ৰাছিয়াৰ ৰাষ্ট্ৰপতিৰ সৈতে বৈঠকত প্ৰধানমন্ত্ৰীৰ উদ্বোধনী বক্তব্য

September 01st, 01:24 pm

আপোনাক লগ পাই বৰ ভাল লাগিছে আৰু মই সদায় অনুভৱ কৰোঁ যে আপোনাক লগ পোৱা মুহূৰ্তসমূহ স্মৰণীয় হৈ উঠে। আমি বহু কথা পতাৰ সুযোগ পাওঁ।

ৰাছিয়ান ফেডাৰেচনৰ ৰাষ্ট্ৰপতিৰে মিলিত প্ৰধানমন্ত্ৰী

September 01st, 01:08 pm

চীনৰ টিয়ানজিনত অনুষ্ঠিত চাংহাই সহযোগিতা সংস্থাৰ সন্মিলনৰ আঁৰত আজি প্ৰধানমন্ত্ৰী শ্ৰী নৰেন্দ্ৰ মোদী ৰাছিয়ান ফেডাৰেচনৰ ৰাষ্ট্ৰপতি মহামহিম ভ্লাদিমিৰ পুটিনৰ সৈতে মিলিত হয়।

ৰাছিয়া-ইউক্ৰেইনৰ সংঘাতৰ অন্ত পেলোৱাৰ সন্দৰ্ভত বৃহৎ বক্তব্য প্ৰধানমন্ত্ৰী মোদীৰ

September 01st, 12:48 pm

চীনৰ টিয়ানঝিনত অনুষ্ঠিত এছচিঅ’ সন্মিলনৰ সমান্তৰালভাৱে ৰাছিয়াৰ ৰাষ্ট্ৰপতি ভ্লাদিমিৰ পুটিনৰ সৈতে প্ৰধানমন্ত্ৰী মোদীয়ে এক বৈঠকত মিলিত হয়, য’ত ইউক্ৰেইনৰ সংঘাত আলোচনাৰ এক প্ৰধান বিষয় আছিল। শেহতীয়াভাৱে শান্তিৰ দিশত কৰা প্ৰচেষ্টাক আদৰণি জনাই প্ৰধানমন্ত্ৰী মোদীয়ে সকলো পক্ষই গঠনমূলকভাৱে আগবাঢ়ি যাব বুলি আশা প্ৰকাশ কৰে। তেওঁ সংঘাতৰ অতি সোনকালে অন্ত পেলোৱাটো অতি প্ৰয়োজনীয় বুলি গুৰুত্ব আৰোপ কৰি স্থায়ী শান্তিৰ পথ বিচাৰি উলিওৱাত জোৰ দিয়ে। বৃহত্তৰ মানৱীয় দিশটোৰ ওপৰত গুৰুত্ব আৰোপ কৰি প্ৰধানমন্ত্ৰী মোদীয়ে কয় যে এয়া কেৱল আঞ্চলিক উদ্বেগ নহয় বৰঞ্চ মানৱতাৰ আহ্বান।

২৫ সংখ্যক এছচিঅ’ সন্মিলনত প্ৰধানমন্ত্ৰীৰ বক্তব্যৰ অসমীয়া অনুবাদ

September 01st, 10:14 am

২৫ সংখ্যক এছচিঅ’ সন্মিলনত অংশগ্ৰহণ কৰিবলৈ পাই আনন্দিত হৈছোঁ। উষ্ম আদৰণি আৰু সু-আতিথ্যৰ বাবে ৰাষ্ট্ৰপতি ছিক মই আন্তৰিক কৃতজ্ঞতা জ্ঞাপন কৰিছোঁ।

প্ৰধানমন্ত্ৰীয়ে চীনৰ টিয়ানজিনত অনুষ্ঠিত ২৫ সংখ্যক এছচিঅ’ সন্মিলনত অংশগ্ৰহণ কৰে

September 01st, 10:00 am

প্ৰধানমন্ত্ৰী শ্ৰী নৰেন্দ্ৰ মোদীয়ে ৩১ আগষ্টৰ পৰা ১ ছেপ্টেম্বৰলৈ চীনৰ টিয়ানজিনত অনুষ্ঠিত চাংহাই সহযোগিতা সংস্থাৰ (SCO) ৰাষ্ট্ৰপতি পৰিষদৰ ২৫ সংখ্যক বৈঠকত অংশগ্ৰহণ কৰে। এই সন্মিলনত এছচিঅ’ উন্নয়ন কৌশল, বিশ্ব শাসন ব্যৱস্থাৰ সংস্কাৰ সাধন, সন্ত্ৰাসবাদ-বিৰোধী কাঠামো, শান্তি আৰু নিৰাপত্তা, অৰ্থনৈতিক আৰু আৰ্থিক সহযোগিতা তথা বহনক্ষম উন্নয়ন সন্দৰ্ভত ফলপ্ৰসূ আলোচনা কৰা হয়।

এছচিঅ’ সন্মিলনৰ আঁৰত ম্যানমাৰৰ ৰাষ্ট্ৰীয় নিৰাপত্তা আৰু শান্তি আয়োগৰ অধ্যক্ষ ছিনিয়ৰ জেনেৰেল মিন আং হ্লাইঙৰ সৈতে প্ৰধানমন্ত্ৰীৰ বৈঠক

August 31st, 04:50 pm

প্ৰধানমন্ত্ৰী শ্ৰী নৰেন্দ্ৰ মোদীয়ে আজি টিয়ানজিনত অনুষ্ঠিত চাংহাই সহযোগিতা সংস্থা সন্মিলনৰ আঁৰত ম্যানমাৰৰ ৰাষ্ট্ৰীয় নিৰাপত্তা আৰু শান্তি আয়োগৰ অধ্যক্ষ ছিনিয়ৰ জেনেৰেল মিন আং হ্লাইঙৰ সৈতে এখনি বৈঠকত মিলিত হয়।

টিয়ানজিনত চীনৰ ৰাষ্ট্ৰপতি ছি জিনপিঙৰ সৈতে দ্বিপাক্ষিক বৈঠকত প্ৰধানমন্ত্ৰীৰ বক্তব্যৰ অসমীয়া অনুবাদ

August 31st, 11:06 am

আপোনাৰ উষ্ম আদৰণিৰ বাবে মই আন্তৰিক ধন্যবাদ জনাইছোঁ। যোৱা বছৰ কাজানত আমাৰ মাজত অতিশয় ফলপ্ৰসূ আলোচনা সম্পন্ন হৈছিল, যি আলোচনাই আমাৰ সম্পৰ্কক এক ইতিবাচক মাত্ৰা প্ৰদান কৰিছিল। সীমান্তত বিচ্ছিন্নতাৰ পিছত শান্তি আৰু সুস্থিৰতাৰ পৰিবেশ গঢ় লৈ উঠিছে। আমাৰ বিশেষ প্ৰতিনিধিসকলে সীমান্ত ব্যৱস্থাপনাৰ ক্ষেত্ৰত এক বুজাবুজিত উপনীত হৈছে। কৈলাশ মানস সৰোবৰ যাত্ৰা পুনৰ আৰম্ভ হৈছে আৰু দুয়োখন দেশৰ মাজত পোনপটীয়া বিমান সেৱাও আৰম্ভ হৈছে। আমাৰ মাজৰ সহযোগিতা আমাৰ উভয় ৰাষ্ট্ৰৰ ২.৮ বিলিয়ন জনসাধাৰণৰ স্বাৰ্থৰে সম্পৰ্কীয়। ইয়াৰ জৰিয়তে সমগ্ৰ মানৱ জাতিৰ কল্যাণৰ পথো মুকলি হ’ব। আমি পাৰস্পৰিক বিশ্বাস, সন্মান আৰু সংবেদনশীলতাৰ ভিত্তিত আমাৰ সম্পৰ্কক অধিক সুদৃঢ়কৰণৰ বাবে অংগীকাৰবদ্ধ।

চীনৰ ৰাষ্ট্ৰপতি ছি জিনপিঙৰ সৈতে প্ৰধানমন্ত্ৰীৰ দ্বিপাক্ষিক বৈঠক

August 31st, 11:00 am

আজি (৩১ আগষ্ট) টিয়ানজিনত অনুষ্ঠিত চাংহাই সহযোগিতা সংস্থাৰ (SCO) নেতাসকলৰ সন্মিলনৰ আঁৰত প্ৰধানমন্ত্ৰী শ্ৰী নৰেন্দ্ৰ মোদী চীনৰ ৰাষ্ট্ৰপতি ছি জিনপিঙৰ সৈতে মিলিত হয়।

চীনৰ টিয়ানজিনত উপস্থিত প্ৰধানমন্ত্ৰী মোদী

August 30th, 04:00 pm

কিছু সময়ৰ পূৰ্বে চীনত উপস্থিত হয় প্ৰধানমন্ত্ৰী নৰেন্দ্ৰ মোদী। এই ভ্ৰমণৰ সময়ত ৰাষ্ট্ৰপতি ঝি জিনপিঙৰ আমন্ত্ৰণত টিয়ানজিনত অনুষ্ঠিত হ’বলগীয়া চাংহাই সহযোগিতা সংস্থাৰ সন্মিলনত অংশগ্ৰহণ কৰিব

২০২২ বৰ্ষৰ এছচিঅ’ সন্মিলনত প্ৰথমবাৰলৈ বাৰাণসীক এছচিঅ’ পৰ্যটন আৰু সাংস্কৃতিক ৰাজধানী হিচাপে মনোনীত

September 16th, 11:50 pm

১. ২০২২ চনৰ ১৬ ছেপ্টেম্বৰত উজবেকিস্তানৰ সমৰকন্দত অনুষ্ঠিত হোৱা ছাংহাই সহযোগিতা সংস্থাৰ (এছচিঅ’) ৰাষ্ট্ৰসমূহৰ মুৰব্বীসকলৰ পৰিষদৰ ২২সংখ্যক বৈঠকত ২০২২-২০২৩ বৰ্ষত বাৰাণসী চহৰখনে প্ৰথমবাৰৰ বাবে এছচিঅ’ পৰ্যটন আৰু সাংস্কৃতিক ৰাজধানী হিচাপে মনোনীত কৰিছে৷ প্ৰধানমন্ত্ৰী শ্ৰী নৰেন্দ্ৰ মোদীয়ে সন্মিলনত অংশগ্ৰহণ কৰে৷

এছচিঅ’ শীৰ্ষ সন্মিলনৰ মাজত তুৰস্ক গণৰাজ্যৰ ৰাষ্ট্ৰপতি শ্ৰীমান ৰেচেপ তায়িপ এৰদোগানৰ সৈতে বৈঠকত প্ৰধানমন্ত্ৰী

September 16th, 11:41 pm

প্ৰধানমন্ত্ৰী শ্ৰী নৰেন্দ্ৰ মোদীয়ে২০২২ চনৰ ১৬ ছেপ্টেম্বৰত উজবেকিস্তানৰ ছামাৰকন্দত এছচিঅ’ শীৰ্ষ সন্মিলনৰ মাজত তুৰস্ক গণৰাজ্যৰ ৰাষ্ট্ৰপতি শ্ৰীমান ৰেচেপ টাইয়িপ এৰদোগানৰ সৈতে বৈঠকত মিলিত হয়।

সাংহাই সহযোগিতা সংগঠনৰ শীৰ্ষ সন্মিনলত অংশগ্ৰহণৰ বাবে সমৰকন্দত উপস্থিত প্ৰধানমন্ত্ৰী

September 15th, 10:01 pm

সাংহাই সহযোগিতা সংগঠন(এছচিঅ’)ৰ ৰাষ্ট্ৰপ্ৰধানসকলৰ পৰিষদৰ ২২তম বৈঠকত উজবেকিস্তানৰ ৰাষ্ট্ৰপতি শ্ৰী শওকত মিৰজিয়োয়েভৰ আমন্ত্ৰণমৰ্মে প্ৰধানমন্ত্ৰী শ্ৰী নৰেন্দ্ৰ মোদীয়ে বৃহস্পতিবাৰে সন্ধিয়া উজবেকিস্তানৰ সমৰকন্দত উপস্থিত হয়।

উজবেকিস্তান ভ্ৰমণৰ পূৰ্বে প্ৰধানমন্ত্ৰীৰ প্ৰস্থান বিবৃতি

September 15th, 02:15 pm

মই উজবেকিস্তানৰ ৰাষ্ট্ৰপতি সন্মানীয় শ্ৰীযুত শ্বাৱকত মিৰ্জিয়োয়েভৰ আমন্ত্ৰণত চাংহাই সহযোগিতা সংস্থাৰ (এছচিঅ') ৰাষ্ট্ৰপ্ৰধান পৰিষদৰ বৈঠকত অংশগ্ৰহণ কৰিবলৈ সমৰকন্দ ভ্ৰমণ কৰিম।

প্ৰধানমন্ত্ৰীয়ে ছাংঘাই সহযোগিতা সংগঠনৰ সদস্য দেশৰ মূৰব্বীসকলৰ পৰিষদৰ ২১তম বৈঠকত ভাৰ্চুৱেল মাধ্যমত ভাগ লয়

September 17th, 05:21 pm

প্ৰধানমন্ত্ৰীয়ে ছাংঘাই সহযোগিতা সংগঠন (এছচিঅ')ৰ সদস্য দেশসমূহৰ মূৰব্বীসকলৰ পৰিষদৰ ২১তম বৈঠকত ভাৰ্চুৱেল আৰু আফগানিস্তানৰ ওপৰত সংযুক্ত এছচিঅ'-চিএছটিঅ' আউটৰিচ ছেছনত ভিডিঅ'-বাৰ্তাৰ মাধ্যমত ভাগ লয়।

Prime Minister Narendra Modi’s remarks for SCO-CSTO Outreach Summit on Afghanistan

September 17th, 05:01 pm

At the plenary session of SCO Summit, PM Modi remarked, The 20th anniversary of the SCO is a suitable occasion to think about the future of the SCO. I believe that the biggest challenges in this area are related to peace, security and trust-deficit and the root cause of these problems is increasing radicalization. Recent developments in Afghanistan have made this challenge more apparent.

21st Meeting of SCO Council of Heads of State in Dushanbe, Tajikistan

September 15th, 01:00 pm

PM Narendra Modi will address the plenary session of the Summit via video-link on 17th September 2021. This is the first SCO Summit being held in a hybrid format and the fourth Summit that India will participate as a full-fledged member of SCO.