchange, environment and forestry, and tourism.Joint Vision Statement on India - Bhutan Energy Partnership
March 22nd, 05:20 pm
India and Bhutan share an exemplary bilateral relationship characterized by trust, goodwill and mutual understanding at all levels. The two leaders noted the stellar contribution of clean energy partnership in the development of hydro-power sector of Bhutan, and in providing energy security to the regionপ্ৰধানমন্ত্ৰীক ‘অৰ্ডাৰ অফ দ্য ড্ৰুক গিয়ালপো’ৰে সন্মানিত কৰা হয়
March 22nd, 03:39 pm
প্ৰধানমন্ত্ৰী শ্ৰী নৰেন্দ্ৰ মোদীক ভূটানৰ মহামান্য ৰজাই থিম্ফুৰ টেন্দ্ৰেলথাঙত আয়োজিত এক ৰাজহুৱা অনুষ্ঠানত ভূটানৰ সৰ্বোচ্চ অসামৰিক সন্মান ‘অৰ্ডাৰ অফ দ্য ড্ৰুক গিয়ালপো’ৰে সন্মানিত কৰে। প্ৰধানমন্ত্ৰী মোদী হৈছে এই সন্মানীয় বঁটা লাভ কৰা প্ৰথমগৰাকী বিদেশী নেতা।List of Outcomes : State visit of Prime Minister Shri Narendra Modi to Bhutan
March 22nd, 03:10 pm
Both India and Bhutan agreed on MoUs ranging across sectors also having agreed on and initialled the text of the MoU on Establishment of Rail Links between India and Bhutan. The MoU provides for establishment of two proposed rail links between India and Bhutan, including the Kokrajhar-Gelephu rail link and Banarhat-Samtse rail link and their implementation modalities.ভূটানত উপস্থিত প্ৰধানমন্ত্ৰী
March 22nd, 09:53 am
২২-২৩ মাৰ্চ, ২০২৪লৈ দুদিনীয়া ভূটান ভ্ৰমণসূচীৰে আজি পাৰোত উপস্থিত হয় প্ৰধানমন্ত্ৰী শ্ৰী নৰেন্দ্ৰ মোদী। ভাৰত আৰু ভূটানৰ মাজত নিয়মীয়াকৈ উচ্চ পৰ্যায়ৰ আদান-প্ৰদানৰ পৰম্পৰা আৰু চৰকাৰে প্ৰতিৱেশী প্ৰথম নীতিৰ ওপৰত গুৰুত্ব দিয়া পৰম্পৰাত আধাৰিত এই ভ্ৰমণসূচী।প্ৰধানমন্ত্ৰীৰ ভূটান ভ্ৰমণ (২১-২২ মাৰ্চ, ২০২৪)
March 22nd, 08:06 am
এই ভ্ৰমণৰ সময়ত প্ৰধানমন্ত্ৰীগৰাকীয়ে ভূটানৰ ৰজা মহামহিম জিগমে খেছাৰ নামগয়েল ৱাংচুক আৰু ভূটানৰ চতুৰ্থগৰাকী ৰজা মহামহিম জিগমে চিংগে ৱাংচুকৰে মিলিত হ’ব। ভূটানৰ প্ৰধানমন্ত্ৰী মহামহিম শ্বেৰিং টবগেৰ সৈতেও আলোচনাত মিলিত হ’ব প্ৰধানমন্ত্ৰীগৰাকী।ভাৰতৰ প্ৰধানমন্ত্ৰীয়ে ভূটান ভ্ৰমণ কৰাৰ সময়ত প্ৰদান কৰা যুটীয়া বিবৃতিৰ অসমীয়া অনুবাদ
August 18th, 07:30 pm
ভাৰতৰ প্ৰধানমন্ত্ৰীয়ে ভূটান ভ্ৰমণ কৰাৰ সময়ত প্ৰদান কৰা যুটীয়া বিবৃতিৰ অসমীয়া অনুবাদথিম্ফুত ৰয়েল ইউনিভাৰ্ছিটী অব্ ভুটানত প্ৰধানমন্ত্ৰীয়ে প্ৰদান কৰা ভাষণৰ অসমীয়া অনুবাদ
August 18th, 09:50 am
কুজ’ জাংপ’ লা৷ নমস্কাৰ৷ ৰাতিপুৱা আপোনালোকৰ সৈতে ইয়াত উপস্থিত থাকিবলৈ পাই সুখী অনুভৱ কৰিছো৷ মই নিশ্চিত যে আপোনালোকে হয়তো ভাবিছে যে আজি দেওবাৰেও বক্তৃতা শুনিবলৈ আহিবলগীয়া হৈছে৷ কিন্তু মই চমুকৈ আপোনালোকে অনুধাৱন কৰিব পৰাকৈ বিষয়সমূহ অৱতাৰণা কৰিম৷ভূটান ভ্ৰমণকালত প্ৰদানমন্ত্ৰীৰ প্ৰেছ বিবৃতি
August 17th, 05:42 pm
ভাৰতৰ অভিন্ন তথা বিশেষ বন্ধুদেশ ভুটানলৈ আহি আপোনালোক সকলোৰে মাজত উপস্থিত হৈ মোৰ অতিশয় আনন্দ অনুভৱ হৈছে৷ মোৰ সৈতে অহা প্ৰতিনিধিবৃন্দ তথা আমাক উষ্ণ অভ্যর্থনা জনোৱাৰ বাবে মই মাননীয় প্ৰধানমন্ত্রী আৰু ভুটানৰ ৰয়েল চৰকাৰক আন্তৰিক কৃতজ্ঞতা জনাইছো৷